প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত ফিল'বাৰীৰ ভুক্তভোগী শিক্ষয়িত্রী গৰাকীৰ ভাষ্য

Поделиться
HTML-код
  • Опубликовано: 27 ноя 2024

Комментарии • 219

  • @kanakrabha3239
    @kanakrabha3239 3 года назад +127

    সত্যৰ সদায় জয় । আপোনাক যি সকল student অপমান কৰিছে সেইসকল জীৱনত ভাল হব নোৱাৰে

  • @moheswarbora5751
    @moheswarbora5751 3 года назад +135

    বাইদেউ আপুনি দুখ নকৰিব আপুনি যে দীঘল দি সেৱা ললে বহুত ভাল কৰিলে চাব এদিন সত্য জয় হবৈ অসত্য পৰাজয নিচিত

  • @hopunjibonor7110
    @hopunjibonor7110 3 года назад +61

    বাইদেউ আপোনাক সত বাৰ প্ৰণাম জনাইছোঁ 🙏🙏🙏😥

  • @sadeksaikia8168
    @sadeksaikia8168 3 года назад +50

    আপোনাৰ মনৰ দুখে আমাকো দুখ দিছে।

  • @akashdeepbordoloi758
    @akashdeepbordoloi758 3 года назад +55

    Baidio aponi buht mahan ❤️❤️❤️👍👍🙏

  • @mridulbhagabati156
    @mridulbhagabati156 3 года назад +17

    আপোনাক যি সকল ছাত্র নেতাই বহুত মানসিক কষ্ট দিলে সেইসকল ছাত্র নেতাৰ ভৱিষ্যত অন্ধকাৰ আৰু সিহঁত হ'ল মাক দেউতাকৰ কুলাঙ্গাৰ পুত্র । জীৱনত সিহঁতৰ কেতিয়াও ভাল দিন নাহিব আৰু জীৱনত সিহঁতে কেতিয়াও আগ বাঢ়ি যাব নোৱাৰিব , ৰাইজৰ অভিশাপ নিশ্চয় লাগিব ।

  • @anjugogoi4945
    @anjugogoi4945 3 года назад +38

    বহুতো দুখ পাইছো বাইদেউ, আপোনাৰ দুখত। কি কম ,ভাষা নাই।

  • @hirensaikia3810
    @hirensaikia3810 3 года назад +90

    চিন্তা নকৰিব কলি যুগত এনেকুৱা হয় বাইদেউ

    • @prachurjyahazarika3805
      @prachurjyahazarika3805 3 года назад +2

      🔥🔥🔥

    • @shorts99842
      @shorts99842 3 года назад +1

      mojah disa eat thoka kunu njne ki hoise ki ni hua just ahii comnt stump d goise 👍

  • @allrounder173
    @allrounder173 3 года назад +25

    U r great Mam

  • @mahendeka38
    @mahendeka38 3 года назад +9

    Respect mam you are great, the real teacher

  • @gaurabnath7233
    @gaurabnath7233 3 года назад +69

    ভয়াৱহ ভৱিষ্যতৰ ইংগিত,

  • @binoyhazarika6054
    @binoyhazarika6054 3 года назад +1

    বাইদেউ আপুনি মহান গুৰু হয় ৷ আপুনি মানসিক ভাবে ভাগি পৰিওঁ আপুনি ছাত্ৰ সকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছে সঁচাকৈ আপুনি মহান বাইদেউ ৷ মোৰ মোৰ সেৱা যাচিলোঁ আপোনাক বাইদেউ ৷

  • @bibhamonigogoi3331
    @bibhamonigogoi3331 3 года назад +11

    বাইদেউ আপুনি মহান❤

  • @Updatepoint95
    @Updatepoint95 3 года назад +35

    বাইদেউ দুখ নকৰিবা।মূৰ্খসকলৰ কৰ্ম প্ৰ্তি গুৰুত্ব নিদিব।

  • @binamohan4689
    @binamohan4689 3 года назад +6

    বাইদেউ আপোনী মহান। আপোনাক আশীৰ্বাদ কৰিছো ।আপোনাৰ মনৰ বেদনা আমিও অনুভৱ কৰিব পাৰিছো । ইমান

