ভেদ হ'ল ৰহস্য | ৰতন টাটাৰ উত্তৰসূৰী ওলাল? এই যুৱকৰ সৈতে টাটাৰ কি সম্পৰ্ক? Ratan Tata shantanu Naidu

Поделиться
HTML-код
  • Опубликовано: 11 окт 2024
  • ভেদ হ'ল ৰহস্য | ৰতন টাটাৰ উত্তৰসূৰী ওলাল? এই যুৱকৰ সৈতে টাটাৰ কি সম্পৰ্ক? Ratan Tata shantanu Naidu
    #ratantata #story #tata
    About This Video
    ৰতন টাটাৰ বিশাল সম্পত্তিৰ উত্তৰাধিকাৰী কোন হ'ব? ৰতন টাটাৰ লগত অনবৰতে লাগি থকা শান্তনু নায়ডুৰ সৈতে টাটাৰ সম্পৰ্ক কি? কিয় সমগ্ৰ জীৱন অকলেই কটালে ৰতন টাটাই। ৰতন টাটাৰ জীৱনৰ এই আশ্চৰ্যকৰ কথাৰেই প্ৰস্তুত কৰা হৈছে এই ভিডিঅটো।
    Your Queries
    কোন হ'ব ৰতন টাটাৰ উত্তৰসূৰী
    ৰতন টাটা
    ৰতন টাটা মৃত্যু
    ratan tata motivational speech
    ratan tata love story
    ratan tata love story interview
    ratan tata ne shaadi kyon nahin ki
    ratan tata shantanu naidu story
    ratan tata shantanu naidu relationship
    assamese true story
    assamese real story
    assamese original story
    assamese true love story
    assamese real love story video
    heart touching assamese love story
    assamese heart touching story
    best heart broken love story
    #ratantatamotivation #storytime #storytelling
    #stories #motivational #motivationalspeech
    #motivation #motivationalvideo #tatamotors
    #tatatrust #hindistories #inspiration #inspirational #touchingstory #truestory
    #truestories

Комментарии • 611

  • @TridipBaruah-f2k
    @TridipBaruah-f2k 2 дня назад +71

    ধন,টকা,পইচা ই যে জীৱনৰ সৰ্ব্বোচ্চ নহয় আৰু মানবীয় প্ৰমূল্যবোধ হে যে সকলোৰে ৰ্উধত তাক তেওঁ প্ৰমান কৰি গ’ল তেওঁৰ জীৱন শৈলীৰ পৰা অৰ্থসৰ্ব্বোচ্চ বৰ্তমানৰ সমাজ খনে বহুত শিকিব লগা আছে ৷ শেষত ৰতন টাটা অমৰ হওঁক তাৰেই কামনা

  • @nijudowarah4123
    @nijudowarah4123 2 дня назад +39

    ৰতন টাটা আত্মাই চিৰ শান্তি লাভ কৰক তাৰ কামনাৰে ভগৱাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।🙏🙏🙏🙏🙏

  • @puspendrasaikia9570
    @puspendrasaikia9570 2 дня назад +43

    গুৰুত্বপূৰ্ণ তথ্য জনোৱাৰ বাবে ধন্যবাদ ৷

    • @BhabenDas-wl7ul
      @BhabenDas-wl7ul 2 дня назад +1

      গুৰুত্বপূৰ্ণ তথ্য জনোৱা বাবে ধন্যবাদ

  • @nipuldeka8521
    @nipuldeka8521 2 дня назад +15

    ভাল লাগিল l ধন্যবাদ l টকা পইচা যে জীৱনৰ সৰ্বস্য নহয় তেখেতে সুন্দৰ ভালে শিকাই থৈ গল l আৰু তেখেতৰ আত্মাৰ চিৰশন্তি পাঁওক এয়াই ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ওম শান্তি

