Baraxun - বৰষুণ | 22nd July 2023 | Ep No 300

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • Click here to Subscribe to Rang TV Channel:- bit.ly/2zKPoy8
    Episode No :- 300
    ----------------------------
    অৱশেষত অংশুমান ধৰা পৰিবনে?
    #Rangtv #Boroxun #Prideeastentertainments
    More Useful Links :
    * Visit us at: www.rangtv.org
    * Like us on Facebook: / rangtvofficial
    * Follow us on Twitter: / rangtv2

Комментарии • 2 тыс.

  • @bhagyashree9869
    @bhagyashree9869 Год назад +364

    বহুত ধুনীয়া কাহিনী এটা প্ৰথম Episode r পৰা শেষলৈ কোনে কোনে চালে like এটা মাৰি থব । আৰু part 2 ওলাব লাগে ❤️ বহুত ভাল লাগিব।

  • @SwapnaBordoloi-yr6bf
    @SwapnaBordoloi-yr6bf Год назад +664

    বহুত ভাল পাইছিলো ।। আজি পৰা মনৰ পছন্দ ছিৰিয়েল একো নাই আৰু ।। বৰষুণ is a best serial , ,I miss you ,,

    • @mitaligogoi7605
      @mitaligogoi7605 Год назад +10

      ঈন্দানী শৰ্মাৰ “আবিৰ” নতুন ধাৰাবাহিক চাব ৷খুৱেই ধুনীয়া কাহিনী ৷

    • @ankurnath3661
      @ankurnath3661 Год назад +1

      Hoi re

    • @npheditor395
      @npheditor395 Год назад +1

      ​@mitaligogoi7605

    • @npheditor395
      @npheditor395 Год назад +1

      ​@mitaligogoi7605

    • @npheditor395
      @npheditor395 Год назад +1

      ​@mitaligogoi7605

  • @jaduboro5483
    @jaduboro5483 Год назад +344

    বৰষুণ প্ৰথমৰ পৰা চালোঁ খুবেই ভাল লাগিছিল,,, আজিৰ পৰা মন পছন্দৰ ধাৰাবািক খন শেষ,,😭😭❤️❤️❤️❤️

  • @floradise_yt
    @floradise_yt Год назад +52

    পঙ্কজ গগৈক অনুৰোধ কৰিছোঁ অতি সোনকালেই আমাৰ বাবে এখন নাটক পুনৰ দিয়েযেন। বৰষুণ আমাৰ মনৰ মাজত সজীৱ হৈ থাকিব। সকলোৰে অভিনয় অতিকে সুন্দৰ। কনমানি জানিলৈ অযুত মৰম❤

  • @_PARI_2006
    @_PARI_2006 Год назад +82

    আটাইতকৈ ভাল লগা sereal খন শেষ হোৱা বাবে বহুত দুখ লাগিছে 😢 বহুত miss কৰিম সকলোকে।😢😢

  • @harshitaray6680
    @harshitaray6680 Год назад +358

    বৰষুণ ধাৰাবাহিকৰ আটাইকে বহুত miss কৰিম..... সকলোৰে অভিনয় মানিবলগীয়া...... সকলোকে বহুত বহুত মৰম💕💕🥰
    আকৌ এবাৰ সকলোকে একেলগে পোৱাৰ আশাৰে....😞

  • @momidas1919
    @momidas1919 Год назад +1935

    Ajir pora kune kune miss koriba borokhun😢❤ like dya moi O bhut miss krimm😢😢😢❤❤

  • @faridabegum3766
    @faridabegum3766 Год назад +149

    ধাৰাবাহিক খ্ন শেষলৈ উপভোগ কৰিলোঁ । বহুত ভাল লাগিল । ধাৰাবাহিক খনে দিয়া মেছেজটো অতি গুৰুত্বপূৰ্ণ।❤️

  • @rashmihazarika818
    @rashmihazarika818 Год назад +67

    Finishing টো বৰ ধুনীয়া হৈছে অন্য serial ৰ দৰে আধৰুৱা হৈ ৰোৱা নাই। সকলো চৰিত্ৰৰে সফল সমাপ্তি।😊

  • @PrasannaRay-bi2rz
    @PrasannaRay-bi2rz Год назад +35

    Bohut bohut miss krim ai serial khon.....😭....😢😣.......😭..Mur nisinake ai serial khon kune kune miss kriba....like ata kri jowa....

