Sunil Gogoi Exclusive | সুনীল গগৈৰ পত্নীৰ বিস্ফোৰক মন্তব্য ‘সুনীল গগৈক লুকুৱাই ৰখা হৈছে’ N18V

Поделиться
HTML-код
  • Опубликовано: 2 янв 2025

Комментарии • 180

  • @parikhitgoswami4620
    @parikhitgoswami4620 6 месяцев назад +25

    পৰিয়ালটোৰ মানু্হকেইজনক অলপ শান্তি দিয়ক , যদি সচাকৈয়ে সুনিল গগৈৰ মৃত্যু হৈছে তেতিয়াহলে মহিলাগৰাকীয়ে নিজৰ স্বামী আৰু লৰাজনে নিজৰ পিতৃক হেৰুৱাইছে । কিমান বিষাদৰ কথা ।। অলপমান নিজৰ গাত চিকুতি চাই উপলব্ধি কৰক ; এই ঘটনাটোৰ সমান্তৰালভাৱে ডিব্ৰুগড় জেইলত ৰহস্যজনকভাৱে এজন ব্যক্তি মৃত্যু হ'ল। সেই ঘটনাটো ৰহস্য উদ্ঘাটন কৰক ; নতুবা জোনমনি ঘটনাটোৰ ৰহস্য ফাদিল কৰি মাক গৰাকীক ন্যায় দিয়াৰ চেষ্টা কৰক ...

  • @rinkushivam8759
    @rinkushivam8759 6 месяцев назад +66

    Tumi সাংবাদিক হৈ পুলিচৰ দৰে এনেকৈ
    প্ৰশ্ন কৰা উচিত হোৱা নাই
    তুমি জেলৰ ভাত খাৱ লাগিৱ যেন পাও

  • @pubaligogoi2351
    @pubaligogoi2351 6 месяцев назад +79

    তুমি সাংবাদিক নে পুলিচ, তুমিহে মানসিক হাৰাহাস্তি দিয়াৰ বাবে জেললৈ যাব লাগিব পাৰে

  • @vidyawatibora
    @vidyawatibora 6 месяцев назад +33

    সাঙবাদিক হ'ল বুলি গাড়ী চলাই থাকিলেও চালক ক কথা সুধিব পাৰে নে

  • @Rekhasvlog1515
    @Rekhasvlog1515 6 месяцев назад +8

    জোনমণি কেনেকৈ মৃত্যু হৈছিল😢এই সাংবাদিক জনে পুলিচক যদি এনেকৈ প্ৰশ্ন কৰিল হয়।😢 আজি জোনমণি মাকে ন্যায় পালে হয় 😢😢

  • @binoykalita7597
    @binoykalita7597 6 месяцев назад +10

    এই পৰিয়ালটোৰ ওপৰত অতি অনুসন্ধান কৰাৰ বিপৰীতে জয়ন্ত গোস্বামীক তদন্ত আওতালৈ ননাৰ ৰহস্য কি? এই সকলোবোৰ জনসাধাৰণে লক্ষ্য কৰি আছে। আইন কাৰোৱেই পৈত্ৰিক সম্পত্তি হব নোৱাৰে।

  • @pankaj88440
    @pankaj88440 6 месяцев назад +10

    প্লিজ, মানুহজনীক অযথা অশান্তি নিদিবচোন ! গাড়ী চলাই থাকোতেও লৰাটোক নেৰিলে !! আইন আদালত আছেটো !!