  • @bhanukakoti5681
    @bhanukakoti5681 2 дня назад +37

    অতি গুৰুত্বপূৰ্ণ কথা জানিব পাৰি বহুত ভাল লাগিল। বহুত বহুত ধন্যবাদ থাকিলআপোনা লৈ।

  • @babulborah9448
    @babulborah9448 2 дня назад +19

    ৰতন টাটাৰ দৰে ভাল মানুহ সহজে নুলাবয়ে আজি মিত্ৰোৰ খবৰ টো শুনি বহুত বেয়া লাগিল

    • @anandach.mandal75
      @anandach.mandal75 2 часа назад

      ৰতন টাটা অমৰ হওঁক ।তেওৰ আত্মাই যেন চিৰশান্তি পায় ।

  • @UpenKalita-dx2cr
    @UpenKalita-dx2cr День назад +10

    অসমৰ প্ৰতি ৰতন টাটাৰ যথেষ্ট পৰিমাণে অৱদান আগবঢ়াই থৈ গৈছে। তেখেতৰ এক ভাষণত অসমৰ উন্নতিৰ কথা উল্লেখ আছে। তেওঁ দেশৰ এজন প্ৰকৃত হিৰো আছিল। তেখেতৰ পৰলোক প্ৰাপ্তিয়ে সমগ্ৰ বিশ্বতে দূখৰ ছায়া বিদ্যমান হয়। তেখেতৰ স্বৰ্গগামী হয় যাতে এইয়াই আমাৰ কামনা। ঔঁম শান্তি শান্তি শান্তি।🌹🪔👏🧎🧎🧎🧎

  • @runumitalukdar2823
    @runumitalukdar2823 2 дня назад +8

    ৰত্ন টাটাৰ বিষয়ে বহুতো নজনা কথা জানিবলৈ পাৰিলো। বহুত ভাল লাগিল।আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @PinkumaniChoudhury111
    @PinkumaniChoudhury111 2 дня назад +10

    এই মহান আত্মাৰ গৰাকী ৰতন টাটা দেৱৰ মৃত্যুত দেশৰ অপূৰণীয় ক্ষতি হ'ল। তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ 🙏

  • @chitralekhabhuyan1809
    @chitralekhabhuyan1809 4 часа назад +1

    Bohut bhal lagil

  • @babakakita519
    @babakakita519 День назад +3

    বহুত ভাল লাগিল ৷ টাটা মহোদয়ৰ বিষয়ে বহু কথা জ্ঞাত হলো ৷ তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক ৷ ওমঃ শান্তি ৷

  • @MadanChandraHaloi-cn2pn
    @MadanChandraHaloi-cn2pn День назад +2

    বহুত ভাল লাগিল,ৰতন টাটাৰ বিদেহি আত্মাৰ সদগতিৰ কাৰণে ভগৱান ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।

  • @LakhimaiPegu-vk9oz
    @LakhimaiPegu-vk9oz 2 дня назад +12

    বহুত ভাল লাগিল 😢😢😢,

  • @arunaborah3422
    @arunaborah3422 2 дня назад +6

    Bout Val lagil .raton Tata tumak nomoskar .

  • @RamFfffDddd-ke1jx
    @RamFfffDddd-ke1jx День назад +1

    Video-tuvery very thanks. And Ratan tatar aatmaye. Swagagami hoi , punar prithibiloi ghuri aahe Bhagabanar osarat prathana janalu ..

  • @punimaburagohain1131
    @punimaburagohain1131 2 дня назад +13

    মহান ব্যক্তি জনৰ মৃত্যুত গভীৰ ভাৱে শো ক স্তব্ধ হৈছোঁ ।তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক ।

  • @hirakjyotisaikia2380
    @hirakjyotisaikia2380 2 дня назад +6

    Ratan tata ejon pure sole r manuh vogobaneu sage teuk loi proud kore ❤❤❤❤ om shanti🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @sukuraliahmed1107
    @sukuraliahmed1107 2 дня назад +7

    মহান ব্যক্তি জনৰ ইমান খিনি তথ্য জানিব পাৰি বহুত ভাল লাগিল। আপোনাক ধন্যবাদ।

  • @munindragoswami4875
    @munindragoswami4875 День назад +1

    ৰতন টাটা এজন মহাপুৰুষ তেখেত সদায় আমাৰ হৃদয়ত থাকিব। ভগৱানে তেখেতক ৰাইজৰ হকে কাম কৰিবলৈ পঠাইছিল মোৰ অনুভৱ।

