ৰহেদৈ বিহুৱতী-২০২৪ || পাহাৰী বুঢ়াগোহাঁই || Rohedoi Bihuwoti-2024 || Borbihuwoti Pahari Buragohain
HTML-код
- Опубликовано: 9 апр 2024
- নৱ সুৰুজ ৱেলফেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত, ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শ কমিটি , ছাত্ৰ আৰু যুৱ কল্যাণ, অসম চৰকাৰ সহযোগত অনুষ্ঠিত হৈ যোৱা সদৌ অসম ভিত্তিত "ৰহেদৈ বিহুৱতী-২০২৪"ৰ খিতাপ অৰ্জন কৰিছে ধেমাজিৰ বৰবিহুৱতী পাহাৰী বুঢ়াগোহাঁইয়ে.... বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো
#Rohedoi_bihuwoti
#anupombitupon
#bihu_2024
#Borbihuwoti_pahari_burhagohain
#anupambitupon
#bihu_dance
#bihu_dance_2024
#Navasurujwelfarefoundation
#pahari_burhagohain_bihu
#beltola_bihu Развлечения
প্ৰতিটো বিহু নাম পুৰণি কলীয়া বিহু নাম.. ইমান ধুনীয়া পৰিবেশন হিয়া চুই গ'ল❤❤
🙏বৰ্ষটোৰ বাবে বিৰিণা বিহুদলৰ লগতে পাহাৰী বুঢ়াগোঁহাইলৈ বহুত বহুত শুভকামনা❤️😍প্ৰতিখন মঞ্চতে এনেদৰে খলকনি তুলি আগবাঢ়ি যাওক🤗🤗❤❤
বহুত ধুনীয়া…... ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছাৰ লগতে বহুত বহুত মৰম আপোনালৈ।।।।।।
MINDBLOWING BIHU NACH IN ALL SIDES. THIS GROUP AND NACHANI WILL BE BIHU SAMGRI FOR THE YEAR 2024. MAY GOD BLESS THE GROUP.
বহুত ভাল লাগিছে ।। সকলো সুন্দৰ ।। লৰা জনে ফকৰা ভাগ পৰিবেশন কৰোঁতে কোনোবা এজন বা দুজন ঢুলীয়া ই স্ক্ৰিপ্ত ৰ বাহিৰত চাপৰ এটা বজাই দিলে সেইটো নাচনী গৰাকীৰ নাচ টো ধৰা পৰিছে যে অনুশীলন কৰা মতে ফকৰা ভাগৰ ঢোলৰ চাপৰ ভাগ নহল।। বাকী সকলো ভাল লাগিল।।।লগতে যি কেই শাৰী নাম ব্যৱহাৰ কৰিছে কব লাগিব কিন্তু ।। পুৰণা নতুনত্ব সকলো চুই গৈছে ।। নাম কেই শাৰী বহুত ভাল লাগিল ❤❤❤
বৰ সুন্দৰ হৈছে,নাম ভাল লাগিল।
সকলো লৈ বিহুৰ শুভেচ্ছা ❤❤
গান গোৱা দাদা এজন স্বপ্নীল গকুল নাথ নহয় জানো❤❤ বহুত বহুত ধুনীয়াকৈ গাইছে❤❤
বিহুৰ শুভেচ্ছা ও শুভকামনা ককাই 😊 অভিনন্দন পাহাৰী ❤
Khub dhuniya babe like korok 👇👇
চাই বহুত ভাল লাগিল দেই❤❤❤
Ai grp tut ananya phukan ok he milisile 😢 holeu xundor hoixe ❤
Nice
khub dhuniya nasisa pahari ❤
পাৰ্থ ধুনিয়া গাইছ 😘🤩❤️
ধুনিয়া হৈইছে
Ake ake dui mayangor bejali jui💗
Lorajonor voice tu bohut huwola hoi.. Clear voice and pronouncing.. Just uwao😊 Pahari.. Aibr lotahil bihu samragi hobo jen lgise. Totally improve bihu dance ❤ Good Luck🎉
বিহুৰ শুভেচ্ছা জনালোঁ ককাইদেউ ❤️ প্ৰথম ভিদিও এই বছৰৰ... বিহুৰ আগমণ 🎉❤ সকলোঁ অসম বাখিকে বিহুৰ হিয়ভৰা শুভেচ্ছা জনালোঁ
আপোনাসৱৰ আশীষ শিৰত লৈ..
