MOI NOJONAKE | JAANMONI 2005 | ASSAMESE MUSIC VIDEO | GOLDEN COLLECTION OF ZUBEEN GARG | BIHU

Поделиться
HTML-код
  • Опубликовано: 18 ноя 2024

Комментарии • 1 тыс.

  • @sankardas3222
    @sankardas3222 Год назад +64

    জুবিন দাৰ গীত শুনিবলৈ আহিছা যদি তলত এটি লাইক 👍 দি যোৱা। কাৰণ জুবিন দাৰ গীত সুখতো আৰু দূখতো চলে । এনেকুৱা অসমীয়া বিহু গীত মৃত্যুৰ আগলৈকে শুনি থাকিম । জয় জুবিন দা ♥️♥️♥️ । জয় আই অসম ❤️

  • @marulidharrabha8339
    @marulidharrabha8339 2 года назад +150

    ১৬ টা বছৰ পাৰ হৈ গ'ল গানটোৰ বয়স,,। আজিও কতো জীৱন্ত।❤️❤️
    চিৰসেউজ এই গান চিৰদিনৰ বাবে চিৰনতুন, চিৰঅমৰ হৈ থাকিব এই গান।ভিতালী বা আপোনাক খুউব মিছ কৰিছোঁ। আপোনি যতেই আছা ভালে থাকক,,শান্তিত থাকক। জয় জুবিন দা।❤️❤️

  • @axmmrinmyzg4823
    @axmmrinmyzg4823 3 года назад +144

    জন্ম হোৱা তিনি বছৰ পিছত এইটোৰ সৈতে আৰু কেইটামান গান শুনিছিলোঁ...তেতিয়াই চিনি পাইছিলোঁ...জুবিন গাৰ্গ মানৰ এই মানুহজনক...বিহু গাব নোৱাৰে বুলি বহুতে সমালোচনা কৰিছিল...এইজন মানুহক কিন্তয় এতিয়া বিহু মানেই জুবিন গাৰ্গ হৈ পৰিল❤️😍।।পাগলৰ দৰে ভাল পাওঁ মানুহজনক
    জয় জুবিন দা❤️✊

  • @nabajyoti9117
    @nabajyoti9117 3 года назад +77

    কত গলা গৈ ভিটালী বা। ইমান দূৰত গলা গৈ ভিটালী বা। য'তেই থাকা শান্তিৰে থাকা।

  • @rupankarray2
    @rupankarray2 2 года назад +14

    এই গান বোৰ শুনিলে আকৌ সেই সোণালী শৈশৱৰ ইস্মৃতি বৰলৈ বৰকে মনত পৰি যায়

  • @SomirRay-yq2yt
    @SomirRay-yq2yt 7 месяцев назад +2

    Mojaa bihi ❤

  • @dishaborah1349
    @dishaborah1349 3 года назад +41

    প্ৰিয় গানটো❤

  • @SanjayBiswakarma-b7e
    @SanjayBiswakarma-b7e 5 месяцев назад +2

    Sirf Zubeen Garg Ke Liye Mein Aapna Jaan Bhi de sakta Hun 💓😘 Bahut hi behtarin kam

  • @Dunknownboy
    @Dunknownboy 2 года назад +121

    কেমেৰাৰ কোৱালিটি এতিয়াৰ নিচিনা 4k নহব পাৰে ত‍থাপি এতিয়াৰ মিউজিক ভিডিঅতকৈ বহুত ওপৰৰ এইবোৰ গান 💝💝

  • @natureover7360
    @natureover7360 3 года назад +172

    বুজাব নোৱাৰা অনুভূতি য়ে বুকু খন হেঁচা মাৰি ধৰিছে কত যে হেৰাই গল সেই সোনালী দিন বোৰ😭😭😭😭😭