    • @HimashreeBania
      @HimashreeBania 11 месяцев назад +1

      💖💖💖💖💖💖💖💖💖💖💖💖💖💖

    • @HimashreeBania
      @HimashreeBania 11 месяцев назад

      💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖😍😍😍💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💚💚💚💚💛💛💛💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚📱💖💖💖💖💜💜💜💜💖💖🍫🍫🍫🍧🍧

    • @sagarikaborah3272
      @sagarikaborah3272 28 дней назад

      Parthana

  • @smbcreation231
    @smbcreation231 Год назад +180

    বহুত miss কৰিম প্ৰিয় ধাৰাবাহিক খন আজিৰ পৰা 😢💞💞 বিদায় বৰষুণ.....

  • @rituraazgogoi8538
    @rituraazgogoi8538 Год назад +45

    শেষ বুলি কলে জানো শেষ হয় ।হয়তো নহয় । আকৌ আৰম্ভ হব এটি কাহিনী বৰষুণৰ সলনি । সুন্দৰ এটি কাহিনীৰে সকলোৰে মন জয় কৰিলে ।

  • @nayangohain2120
    @nayangohain2120 Год назад +668

    ৰত্নাক কোনে কোনে মিছ কৰিবা লাইক‌ কৰি দিয়া ।

    • @chandrimadeka1677
      @chandrimadeka1677 Год назад +5

      Like krile tmr ki hbo ami tai k like kro tmr comment k nhy😅

    • @masumasultana3990
      @masumasultana3990 Год назад

      ​@@chandrimadeka1677qqqqqaqqqq q and I I aw q❤❤❤❤❤qaaq qqqq 1qqqqqqqaq❤

  • @minakxidas9129
    @minakxidas9129 Год назад +7

    বোৱাৰীয়ে হক বা পুত্ৰ, জীয়ৰী হিচাপে হক এই ছিৰিয়েল খনৰ যোগেদি যিটো মেচেজ দিলে বহুতৰ বাবে নিশ্চয় ভাল হল❤ বহুত ভাল লাগিল আৰম্ভণি পৰা শেষলৈ চালোঁ এটা episode miss নকৰা কৈ😢 বহুত বেছি শিকিলোঁ প্ৰতিটো চৰিত্ৰ পৰা❤

  • @hiteshdeka2368
    @hiteshdeka2368 Год назад +9

    সকলোৰে বহুত ধুনীয়া অভিনয় ।চাই বহুত ভাল লাগিছিল। আজি আৰু ভাল লাগিল। সকলো লৈ বহুত বহুত ধন্যবাদ।🙏🙏🙏🙏💐♥️🙏🙏🙏

  • @BudhiramSoren-wr9ol
    @BudhiramSoren-wr9ol Год назад +75

    অতি সুন্দৰ ,ইয়াৰ দৰে আৰু আগলৈ যাতে এনেকুৱা অভিনয় কৰে তাৰ বাবে মোৰ তৰফৰ পৰা সীমাহিন আশীৱাদ, আৰু লগতে ভগবানৰ ওচৰত প্ৰাৰ্থনা

  • @punyalatagogoi4853
    @punyalatagogoi4853 Год назад +80

    প্ৰথমৰ পৰাই চাইছিলো বৰষুণ,, বহুত ভাল পাওঁ। সকলোকে বহুত ধন্যবাদ ইমান ধুনীয়া অভিনয় আৰু কাহিনী দিয়া বাবে। I Miss you 😢😢

  • @rajutaidofficial4
    @rajutaidofficial4 Год назад +101

    কোনে কোনে আজিৰ পৰা বৰষুণক miss কৰিব like kora..... Bout miss korimge janik...💓🇮🇳👍

  • @bhumitakalita1474
    @bhumitakalita1474 Год назад +6

    এই খন ছিৰিয়েল সচাই বহুত বহুত ভাল লাগিছিল। বহুত মনত পৰিব ।সকলোলৈ বহুত বহুত শুভেচ্ছা থাকিল যেন আগলৈ আৰু আগুৱাই যোৱা 🙏

  • @rupaliboruah3658
    @rupaliboruah3658 Год назад +5

    অতি সুন্দৰ কাহিনী সকলোৰে অভিনয় বৰ ধুনীয়া আৰু মনোগ্ৰাহী হৈছে বৰ ভাল লাগিল ছিৰিয়েল খন চাই ছিৰিয়েল খনৰ লগত জড়িত সকলোলৈকে আন্তৰিক ধন্যবাদ জনাইছো

  • @ViralOfficial-jh6bm
    @ViralOfficial-jh6bm Год назад +43

    আপোনালোকে বৰষুণ ধাৰাবাহিকৰ জৰিয়তে দেৱজানি চৰিত্ৰটো ইমান মৰমেৰে আকোঁৱালি লৈছে তাৰ বাবে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ ।
    @Thank you so much 💗