Amar ghoror kaxote hoise khub khundor
বহুত ধুনীয়া হৈছে ❤❤
Very nice pahari
অতি সুন্দৰ ♥️
Moja 😊😊😊😊😊
Val lagil sai dada
সুন্দৰ হৈছে।
বহুত সুন্দৰ💐🌺❤
Very nice
Khub xundar hoise Munu❤🥰
আহি গ'ল অতি হেঁপাহেৰে ৰৈ থকা বিহুৰ ভিডিঅ'বোৰৰ প্ৰথমটো। বৰ সুন্দৰ লাগিল । দলৰ সকলোটিলৈ শুভেচ্ছা যাচিলো। আপোনালোককো ধন্যবাদ দাদা আমাক এইদৰে চাবলৈ সুবিধা কৰি দিয়াৰ বাবে । আগলৈয়ো যাতে এইধৰণৰ ভিডিঅ'বোৰ দি যায় তাৰে আশা কৰিছোঁ। 😊❤️
🙏🙏🙏🙏
পংকজ দা আৰু নয়ন দা সুন্দৰ👌❤
Lora jonr voice tu iman dhuniya ❤
Amar birina bihudol tiloi bhut bhut huvokamona thkil 🥹💝
ধুনীয়া
বিহুৰ শুভেচ্ছা থাকিল 😊
আৰু বিহুৰ video পাম বুলি আশা থাকিল 🎉
যোৰানামষাৰ উফফ❤❤❤
Moja hoixe aru 2nd 3rd dibo sun
❤❤❤
Duniya...best of luck
Ki je dhunia jura nam❤❤
Munu 🥳🥳🥳
JOITU BIRINA BIHU DOL...
খুব সুন্দৰ, কিন্তু ইমান আগতীয়াকৈ পাতিলে যে...
আগৰ কেইবছৰৰ দৰে এই বছৰো আপোনালোকৰ channel ত খুব ধুনীয়া ধুনীয়া বিহু চাবলৈ পাম বুলি আশা ৰাখিলো।
Lot's of love❤
আপোনাসৱৰ আশীষ শিৰত লৈ..... আমি সাজু🙏
Namoti jn ❤
🔥🔥🔥
❤
1+1=2 partha tumi juii 💥
❤❤❤❤😊😊😊😊
Lorar voice ❤
Amar parthoi❤ kolija khai dibo dei💥💥💥
Nice❤❤😊😊😊
Thanks 🤗
Second Kune pale dada jonab sun
Very nice 🐱
Thank you! 😊
❤
Dada aibar 2024 bihu samagi video sab parim buli akha thakil dada
আমি চেষ্টা কৰিম . আপোনাসৱৰ সহায় সহযোগীতা সাদৰেৰে কামনা কৰিছো
বহুত ভাল লাগিল ♥️
অসম কুঁৱৰী 2024 ৰ ভিদিঅ পোৱা নাই যে আপোনাৰ চেনেলত ?
Ami juwa nai
অহ্ 😑😐
আপোনালোকৰ ভিদিঅ লৈকে হে ৰৈ আছিলোঁ ক😒
2nd ru 3rd kun hol..videos dibo
লতাশিলৰ বিহুলৈ যাবনে দাদা? আশা কৰিলো চাবলে পাম বুলি।
আপোনাসৱৰ আশীষ শিৰত লৈ আমি যাবলৈ চেষ্টা কৰিম
Klir program tu
❤❤❤❤❤❤❤❤❤❤
❤❤❤
Very nice
❤❤❤