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 6 месяцев назад +19

    মানু্হ গৰাকীক অলপ শান্তিত থাকিবলৈ দিয়ক। ইমান জেৰা কিয়। এই কথাবোৰ আমি আগতেই শুনিলো আকৌ কিয় একেবোৰ কথা। Drive কৰোঁতে কিয় সুধিছে।

  • @gopaldutta4115
    @gopaldutta4115 6 месяцев назад +22

    সাংবাদিক জনৰ মূৰৰ বিকৃতি ঘটিছে।

  • @anjanborah-5069
    @anjanborah-5069 6 месяцев назад +28

    এনেই নেটপেক খৰছ কৰি এই পাগল বিলাকক চাই থাকিব লগা হৈছে 😂 । এইজনক NEET পৰীক্ষা কেলেংকাৰীৰ তদন্তৰ ভাৰ দিয়া হওঁক । ( বিষয় টো বা শুনিছে নে নাই 😢😢)

  • @jayantachetia4488
    @jayantachetia4488 6 месяцев назад +16

    পৰীয়াল তোক কি‌য় ইমান তৰঢা কৰা হৈছে সুনিল গগৈ জীয়াই আছে যদি বিছাৰি উলিয়াক কেনে মানৱতা কিমান দুখত আছে ভাবি চাওক পাগল কৰিব নেকি পৰি‌য়ালটৃক

  • @anjanborah-5069
    @anjanborah-5069 6 месяцев назад +20

    এই সাংবাদিক জন যোৱা প্ৰায় ২০ দিন মান চাগৈ ঘৰমুৱা হোৱাই নাই নেকি ? পুলিৎজাৰ বঁটাৰ বাবে যোগ্যতা অৰ্জন কৰা বুলি বিবেচনা কৰা হওঁক 🎉🎉

    • @kabitamoran6158
      @kabitamoran6158 6 месяцев назад

      ​@tirthajyotigogoi9942😂😂😂😂😂😂😂😂

    • @kabitamoran6158
      @kabitamoran6158 6 месяцев назад

      ​@tirthajyotigogoi9942সাংঘাটিক মজা

    • @kabitamoran6158
      @kabitamoran6158 6 месяцев назад +4

      😂😂😂😂😂😂😂😂

    • @nityanandadoley-mg7xq
      @nityanandadoley-mg7xq 6 месяцев назад +2

      গা ও ধূৱা নাই চাগে সাংবাদিক জনে। লগে ৰ হ ও।😊😊😊

  • @ridulraj5043
    @ridulraj5043 6 месяцев назад +5

    Driving কৰি থকাৰ সময়ত কিয় প্ৰশ্ন সুধিবলগীয়া হল। আপুনি এটা অ বিবেচক কাম কৰিছে।

  • @h1239640
    @h1239640 6 месяцев назад +38

    পাগল নেকি সাংবাদিক জন , কেলা গাড়ী চাওঁতে ও প্ৰশ্ন,,,, ইয়াৰ ওপৰত গোচৰ দিব লাগে।। শিয়াল

  • @Akashmika_123
    @Akashmika_123 6 месяцев назад +5

    আপুনি কেনেধৰণৰ সাংবাদিক ..... সেই লৰা জনে গাড়ী খন চলাই আছে আৰু সেই লৰা জনক আপুনি কথা সুধি আছে । কৰবাত ৰৈ দুইজনৰ লগত কথা পাতক

  • @pubaligogoi2351
    @pubaligogoi2351 6 месяцев назад +28

    সাংবাদিকে কিয় ভুতৰ ওপৰত দানহ পৰিছে

  • @rinkushivam8759
    @rinkushivam8759 6 месяцев назад +17

    ধেৎ তুমি সাংবাদিকতা বাদ দিয়া
    গাড়ী চলাই থাকোতে এই পগলা টোৰ কৰ পৰা ওলালহি
    নাজানে জ্ঞানৰ অভাৱ

  • @runjunborah7600
    @runjunborah7600 6 месяцев назад +15

    সাঙবাদিক জনে কিয় ইমান জেৰা কৰিছে। ল'ৰা টোৱে গাড়ী চলাই থাকোতে কিয় আমনি কৰিছে।

    • @hkb1104
      @hkb1104 6 месяцев назад +5

      সৰু ল’ৰা , গাড়ী চলাই থাকোঁতে এনেকৈ প্ৰশ্ন সুধি থকা এই বদমাছটোক চৰকাৰে গ্ৰেপ্তাৰ নকৰে কিয় ?