  • @iftikaraliahmed3389
    @iftikaraliahmed3389 3 года назад +2

    বাইদেউ আপুনিয়ে এইখন পৃথিৱীৰ প্ৰথম সত্যবাদী আৰু সাহসী শিক্ষয়িত্ৰী । আপোনাৰ ওপৰত যি অত্যাচাৰ চলিছে তাৰ সুফল অতি সোনকালেই পায় যেন ।

  • @bharatibhuyan8421
    @bharatibhuyan8421 3 года назад +1

    আচাৰ্য দেৱো ভৱ।প্ৰণাম বাইদেউ।

  • @rekhabhuyan3878
    @rekhabhuyan3878 3 года назад +2

    দুখ লাগিল বহুত ... বাইদেউক কৰা ব্যৱহাৰ টো পৰা 😭

  • @pobitralearner8969
    @pobitralearner8969 3 года назад +3

    Maam you are great.

  • @factsgyan7038
    @factsgyan7038 3 года назад +2

    We are with you mam💚

  • @Alidas-w3s
    @Alidas-w3s 3 года назад +11

    আজি কালি লৰা ,ছোৱালীৰ মন..মগজু বোলা বস্তুটো নাই যেন পাইচো....আমি আগতে চাৰ,বাইদেও সকলক মা, দেউতা বুলি মানি আহিচিলো

  • @pronalibora3007
    @pronalibora3007 3 года назад +11

    শিক্ষাগুৰুক অপমান কৰাটোত বহুত দুখ পাইছো।

  • @A...9997
    @A...9997 3 года назад +2

    বাইদেউ আপুনি মহান, 🙏🙏🙏

  • @papuvlogsentertainment2134
    @papuvlogsentertainment2134 3 года назад +2

    বাইদেউ আপুনি মহান

  • @montusbasumatary6671
    @montusbasumatary6671 3 года назад +5

    Don't worry ! Just keep doing your duty as a teacher. Our support always with you.

  • @rebakantogohain7537
    @rebakantogohain7537 3 года назад +1

    সত্য সদায় জয় বাইদেউ ?

  • @ratuldeka3368
    @ratuldeka3368 3 года назад +1

    Love you mam,we all respect you

  • @SearchAgain-1111
    @SearchAgain-1111 3 года назад +6

    "শিক্ষক এডাল মমবাতিৰ দৰে যি নিজে জ্বলি আনক পোহৰ দিয়ে" কোনে কৈছিল পাহৰিলো যদিও এনেকুৱা এষাৰ কথা পঢ়িছিলো । বাইদেউ আপুনি আপোনাক অপমান কৰা ছাত্ৰ-ছাত্ৰীকো নাবালক বুলি গণ্য কৰি তেনে ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধেও আইনী ব্যৱস্হা হাতত নললে । আপোনাৰ মহানুভৱতাৰ শলাগ লৈছো । আপুনি সচাঁ অৰ্থতেই শিক্ষা আৰু শিক্ষাৰ দৰে পবিত্ৰ বৃত্তিটোৰ মান ৰাখিলে । "বিদ্যা দদাতি বিনয়ম" বুলি কয় । আপোনাৰ কামটোৱে আপোনাৰ বিনয়ীভাবটোও বুজালে ।
    কিন্তু যিয়ে আপোনাক অপমানিত কৰিলে তেনে কাম অতি নিকৃষ্ট, গৰিহণা যোগ্য ।