  • @প্ৰাঞ্জলৰয়
    @প্ৰাঞ্জলৰয় 3 года назад +42

    এনে গান বোৰ কিমান ভাল লাগিছিল । আজি কালিৰ বিহু গানবোৰ বিহু যেন নলগা হল ।

    • @INDCN2
      @INDCN2 3 месяца назад

      😕😕🙂🙂

  • @312ANSH
    @312ANSH 3 года назад +84

    এই গান কেইটাই বহাগৰ আগমন দিয়ে ❤️❤️❤️

  • @ChandanDas-f6p
    @ChandanDas-f6p 9 месяцев назад +23

    সৰুৰে পৰা জুবিন দাৰ গান শুনি ডাঙৰ হৈছো ❤

  • @nabanitachakravorty8525
    @nabanitachakravorty8525 Год назад +1

    সৰু থাকোতেই শুনা...ভাল লাগিছিল...নিজৰ ঘৰত টি.ভি নাছিল বাবেই ভি.চি.ডি চাবলৈ দূৰলৈ গৈছিলো...কাৰেন্টো অহা নাছিল আমাৰ ফালেই...এতিয়া সময় সলনি হৈ গ'ল....টি.ভি ক'ত পৰি আছে গুৰুত্বই নাই....কিন্তু এই গানবোৰ শুনিলে নষ্টালজিক হৈ যাওঁ....ভালে থাকক জুবিন দা 🌼💚💚💚💜
    #জানমণি

  • @prandeepsonowal6210
    @prandeepsonowal6210 3 года назад +121

    এই ছবিবোৰে যি সুখ দিছিল আজিকালিৰ ছবি বোৰে নোৱাৰে। মনৰ দুখ ভাগৰ সকলো আতৰাই দিছিল।❤

  • @navakumarkumbang4263
    @navakumarkumbang4263 3 года назад +61

    ভিটালী বাইদেউক সদায় মিছ কৰিম।আপুনি য'তে আছা শান্তিত থাকা।

  • @Arghadey1991
    @Arghadey1991 9 месяцев назад +13

    i was in assam when this album got released…now i am in kolkata,2024….So many memories attached

  • @monjitbharalimusic6570
    @monjitbharalimusic6570 3 года назад +28

    Horu kaloi mont pori jai o😌😍😍😍 Zubeen da and Vitali ba buli kole bihu main...🔥🔥🔥

  • @sanjaymedhi2214
    @sanjaymedhi2214 2 года назад +79

    আজি পহিলা বহাগৰ দিনা কোনে কোনে এইটো গান শুনি আছা like দি যোৱা এটা। এইবোৰ গানতে পাও ভাল লগা স্মৃতিবোৰ শৈশৱৰ।

  • @mithi8166
    @mithi8166 7 месяцев назад +3

    সৰুতে ভাবিছিলো acting kori থকা বোৰেই গানটো গাই বুলি😅। আগৰ গান বোৰৰ আমেজে বেলেগ আছিল দেই। এইবোৰ গান শুনিলেহে বিহু বিহু লাগে। সকললৈ অসমীয়া নববৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। জয় জুবিন দা❤🎉

  • @khatiaxomiyalora7631
    @khatiaxomiyalora7631 Год назад +1

    Ki je hunali din asil o hai din bur..... Ai bihu huriya geet bur kot herai gol bru.💎

  • @Mr.Madhurjya
    @Mr.Madhurjya 3 года назад +35

    এই সুমধুৰ আৰু চিৰসেউজ বিহু গীত সমুহত ভিটালী বাৰ কন্ঠ আৰু স্মৃতি যুগমীয়া হৈ থাকিব। শৈশৱৰ স্মৃতি

  • @nilabhjyotikalita944
    @nilabhjyotikalita944 3 года назад +56

    "অ মৰমৰ মইনা জান সাগৰ গভীৰ যিমান মৰম গভীৰ যিমান বুলি" চেনাইক কৈ বাইদেউ জোনবাইৰ দেশলৈ গুচি গল

  • @Sv.9Vlogs
    @Sv.9Vlogs 10 месяцев назад +20

    I'm From Maharastra first time I'm listening this song ❤ very beautiful song। Again and again I'm listening this song many more , lyrics , music singers and acters are so nice
    Asaamee ❤

    • @Srk12381
      @Srk12381 10 месяцев назад +2

      Love from Assam bro thank you so much u hear our song

  • @tinkuboro124
    @tinkuboro124 Год назад +26

    নমৰা লৈকে এই গীতবোৰ শুনি যাম🥲🥲
    বহুত miss কৰো সেই দিনবোৰলৈ

  • @monkalita7602
    @monkalita7602 3 года назад +28

    Bahut Val lage mon tu Val lagi jai ki kom aru Xoru kalor loi monot pore ।😘

  • @Janmonigogoi1233
    @Janmonigogoi1233 2 года назад +2

    সুন্দৰ গান

  • @ABHI.961
    @ABHI.961 10 месяцев назад +8

    Please like 2024 rt Kuna Kuna ai gan tu hunixa
    ....king of জুবিন garg

  • @Babu-p2h
    @Babu-p2h 3 года назад +74

    ভিটালী বা,,,😭😭😭,,,,,,,আপোনাৰ গান সদায় আমাৰ মাজত চিৰযোগমীয়া হৈ ৰব । আপোনাৰ বাবে আকৌ আহিলোঁ