    • @rang3343
      @rang3343 Год назад +3

      বহুত Miss কৰিম আপোনালোকক 😭😭

    • @vvlogs8407
      @vvlogs8407 Год назад +3

      এদিনো নুচোৱাকে থাকিব পৰা নাছিলো অৱশেষত সমাপ্তি ঘটিল , miss you ratna ba , miku, avi, arnab, Riya

    • @janphukan3375
      @janphukan3375 Год назад

      Love you dabu ❤ miss you 😢😢😢

    • @dipaphukan61
      @dipaphukan61 Год назад +1

      Thank u Debojani 💓💖💔

  • @user-cn2vb1xv7f
    @user-cn2vb1xv7f Год назад +85

    Miss you so much 'Baraxun' 😥❣️❤️♥️💕 Baraxun is a very very very very best serial 🙏👍⭐⭐👌💓🥰😍🤩

  • @dipsikhanath2936
    @dipsikhanath2936 Год назад +125

    বহুত বেছি প্ৰিয় আছিল এইখন ছিৰিয়েল,,,, অৱশেষত সমাপ্তি হল,,,,, miss কৰিম বহুত বেছি😢😢😢😢😢😢😢😢❤❤❤❤❤❤❤❤❤

    • @user-sj3fq9hx8j
      @user-sj3fq9hx8j Год назад

      bahuta bahuta val lagila si

    • @purobibarman5862
      @purobibarman5862 Год назад +1

      Miss Korim bhut borexun

    • @puspachutia6160
      @puspachutia6160 Год назад +1

      আটাইতকৈ ভাল লগা ধাৰাবাহিক খন শেষ মিছ কৰিম এটা খণ্ডও মিছ নকৰিলোঁ

  • @tutumanibarman5384
    @tutumanibarman5384 Год назад +8

    একে দিনাই দুখন চিৰিয়েল শেষ কৰি দিলে বহুত বেয়া লাগিল মিছ কৰিম দুইখনকে 😥😥😥😥😥😥আটাইকেইজন সদস্যৰে অভিনয় ❤❤❤❤❤❤💥💥💥💥💥💥💥মা আৰু দেৱযানী থাকিলে আৰু বেছি ভাল লাগিল হয় ।

  • @dipshikhaduwarah9865
    @dipshikhaduwarah9865 Год назад +8

    বহুত বহুত বহুত miss কৰিম মোৰ এই প্রিয় ধাৰাবাহিক খনক।। 🥰🥰বৰষুণ ধাৰাবাহিক খন আমাৰ পৰিয়ালৰ সকলোৱে বহুত প্রিয় আছিল🥰🥰।।

  • @kabitabaishya4594
    @kabitabaishya4594 Год назад +61

    আজি দেৱজানি লৈ বহুত মনত পৰিছে বহুত দুখ লাগিলে miss u😢😢 বৰষুণ

    • @AjitDas-sh6fk
      @AjitDas-sh6fk Год назад

      Bohut bohut thank you ❤️❤️❤️👍👌bohut val lagil 🥲❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @junmonibora4164
    @junmonibora4164 Год назад +16

    Rang TV অকল ভাল লগা ছিৰিয়েলখন আজি সমান্ত😭😢 miss you 😢❤️

  • @funusenapoti9220
    @funusenapoti9220 Год назад +13

    ইমান দিনে বৰষুণ ধাৰাবাহিক খন চাই আছিলোঁ , খুউব ভাল লাগিছিল শেষৰ খণ্ডটিও সুন্দৰকৈ যবনিকা পৰিল ভাল । বৰষুণত তিতি ভাল লাগিল ❤️❤️❤️❤️

  • @pansomirabhapansomirabha5023
    @pansomirabhapansomirabha5023 2 месяца назад +4

    Ei serial khon Kune Kune Miss koriba like ata di jowa😢❤

  • @dipaphukan61
    @dipaphukan61 Год назад +5

    Police officer jon oboseshot ajon adorsho police officer hisabe chinaki dile bht val lagile ❣️

  • @amarpayeng5948
    @amarpayeng5948 Год назад +67

    বৰষুন ধাৰাবাহিখন কব নোৱাৰা এটা অনুভৱ আছিল কিন্তুু আজি শেষ হোৱাৰ সময়টো পায় বহুত বেয়া লাগিছে! বহুতmiss কৰিম😢❤️😢

  • @bujiboruah3621
    @bujiboruah3621 Год назад +7

    বহুত দুখ লাগিল দেবুলৈ বেয়া লাগিল পৰিয়ালটো একেলগ হ’ল ৰিয়াক আদৰি ললে জানিয়ে পৰিয়ালটো পালে দেবুৱেও ন্যায় পালে বুলি ধৰি ললো ৷দ্বিতীয় খণ্ড উলিয়ালে ভাল লাগিব ৷ সকলোৰে অভিনয় সমুহ বহুত ভাল লাগিল ❤️❤️🙏