  • @eniarakhatun4996
    @eniarakhatun4996 3 года назад +2

    বহুত দুখ পাইছো বাইদেউ🙏😢

  • @angita3631
    @angita3631 3 года назад

    বহুত বহুত মৰম আৰু সেৱা জনালোঁ মেম আপোনাক❤❤❤❤❤

  • @sabitakalita7096
    @sabitakalita7096 3 года назад

    আপোনাৰ মনৰ দুখে আমাকো বহুত দুখ দিছে।😭😭😭

  • @himashrikalita8797
    @himashrikalita8797 3 года назад +1

    Bht dukh plo.... God bless u ma'am

  • @bonditapegu8865
    @bonditapegu8865 3 года назад

    বাইদেউ apuni bohut mohan🙏🙏🙏🙏🙏🙏🙏

  • @__nayan
    @__nayan 3 года назад +2

    justice teacher 🙏

  • @amitmukharjee1595
    @amitmukharjee1595 3 года назад +1

    বাইদেউ, মোৰ ভক্তি ভৰাসেৱা গ্ৰহণ কৰিব।🙏🏼🙏🏼
    বহুত লাজ পাইছো ছাত্র সমাজৰ কৰ্মকাণ্ডত।

  • @nirmalrajbongshi2476
    @nirmalrajbongshi2476 3 года назад +28

    Ki j hbo. Amak eman goru piton dile. Ami aku ata koi npalu. Heikarone amar dinot sorkari school or result bohut val asil. Aru atiya ki obostha hoise govt. School buror

  • @mamonigogoimamoni4750
    @mamonigogoimamoni4750 3 года назад +2

    জীৱনত তেওঁলোকে একো উন্নতি কৰিব নোৱাৰে 🙏🙏🙏🙏🙏ইহতি

  • @pnath2654
    @pnath2654 3 года назад

    Right kam korise mem...

  • @binagogoi9854
    @binagogoi9854 3 года назад +3

    শিক্ষয়িত্ৰীগৰাকীৰ কিবা খেলি মেলি থাকিব পাৰে , সেইটো নাজানো । যদি তেনেকুৱা কিবা বিষয় আছে আৰু ৰাইজৰ বা দল সংগঠনৰ দাবী বা প্ৰশ্নৰ উত্তৰ দিয়া নাই তেন্তে চৰকাৰী প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষক কিয় জনোৱা নহ'ল ? যদি জনাইছিল তেন্তে বিভাগীয় কৰ্তৃপক্ষকহে ইয়াৰ বিচাৰ বা তদন্ত কৰিবলৈ বাধ্য কৰিব লাগিছিল । সমাজৰ সকলোৱে সন্মান কৰা শিক্ষাগুৰুক ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য কৰোৱা কেইটা দেখুন শিক্ষকতকৈ বহু ওপৰত । এই কাৰ্যৰ নেতৃত্ব লোৱা কেইটা প্ৰকৃত ছাত্ৰ হয়নে ? এইসকল ভৱিষ্যতৰ 'সম্পদ' স্বৰূপ মহান 'ছাত্ৰ'ই বৰ্তমান ক'ত কি পঢ়ি আছে ৰাজহুৱাকৈ জনালে ভাল হয় । অৱশ্যে বহু ঠাইত ছাত্ৰৰ নামধাৰী দগাবাজ দালাল এসোপাই ডকা হকা দি টকা ঘটি চাকৰি কৰা লোকতকৈ ভালকৈ খোৱা -পিন্ধা কৰে বুলি সমাজত চৰ্চা হয় । সমাজৰ অভিভাৱক দেখুওৱা এনে এসোপাই আকৌ সহজ সৰল স্কুল কলেজীয়া লৰা ছোৱালী কিছুমানক ব্যৱহাৰ কৰি নিজৰ মুনাফা আদায় কৰে বুলিও মানুহে অভিযোগ কৰে । (অৱশ্যে দল সংগঠনৰ সকলো বিষয়ববীয়া একে নহয় )। এই ঘটনাটোৰ এনে পৰিস্থিতি সৃষ্টিকাৰী সংশ্লিষ্ট মহান 'ছাত্ৰ'সকলে কাললৈ 'খ্যাতি' ৰাখি অঞ্চলটোৰ সভ্য সমাজকো লজ্জানত কৰিলে ।