    • @ৰিজুমণীচেতিয়া
      @ৰিজুমণীচেতিয়া 6 месяцев назад

      হয়, সৰু ল'ৰা টোক আৰু কিমান পাহাৰ পৰ্বতৰ দৰে বোজা জাপি দিব তাৰ মূৰৰ ওপৰত কওঁকচোন ।

  • @ManjuNiranath
    @ManjuNiranath 6 месяцев назад +1

    সাংবাদিক জনৰ মগজুত মাল নাই নেকি?

  • @pubaligogoi2351
    @pubaligogoi2351 6 месяцев назад +24

    সাংবাদিকজনহে পগলা হ'ল যেন লাগিছে

    • @imoff-sv4jw
      @imoff-sv4jw 6 месяцев назад

      Moro tene lagise 😂😂

    • @hkb1104
      @hkb1104 6 месяцев назад +3

      এইটো পগলাই ৷

  • @entertainmentandexercies415
    @entertainmentandexercies415 6 месяцев назад +1

    ৰাজপথত ড্রাইভাৰ চিটত বহা এজন কম বয়সীয়া উঠি অহা ল'ৰা এজনক এনেকৈ চুঙাটো মুখৰ আগত পাতি দিয়াৰ ফলত যদি আকস্মিক ভাৱে বিপৰীত দিশৰ পৰা অহা ব্যক্তি বা জীৱৰ অঘটন ঘটে দায়ী কোন হ'ব? এইজনৰ উপৰত তদন্ত হ'ব লাগে যান বাহন আৰক্ষীয়ে দেখা নাই নিকি এইবোৰ?

  • @rafikulali4396
    @rafikulali4396 6 месяцев назад +1

    ইমান জনপ্ৰিয়তা,,
    এজনি celebrity হে,বোপাই পিতৃ হাৰা স্বামী হেৰুৱা মাইকী লগত
    চলন্ত গাড়ীত interview,,,
    আচৰিত,,,,কিবা ১৯৮০ চনৰ অসমীয়া ছবিৰ দৃশ্য হে উপভোগ কৰি আছো,,,
    এইয়া সাংবাদিক জনে মাইকী জনিক প্ৰশ্ন বোৰ যি সুধিলে মানসিক চাপ দিয়া নাই জানো

  • @sanatankalita5214
    @sanatankalita5214 6 месяцев назад +4

    গাড়ী চলাই থকা সময়ত এনেকুৱা কথা নপতাই ভাল বুলিঅনুভৱ কৰো

  • @gajendranathsaloi5362
    @gajendranathsaloi5362 6 месяцев назад +9

    সাংবাদিক বোৰ পুলিচত তকৈও ওপৰত যেন পাও।

  • @AnantaDasDas-lb2zl
    @AnantaDasDas-lb2zl 6 месяцев назад +4

    অই সুদুৰ্ভাই হত মৰাকে কিয় মাৰি আছ পলাই জুৱা জাহাঙ্গীৰ কথা কবলৈ মামাই মানা কৰিছে নেকি নে বিক্ৰী গলি

  • @babulbora8228
    @babulbora8228 6 месяцев назад +8

    আৰক্ষীৰ নিমিলা অংক,কোনোবা তৃতীয় সক্তিহে জড়িত আছে যেন অনুভৱ হয়।

  • @saddikurrahman7617
    @saddikurrahman7617 6 месяцев назад +3

    সাংবাদিকতাৰ অধিকাৰ এইজনে হেৰুৱাইছে নেকি গাড়ী চলাই আছে তাতেই আকৌ ড্ৰাইভাৰ লগত কথা পাতি আছে, পাগল হয় এইজন 🤬😡🙄