  • @pabanmedhi7464
    @pabanmedhi7464 11 месяцев назад +2

    এই গানবোৰ বৰ্ত্তমান মোক বহুত আবেগিক কৰে । এই গানবোৰ শুনি শুনি তানুৰ প্ৰেমত পৰিছিলো। ই love you❤ Munu। তুমি মোৰ নোহোৱা ।

  • @papuvlogsmix7212
    @papuvlogsmix7212 11 месяцев назад +13

    এই বোৰ গান শুনিলে বহুত বছৰ পিছোঁৱাই যাব মন যায়

  • @অবিনাশঅসম
    @অবিনাশঅসম 3 месяца назад

    ডিচেম্বৰ মানেই জানমণি, জানমণি মানেই ডিচেম্বৰ ❤️ কিমান ভাললগা দিন আছিলে সেইবোৰ দিন ❤️

  • @JunjunakMoi-gc1of
    @JunjunakMoi-gc1of Год назад +3

    এইবাৰ হে গান ❤

  • @Agniloying642
    @Agniloying642 10 месяцев назад

    Such a pure voice ❤❤ Aikeidin gaantu xuniye asu, comment atao korib pora ni.. oti hundar ❤

  • @bikashborah8195
    @bikashborah8195 3 года назад +5

    Nk production 🔥🔥🔥❤️❤️

  • @_shi_goi_
    @_shi_goi_ Год назад +1

    উফফ ঢোলৰ চেও❤️❤️

  • @manabpegu7552
    @manabpegu7552 3 года назад +12

    জুবিন দাৰ সকলোবোৰ গানেই মোৰ অতিকৈ প্ৰিয়

  • @BiKaShDuLaL96
    @BiKaShDuLaL96 Месяц назад

    Best Assamese song evergreen assamese song ❤ lots of from an Assamese Gorkha ❤ জয় আই অসমী। জয় Gorkha।

  • @2.0940
    @2.0940 7 месяцев назад +13

    Bihu age age kine hunisa like kora 🤍mathu 12 din bihu loi advance happy bihu 💐

  • @taylor1456
    @taylor1456 3 года назад +12

    Horu kaloloi mnot pari jai💛💛💛💛

  • @poranjyotiborah5435
    @poranjyotiborah5435 3 года назад +227

    জুবিন দাদা আৰু ভিতালি বাৰ বিহু গান যি সকলে ভাল পোৱা তলত like কৰি যোৱা.....👇👇

    • @mexi1344
      @mexi1344 3 года назад +1

      Yes

    • @mexi1344
      @mexi1344 3 года назад +4

      @@expresswords9960 AYURVEDIC MEDICINE expairy নাই যিমান পুৰণি সিমানে কাজ্যকৰি No side effects

    • @ridipmaina3827
      @ridipmaina3827 3 года назад +1

      কৃষ্ণ

    • @gamingmanash2225
      @gamingmanash2225 3 года назад +2

      Like nokoru

    • @gamingmanash2225
      @gamingmanash2225 3 года назад +1

      Jubin dar nam LOI like loba bisarisa

  • @suruzjyotideka5006
    @suruzjyotideka5006 6 месяцев назад +4

    Moi nojonake tumi hola ..........bihu buli kole zubeen da ❤❤❤

  • @lokapriyagogoi7047
    @lokapriyagogoi7047 3 года назад +106

    এনেকুৱা বিহু গান বিলাকে ভাল আছিল, আকৌ ঘূৰি আহিব লাগে ।। আমনি নালাগে শুনি

    • @najrulliv4127
      @najrulliv4127 3 года назад +2

      niec

    • @dipakrajkonwar9101
      @dipakrajkonwar9101 3 года назад +2

      😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
      😭😭😭😭😭❤️❤️❤️

    • @dipakrajkonwar9101
      @dipakrajkonwar9101 3 года назад +1

      😘

  • @bipulsonowal141
    @bipulsonowal141 Год назад

    Valpuwa kiii....Buji napaisiluu jetiya ai Gantu ..Prothom baji othisill....Anubov he korisilu ...🔥🔥🔥 ZUbeen Da Rock....