    • @simantaboro4814
      @simantaboro4814 3 года назад

      Satra akota sovar kakowe news Ea ako xudha ni nki., satra satri sokolor vaisya xuna nii moi Atiyak ligi . Moro Bhuty problem hoi hothat form fill up t 1200 toka loga hoi jai but Ghort 500 toka atai nathake. Baideu ou abegoty hothat pranam korily, college khonor principal sir ro Valki vaisya xuna nii,
      News t xuni asu
      Satra sokol 3000 toka fee babe andolon korise, taty Baideu ba ahi kiba kol, Kajiya hol baideuk khoma khujba dily Satra sokoly (kiba kibi songdhon jorito ase) Pisor khini rr....
      Aurjun eu fight korisil Dronasarya r logot

  • @ramenchoudhury851
    @ramenchoudhury851 3 года назад

    Don't Worry Madam.Our support always with you

  • @budhinsaikia6300
    @budhinsaikia6300 3 года назад

    বৰ কষ্ট পাইছো বাইদেউ। ধিক্ তাত উপস্থিত থাকি ছাত্র ঐক্য জিন্দাবাদ দিয়া ছাত্র সমাজ। ভূল শুদ্ধ বিচাৰ কৰিবলৈ আইন আছে -প্ৰশাসন আছে। কিন্তু শিক্ষাগুৰুক এনে মানসিক তথা পৃথিবীত নোহোৱা নোপোজা কৰ্ম কৰাবলৈ বাধ্য কৰাবলৈ কি অধম মানসিকতাৰ পৰিচয় বহন কৰিলে...। গুৰু অপৰাধেই নহয় সভ্য সমাজক লজ্জানত কৰিলে। ভিডিঅটো চাই মনত বৰ দুখ লাগিল। সন্দেহ হয় ছাত্র-ছাত্রীৰ মাজত চান্দাজীৱী অধম তথাকথিত ছাত্র কোনোৱে প্লাচ পইন্ট বিচাৰি এই প্ৰতিবাদ কৰোৱাৰ নামত এনে কাণ্ড ঘটালেনেকি ।
    লজ্জিত হৈছো । বাইদেউ সুদুৰৰ পৰা আপোনাৰ চৰণত আমিয়েই অষ্টাংগে পৰি ক্ষমা খুজিছো । আপোনাৰ দুখৰ সমভাগি হৈছো।

  • @nabagogoi7469
    @nabagogoi7469 3 года назад +2

    বাইদেউ আপোনাক হে সেৱা জনালো

  • @mantimalakar426
    @mantimalakar426 3 года назад +1

    Respect u mam

  • @abhijitkonwar3588
    @abhijitkonwar3588 3 года назад +1

    নিজৰ ব্যক্তিত্ব পৰিচয় নিজেই দিব..আৰু বুজি পোৱাৰ বোৰে প্ৰকৃতাৰ্থত বুজিব

  • @disneybirds3428
    @disneybirds3428 3 года назад +2

    God bless you

  • @আহোমগগৈ
    @আহোমগগৈ 3 года назад +2

    বাইদেও আপোনী মহান গৰো লগত গৰো হৈ লাভ নাই 🙏🙏🙏🙏🙏🙏🙏😩

  • @debajittamuli2498
    @debajittamuli2498 3 года назад +4

    শেষ শেষ..........মই একো নাজানো .....
    .... পিতৃ, মাতৃ, শিক্ষাৰ গুৰু সমান কোন হব ? এই ছাত্ৰ-ছাত্ৰী কি কৰিলে ? সিঁহতৰ পিতৃ ,মাতৃ নাই নেকি ?

  • @nabajitbaruah1427
    @nabajitbaruah1427 3 года назад

    Medam good job 🙏🙏🙏

  • @janardannath5044
    @janardannath5044 3 года назад

    বাইদেউৰ মহানতাৰ প্ৰকাশ পাইছে।

  • @muninsaikia1984
    @muninsaikia1984 3 года назад +2

    WE RESPECT. YOU. AND THE TEACHER COMMUNITY .
    WE LOVE STUDENTS .
    BUT HATE. NONSENCE STUDENT WHO DONOT KNOW HOW TO RESPECT TEACHERS

  • @bablu.749
    @bablu.749 3 года назад +35

    দল সংগঠনৰ কেইটাক এৰেষ্ট কৰিব লাগে

    • @tmgblaster6453
      @tmgblaster6453 3 года назад +1

      কিয় ? ছাত্ৰ সন্থাযে কেতিয়াও ভুল কাম নকৰে

    • @Mahadev_Lover91
      @Mahadev_Lover91 3 года назад

      Ei kaam kiman xuddho, xei2 gotei assam a dekhile....
      Chatro xongothone kebol onisto korise.....