  • @mukutborah4081
    @mukutborah4081 6 месяцев назад +6

    মানুহ গৰাকী মুখত একো দুখ নাই, এই গৰাকী জেল যোৱা খাটাং।

    • @pankaj88440
      @pankaj88440 6 месяцев назад

      Judgement.. হাঁহিহে উঠে ।

  • @SanjibGogoi-t9f
    @SanjibGogoi-t9f 6 месяцев назад +2

    আপোনালোকে মানুহগৰাকীক মানসিকভাবে হাৰাশাস্তি কৰা বন্ধ কৰক।

  • @lota340
    @lota340 6 месяцев назад +2

    পাগল সাংবাদিক।ইমান হাৰা শাস্তি। গাড়ী চলায় যোৱা ল'ৰা টোকো এৰা নাই।

  • @jitendrarabha4660
    @jitendrarabha4660 6 месяцев назад +5

    ধুই ------ ,তদন্ত কৰিব লাগে আৰক্ষীয়ে,তদন্ত কৰি আছে সাংবাদিকসকলেহে৷সাংবাদিকসকলে এনেদৰে বাৰে বাৰে হাৰাশাস্তি কৰি থকাটো কোনোৱেই কামনা কৰা নাই৷৷

  • @jagatgogoi3281
    @jagatgogoi3281 6 месяцев назад +3

    বাৰে বাৰে একেখিনি কথাকে সুধি আছে , সাংবাদিকজনৰ আৰু কাম নাই নেকি।

  • @DibyajyotiBaruah-lz2mm
    @DibyajyotiBaruah-lz2mm 6 месяцев назад +12

    গোটেই কমেণ্ট বোৰ মাত্ৰ সাংবাদিক জনৰ বিৰুদ্ধে ৷

  • @bijoyagogoi6248
    @bijoyagogoi6248 6 месяцев назад +4

    এইবোৰ কি দেখিছো।এইবোৰৰ কাম নাই।মানৱতাহীন ব্যক্তি।

  • @পুৰু
    @পুৰু 6 месяцев назад +2

    মেডিয়া সকল পুলিচ আৰু পুলিচ কৰ্মী সকল ক মেদিয়া বনাই দিব হল আৰু

  • @ujjalkonwar2859
    @ujjalkonwar2859 6 месяцев назад +7

    কাম নাই এই সাংবাদিক বিলাকৰ । ঘণ্টাই ঘণ্টাই চুনিল গগৈ জাহাঙ্গিৰ জাহাঙ্গিৰ । বৰ ডাঙৰ ৰহস্য

  • @rontusonowal9704
    @rontusonowal9704 6 месяцев назад +2

    মাইকী লুভিয়া এই জন সাংবাদিক।

  • @madanchandrakarjee2283
    @madanchandrakarjee2283 6 месяцев назад +1

    এই সাংবাদিক জনেও এনেকুৱা সমস্যা পাব ।

  • @lalitadeka7406
    @lalitadeka7406 6 месяцев назад +4

    এই প্ৰাণী 2 কৰ পৰা টপকিল গাড়ী ভিতৰত 😂😅

  • @অসমীয়াবনৌষধ-ল৫ছ
    @অসমীয়াবনৌষধ-ল৫ছ 6 месяцев назад +1

    আপোনালোকৰ মানবিয়তাকনো নাইকীয়া নেকি? কিয় অদৰকাৰী কথা বিলাক সুধি আছে। 😂😂😂

  • @anjaligogoikonwar9024
    @anjaligogoikonwar9024 6 месяцев назад +4

    সাংবাদিকৰ নামত ভেনামাখিৰ দৰে মানুহ জনীক কিয় মানসিক অত্যাচাৰ কৰি আছ

  • @abhijitlikson8734
    @abhijitlikson8734 6 месяцев назад +1

    এই সাংবাদিক টোৰ মুখ খন বেয়া, D N A report অহা দিনা দেখিছোঁ ক্ৰাইম ব্ৰাঞ্চ ৰ মানুহ যেন তেওঁক হে লগা হৈছে । অনৰ্থক প্ৰশ্ন সুধি মানসিক ৰোগী বনাব এইজনে।

