Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
❤❤❤❤❤champak mama bor hundor obvinoy bhagabane vale rakhok apunak
Bohut dhaynyabad dada . bohut vl lagile...❣️❤️❤️❤️🔥🔥🔥🔥
Xosakoi bahut Val Lage aponar natok, avinay, agoloi jte anekoi dekhiboloi pau
বহু দুখ লাগিল মানু্হ হছাই এনেকুৱা ।
বহুতদিনৰ অপেক্ষাৰ পিছত এইমাত্ৰ চাই শেষ কৰিছোঁ। সঁচাকৈয়ে শেষৰ দৃশ্যটোৱে কন্দুৱালে ।আকৌ এবাৰ অনুভৱ কৰিছো " মানুহে মানুহৰ.....কোনেনো কোৱা" । খুবেই ভাল লাগিল চম্পকদা ..আপোনাৰ চৰিত্ৰটি সূত্ৰধাৰ যদিও কেন্দ্ৰ বিন্দু আপুনিয়েই । ভ্ৰাম্যমাণৰ বাঘৰ বলিষ্ঠ কণ্ঠ । পুনৰ এখন নাটকৰ অপেক্ষাৰে আপোনালৈ ধন্যবাদ আৰু বহুত শুভকামনা চম্পকদা । ভালে থাকক আপুনি...
দাদা যোগেছ দাদা মই আপোনাক বহুত ভাল পাও আপোনাৰ অভিনয় বহুত সৰুৰে পৰা জনাইছো মই আপোনাৰ ঘৰৰ ওচৰৰে।।।
চম্পক ছাৰ আপোনাক আন্তাৰিক শুভেচ্ছা জনালোঁ 🙏আপোনাৰ বলিষ্ঠ অভিনয়ে আমাৰ বহুত ভাল লাগে 🙏 আৰু আপোনাক গহপুৰ হাৱাজান পৰা মৰম যাচিলো 🙏 আজি আপোনাৰ দ্বিতীয় নিশা নাটক আছে হাৱাজান আপুনি লিখা নাটক মহাশ্বাশান নাটক চাবলৈ আগ্ৰহী হৈ আছোঁ🥰😘
নৰসিংস নাটকখন চাবলৈ বহুত আগ্ৰহেৰে বাট চাই আছোঁ।সেই নাটক খন আপলড কৰিবচোন।🙏আপোনাৰ প্ৰতিখন নাটকেই মোৰ বৰ প্ৰিয় ❤️🥀
Dada apunar natok sai bohut val lage.
সচাকৈ চম্পক দাৰ. নাটক চাই সুবে ভাল
ভাল লাগিল চাই।
সচাকৈ বহুত ভাল লাগিল নাটকসন চাই দাদা।
সচাকৈ বহুত ভাল লাগিল নাতক খন চাই ॥
আৰু নাট পাম বুলি আশা থাকিল।। 🙏 🙏বৰদেউতা ❤️🙏❤️
May God bless you and your family and friends 🙏🙏🙏Best And Beautiful ❤️❤️❤️
দাদা ধুনীয়া নাটক ধুনীয়া অভিনয় একদম মন চুই গোল 🙏💖🙏
আকৌ এবাৰ চালো, ভাল লাগিল, পাৰিলে নাটক খনৰ theme song টো আপলোড দিবচোন 🙏
I love you moi bohut bhal paw apunar natokbur
আপোনি নাটক লিখা আৰু পৰিচালনা কৰা আৰু নিজে অভিনয় কৰা বহুত ভাল লাগে
দাদা বহুত ধুনীয়া চকু পানী ৰাখিব নোৱাৰিলোঁ 👌👌❤️❤️
😘😘🙏🙏🙏
চম্পখ দা, আপোনাৰ দুৰ্দান্ত অভিনয় চালে একোৰে প্ৰয়োজন নাই বুলি অনুভৱ কৰো। আপোনাৰ অভিনয় সমৃদ্ধ নাটক বোৰ চেনেলত প্ৰচাৰ কৰি থাকিব।
এক কথা নাটক খন ভাল লাগিল------
দাদা প্ৰত্যেক দেওবাৰে এখন কৈ নাটক দিবচোন। আপোনাৰ নাটক চাই মই বহুত ভাল পাওঁ।🙏🙏👍
Right
Moy
আমাৰ সৱল তীক্ষ সৃস্তি বাদশ্বাহ নাটক খন লাগে
দাদা আপোনাৰ পুৰণা যি কোনো নাটক এখন পাম নেকি। আপোনাৰ নাটক আৰু অভিনয় বহুত ভাল লাগে
Contact koriba
@@champaksharma6166 দাদা কত contact krb লাগিব
সুন্দৰ হৈছে চম্পক দা
বহুত ভাল লাগিল চাই দাদা 😊