    • @shorts99842
      @shorts99842 3 года назад

      @@tmgblaster6453 eku koi lav ni jetiya vall clogt studnt bur dontion karone seat npai j tetiya ei comnt diya bure jai studnt burak seat dibole honggathon bure njai nhoi....👍 sabe hongthon ekei2 ...jeneke bea bea comnt d diprsnt pelua comnt dia buru eki2 sab ekei...🙏

    • @bablu.749
      @bablu.749 3 года назад

      @@tmgblaster6453 মানে আপোনাৰ মতে এইতো কাম শুদ্ধ কৰিছে ?

    • @tmgblaster6453
      @tmgblaster6453 3 года назад

      @@bablu.749 ,,,হবও পাৰে নহবও পাৰে , কিন্তু সন্দেহ সদায় থাকিবযে ।

  • @Musiclover-bq5wj
    @Musiclover-bq5wj 3 года назад +5

    মহাশয়া আপোনাৰ গাত কোনো দুখ নাই,,,,, আজিৰ তাৰিখত আগৰণুৱা ছাত্র সন্থাই যদি শিক্ষক এজনৰ মৰ্যাদা চিনি নাপাই,,,, বাকী নতুন চামৰ পৰা কি আশা কৰিব পাৰি ?? ....

  • @AA1981-at6
    @AA1981-at6 3 года назад +1

    বৰ দূ:খীত আৰু মৰ্মাহত হৈছো |

  • @sanatankalita5214
    @sanatankalita5214 3 года назад +2

    যিয়ে আনক মান দিৱ নেজানে সিহতবোৰেও কেতিয়াবা আনৰ পৰা মান পাৱ নোৱাৰে ।আমাৰ দিনত শিক্ষকক আমি বহুত মান কৰিছিলো ।

  • @lakshmipriyadutta1091
    @lakshmipriyadutta1091 3 года назад +2

    বাইদেউ আপুনি দুখ নকৰিব আপোনাৰ লগত সকলো ৰাইজ আছে।

  • @binamohan4689
    @binamohan4689 3 года назад

    অতি দুখজনক। ইয়াত কোনোবা আন মানুহ জৰিত আছে যেন অনুমান হয় ।

  • @BharativerygoodBorah
    @BharativerygoodBorah 3 года назад +10

    Aku tension nolob baideo, bhogobanok diok. Prokitote ji dokhi bhogobane tar ful dib aru pab. Aponar duty aponi Kori jaok.

  • @dhireswarmoran3944
    @dhireswarmoran3944 3 года назад +1

    Dukh nokoribo baideu ami hokolue asu apunar lgt..🙏🙏

  • @jatindeka6619
    @jatindeka6619 3 года назад +11

    Nothing can be expected from these students. They r the burden of our society. Strict action should be taken against such students.

  • @anilbhumij7381
    @anilbhumij7381 3 года назад

    Baideu 🙏 bohut val apuni apuni khru hoi. Belegok dangr bonale and khonman dele apunak 🙏🙏🙏

  • @azizulhoque3872
    @azizulhoque3872 3 года назад +8

    আপুনি নকলেও বুজিছো আপুনি ত্যাগ কৰিব পাৰে ।আপোনাৰ ভাল হব

  • @putuldutta3803
    @putuldutta3803 3 года назад +2

    বাইদেউ আপোনাৰ অকণো ভোল নাই
    মই বহুত দূৰত চাকৰি কৰো
    আপোনাক মই চেলুট কৰিছো

  • @nijaraborah6862
    @nijaraborah6862 3 года назад +3

    🙏🙏🙏🙏

  • @achutananadabasumatary34
    @achutananadabasumatary34 3 года назад +8

    AASU gunda party, sanda party...

