Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
বহু পিছ পৰি আছে এতিয়াৰ চিনেমা জগত। তেতিয়াই বহু ওপৰত আছিল অসমীয়া চিনেমা। ধৰি ৰাখিব নাজানিলে।
পুৰণি চলচিত্র ৰ কাহিনী বৰ ভাল। 🙏🙏
ছবিখন চাই বৰ ভাল লাগিল। কাহিনী, সংগীত, অভিনয় _সকলো সুন্দৰ, নিখুঁত। অনুৰোধ এটি কৰোঁ__হত্যাকাৰী সহ-অভিনেত্ৰীগৰাকীৰ নামটো জনাবনে?
অভিনয়,কাহিনী সচাই সুন্দৰ
এখন সুন্দৰ ছবি মত নিপন বিজু পূৰ্ণিমা তচূদদফ আদি বলিষ্ঠ অভিনয়
So, natural acting.❤❤❤❤❤
Bohut sundor kahini..
Hundor, ati hundor kahini. Thanks for sharing
Hundor Kahini . Val lagil .
জীৱন প্ৰথম ছৱি। পুনা ফ্লীম ইড্যষ্টীৰ পৰা পাছ কৰি বহো সংগ্ৰম কৰি নিজে প্ৰযোজ পৰিচালক হিচাপ ছৱি খন কৰিছিল। এটি অমৰ ছৱি।
Old is gold . সকলোবিলাক পুৰণি অসমীয়া কথাছবি আপলোড্ করিব বুলি আশা করিলো।
Copyright ৰ বাবে বহুতো কথাছবি আপলোড কৰিব পৰা নাযায়। তথাপি চেষ্টা থাকিব।
বহুত ভাল লাগিল চাই । এনেকৈ পুৰণি চিনেমা বোৰ আপলোড কৰিব । "ব'হাগ ৰ দুপৰীয়া চিনেমা খন upload কৰিব চোন ।
Bhal sabi
বিদ্যা ৰাওৰ চিনেমা এখন দেখুৱাবচোন
Blockbuster...
PuroniSobeDelBohutValLage
Very good
Jibon nodir duti paar movie khon upld diok na.plzzzz plz
Sundar
Tassaduk Yusuf was a brilliant actor mostly as a villain
Goodmovie
Purona flim bur hosa k bahut val atiar tulonat.
Movie খনত অকল অভাব ৰঙীন কেমেৰাৰ ,
Sakuntala aru Sankar joseph ali chinema khan lage
সম্পাদনা: জনৈক বুলি দিয়া হৈছে, প্ৰকৃততে কোন আছিল বাৰু সেয়া?
If. No songs no. Seen movie
চিৰসেউজ চিনেনা।
গানবোৰ কিয় শব্দ নাইকিয়া কৰিলে???
গানবোৰত copyright অহা বাবে শব্দ গুচাই দিব লগা হয়।
@@sobdoatisangrah.official pemission লৈ লওক ,, নিশ্চয় দিব ।
Ganbur.ki.hol.

Puroni
Sobe
Del
Bohut
Val
Lage