  • @jonalidas7077
    @jonalidas7077 Год назад +8

    আৰম্ভণিৰ পৰা আজি লৈকে সদায়েই চাই আছিলোঁ বৰষুণ, আজিৰ পৰা আৰু চাব নাপাওঁ বহুত বেয়া লাগিব, সকলোৱে বহুত ভাল অভিনয় কৰিছে, আৰু জানি জনিক বহুত মিছ কৰিম ❤❤❤❤

  • @Maina604
    @Maina604 Год назад +10

    কিয়..... শেষ হল 🥺 বৰষুণ ধাৰাবাহিক খন❣️ বহুত মিছ কৰিম✨....কোনে কোনে মিছ কৰিবা likeটা কৰা🥰.....I'm saying goodbye to the last episod🥺❣️💫

  • @violinadeka8179
    @violinadeka8179 Год назад +1

    ধন্যবাদ বৰষুণ পৰিয়াললৈ ইমান এখন ভাল ধাৰাবাহিক আমালৈ আগবঢ়োৱাৰ বাবে।। বৰষুণ খন মই আদিৰ পৰা অন্তলৈকে এটাও খণ্ড বাদ নিদিয়াকৈ চালো কোনো দিনে কিন্তু এটাও খণ্ড মোৰ বাবে আমনিদায়ক নাছিল।। বাকী যিমানবোৰ ছিৰিয়েল ছাইছো মাজত মানে কিছুমান খণ্ড বৰ কিবা কিবি বোৰ হয়গৈ ।। বাকী বঙকীম দা আৰু প্ৰিয়ম পললবী বাৰ লগতে বৰষুণৰ সকলোৰে অভিনয় বৰ সুন্দৰ।। শেষত সকলো লৈকে মোৰ ফালৰ পৰা সীমাহীন মৰম আৰু শ্ৰদ্ধা নিবেদিছো।।❤🎉 ।। মই আশাবাদী আকৌ এবাৰ অসমীয়া ছিৰিয়েলত বঙকীম দা আৰু প্ৰিয়ম বাক একেলগে দেখা পাম বুলি।। আৰু আপোনালোকেও যদি আশা কৰে please comment কৰি জনাব।।

  • @mbegum5806
    @mbegum5806 Год назад +25

    বহুত বহুত মিছ কৰিম বৰষুণ ছিৰিয়েল খন 😢অৱশেষত যে বৰুৱা পৰিয়াল তো একলগ হল ভাল লাগিছে । দেউৰি চাৰ অংশুমানক তেজপুৰত থই আহ গৈ 😂

  • @anuragdutta8042
    @anuragdutta8042 Год назад +12

    আটাইতকৈ প্রিয় ধাৰাবাহিক আছিল "বৰষুণ" ❤১২ বজালৈ ৰৈ থাকো কিন্তু আজিৰ পৰা কি হ'ব? বহুত বেয়া লাগিব🥺সকলোয়েই বৰ সুন্দৰকৈ অভিনয় কৰিলে,প্রথম অভিনয় হিচাপে বংকিম দাৰ অভিনয় সচাঁকৈ বহুত বেছি ধুনীয়া ❤❤

  • @pijutati338
    @pijutati338 Год назад +10

    শেষৰ উপস্থাপন বহুত ধুনীয়া হৈছে আৰু এখন এনে কোৱা ছিৰিয়েল আশা কৰিম সকলোৰে অভিনয় বহুত ধুনীয়া হৈছিল। আজিৰ পৰা বহুত মিছ কৰিম ❤❤❤😂😂

  • @prativagogoidutta6513
    @prativagogoidutta6513 Год назад +6

    বৰষুণ ধাৰাবাহিক শেষ হোৱাৰ বাবে বহুত দুখ লাগিল। দুচকু পানীৰে উপচি পৰিল।

  • @bantidas1537
    @bantidas1537 Год назад +1

    প্ৰথমৰ পৰা শেষলৈ এটা খণ্ড বাদ নিদিয়াকৈ চাইছিলোঁ
    বহুত মিছ কৰিম বৰষুণ 🥺
    সমৰণি ধুনীয়া হৈছে
    সৰুৰ পৰা ডাঙৰলৈ বৰষুণৰ সকলো অভিনেতা - অভিনেত্ৰী আৰু পৰিচালক, কৰ্মীয়ালৈ বহুত বহুত ধন্যবাদ ইমান ধুনীয়া এখন চিৰিয়েল উপহাৰ দিয়া বাবে 🙏❤️😍