  • @jindaginamilgengidubara1217
    @jindaginamilgengidubara1217 3 года назад +63

    পুৰণি স্মৃতি আকৌ এবাৰ মনত পেলাই দিলে Love জুবিন আৰু স্বৰ্গীয় ভিটালি বাইদেউ 😭❤️❤️

  • @অবিনাশ-123
    @অবিনাশ-123 Год назад +1

    গীতৰ কি সুন্দৰ শব্দ আৰু অপূৰ্ব ছন্দ।
    আজি কালি বজৰুৱা কিছুমানে কি গায়, গান হে গায় নে কাৰোবাক গালিহে পাৰি থাকে ধৰিয়ে নোৱাৰি।

  • @nazmulahmed1103
    @nazmulahmed1103 3 года назад +208

    ইমান ধুনীয়া বিহু গানবোৰ শুনিয়েই সৰুৰ পৰা ডাঙৰ হ'লো । ভিটালী বাইদেউৰ অকাল বিয়োগত মৰ্মাহত হ'লো ।Rest in peace Vitali Baideu 😭😭...

    • @ridipmaina3827
      @ridipmaina3827 3 года назад +11

      কৃষ্ণ, bhitali বাৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰেই কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো

    • @jurirabha6118
      @jurirabha6118 3 года назад +2

      @@ridipmaina3827 h

    • @natureover7360
      @natureover7360 3 года назад +5

      বুজাব নোৱাৰা অনুভূতি য়ে বুকু খন হেঁচা মাৰি ধৰিছে কত যে হেৰাই গল সেই সোনালী দিন বোৰ😭😭😭😭😭

    • @nagannb8149
      @nagannb8149 2 года назад +1

      oO99

    • @riyanvloglifex7452
      @riyanvloglifex7452 2 года назад +1

      @@ridipmaina3827 666t

  • @sumanboro861
    @sumanboro861 3 года назад +2

    Hosa kee aji bohut realize koresu ❤❤❤❤❤❤❤❤old is dimand😍😘😘😘😘

  • @travelvlogs5093
    @travelvlogs5093 2 года назад +4

    ১৯৯০ দশকৰ পৰা ২০১০ লৈকে এই সমূহ শ্ৰব্য কেছেটৰ গীত সকলোতে গম গমাই আছিল আৰু সেই দশকৰ প্ৰজন্মই হে বুজিব ইয়াৰ অনুভূতি।

  • @dhruvthevloggerr
    @dhruvthevloggerr 2 года назад

    Wahhhh mon suiii jai ooo agor ganor nisina kunu gaan hobo nuware 🥺❤️agor kotha burruu monot pore 🥲❤️🫂

  • @sabitadeka4752
    @sabitadeka4752 6 месяцев назад +4

    Jiman xunileu hepah nopolai❤

  • @roysinghsingularity2844
    @roysinghsingularity2844 3 года назад +35

    Very beautiful song love from ledu Assam

  • @risaporimixassamese3044
    @risaporimixassamese3044 Год назад +5

    এই গান বোৰ সদায় প্রিয় ❤❤❤

  • @manojhaloi5824
    @manojhaloi5824 Год назад

    আমাৰ কৈশোৰ যৌবনৰ সেই ভাল লগা দিনবোৰ৷ভাৱিলেই দুখ লাগে ক’ত হেৰাল সেই মধুৰ দিনবোৰ৷

  • @arunkukku3500
    @arunkukku3500 3 года назад +77

    I can't understand this lyrics.... But i like this song ❤️👌
    Love from kerala ❤️

    • @Pranjalborah-l8e
      @Pranjalborah-l8e 3 года назад +1

      Thank you brother ❤️

    • @SmartBoy-k3h
      @SmartBoy-k3h 2 года назад

      Arun kukku really. where are you from

    • @opindia1000
      @opindia1000 2 года назад +2

      This is an old evergreen Assamese song ❤️❤️❤️

    • @arunkukku3500
      @arunkukku3500 2 года назад

      @@Pranjalborah-l8e ❤️

    • @arunkukku3500
      @arunkukku3500 2 года назад

      @@SmartBoy-k3h kerala 😊

  • @bavrogaming6104
    @bavrogaming6104 Год назад +1

    এই গানটো শুনিলে সৰু কালৰ কথা মনত পৰে 😌

  • @THUNDERSTORM_Music
    @THUNDERSTORM_Music 2 года назад +3

    শৈশৱ লুকাই আছে ইয়াত ❤️🥺

  • @Gogoiidaa
    @Gogoiidaa Год назад +1

    জুবিন দা আপোনাৰ voise টো শুনিলে আবেগিক হৈ চকুপানী ওলাই যাই

  • @abinao6220
    @abinao6220 3 года назад +136

    এইবোৰ গান শুনিলে সৰু কাললে মনত পৰে কেতিয়াবা ভাবো এই দিনবোৰ কেতিয়ানো ঘূৰাই পাম বুলি ।
    সকলো বিহু প্ৰেমি ৰাইজক বহাগ বিহুৰ শুভেচ্ছা জনালো ২০২১ ।

