Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সময়োপযোগী ,জনগণক সজাগ কৰাৰ উদ্দেশ্যে আদৰি লব লগীয়া এটি গীত | গীতটোক আন্তৰিকতাৰে আদৰিছো |এনে এটি গীত উপহাৰ দিয়াৰ বাবে সুখী হৈছোঁ |শিল্পীদ্বয়লৈ কৃতজ্ঞতা জ্ঞাপন কৰিলো, ধন্যবাদ |
Axekh dhanyavaad 🙏🙏
@@CLStudionVFX z
❤❤❤❤😢😢😢😢
বহুত ভাল লাগিল শুনি....বহুত অৰ্থ লুকাই আছে গানটোত
বহুতৰে মনৰ প্ৰশ্ন উত্তৰ পালে গীতটোত । আগলৈও যেন এনে গীত উপহাৰ দিয়ে ৰাইজক।
সুবিধাবাদ অ' ককাই , সকলো সুবিধাবাদ । সুন্দৰ সৃষ্টি।
গীতৰ কথাখিনি অর্থবহ আৰু সাম্প্ৰতিক প্ৰেক্ষাপটত প্ৰাসংগিক। ভাল লাগিল শুনি।
বৰ্তমান সময়ত গানটোৰ খুবেই প্ৰাসংগিকতা আছে! ধন্যবাদ জনাইছোঁ দুয়ো গৰাকী শিল্পীক; জয় আই অসম
Yes thanks.
সময়োপযোগী সৃষ্টি।অপূৰ্ব👌
Hundor huni val lagil
শুই থকা মানুহক জগাই তুলিবলৈ সক্ষম হব। ধন্যবাদ দুয়োজন শিল্পীলৈ
গানটোৰ অৰ্থই মনত চুই গ'ল বৰ্তমান সময়ৰ এক অপ্ৰিয় সত্যই
বহুত ভাল লাগিল দাদা।নৱবৰ্ষ আৰু এনেদৰে আগুৱাই যোৱাৰ কামনাৰে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Happy New year 2021🙏🙏
অতি সুন্দৰ বহুল অৰ্থপূৰ্ণ গান 👌👌👌👌
কি ক'ম আৰু....!🔥🔥🔥
চুই গল || ধুনীয়া উপস্হাপন 🙏জয় আই অসম
Mmm
গীত,সংগীত,কন্ঠ আৰু কথা সুৰেৰে সুন্দৰ উপস্থাপন হৈছে বৰ্তমান অসমৰ পৰিস্থিতিবোৰ ।
অতি সুন্দৰ ককাইদেউ।❤
সুন্দৰ ককাইদেউ
গানটো শুনি বহুত ভাল লাগিল... সুবিধাবাদী হ'ল এতিয়া সকলো
Um hoi
জয় আই অসম👍👍👍
সুন্দৰ আৰু বিপ্লৱী গীত আৰু আগলৈ শুনি পাম থাকিব পাম বুলি আশা
Bohut bhal lagil huni jajib da👍👍👍 moi like korisu
সময়ৰ স'তে গীতটি মিলি গৈছে।।
Nice 👍
খুবেই সুন্দৰ তথা অৰ্থবহ গীত.....কথা,সুৰ অপূৰ্ব👌
বহুত ভাল লাগিল। বহুত অৰ্থপূৰ্ণ গীত। এয়া সুবিধাবাদ।
আদৰিব লগা গীত৷ বৰ্তমান সময়ৰ লগত মিলা গীত৷
বতমান সময়ত সময়ৰ লগত খাপ খোৱা এটি গীত।
গানটো শুনি সুন্দৰ লাগিছে। গানটোত সছা কথা কৈছে
Hundo r
বহুত। ভাল লাগিছে
Dhuniya hoise kokai.....hosa kotha koise hubidhabad
সুন্দৰ গীত। ভাল লাগিল গানটো, সুবিধাবাদীয়ে বুজি পোৱা উচিত।
সুন্দৰ সৃষ্টি সুন্দৰ কন্ঠ
কাকনো ধৰিম কাকনো এৰিম সকলো সুবিধাবাদিয়েই
ভাল হৈছে... লোহিত ককাইদেউ আৰু ৰাজীৱ কাই।
আপোনাৰ কণ্ঠ সদায় জিয়াই থাকিব অসমী আইৰ বুকুত 🪔🙏🙏🌹
Bahut Val lagil gantu huni,
সঁচাকৈয়ে এই গীতটোৰ জৰিয়তে বতমান সমাজ ব্যৱস্থাত কি হৈ আছে আৰু কি কৰি কলৈ আমি গৈ আছোঁ ভাল দৰে বুজিব পাৰি ।
🙏🙏🙏
Very nice song, Congratulations to both Luit Gogoi and Rajib sadia.
👍👍👍
Hosa kotha kisu manuhr gat lagise sagoi .