  • @DhananjoyKuli-t3i
    @DhananjoyKuli-t3i 9 часов назад +2

    Val lagile

  • @BinitaChoudhury-n9i
    @BinitaChoudhury-n9i 14 часов назад +1

    তেওঁৰ ‌বিষয়ে জানি বহু ত ভাল লাগিল।ধনয়বাদ

  • @aparnabhattacharya5620
    @aparnabhattacharya5620 7 минут назад

    বহুত ভাল লাগিল।ৰতন টাটাৰ দৰে মানুহৰ পুনৰ জন্ম হয় যেন।

  • @khilonakhangia
    @khilonakhangia 16 часов назад +2

    হেজাৰ জন এনে ব্যক্তিৰ জন্ম হ ওক। ওম শান্তি।

  • @extremegamer9744
    @extremegamer9744 2 дня назад +2

    কহিনুৰ হীৰা অসম বাষীৰ বাবে ষেনেকুৱা সম্পদ ৰতন টাটা ভাৰত বাষিৰ বাবে তেনেকুৱা সম্পদ. ভাৰত বাসষীয়ে এজন ভগৱান চৰুপ মানুহৰ হেৰুৱালোঁ তেখেতৰ চনৰ শান্তি কামনা কৰিলোঁ৷ ওম শান্তি

  • @JayramBordoloi-tk5qn
    @JayramBordoloi-tk5qn 2 дня назад +12

    Bhal manuhok nedekhajone besidin narakhe . Moi kintu bhogobanok bea paisu . Roton tata tumi aako aaha aei dhorat jonom luwahi . He probhu tumi aakou pothai dia aei dharaloi aamar majoloi .

  • @chinimaibora7626
    @chinimaibora7626 2 дня назад +2

    হয় অতি গুৰুত্ব কথা জানিব পৰিলোঁ ।আপোনাক বহুত বহুত আন্তৰিক ধন্যবাদ জনালো।

  • @ranjulahkar1859
    @ranjulahkar1859 День назад +2

    Bhut Val lagil om shanti ratan tata

  • @AjitGamer-ch4lh
    @AjitGamer-ch4lh 2 дня назад +3

    বহুত ভাল লাগিল

  • @JyotishPronob
    @JyotishPronob День назад +1

    Kotha khini huni khub bhal lagil dada..👍🥰💞

  • @santanamazumdar6836
    @santanamazumdar6836 2 дня назад +2

    Very Nice story of Ratan tata .INDIAN people proud it. Thanks .

  • @keshakantadas1935
    @keshakantadas1935 День назад

    Bhal lagil, Dhanyabad . Bharat nirmmanot TATA. group r bohut abadan aase . Ratanjik Bhagawane boikunthat sthan diyak .

  • @monikahazarika3233
    @monikahazarika3233 15 часов назад

    বহুত ভাল লাগিল। ওম শান্তি।

  • @putulibegum9302
    @putulibegum9302 День назад

    Bahut bhal lagil Ratar life history uman pai❤❤❤.

  • @sureshsingha5806
    @sureshsingha5806 2 дня назад +1

    ভিডিঅ’ টো বহুত ভাল লাগিল। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। ঔম শান্তি!

  • @DharitriSonowal-t4t
    @DharitriSonowal-t4t День назад +1

    Bohut bohut bohut bohut bohut bohut bohut bohut bohut dukh lagise 😢😢😢😢😢😢😢😢😢 আত্মা শান্তি কামনা কৰিছোঁ sir 🙏🙏🙏🪔🪔🪔🪔🪔🪔 😢😢😢😢😢

  • @dilip1836
    @dilip1836 2 часа назад

    Bahut bhal lagil..so inspirational...keep it up..