দাদা আপোনাৰ বলিষ্ট অভিনয়ে আমাৰ মনত সাজ বঢ়ায় যায় ।
দাদা আপোনাৰ অভিনয় চাই মই বহুত ভাল পাওঁ,,,?নৰসিংহ নাটকখন 2বাৰ চাইছোঁ আছে যদি দিব চোন, চাই বহুত ভাল লাগে, বহুত ধুনীয়া নাটক।।❤️
Sompocda super action
Hundor dada
মই আপোনাৰ নাটক ৰাতি হে চাও।আধৰুৱাকে নহয় একেবাৰে full episode চাও।
Danob nayot khon saboloi bohut Mon jai
Dada apuni like korise mor comment t...dada moi apunar obhinoy sai bohut vl paw Moro obhinoy koribo bohut mon
Nice dada
Please Sir BadShah Natok Khon Dibo Please ❤️❤️❤️
দাদা , মই আপোনাৰ অভিনয় আৰু আপোনাৰ নাটক বৰ ভাল পাওঁ। অনুগ্ৰহ কৰি নাটক কেইখন মান মহালয়া, মহা শ্মশান আদি এক্সন ধৰ্মী নাটককেইখন মান চাব বিচাৰিছো।ইতিমধ্যে RUclips ত পোৱা আপোনাৰ সকলো নাটক চালো।
সুন্দৰ
দাদা আপোনাৰ নাটক চাই বহুত ভাল পাওঁ, নাটক আপলোড কৰি থাকিবচোন
আৰু লাগে দাদা
Narasingha khon dibo sun dada
❤️❤️❤️❤️❤️😘😘😘😘😘😘🙏🙏🙏🙏🙏
❤️❤️
Tumi ujonir Moi namonir aru Bodnam natok khon plz upload koribo sn. Moi class 10th asilu ai dukhon natok saute. Please parile upload koribo sn
আপোনাৰ বহোত নাট চালো কিন্তুু বাদচাহ আৰু নৰসিংহ পাহৰিব নোৱাৰো,।
দাদা বলী নাটকখন আছে যদি দিবচোন।
Badsah ntok khn lage dada
Thanks
Dada mor apuni priyo avineta apuni likha ntok bor di thkibo
Threatre jdi kunuba fav actor ase xeya apuni clss 8 or loike apunar akhon u threatre era nai sob saisu noroxingho natok khon dibo sun
Moiyu abhinoy koribo mon jai parim neki jaboloi thietaroloi jonabo sun bohut hepah ase mur dada
Jawab natak khn dibo dada
Ki theatre asil
Bhagyadevi Theatre
নৰসিংহ নাটক খন দিবলৈ অনুৰোধ জনালোঁ দাদা
দাদা নৰসিংহ নাটক খন দিবলৈ টানি অনুৰোধ কৰিলোঁ
Beiman natok khon dibo sun theatre bhagyodevi r
❤❤❤❤❤champak mama bor hundor obvinoy bhagabane vale rakhok apunak
Bohut dhaynyabad dada . bohut vl lagile...❣️❤️❤️❤️🔥🔥🔥🔥
Xosakoi bahut Val Lage aponar natok, avinay, agoloi jte anekoi dekhiboloi pau
বহু দুখ লাগিল মানু্হ হছাই এনেকুৱা ।
বহুতদিনৰ অপেক্ষাৰ পিছত এইমাত্ৰ চাই শেষ কৰিছোঁ। সঁচাকৈয়ে শেষৰ দৃশ্যটোৱে কন্দুৱালে ।আকৌ এবাৰ অনুভৱ কৰিছো " মানুহে মানুহৰ.....কোনেনো কোৱা" । খুবেই ভাল লাগিল চম্পকদা ..আপোনাৰ চৰিত্ৰটি সূত্ৰধাৰ যদিও কেন্দ্ৰ বিন্দু আপুনিয়েই । ভ্ৰাম্যমাণৰ বাঘৰ বলিষ্ঠ কণ্ঠ । পুনৰ এখন নাটকৰ অপেক্ষাৰে আপোনালৈ ধন্যবাদ আৰু বহুত শুভকামনা চম্পকদা । ভালে থাকক আপুনি...