  • @papuliboruahneog1373
    @papuliboruahneog1373 3 года назад

    Hosakoi pithibit koli jug solise. Dukh nokoribo mam you are great. 👍👍👍

  • @rajuborah425
    @rajuborah425 3 года назад +12

    Ami sorkari Scholl pohi dangor holi.hadai amak pitisil gali disil.kintu ami sir aro baidek hadai vokti korisilu

  • @rekhabora4439
    @rekhabora4439 3 года назад

    Baideu apuni dukh nakaribo ,apuni bahut mohan, apunak satakuti pranam janaisu 🙏🙏🙏

  • @debojitrajkonwar6990
    @debojitrajkonwar6990 3 года назад +1

    Lajj lagise nijoke satho buli 😔

  • @romakantalarak1715
    @romakantalarak1715 3 года назад

    Apuni Mahan

  • @gaganthakuria3133
    @gaganthakuria3133 3 года назад +7

    Dukh nokoribo baidew ehot bore student hoboi noware..junee garu vokti nejne sai jon student hoboi noware

  • @dineswarboruah6873
    @dineswarboruah6873 3 года назад +3

    Yatha Dharma Tatha Yoy. Keep patience.

  • @RakeshDas-qz9to
    @RakeshDas-qz9to 3 года назад +5

    Guru Brahma Guru Vishnu Guru devo maheswar,baedeu apuni guru hoe maf kori diok,vul bur nisoy samadhan hobo.🕉️🕉️

  • @namitabora23
    @namitabora23 3 года назад

    Baido Nomsker . Apuni g Mohan nidorkhon dhekhuale hosakoi apunar montu bhut bohol. .....kintu Satro hokole hokoluye g khon homajot apunak opman korisile heikhon homajot Aupnak khoma khujibo lagibo. Teteyahe Aupnak kora opman r kkomya r jugo hobo ....

  • @prematg9554
    @prematg9554 3 года назад

    baideu amunak hewa jonaisu,aapuni mohan 🙏🏻

  • @akagaonbcentralgolaghat4398
    @akagaonbcentralgolaghat4398 3 года назад

    কাৰন যিয়ে নহক শিক্ষয়িত্ৰী গৰাকী মহানুভৱতাৰ বাইক শুনি চিৰ নমসয় হৈৰব

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 3 года назад

    ঘটনাটোৰ সৈতে সকলোখিনি ছাত্ৰছাত্ৰীকে দোষাৰোপ কৰিবও নোৱাৰি কাৰণ কেইজনমান আগভাগ লৈহে এইবোৰ কৰিছে ৷ প্ৰায়বোৰ ছাত্ৰছাত্ৰীয়েই কোনো শিক্ষকৰ সৈতে ফেপেৰি পাতি উদ্ভত মাত মাতি কথা কোৱাৰ পক্ষপাতী নহয় ৷ ক’ৰবাত দুই এজনহে তেনে অসাংস্কৃতিক মনোবৃত্তিৰ ছাত্ৰছাত্ৰী দেখিছোঁ ৷ আৰু এনেকুৱাও দেখিছোঁ তেনে অসাংস্কৃতিক স্বভাৱৰ ছাত্ৰছাত্ৰীয়ে জীৱনত কোনোদিনেই উন্নতি কৰিব পৰা নাই ৷ কত ছাৰ বাইদেউৰ গালি বেতৰ কোব খাই আহি নিজেই শিক্ষকতা কৰি অৱসৰৰ দোৱাৰ দলিত, কিন্তু কোনো ছাৰ বাইদেউৰ আগত উদ্ভত আচৰণ নকৰিলোঁ ৷ এনে আচৰণ কৰা বুলি মা দেউতাই শুনিলেযে হ’ল আৰু ৷

  • @geetima3370
    @geetima3370 3 года назад

    Dukh nkribo baideu moiu student...BA complete krilu but agiloik sir mem htr sokuloi sai kotha nklu....but vdo2 dexi dukh lgil....tatukoi dukh ktha student bur knkoi bhi thkibo pare xai2 xmoiat😓

  • @Jalladuddin
    @Jalladuddin 3 года назад +5

    Student a porhat a jur dibo lage....