  • @user-ji6mz1mv6m
    @user-ji6mz1mv6m Год назад +11

    বৰষুণ,,,,,, আদিৰ পৰা অন্তঃলৈকে সকলোঁ দৰ্শকৰ মাজত জনপ্ৰিয়তা হৈ ৰল,,by the way বহুত বেছি এইখন ধাৰাবাহিকখন miss কৰিম ।।😢😊

  • @binodkalita1268
    @binodkalita1268 Год назад +35

    বৰষুণ ধাৰাবাহিক খন কোনে কোনে চাই ভাল পাই লাইক কৰক 👍 বহুত বহুত বেছি মিচ কৰিম🥺

  • @juhirabha8649
    @juhirabha8649 Год назад +25

    বৰষুণ প্রথম দিনাখনৰ পৰা চাইছিলো,,, আৰু আজিয়ে অন্তিম বাৰৰ বাবে বৰষুণ চাইছো । এই বৰষুণ জাক ইমান সোনকালে আহিব বুলি ভবাই নাছিলোঁ।কাহিনীটো খুবেই দুখ লাগিছে কিন্তু তাতকৈ বৰষুণখন শেষ হোৱাৰ বেদনাইহে বেছিকৈ বুকুত ধৰিছে। সচাঁকৈ আজিৰ পৰা যেন কিবা এটা খালী খালী লাগিব। বৰষুণ পৰিয়ালৰ সকলো কেইটা চৰিত্ৰই আপোন হৈ পৰিছিল, সেয়েহে আজিৰ পৰা যিহেতু আপোনালোকক লগ নাপাওঁ গতিকে দুখতো লাগিবই। ৰাইজ কোনে কোনে আজিৰ পৰা বৰষুণ miss কৰিব সকলোৰে মতামত জনাব। (?)

  • @pranitasaikia5164
    @pranitasaikia5164 Год назад +4

    সকলোকে বহুত miss কৰিম । সকলোৰে অভিনয় বহুত ভাল লাগিছিল । 😢😢 আকৌ এবাৰ আটাইকে একেলগে পোৱাৰ আশা থাকিল ।❤ বাই বাই বৰষুণ।✋

  • @user-pu2wu6zb6y
    @user-pu2wu6zb6y Месяц назад +1

    I miss you 😢😢😭😭😭borokhun aerial 😭😭😭😭kune kune miss koribo 👍 kora

  • @nilutpalsaikia9957
    @nilutpalsaikia9957 Год назад +13

    বহুত দুখ লাগিল😢 এটা ভুল কৰি পেলালে Debojani গাওঁৰ ঘৰ খন আৰু বুঢ়াই Debojanik লগ কৰি কোৱা কথা বিলাক বিশেষকৈ Debojani আগৰ গাওঁৰ ঘৰ খনৰ কাহিনীটো দেখাব লাগিছিল, কিনো এইবোৰ কাহিনী বনালে লিখা জনহে জানিব Debojani নমৰা হলেও আৰু ভাল লাগিল হয় কিন্তু এতিয়া সকলো শেষ হল ভালে হল বহুত দুখ লাগিল ১ নম্বৰ খণ্ডৰ পৰা আজিলৈ ৩০০ মানে ১তা বছৰ প্ৰায় হলহি কান্দিযে থাকিলোঁ, Borosun নামিছে নামিব দিয়ানা বৰষুণ Part ২ লাগে Debojani Returns লাগে বৰষুণ আকৌ লাগে ১০০০ খণ্ড হোৱাকৈ 😢😢😢😢😢😢❤❤❤❤🎉❤😢😢

  • @piu....6240
    @piu....6240 Год назад +10

    আৰম্ভণি পৰা শেষলৈ চালো❤..... বহুত ভাল লাগিল... সঁচাকৈ বহুত বেয়া লাগিব.... Episode টো চাবলৈ ৰাতি১২ টা লৈ ৰৈ চাইছিলো .....মোৰ দৰে আৰু কাৰ বেয়া লাগিব বাৰু❤

  • @ramkrishna3197
    @ramkrishna3197 Год назад +23

    দিনটোৰ এটা কাম যেন নাইকিয়া হৈ গ’ল ৷ বহুত মনত পৰিব ৷ miss u devajani . Miss u all of baraxun family . Miss u so much

  • @rashmizannat9569
    @rashmizannat9569 Год назад +3

    বহুত miss কৰিম firstr পৰা চাইছিলো আজি last পালেহি

  • @sampritigogoi1366
    @sampritigogoi1366 Год назад +5

    Debu , Arnav ,Abhi, Jani excellent 🤍🤍🤍🤍 miss you 😌

  • @Priyanka-sn2ou
    @Priyanka-sn2ou Год назад +16

    সচাকৈ বহুত কান্দিলু 😢😢 আৰু কান্দি কান্দি বিদায় দিলো বৰষুণ ক ❤❤❤❤ সকলো লৈকে অশেষ মৰম যাচিলো আশা কৰো সকলোকে পুনৰ এবাৰ এখন নতুন ধাৰাবাহিক ত লগ পাম 😊❤