  • @prabitachutia448
    @prabitachutia448 6 месяцев назад +4

    সাংবাদিক জনৰ ওপৰত সন্দেহ আছে , সাধাৰণ জ্ঞান খিনিও নাই যেন লাগিছে

  • @DhanDeka-n5y
    @DhanDeka-n5y 6 месяцев назад +4

    জোনে ভাবুকী দীচীল তাক জেৰা কৰকনা

  • @mrigakhiboruah7271
    @mrigakhiboruah7271 6 месяцев назад +8

    মানসিক পেচাৰ দিছে

  • @rupjyotiborah1209
    @rupjyotiborah1209 6 месяцев назад +7

    সাংবাদিকে পাগল কৰিব এতিয়া

  • @CRPF41
    @CRPF41 6 месяцев назад +1

    Ai reporta2 dekhi amoni lagise ru dei

  • @manojbaruah6208
    @manojbaruah6208 6 месяцев назад +4

    সাংবাদিক জনককেলাকানতলীয়াচৰমাৰঅসভক

  • @JitenSaikia-jw9fg
    @JitenSaikia-jw9fg 6 месяцев назад +7

    গেলা গৰো পালেই হ'ল

  • @KalpanaDuttaKakoty.
    @KalpanaDuttaKakoty. 6 месяцев назад

    গাড়ী‌ চলাই যাওঁতে এনেকৈ প্ৰশ্ন সোধা জানো ভাল কথা হৈছে? মানসিক চাপ পৰি যদি নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।🎉

  • @harenbaruah430
    @harenbaruah430 6 месяцев назад +3

    এই সাংবাদিক জনৰ মূৰত ঘিউঁ নাই নেকি।কি বাল প্ৰশ্ন কৰি আছে
    তেওঁ সাংবাদিক নে পুলিচ বিষয়া। মই হোৱা হ'লে চৰিয়াই দিলোহেতেন।

  • @rajdeepgogoi8194
    @rajdeepgogoi8194 6 месяцев назад +6

    Manuh gorakik kio eman jara korisa

  • @baishwajitbordoloi6240
    @baishwajitbordoloi6240 6 месяцев назад +1

    জুনমনি ৰাভাদৰে হবনিকি চাগে ঘড়মানোবিলাকক মিচাকে জিতি হোধি কিলাভ নিওচ বিলাকৰ কামনাই আৰু

  • @abdulkhalequemondal9591
    @abdulkhalequemondal9591 6 месяцев назад +2

    Accident hole kone daiee hobo, gari cholaote je prosno kore ?

  • @ranjugogoi4117
    @ranjugogoi4117 6 месяцев назад

    জল জীৱন মিচনৰ কেলেংকাৰি ধাকিবৰ বাবে বাৰে বাৰে আকেবোৰ কথাকে সুধপুচ কাঢ়ি হৰহস্তি কৰী থকা হৈছে ।

  • @sahabuddinahmed-mp3hu
    @sahabuddinahmed-mp3hu 6 месяцев назад +1

    VVIP মানুহৰ নিচিনা গাৰিৰ ভিতৰত বহি গৈ গৈ নিউজ দেখাই কি বুজাব বিচাৰিছে

  • @GimaDohotia
    @GimaDohotia 6 месяцев назад +1

    Gari pora nmai de bai

  • @KalpanaDuttaKakoty.
    @KalpanaDuttaKakoty. 6 месяцев назад

    গাড়ী‌ চলাই যাওঁতে এনেকৈ প্ৰশ্ন সোধা জানো ভাল কথা হৈছে? মানসিক চাপ পৰি যদি নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।

  • @SubashSharma-tl8xq
    @SubashSharma-tl8xq 5 месяцев назад

    Are you policewala ya reporter?

  • @basantahira8645
    @basantahira8645 6 месяцев назад +2

    অই ফাগলা
    গাড়ী চলাই আছে
    কিবা এটা ঘটনা যদি ঘটা হয়?
    অই ফাগলা
    তুমি ফুলিছ নেকি?