  • @RabindraPramanik-t7p
    @RabindraPramanik-t7p День назад +2

    1oo pronam Roton tata ji loi

  • @nripenhazarika8423
    @nripenhazarika8423 День назад

    Bohut val lagil

  • @movimovi9654
    @movimovi9654 2 дня назад +1

    ধন্য ধন্য ভাৰত মাতাৰ , ৰতন টাটাৰ দৰে ভগৱান স্বৰূপ ব্যক্তিক জন্ম দিয়াৰ বাবে । এইখিনিতে প্ৰয়াত ৰাষ্ট্ৰপতি ডক্তৰ এপিজে আব্দুল কালাম লৈও মনত পৰিছে । দুয়ো সহজ সৰল অথচ উৎকৃষ্ট মেধাসম্পন্ন ব্যক্তি , ভাৰত ৰত্ন উপাধিৰে সন্মানিত, দুয়ো অবিবাহিত কিন্তু দেশৰ জনগণৰ কল্যাণৰ বাবে বহুতো কাম কৰি থৈ গল । তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক , তাৰেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ওম শান্তি শান্তি।

  • @RaniBhuyan-rq8se
    @RaniBhuyan-rq8se День назад +1

    Hosakoi manuh holea aneakua hoi jonmo lobo lagea aneakua val kahine kuwa karonea bahut dhoyanobad thakil

  • @pranatiboruah2149
    @pranatiboruah2149 День назад

    Bohut val lagil.....Om Shanti 🙏🙏🙏🙏🙏🪔🪔🪔🪔

  • @ranjangogoi6918
    @ranjangogoi6918 День назад +1

    ৰতন টাটা এজন নৰ ৰূপী ভগৱান। তেখেতৰ মৃত্যুত শুক প্ৰকাশ কৰি, তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰে যেন।

  • @moromibora4566
    @moromibora4566 День назад

    ভাল লাগিল

  • @ChristinaDutta
    @ChristinaDutta День назад

    Bohut val lagil ❤ eman val hridoyor ajon byokti .teaok sradhanjoli jonaisu 🙏🙏🙏

  • @AnimaKakati-c2v
    @AnimaKakati-c2v День назад

    বহুত ভাল লাগিল, ওম শান্তি ৰতন টাটা

  • @SangitaboruahSangitaboruah-j9l
    @SangitaboruahSangitaboruah-j9l 2 дня назад +1

    বহুত নজনা কথা জানিব পাৰিলো ভাল লাগিল। তেওঁ আত্মাৰ চিৰ শান্তি কামনা কৰিছো 🙏🙏।

  • @bigboy5506
    @bigboy5506 День назад

    মহামানৱ ৰতন টাটাৰ মৃত্যুৰ খবৰটো বৰ দুখজনক, কিন্তু মানুহে যে এই সংসাৰত এটা নিৰ্দিষ্ট সময়ৰ বাবেহে আহে । আচলতে অসমৰ বাবে তেখেতৰ বিয়োগ এটা বৰ ডাঙৰ ক্ষতি। তেওৰ বাহিৰে আজিলৈকো কোনো এনেকুৱা অসম হিতৈষী কৰ্পৰেট ওলোৱা নাই। Great respect to Sir Ratan Tata. You will be always in our hearts❤.

  • @debajitkonwar6278
    @debajitkonwar6278 2 дня назад

    Hundor, Ratan Tata hosai mohan, kothabur jani val palu, 🙏

  • @SonjoyPegu-ne5zd
    @SonjoyPegu-ne5zd День назад

    Bhout bal lagil roton tatar bikoyejonuhar babe❤❤❤❤❤

  • @SatyanathBoro
    @SatyanathBoro 5 часов назад

    Bohut val lagil.thank you.

  • @ilimasaikia1908
    @ilimasaikia1908 День назад

    Ratan tatar bihaye gurutra purna kotha janiba pari bohut bhal lagil. Apunak dhanyabad jonalu.