  • @simashreegogoi6616
    @simashreegogoi6616 Год назад +14

    ধাৰাবাহিকখনত অভিনয় কৰা প্ৰতি গৰাকী ব্যক্তিৰ অভিনয় সুন্দৰ।Miss কৰিম বৰষুণক।

  • @user-ol4jg6ec8p
    @user-ol4jg6ec8p Год назад +25

    বৰষুণ ছাই ‌বহুত ভাল লাগিল। কিন্তু আজি বহুত বেয়াও লাগিছে । কাৰন আজিৰ পৰা আৰু বৰষুণ চাবলৈ নাপাওঁ।😢😢😢😢

  • @lakshmipriyadutta1091
    @lakshmipriyadutta1091 Год назад +5

    বহুত মিছ কৰিম বৰষুণক, সকলোৰে কুশল কামনা কৰিলো। যানীৰ পৰা আৰু আশা কৰিলো। ❤❤

  • @nabanitagogoi8467
    @nabanitagogoi8467 Год назад +1

    Borokhun dharabahik khon say bohut val palu❤❤❤akha kory anekua cireal ako amar majot agbohay diya jen❤❤bohut bohut morom aru arkhibad thakil borokhunr kormokortaloi❤❤❤

  • @navajyotipathakchannel4998
    @navajyotipathakchannel4998 Год назад +27

    বৰষুণ শেষ সকলোকে বহুত miss কৰিম। কোনে কোনে miss কৰিব 👍like এটা কৰি দিব 🥺💔
    বহুত দুঃখ লাগিছে। 😢 অবশেষত ৰীয়া সলনি হল। জানী ঘৰলৈ আহিল।❤

  • @munmiborah1410
    @munmiborah1410 Год назад +35

    সুন্দৰ কাহিনী আৰু সকলোৰে ধুনীয়া অভিনয় 🙌❤️ সঁচাকৈ আজি পৰা miss কৰিম বহুত চেৰিয়েল খন 🥺🥲

  • @padmeswarsaikia
    @padmeswarsaikia Год назад +15

    আৰম্ভণিৰ পৰা আজিৰ এই শেষলৈকে উপভোগ কৰিলোঁ🎉😊 😊😊😊 আজিৰ পৰা মোৰ প্ৰিয় ধাৰাবাহিক খনক বহুত miss কৰিম😢😢😢😢

  • @indirapayeng4470
    @indirapayeng4470 2 месяца назад +1

    Dhuniya serial aikon serial kenekoi manuhor mon holoni hbo pare tare logt milito hoise anekoi a manuhor mon holni hbo lage buhut bohut val lagil aru anekoi axomia serial hulai takibo buli akha korisu Thank you so much❤😊😊😊❤❤❤

  • @dipaphukan61
    @dipaphukan61 Год назад +1

    Baraxun dharabahik bht sundor kahini 1. 1 st episode or pora last episode loike salu adinu nusuake thoka nai bht val lagile asha koru punor anekua sundor kahini sabole pam 💞

  • @priyankaborah6020
    @priyankaborah6020 Год назад +15

    আটাইতকৈ প্ৰিয় serial খন শেষ হৈ গল,, বহুত বহুত miss কৰিম,, বংকিম দাদা আৰু প্ৰিয়ম বা থকা আৰু এখন serial যাতে আকৌ আহে

  • @sharmilarabha2580
    @sharmilarabha2580 Год назад +10

    আজি অৰ্ণৱ কন্ধুৱাই দিলে শেষত যে ঘৰত আহিলে ❤😢 বহুত বেছি miss কৰিম এই ধাৰা বাহি খন ❤😢

  • @arindomdhadumia7720
    @arindomdhadumia7720 Год назад +4

    এখনি খুব সুন্দৰ সময়ৰ লগত খাপ খুৱাই ৰাইজৰ বাবে আগবঢ়াই দিয়া ছিৰিয়েল হল বৰষুণ । সকলোৱে একেলগে বহি চাব পৰা । সচায় বহুত ভাল লাগিল চাই

  • @nabanitagogoi8467
    @nabanitagogoi8467 Год назад +1

    Bohut bohut val lagil say... Bohut dukhu lagil.. Antor sui gol borokhuna❤❤❤

  • @user-fl1wg3cf8e
    @user-fl1wg3cf8e Год назад +1

    Ata khndo mis nkrakoi salo ..bhut Miss krim ajir pra..rakhi thako sabloi ketia dei buli .eman Val paisilu aeikhn Sai..mis you..akou Jodi aei teamtorei akhn serial palo hoi..