  • @kakoligayan2065
    @kakoligayan2065 6 месяцев назад

    সত্য কেতিয়াও লুকাই নাথাকে অপৰাধি হলে ভোগ কৰিব লাগিব

  • @prasantasaikia6881
    @prasantasaikia6881 6 месяцев назад

    Reporter bure investigation officer nisinake rule play nokorile bhal lage.

  • @gamesoffreefireindia7622
    @gamesoffreefireindia7622 6 месяцев назад

    এইৰ কথা লেহেমীয়াই লেহেমীয়াই কৈছে ছাঁ ক'ত অভিনয় এতিয়া কথাষাৰ এনেকুৱা হল দিনত হলে মাহী পেহী ৰাতি হলে আউদেহী 😅😅😅😅😅😅😅😅😅

  • @KeshabChutia-f6l
    @KeshabChutia-f6l 6 месяцев назад +5

    Eai 2 eata bodmas hoy

    • @TridipDoley-ro3rr
      @TridipDoley-ro3rr 6 месяцев назад +1

      Kiyo iman beyake koisa..enquiry hobo diyok na..napay !

  • @RanjitDeka-b9i
    @RanjitDeka-b9i 6 месяцев назад

    ডিএনএ টেষ্টৰ পিছত চিন্ন মূৰক লৈ ইমা ন উদ্গীৱ কিয় পুলিচ প্রশাসন ? এইটো বহুত ডাঙৰ পৰিকল্পনা যেন অনুভৱ হয় আৰু ভীতি প্ৰদৰ্শন কৰিবলৈ এয়া এক ডাঙৰ পৰিকল্পিত ষৰযন্ত্ৰ যেন লাগে | চৰকাৰৰ ঘোচখোৰ বিষয়াক নিৰাপ ত্তা দিয়াব পৰিকল্পনা হব পাৰে ! APSCৰ ওদন্তৰ গতি বিধিয়েও এনেবোৰ সন্দেহকে গাঢ় কৰে |

  • @jugalpurnarayanpur430
    @jugalpurnarayanpur430 6 месяцев назад

    টকাৰ কাৰণেই মানুহে, মানুহক অত্যাচাৰ,,

  • @dipakgogoi2388
    @dipakgogoi2388 6 месяцев назад

    এই জনী, সতী জয়মতী কৈ চৰা !

  • @smritichetia7497
    @smritichetia7497 6 месяцев назад

    Nyai দিয়াতকৈ হৰাহস্তি কৰি ভাল পোৱা এখন সমাজ ,

  • @prasantasaikia6881
    @prasantasaikia6881 6 месяцев назад

    TRP lage karone moza loisa?

  • @jomeruddin1602
    @jomeruddin1602 6 месяцев назад

    Rohoshya shesh nohoy aru. Jonmoni rabhar nichina hobo

  • @dhunbora8815
    @dhunbora8815 6 месяцев назад

    Ji ki nohok manuh jni vl lagise mr

  • @prasantasaikia6881
    @prasantasaikia6881 6 месяцев назад

    Reporter tur educational qualification kiman bary?

  • @bitupanphukan9139
    @bitupanphukan9139 6 месяцев назад +4

    Hangbadik jon sinaki dore hol aru ghrr mnuhr dre

  • @tapandas2831
    @tapandas2831 6 месяцев назад

    don't disturb her

  • @PhukanBasumatary-do4qm
    @PhukanBasumatary-do4qm 6 месяцев назад +2

    Polise jen ey sangbadikok jera sola Bo dise...