দাদা যোগেছ দাদা মই আপোনাক বহুত ভাল পাও আপোনাৰ অভিনয় বহুত সৰুৰে পৰা জনাইছো মই আপোনাৰ ঘৰৰ ওচৰৰে।।।
চম্পক ছাৰ আপোনাক আন্তাৰিক শুভেচ্ছা জনালোঁ 🙏আপোনাৰ বলিষ্ঠ অভিনয়ে আমাৰ বহুত ভাল লাগে 🙏 আৰু আপোনাক গহপুৰ হাৱাজান পৰা মৰম যাচিলো 🙏 আজি আপোনাৰ দ্বিতীয় নিশা নাটক আছে হাৱাজান আপুনি লিখা নাটক মহাশ্বাশান নাটক চাবলৈ আগ্ৰহী হৈ আছোঁ🥰😘
নৰসিংস নাটকখন চাবলৈ বহুত আগ্ৰহেৰে বাট চাই আছোঁ।
সেই নাটক খন আপলড কৰিবচোন।🙏
আপোনাৰ প্ৰতিখন নাটকেই মোৰ বৰ প্ৰিয় ❤️🥀
Dada apunar natok sai bohut val lage.
সচাকৈ চম্পক দাৰ. নাটক চাই সুবে ভাল
ভাল লাগিল চাই।
সচাকৈ বহুত ভাল লাগিল নাটকসন চাই দাদা।
সচাকৈ বহুত ভাল লাগিল নাতক খন চাই ॥
আৰু নাট পাম বুলি আশা থাকিল।। 🙏 🙏
বৰদেউতা ❤️🙏❤️
May God bless you and your family and friends 🙏🙏🙏
Best And Beautiful ❤️❤️❤️
দাদা ধুনীয়া নাটক ধুনীয়া অভিনয় একদম মন চুই গোল 🙏💖🙏
আকৌ এবাৰ চালো, ভাল লাগিল,
পাৰিলে নাটক খনৰ theme song টো আপলোড দিবচোন 🙏
I love you moi bohut bhal paw apunar natokbur
আপোনি নাটক লিখা আৰু পৰিচালনা কৰা আৰু নিজে অভিনয় কৰা বহুত ভাল লাগে
দাদা বহুত ধুনীয়া চকু পানী ৰাখিব নোৱাৰিলোঁ 👌👌❤️❤️
😘😘🙏🙏🙏
চম্পখ দা, আপোনাৰ দুৰ্দান্ত অভিনয় চালে একোৰে প্ৰয়োজন নাই বুলি অনুভৱ কৰো। আপোনাৰ অভিনয় সমৃদ্ধ নাটক বোৰ চেনেলত প্ৰচাৰ কৰি থাকিব।
এক কথা নাটক খন ভাল লাগিল------
দাদা প্ৰত্যেক দেওবাৰে এখন কৈ নাটক দিবচোন। আপোনাৰ নাটক চাই মই বহুত ভাল পাওঁ।🙏🙏👍
Right
Moy
আমাৰ সৱল তীক্ষ সৃস্তি বাদশ্বাহ নাটক খন লাগে
দাদা আপোনাৰ পুৰণা যি কোনো নাটক এখন পাম নেকি। আপোনাৰ নাটক আৰু অভিনয় বহুত ভাল লাগে
Contact koriba
@@champaksharma6166 দাদা কত contact krb লাগিব
সুন্দৰ হৈছে চম্পক দা
বহুত ভাল লাগিল চাই দাদা 😊
দাদা আপোনাৰ বলিষ্ট অভিনয়ে আমাৰ মনত সাজ বঢ়ায় যায় ।
দাদা আপোনাৰ অভিনয় চাই মই বহুত ভাল পাওঁ,,,?নৰসিংহ নাটকখন 2বাৰ চাইছোঁ আছে যদি দিব চোন, চাই বহুত ভাল লাগে, বহুত ধুনীয়া নাটক।।❤️
Sompocda super action
Hundor dada
মই আপোনাৰ নাটক ৰাতি হে চাও।
আধৰুৱাকে নহয় একেবাৰে full episode চাও।
Danob nayot khon saboloi bohut Mon jai
Dada apuni like korise mor comment t...dada moi apunar obhinoy sai bohut vl paw Moro obhinoy koribo bohut mon
Nice dada
Please Sir BadShah Natok Khon Dibo Please ❤️❤️❤️
দাদা , মই আপোনাৰ অভিনয় আৰু আপোনাৰ নাটক বৰ ভাল পাওঁ। অনুগ্ৰহ কৰি নাটক কেইখন মান মহালয়া, মহা শ্মশান আদি এক্সন ধৰ্মী নাটক
কেইখন মান চাব বিচাৰিছো।
ইতিমধ্যে RUclips ত পোৱা আপোনাৰ সকলো নাটক চালো।