  • @mainumohan6155
    @mainumohan6155 Год назад +15

    বৰষুণ আজিৰ পৰা বহুত missকৰিম,,আটাইতকৈ মনৰ পচন্দ ছিৰিয়েল আছিল এইখন।😭😭😭😭

  • @pranabdeka5592
    @pranabdeka5592 Год назад +47

    চকুপানী বৈ গৈছে 😢❤❤❤❤

  • @user-je3qf6mo6q
    @user-je3qf6mo6q Год назад +5

    বৰ ধুনীয়া লাগিল। এনেকুৱা আৰু এখন ধাৰাবাহিকৰ অপেক্ষাত❤

  • @babulnath1819
    @babulnath1819 Год назад +5

    বহুত দুখ লাগিছে😭আশা কৰোঁ এনেকোৱা বেলেগ এখন চিৰিয়েলত সকলোকে সুন্দৰ অভিনয়ৰ সৈতে আকৌ দেখা পাম😭🙏

  • @smitabharali8285
    @smitabharali8285 Год назад +1

    Last t riya bar acting bhut besi val lgil😌💖 ru sbke bhut miss krim🥺❤️

  • @hiyadeka00
    @hiyadeka00 Год назад +8

    First comment....Miss korim serial khon....Last episode.....By By barakhun 😭😭😭😭😭😭

  • @BarshaBaishya-gc9hg
    @BarshaBaishya-gc9hg Год назад +36

    So beautiful nd sweet serial......BOROKHUN.❤❤❤❤

  • @chaya1698
    @chaya1698 Год назад +7

    Miss korim de bohut... Spcly arnab daa karne saislu😊
    Arnab daa kune kune miss koriba

  • @pinkiboruah9621
    @pinkiboruah9621 Год назад +4

    আৰম্ভণি পৰা শেষলৈকে চালু বৰষুণ,,,, এখন বহুত ধুনীয়া আৰু ভাল লগা ধাৰাবাহিক আছিল,,,আজি সমাপ্ত হল,,,বহুত বহুত মিছ কৰিম,,,,🥺

  • @dhanjitadas5069
    @dhanjitadas5069 Год назад +1

    boruxun serial khn ajir pora bht miss krilu ru riya baa k bht dhuniya lage mur ,anekoi apunaluke amk mrm r serial upohar dibo ❤

  • @monsterytassam6966
    @monsterytassam6966 Год назад +25

    Boroxun kuna kuna miss koribo like koriba 😓❤️

  • @ankitaroy7516
    @ankitaroy7516 Год назад +23

    Will missed it😢 specially bonkim dada, Yasashri baa & little cutie Jani ❤ see you all 😢

  • @purbidas5636
    @purbidas5636 Год назад +5

    Happy ending ❤❤❤ kin2 Debojanik miss kricu❤

  • @sarmahsarbananda3960
    @sarmahsarbananda3960 Год назад +1

    Bohut bhal lagel "ainekuwa serial homajor babe bohut dorkar"so buy "buy"all of you"

  • @chandanabarman7683
    @chandanabarman7683 Год назад +1

    Aru sabo napau baraxun khon
    Eman val lagshil sai
    Bhout miss korim 😭
    Kune kune miss koriba like koriba

  • @Jinti..
    @Jinti.. Год назад +4

    Ajir para bahut Miss korim.....bar beya lagiba mor Priya Serial asel...🥺😥

  • @PriyaDas-ds1rq
    @PriyaDas-ds1rq Год назад +6

    বহুত বেছি প্ৰিয় আছিল এইখন ধাৰাবাহিক.....অবশেষত সমাপ্তি হ'ল....বহুত বেছি Miss কৰিম

  • @AssameseMaker1
    @AssameseMaker1 Год назад +7

    শেষ আৰু বহুত মনত পৰিব মই সদাই চাইছিলো , ৰং ত অকল এইখনএ চাইছিলো 🥺😭

  • @rbrinki1898
    @rbrinki1898 Год назад +1

    Debojani ru mak jni jdi aji jiai thakile hoi...🙂ghr khn xompurno ru amr mon buru xompurno hol hoi..🙂❤bhut vl lgil....1st episode r pra lastt loike etaw miss ni kora ...aikhn dharabahik....🙂bhut val palu sai..❤️

  • @dipaphukan61
    @dipaphukan61 Год назад +1

    Arnab , Debu ,. Abhi , Miku , Riya , Jani , Ratna ba , Lachit ru. Anshuman Police officer jon excellent bht miss korim 💕