    • @natureover7360
      @natureover7360 3 года назад

      বুজাব নোৱাৰা অনুভূতি য়ে বুকু খন হেঁচা মাৰি ধৰিছে কত যে হেৰাই গল সেই সোনালী দিন বোৰ😭😭😭😭😭

    • @kashmirmahanta4151
      @kashmirmahanta4151 3 года назад

      @@natureover7360 ললশশষষষনশষন ঝড় হোন ঝহহলজল। জ

  • @Rupam_ZG_Kakati1845
    @Rupam_ZG_Kakati1845 10 месяцев назад

    জুবিন দাৰ এইবোৰ গান শুনিলে পুৰণি দিনৰ স্মৃতি বোৰে খেদি ফুৰে।

  • @Bishalbaruah7889
    @Bishalbaruah7889 3 года назад +60

    জুবিনদাৰ এই বোৰ গান শুনিয়েই লৰালি কাল পাৰ কৰিছো, এতিয়াও প্ৰিয় l

  • @dhiman144
    @dhiman144 2 месяца назад +1

    Evergreen❤miss u vitali baa😓

  • @TinkuNath-m3u
    @TinkuNath-m3u 3 года назад +13

    Bhut dinor pasot gaan tu huni bohut vhal lagil ❤️ god job 👍👍👍

  • @bagadhartaid2389
    @bagadhartaid2389 11 месяцев назад +1

    Old is gold, এইবোৰ গান কেতিয়াও পাহৰিব নোৱাৰে

  • @daskanak8386
    @daskanak8386 3 года назад +6

    Aibor ganor lyrics emn dhuniya😍😍😍huni thakileo Mon novore aru ajiklir singer a ki gay dudinor hit only.words bisari npy sage

  • @vlogstravelwithme
    @vlogstravelwithme 5 месяцев назад

    Bohut bhal loga super super hit video song of Golden days of Album videos

  • @santanudas4340
    @santanudas4340 3 года назад +84

    Zubben is the greatest singer of Assam❣️❣️❣️

  • @bidyuthazarika3532
    @bidyuthazarika3532 6 месяцев назад +2

    10000000 khuni leu hepah nopolyi ❤❤

  • @bimanborah-p1o
    @bimanborah-p1o 10 месяцев назад +3

    মই আজিও চাইসো ১৫/১/২০২৪ ।পুৰণা কথাবোৰ মনত পৰি যায় অ।

  • @TutuNath-pc6jr
    @TutuNath-pc6jr 6 месяцев назад +1

    ❤❤❤

  • @sangitasaha7223
    @sangitasaha7223 3 года назад +126

    আজিকালিৰ গানবোৰে এই গানবোৰৰ কাষ এ চাপিব নোৱাৰিব...old is gold ❤

  • @jibonsaikia1797
    @jibonsaikia1797 3 года назад +5

    Mojja gaan 😅

  • @ponkojgogoi850
    @ponkojgogoi850 2 года назад +1

    মজা ধুনীয়া, সুন্দৰ গান ❤️❤️❤️

  • @kenny-robba-starr
    @kenny-robba-starr 3 года назад +11

    Jay Ai Axom😊♥️
    Simple life Beautiful Life..!!💞🇮🇳

  • @bedantamedhi8475
    @bedantamedhi8475 2 года назад +1

    প্রিয় হৈ থাকিব সদায়💓💓।ভোগালী বিহু আহি পালে বুলি উমান পোৱা যায়।

  • @titubhuyan6019
    @titubhuyan6019 2 года назад +3

    Axomiya gaan manei zubeen daa ❤❤❤❤😘😘😘😘

  • @saniyadeuri9728
    @saniyadeuri9728 Год назад

    সচাকৈ কি কম কৱলৈ ভাষা নাই যে জুবিন দা ।

  • @gajendradas7017
    @gajendradas7017 2 года назад +3

    বহুত কথা মনত পৰি যায় ❤️❤️

  • @papumonimusiclover9848
    @papumonimusiclover9848 11 месяцев назад

    সৰুতে CD কেছেট ভাৰা আনি চাইছিলো এইবোৰ ছবি
    কি যে দিন আছিল সেইবোৰ
    বহুত মনত পৰিছে আজি সেইবোৰ দিনলৈ
    জুবিন দা আপুনি আমাৰ জীয়াই থকাৰ প্ৰেৰণা ❤❤
    Love you Dada ♥️🥰

