Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
এনে ধৰণৰ গীতৰ স্মৃতি আজিও মোৰ মনত ভাহি থাকে। সেইবাবে চাৰ্জ কৰি শুনি কমেন্ট কৰিলো। মোৰ বৰ ভাল লাগিছিল সেই সময়ত তথা আজিও। সঞ্জীৱ দাস (বাবা) টেঙানী নাহৰখনা গাঁও গোলাঘাট জিলাৰ।
Aibur geet mur smriti
Horutei hunisilu.... bohut bohut val lage....
ভাল লাগিল হৰি নাম টো শুনি
😍😍😍😍😍😍😍😍😍😍
খুব ভাল লাগিল শুনি গীতটি ।। এনেও অনুপম দা মোৰ প্ৰিয়।। পাৰিলে অনুপম দাৰ পুৰণি বিহু বিলাক দিব চোন ।। 2000 চনৰ তলৰ গীত বিলাক
Krishna
Hundor
👍👍👍
এটা কথা নকৈ নোৱাৰিছো .... আপোনালোকে আগবঢ়োৱা দিহানাম/ হৰিনাম আদিৰ মাদকতাই সুকীয়া।।।
দাদা বীণ বৈৰাগী ছবিখন আপলোড কৰিব নেকি nk প্ৰডাকচনে আপলোডকৰিছে কিন্তু প্ৰথম ডিছ টো ভাল নহয় ,,, পাৰে যদি প্লীজ আপলোড দিবচোন 🙏🙏🙏
বন্ধু মই অকল সোণ প্ৰডাকচনৰ গীত সমূহে আপলোড কৰিব পাৰিম। বেলেগৰ গীত বা ভিডিঅ আপলোড কৰিবলৈ নোৱাৰিম। ক্ষমা কৰিবা।
Porokhuramor aase jdi bibo sun
Porokhuraam r geet etia loike bisari puwa nai... Pale nissoi dim... Kintu moi jonaat Soan Productions r cassette t Porokhuramor geet naai sage