  • @sikharanideka1487
    @sikharanideka1487 Год назад +4

    সদায় ৰৈ থাকোঁ কাইলৰ খণ্ড টোত কি দেখুৱাব কিন্তু আজিৰ পৰা আৰু চাবলে নাপাওঁ, সকলোতকৈ প্ৰিয় আছিল বৰষুণ
    Miss কৰিম বহুত ❤️🥺

  • @ezabeldaimari9829
    @ezabeldaimari9829 Год назад +10

    আজিৰ পৰা মোৰ ধাৰাবাহিক খন নাই। বহুত বহুত miss কৰিম বৰষুণ লৈ🥲 । সকলো বৰষুণৰ সদস্য লৈ‌ বহুত বহুত ধন্যবাদ থাকিল । সকলোৱে ‌বহুত ভাল acting কৰিলে 👍👏। bye bye বৰষুণ 👋❤️🥰

  • @principriyaduarah8890
    @principriyaduarah8890 Год назад +5

    বহুত ভাল লাগিছিল 😭😥😭 প্ৰথমৰ পৰা চাইছিলো 👍👍🔥🔥🔥😭😭😭

  • @MalayBaishya-li1dm
    @MalayBaishya-li1dm Год назад +3

    বহুত বহুত Miss কৰিম 😢 I miss you borxun 😢😊

  • @bhitalidekatra390
    @bhitalidekatra390 Год назад +2

    বহুত‌ ভাল লাগিল বৰষুণ চাই🥰... 😢😢

  • @JitenBora-tu2jj
    @JitenBora-tu2jj Год назад +5

    Bohut vl lagisa baraxun serial khon Bohut miss korim 😢❤

  • @bitumanipathak9400
    @bitumanipathak9400 Год назад +4

    খুৱ বেছি ভাল লাগিছিল বৰষুণ ধাৰাবাহিক খন চাই আজিৰ পৰা আৰু শেষ আৰু চাব নাপাম বহুত Miss কৰিম। 🤧

  • @Itsmeeee678
    @Itsmeeee678 Год назад +12

    Aji borokhun r onto poril.....montu bohut bea lgise....ru besi bea lgise karon maa k ru Debojani a gutei hupa eklge thoka hopun dekhisile ghr khonot kin2 teulukok a mora dekhai dle ....Debojani poha huna u eku nedekhale ..bea k val kori dle logote vl k mari dle ....ru Jethai gorakir putek k u nedekhale... lgte bura a j Debojani k lg kri khyoma khujisile j..heiya u Arnab a gm pua tu nedekhale....mne kiba incomplete zen lagile serial khn...ru incomplete loga soul reason tu hoise maa k ru Debojani k mari dia tu....gutei hupa jiyai thoka dekhua hole besi vl lagil hoi....pise eku nai thike ase...kin2 korubat j serial khn a dutaman episode miss krile tenuka lzz lgile...baru thike ase, mur monor boktoibo apunalukok dlu 😊serial khn kin2 khub favourite asil mur...

  • @hirumonikalita3413
    @hirumonikalita3413 Год назад +1

    আজি পৰা বৰষুণ শেস হল মনত পৰি থাকিব😢😭❤️

  • @dipsikhakakati1892
    @dipsikhakakati1892 Год назад

    বৰষুণ খন প্ৰথমৰ পৰা শেষলৈকে চালো।বহুত বেছি ভাল লাগিল।বহুত মনত পৰিব।এইখন চাবলৈ কিমান যে হেঁপাহেৰে ৰৈ থাকো।

  • @manojburman8495
    @manojburman8495 Год назад +17

    One of the best serial…thank you team borokhun ❤

  • @RajumoniRajumonidas
    @RajumoniRajumonidas Год назад +6

    Bohut bohut Miss korim ****boroxun****bye bye all teams, thanks and good night all friends,,,, 🌠🌠🌠🌠🌌🌌🌌🌌

  • @monimainarah5093
    @monimainarah5093 Год назад +4

    I miss you so much boroxun 😥😭

  • @kanmoninath1838
    @kanmoninath1838 Год назад +2

    Bohut Miss korim baroxun😭😭😭😭😭😭hoday saiselu 😢😭😭😭🙏🙏

  • @sofikali6047
    @sofikali6047 Год назад +1

    বৰষূণ ধাৰাবাহিকখন বহুত বেছি ভাল লাগিল এতিয়ালৈকে মই সকলে বৰষুণ ধাৰাবাহিকখনত অভিনয় কৰিছিল সেই সকলে আৰু এখন নতুন ধাৰাবাহিক অভিনয় কৰে।