  • @triptibora7362
    @triptibora7362 3 часа назад

    Bohut bhal lagil video tu

  • @KritanjaliDevi-m7g
    @KritanjaliDevi-m7g День назад

    ভাল লাগিল।

  • @KhushalDas-m1r
    @KhushalDas-m1r 2 дня назад +1

    Bohut dhuniya kotha koley

  • @tarakborah
    @tarakborah 5 часов назад

    Ratan Tata was great donator of India and he was very honest man we cannot forget him in my whole life thanks Tarak Bora North Lakhimpur Assam

  • @gopalch.sarkar6090
    @gopalch.sarkar6090 2 дня назад +2

    বহুত ভাল লাগিছে।

  • @janarddansenapati8904
    @janarddansenapati8904 9 часов назад

    ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰ এক মহান আদশ্ - ৰতন টাটা । তেওঁ ধনাধ্য ব্যক্তিত্ব আন সকল ধনাধ্য ব্যক্তিত্বতকৈ বহুত ওপৰত । সচা অথ্ ত তেওঁহে বিশ্বৰ আটাইতকৈ মন আদশ্ ই ধনী ব্যক্তি । তেওঁৰ চিৰবিদায়ী বিদেহী আত্মাই চিৰশান্তি লাভ কৰক , বৈকুণ্ঠ ত স্থান লাভ কৰক , তাৰেই কামনা কৰিলোঁ ।

  • @eyakubali336
    @eyakubali336 2 дня назад +1

    ধন্যবাদ জনাইছো গুৰুত্বপূৰ্ণ কথা জানিব পাৰি। আৰু পাছলৈ ধাৰাবাহিক ডাৱে। জনাবচোন ,,

  • @hemantranath7580
    @hemantranath7580 День назад

    Bohut val lagil ❤

  • @rabindrabaishya2393
    @rabindrabaishya2393 15 часов назад

    Ratan was the most proud and great successful lifestyle thanks 🌿🌿🌿

  • @NripenBorthakur-p5v
    @NripenBorthakur-p5v 6 часов назад

    সঁচাই ভাল লগা .

  • @sumanshivam
    @sumanshivam День назад

    Salute Ratan Tata sir. Almighty God bless you next time life

  • @sabitrisvlog721
    @sabitrisvlog721 День назад

    বহুত বহুত ভাল লাগিল আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ' প্ৰচাৰ কৰা বাবে ধন্যবাদ ❤️

  • @ushagogoi136
    @ushagogoi136 День назад

    অদ্বিতীয় ৰতন টাটা বহুত ভাল লাগিল ভিডিঅ'টো।আগলৈ এনেধৰনৰ ভিডিঅ'আশা ৰাখিলোঁ

  • @Ayushman-o9s
    @Ayushman-o9s День назад

    বহুত ভাল লাগিল কথা খিনি শুনি। ৰতন টাটাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ🙏🙏🙏

  • @utpolbora9658
    @utpolbora9658 День назад

    Bohut val lagil
    ❤❤❤❤❤❤❤❤❤❤❤❤

  • @indranikalita2739
    @indranikalita2739 День назад

    Bahut bhal lagil dei Katha khini gom pai

  • @dipalidas29
    @dipalidas29 День назад

    এই পৃথিৱীত এইজন প্ৰকৃত এজন মানৱ।বহুত ভাল লাগিল।

  • @hemantadas3963
    @hemantadas3963 День назад

    ৰতন টাটাৰ মানসিকতা অতি মহান। তেখেতক লৈ আমি গৌৰৱ কৰিব পাৰো। তেখেতৰ বিদেহ আত্মাই পুনৰ ভাৰত ভূমিত জন্ম লওক।ঈশ্বৰে সদগতি প্ৰদান কৰে যেন। ওঁম্ শান্তি, ওঁম্ শান্তি।

  • @chinuhazarika216
    @chinuhazarika216 День назад

    Bahut bhal lagise, Thanku

  • @NiruDevi-td3hn
    @NiruDevi-td3hn День назад

    Bahut sundar krishna krishna 🙏🙏🙏❤

  • @Anime_gamerz794
    @Anime_gamerz794 4 часа назад

    ৰতন টাটাৰ সম্পৰ্কে জানিবলৈ পায় আমিও বহুত ভাল লাগিল৷
    তেকেতৰ আত্মা চিৰশান্তি হওক৷

  • @sushilasaikia4855
    @sushilasaikia4855 9 часов назад

    বহুত বেছি ভাল লাগিল ।

  • @birensaikia4667
    @birensaikia4667 2 дня назад +4

    শতকোটি নমস্কাৰ।

  • @dilipkumarsarkar9449
    @dilipkumarsarkar9449 4 часа назад

    Very good presentation.Thank you.