  • @ZeetZambu
    @ZeetZambu 10 месяцев назад +4

    কোনে কোনে আহিছা ২০২৪ত শুনিবলৈ

  • @rijumonidutta4094
    @rijumonidutta4094 Год назад

    Dhunia hoise 🙏🙏

  • @assamvideos1816
    @assamvideos1816 3 года назад +47

    সৰুকালৰ স্মৃতি ❤️❤️❤️❤️❤️❤️❤️❤️

  • @educationpoint6480
    @educationpoint6480 Год назад +1

    জুবিন দাৰ এই বিলাক গান সদায় চিৰসেউজ পৃথিৱী থকালৈ জুবিন শব্দটো থাকিব

  • @gautamzgrabha4054
    @gautamzgrabha4054 3 года назад +11

    সেই দিন ঘুৰি নাহে আৰু বহুত মধুৰ আছিল দিন কেইটা।

  • @sumiboro9265
    @sumiboro9265 2 года назад

    Eibilak gan honilehe bohag bihu bohag bihu lage .... Aji kalir gan bilak eku vl nalake ... Old song is so lovely .... I love you old song 😘😘😘

  • @gautamdeka-p2q
    @gautamdeka-p2q 2 года назад +50

    বিহু গীতৰ জয়জয় ময়ময় সময়লৈ মনত পৰি যায়।

  • @abhijitgohain9505
    @abhijitgohain9505 Год назад +1

    Eman bhal lagisil hei din bur eman hepah asil vcd bur

  • @euphoricexplorer9608
    @euphoricexplorer9608 10 месяцев назад +3

    My fav song from Janmoni😢❤ damn feeling nostalgic

  • @asfakahmed7883
    @asfakahmed7883 6 месяцев назад +2

    হীয়াৰ আমথো জুবিন দা গীত বোৰ কেনেকৈ পাহৰো আৰু কিয় নুহোনকে থাকিম

  • @Vs-mr9vh
    @Vs-mr9vh 3 года назад +21

    This song is memories bring back❤️

  • @kanxikanxi120
    @kanxikanxi120 3 года назад +2

    Nasi maan gol ooooo ....😍🥰💋♥️👌👌❤️

  • @mjduttamishu4315
    @mjduttamishu4315 2 года назад +6

    মোৰ সৰুতেই শুনা এটা প্রিয় গীত যাৰ দ্বাৰা আটাইতকৈ সোণালী দিনবোৰলৈ লৈ গল l janmoni বা I love you I love u zubeenda

  • @papumixer9428
    @papumixer9428 3 года назад +1

    Nic song. Aibur song khunile amoniai nalge.

  • @uchihaclan0744
    @uchihaclan0744 Год назад +18

    One and only Zubeen Da ❤️❤️

  • @NirmalBoro-q2b
    @NirmalBoro-q2b 11 дней назад

    One of favorite bihu song.. I relate my old memories by this song.. I badly miss Vitali das baa 😢❤

  • @tapashmandal4491
    @tapashmandal4491 3 года назад +77

    কৈশোৰ জীৱনৰ সেই স্মৃতিবোৰ, য'ত হাইস্কুলত পঢ়ি থকা অৱস্থাত।স্কুলীয়া লগৰ বন্ধু-বান্ধৱীৰ লগত একেলগে সেই বিহু গানবোৰ গাই ফুৰিছিলো আৰু নৃত্য কৰিছিলো।

  • @DilipRongpi-z1b
    @DilipRongpi-z1b 3 месяца назад

    Barhia, tamam ...

  • @bipindas1691
    @bipindas1691 3 года назад +37

    Zubin da you are God of assamiya singer

  • @BabitaDavi-qy9cz
    @BabitaDavi-qy9cz 3 месяца назад

    Gan Tu bhut vl lge khuni tate akau zubeen dar voice uff❤😍

  • @mayurvibe
    @mayurvibe 3 года назад +114

    Rest in peace Vitali Das ma'am❤thanks for making our childhood memorable with these chartbuster Songs ✨you will be remember forever