  • @globalvillage6416
    @globalvillage6416 3 года назад

    Manuhjoni hosakoi e huhikhitha. Baideu apunak 🙏🙏🙏

  • @ranjoyadi5824
    @ranjoyadi5824 3 года назад

    Hosai bhot laz paisu ...student union ja ankua hobo nlaga...

  • @krishnagogoi1657
    @krishnagogoi1657 3 года назад

    আপোনাৰ গাত দুখ নাই বুলি ভাবো বাইদেউ |

  • @tanmaysarmaunique5344
    @tanmaysarmaunique5344 3 года назад +3

    Donation lobo nalage .

  • @nooblifenooblifegaming2194
    @nooblifenooblifegaming2194 3 года назад

    We r srry for u ma'am.....

  • @Danirojasfc6
    @Danirojasfc6 3 года назад +1

    Action should be taken against them cause these people are going to repeat these kinds of things again, in simple words they don't have any interest in studies the college is just a hangout place for these kids, they are not coming here to study but to create disasters and disturbance to they society they are worthless to the society . Today it was you tomorrow it will be someone else strict action should be taken if you forgive them tomorrow people will point fingers to you

  • @trishnakonwar4347
    @trishnakonwar4347 3 года назад

    Baideo lgt ami asuu ....apuni dukh nkribo ......jikeijpn student apunk anekuaa korise heikeijon adin odhopoton jbo.....

  • @n.musiccompany9670
    @n.musiccompany9670 3 года назад +7

    কি কও ভাষা নাই

  • @golokkaman4923
    @golokkaman4923 3 года назад

    soó sad .........
    expressless

  • @sandeepbhattacharjee6913
    @sandeepbhattacharjee6913 3 года назад +4

    Chi Chi chi chi chi on the face such students. And I m anxious to know where is our student union bodies??

  • @Deep_Choudhury
    @Deep_Choudhury 3 года назад +6

    Bohut beya lagil dei, anekua hbo nalagisil, koli jugot aru ki ki hbo, Baideu aapuni Mohan 🙏🙏🙏

  • @hunchenggogoi7657
    @hunchenggogoi7657 3 года назад

    Baideu apuni dukh nokoribo.

  • @dodosdailyvlogs803
    @dodosdailyvlogs803 3 года назад

    Etiya school buror syllabus ethics discipline respect uporot subject compulsory koribo lage...nohole jenekuwa koli KAL ahise guru buli eku Shraddha nathakibo

  • @sumisaloi1725
    @sumisaloi1725 3 года назад

    Moi njno ki topic bt ata kotha kao teacherk opoman kora student ketiao vl hobo nuare..bhutei dukh lgise..

  • @himadrichetia3004
    @himadrichetia3004 3 года назад

    Aibur student aku success hobo nuare lift

  • @kidslife3180
    @kidslife3180 3 года назад

    Baidew aponi dukh nokoribo...

  • @tdsomespecial3389
    @tdsomespecial3389 3 года назад

    student keitak jonmo diya keita ako akojon pokhu ghort val k asoron hikabo nowarile...

  • @pareshneog6190
    @pareshneog6190 3 года назад +1

    কুকুৰ‌‌ কেইতাৰ অভব্য আচৰণ ক্ষুন্ন হৈছো ,

  • @travellerajs9929
    @travellerajs9929 3 года назад

    Teacher k insult kratu ajikali student r fashion hoise.....kintu tene student pisot goru sur,sagoli sur,atm sur,gari sur eibur hoi jail r vat khai....apunak apoman kra keijana ru oti hunkale bipad haok.....

  • @Arhi363
    @Arhi363 3 года назад

    ai bur students e kibonot aku koribo nuare ....

  • @surajitchoudhurymisakhabar9123
    @surajitchoudhurymisakhabar9123 3 года назад

    Police case hobo lage , The students should be behind the Bar .

  • @pradipsaikia2127
    @pradipsaikia2127 3 года назад

    Student kaitar future kanekua hbo mur sokur agot bhahi ahise