  • @nilimadevi3191
    @nilimadevi3191 День назад

    Bohut b bhal lagil.Tekhehtor atmar sotgoti houk.

  • @DiptiKalita-h7p
    @DiptiKalita-h7p День назад

    Bohut val lagile

  • @sayedmonirullah4629
    @sayedmonirullah4629 День назад

    সুন্দৰ ! সচাকৈয়ে এইজন ভাৰতবৰ্ষৰ এজন দুৰদৰ্শী , সমাজসেৱক মহান "ৰতন" আছিল ! দেশে এজন ভাল মানুহ হেৰুৱালে !

  • @anildas8151
    @anildas8151 День назад +1

    RATAN TATA was really a valuable "Ratan" for every Indian.

  • @kalyaniborah6550
    @kalyaniborah6550 2 дня назад +2

    আজিৰ ভিডিঅ চাই বহুত ভাল লাগিল।

  • @dharmeswarborah5206
    @dharmeswarborah5206 День назад

    Bahut bhal lagil.Mitokar atmar sadgati kamana karilu.

  • @BhabendraNathsaikia-od1sk
    @BhabendraNathsaikia-od1sk День назад +1

    Best

  • @diptiisaikia
    @diptiisaikia День назад

    তেখেতলৈ গভীৰ শ্ৰদ্ধা জনাই প্ৰাৰ্থনা 🙏 জনাইছোঁ তেখেতৰ আত্মাৰ চিৰ শান্তি কামনাৰে ঈশ্বৰক প্ৰাৰ্থনা 👏 জনাইছোঁ 👏 🙏 🙏🙏🙏 🙏🙏🙏

  • @MahinBasumatary-do3nw
    @MahinBasumatary-do3nw 16 часов назад

    Hosakoi khub val lagil ❤

  • @rupjyotibora7356
    @rupjyotibora7356 2 дня назад

    ভাল লাগিল ❤❤❤

  • @JYOTIMONIBORASINGH
    @JYOTIMONIBORASINGH День назад

    Khub val lagil.

  • @shukllabikash5354
    @shukllabikash5354 День назад

    ❤❤❤ Ai Mahatmajan punar bharatar bukuloi ahak❤ Jai Shri Krisna ❤❤❤

  • @AtulchSarma-s6b
    @AtulchSarma-s6b 2 дня назад

    Happy to have such a vdo on the great personality and humanist Ratan Tata.

  • @indranichetia7697
    @indranichetia7697 День назад

    ভাল লাগিল ধন্যবাদ তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক

  • @tikaramchetry9401
    @tikaramchetry9401 День назад

    Bohut bhal lagil.

  • @Montodas-jc6yt
    @Montodas-jc6yt День назад

    So good we are waiting to know about RATAN TATA SIR 12:09

  • @rumiadhikary6532
    @rumiadhikary6532 День назад

    Bout bhal lagil

  • @SurujPuddar
    @SurujPuddar День назад +1

    নজনা কথা জানিব পাই বহুত ভাল লাগিল

  • @ankurBorgohain45
    @ankurBorgohain45 2 дня назад +1

    ৰতন টাটা আত্মাই চিৰ শান্তি
    লাভ কৰক ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ🙏🙏🙏

  • @RanjanMahanta-jk4rl
    @RanjanMahanta-jk4rl День назад

    খুব ভাল লাগিল

  • @basantidas8161
    @basantidas8161 День назад

    ভাল লাগিল❤🙏

  • @KrishnaDasChoudhury
    @KrishnaDasChoudhury 7 часов назад

    Extraordinary person. According to me nobody can forget him 🙏🙏🙏🙏

  • @krishnajyotipegu123
    @krishnajyotipegu123 Час назад

    Val lagil

  • @ThanuRamBhuyan
    @ThanuRamBhuyan 2 дня назад

    Bahut val lagil ratan tata is great

  • @saharulislam7358
    @saharulislam7358 День назад

    Bohut bohut val lagil dada....