"চামগুৰিত নিৰ্বাচনৰ পূৰ্বে বেলেগ দল জিকে, ভোটগণনাৰ পাছত জয়যুক্ত হয় কংগ্ৰেছে।

Поделиться
HTML-код
  • Опубликовано: 26 сен 2024
  • "চামগুৰিত নিৰ্বাচনৰ পূৰ্বে বেলেগ দল জিকে, ভোটগণনাৰ পাছত জয়যুক্ত হয় কংগ্ৰেছে। মোৰ ল'ৰাই NSUI কৰি ঘুৰি ফুৰিছে, ৰাইজে চামগুৰিৰ টিকট দিব বিচাৰিলে কেনেকৈ পৰিয়াল কেন্দ্ৰীক ৰাজনীতি হ'ব?"- ৰকিবুল হুছেইন।
    Ishan News
    ishannews.com/
    Ishan news, facebook page
    / newsishan
    Ishan news twitter account
    / newsishan
    Ishan News Instagram
    / newsishan
    Ishan News Koo
    www.kooapp.com...

Комментарии • 21

  • @RajuAli-j8e
    @RajuAli-j8e 2 месяца назад +1

    ৰকিবুলহ হুছেইন আপুনি সদাই জয় ১০০+১১০

  • @Rahul-e2x7z
    @Rahul-e2x7z 3 месяца назад +1

    ৰকিবুল হুছেইন দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ

  • @FuczHsc
    @FuczHsc 3 месяца назад

    Good

  • @entertainmentandexercies415
    @entertainmentandexercies415 3 месяца назад +3

    বিৰোধীৰ চৰকাৰ বিচাৰো কিন্তু পৰিয়ালকেন্দ্রিক হ'লে ভোট দিয়াত নাই।কাৰণ বাকী মানুহ আছে নহয়।আগৰ দিনত যিদৰে ৰজাই শাসন কৰিছিল তাৰ পাছত পুতেকে তাৰ পাছত পুতেকৰ পুতেকে ঠিক তেনেকৈ ৰাজনীতি কৰা এচামে নিজকে ৰজা বুলি ভাৱি লয়।সেইবাবেই ফফৌ ফৌ হৈ থাকে।

  • @HamimLaskar-re5uf
    @HamimLaskar-re5uf 3 месяца назад

    Right

  • @pramoddeka8984
    @pramoddeka8984 3 месяца назад +2

    তোৰ এৰিয়াৰ মানুহ তই help নকৰা কিয়। কিয় অসম চৰকাৰক খাতিৰ কৰিব লাগে। চৰকাৰে যদি দিবই লাগে তই থাকি কি লাভ।

    • @Catsviralz
      @Catsviralz 3 месяца назад +1

      Sarkar khn ki tur baperor niki

  • @amitavsarma454
    @amitavsarma454 3 месяца назад +1

    ইমান বছৰে সমস্তিত কি কৰি আছিল?

  • @bablu3967
    @bablu3967 3 месяца назад

    Rockybul Hussain Zindabad

  • @wasimakram974
    @wasimakram974 3 месяца назад +1

    Apuni thik kori diok rasta bilak koi tha ki le problem solve nohoi

  • @Anilbora-d8e
    @Anilbora-d8e 3 месяца назад +1

    Goru Sur ne khorgo Sur.😅😅😅

  • @BabulAli-tk1ly
    @BabulAli-tk1ly 2 месяца назад

    এই কথাবিলাক আপুনি সাংসদত উপস্থাপন কৰিব বুলি আশা কৰিলো

  • @rijukalita5635
    @rijukalita5635 3 месяца назад +1

    Rhino keaita vale ase etia

  • @surathbarman9588
    @surathbarman9588 3 месяца назад

    আপুনি ধুবুরিত যাওক

  • @ElikahMili
    @ElikahMili 3 месяца назад +1

    Majulit Karen bil bohut aese sar

  • @nawanitapator3572
    @nawanitapator3572 3 месяца назад

    Samgurit Apunar lorak ticket nidi beleg ajonak diyak tetiya bujim Apunar dall Pariyal bad nohoy..

  • @TilokBisay
    @TilokBisay 3 месяца назад

    Good

  • @arupbora2442
    @arupbora2442 3 месяца назад

    Dada apunr pnda bilk bdmas

  • @dulalkhanikar9853
    @dulalkhanikar9853 3 месяца назад +1

    Good