  • @MaaServiceOilDepot
    @MaaServiceOilDepot 6 месяцев назад

    13:21 13

  • @JayantaRabha-gx9ll
    @JayantaRabha-gx9ll 6 месяцев назад +1

    Aibar reporter jn garite uthi aril

  • @prodipbonia4182
    @prodipbonia4182 3 дня назад

    জয়ন্ত গোস্বামী কত গল

  • @OlapHahi
    @OlapHahi 6 месяцев назад

    Good 👍👍👍👍😂😂😂😂

  • @tridibbaruah1494
    @tridibbaruah1494 6 месяцев назад

    Motive is clear, suspect prime jayanta gsaimi,then why police not questioning,instead fishing in the pond

  • @ashokdas6426
    @ashokdas6426 6 месяцев назад

    Journalist bilak nije police, nije judge hoy. Aibilak ki. Blackmailing kori toka ghota journalist bilakok alap sepibo laage

  • @ranjitborah1106
    @ranjitborah1106 6 месяцев назад

    সংবাদিক বাঃ বাঃ

  • @nilimakalita7018
    @nilimakalita7018 6 месяцев назад +1

    Bare bare jera karato police' r kartyaba kinto midiya r hahanobhutir bahut prayojan,row barali haraki jai pothi khalihana fasi jai , disturb di neya napaba kowato akkebare comman katha

  • @A2Zby-cd5qc
    @A2Zby-cd5qc 6 месяцев назад

    রাতি 2টার পিছত জেরা করিলে 😢উলাই জাব 😮

  • @minakshisaikia2672
    @minakshisaikia2672 6 месяцев назад

    Aitu kotha manuhgarakie janilenu emman tadantai koriboe nalagil hoi ki j hudhi ase... Ainonai

  • @ponkajray5913
    @ponkajray5913 5 месяцев назад

    সাংবাদিক তোয় মানুহ নহয়া

  • @bokulda3191
    @bokulda3191 6 месяцев назад

    Aegorakik Lakhimpur Thanat Ani Jerra Koribo Lagay.

  • @gamesoffreefireindia7622
    @gamesoffreefireindia7622 6 месяцев назад

    হা হা হা হা কি অভিনয় তাইৰ কিমান অভিনয় কৰিব পাৰে😅😅😅😅😅😅😅

  • @a.b.7630
    @a.b.7630 6 месяцев назад

    Mur najanu kio enekua lagise jahangirei marile niki sunil gogoi k... But forensic report t jodi Jahangir r nam nathakil heten tetia confirm hobo pora gol heten..

  • @stockmarkettraders304
    @stockmarkettraders304 6 месяцев назад

    Acting val korise...

  • @Aspirants-v3e
    @Aspirants-v3e 6 месяцев назад

    সাংঘাটিক আৰু দেই এইজন

  • @KhirudGogoi-h4z
    @KhirudGogoi-h4z 6 месяцев назад

    তহঁতে মিচা মিচিকৈ কিয় মানসিক টচাৰ চলাছ?

  • @kushaldoley4590
    @kushaldoley4590 6 месяцев назад

    Valor eku rohosso nohoy.Natok

  • @runukonwar8328
    @runukonwar8328 6 месяцев назад

    Parial tik kiy xati dise ❤ake bor kathake chubi 2 manush garakik axanti karise 😂val laga nai 😮😮

  • @RashidaKhatun-vi1wu
    @RashidaKhatun-vi1wu 6 месяцев назад

    সাংবাদিক বোৰ ভাত পানী টোপনি এৰি দিলে নেকি

  • @profullagogoi8623
    @profullagogoi8623 6 месяцев назад

    তোমালোকে বাতৰি ৰ নামত মাক পুতেক ক বেচি মানসিক কষ্ট দিয়া নাইনে?

  • @rabotygogoi4546
    @rabotygogoi4546 6 месяцев назад

    সাংবাদক জন পাগল যেনে লাগিছে

  • @drtsi
    @drtsi 6 месяцев назад

    Madam.... Apunar opoot doubt ase.... your mind is coo and you are good dramatist....

  • @shekharrajbongshi6929
    @shekharrajbongshi6929 6 месяцев назад

    Hi Lebel intravew😂
    😢

  • @OlapHahi
    @OlapHahi 6 месяцев назад

    Jo d ga beya buli gm paiso tenehole jiyo ktha pati aso