Hundor gaan....👍👍👍
এইবোৰ কেৱল সুবিধাবাদ
GreatBeautiful ❤
সচাকৈ ভাল লাগিল গানটো
সুন্দৰ কথা , সঁচা কথা ৷
এই গানটো বৰ্তমান অসমৰ বহুত জাতীয় দল সংগঠনৰ নেতাই শুনিব নোৱাৰে।
Toka je khain😂😂
Bohut prakhongkhonivo hoise, raije nissoi adorilobo,
Hiii moja lagal
অতি সুন্দৰ দাদা
লুইত দা গানটো ভাল লাগিল। আগলৈ আৰু শুনিবলৈ পাম বুলি আশা কৰিলো।
Hundor
লুহিত দাদা ভূপেন হাজৰিকা দা লগত গোড়ৱা বিপ্লবী গান বোৰ দিব বুলি আসা থাকিল স্কুল,???
Jai aai axom
অসমৰ প্ৰ্তিগৰাকী জাতিয়তাবাদ ব্যক্তিয়ে গানতো খুনা উচিত
Right
শুনা হে শুদ্ধ খুনা নহয়
@@sivasagarnaba6633 u
Val.lagil
Lyrics dhuniya
মজা লাগিছে
I support this song. Ako jen bhupen hazarika janmo howk.
Val lagil huni ...
এইবোৰ শিল্পী বুলী কয়
Mojja dise
Kokaideu kionu gusi gola amar major pora 😢😢😢😢 , aru bohut baki thaki gol geeter akhomor jonotak jogabole , atiau jagi utha nai akhomor raij 😢😢😢😢
Nice.,keep it up
HAsa daii.
Gan2. Hunii Val lagil
Bhohut bhohut ahibad takile apunalu dujonk ,
very nice ... but please make a album in our agriculture to motivate our youth to work ....
Really opportunist
Joi aai oxom
মই। আপোনাৰ। প্ৰতিটো। গান। শুনি। ভাল। পাওঁ।
সচা আমিবুৰে কি কৰু উপায় নাইজয় আই অসম
vdo2 bonale vl lagil a hoi
Moja lagise 😍
সকলো সুবিধাবাদী ।
W2
ভাল লাগিল, আগলৈ আশা কৰিলোঁ,,,,
সুন্দৰ
অন্তৰ আত্মা জাগি উঠা গীত
Moja lagile kokaideu huni
Realy
Joi aii asom dada
Uff ki song o verynice
💕💕💕💕💕💕
❤
সকলো সুবিধাবাদ
𝑾𝒐𝒘 𝒏𝒊𝒄𝒆...
Ki somok loga gaan.
❤❤🙏
🙏🙏🙏🙏🙏
Nice
সুবিধাবাদ
জয় আই অসম
Moi Apunar Lagat
🙏
Hubidha bad
Dangoriya anugroho korisu track tuko upolodho kori diba
Nice song
Nice ga kopi othe o dkhr babe
😢😢
সময়োপযোগী ,জনগণক সজাগ কৰাৰ উদ্দেশ্যে আদৰি লব লগীয়া
এটি গীত | গীতটোক আন্তৰিকতাৰে আদৰিছো |এনে এটি গীত উপহাৰ দিয়াৰ বাবে সুখী হৈছোঁ |শিল্পীদ্বয়লৈ কৃতজ্ঞতা জ্ঞাপন কৰিলো,
ধন্যবাদ |
Axekh dhanyavaad 🙏🙏
@@CLStudionVFX z
❤❤❤❤😢😢😢😢
বহুত ভাল লাগিল শুনি....বহুত অৰ্থ লুকাই আছে গানটোত
বহুতৰে মনৰ প্ৰশ্ন উত্তৰ পালে গীতটোত । আগলৈও যেন এনে গীত উপহাৰ দিয়ে ৰাইজক।
সুবিধাবাদ অ' ককাই , সকলো সুবিধাবাদ । সুন্দৰ সৃষ্টি।
গীতৰ কথাখিনি অর্থবহ আৰু সাম্প্ৰতিক প্ৰেক্ষাপটত প্ৰাসংগিক। ভাল লাগিল শুনি।
বৰ্তমান সময়ত গানটোৰ খুবেই প্ৰাসংগিকতা আছে! ধন্যবাদ জনাইছোঁ দুয়ো গৰাকী শিল্পীক; জয় আই অসম
Yes thanks.
সময়োপযোগী সৃষ্টি।অপূৰ্ব👌
Hundor huni val lagil
শুই থকা মানুহক জগাই তুলিবলৈ সক্ষম হব। ধন্যবাদ দুয়োজন শিল্পীলৈ
গানটোৰ অৰ্থই মনত চুই গ'ল বৰ্তমান সময়ৰ এক অপ্ৰিয় সত্যই
বহুত ভাল লাগিল দাদা।নৱবৰ্ষ আৰু এনেদৰে আগুৱাই যোৱাৰ কামনাৰে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Happy New year 2021🙏🙏
অতি সুন্দৰ বহুল অৰ্থপূৰ্ণ গান 👌👌👌👌
কি ক'ম আৰু....!
🔥🔥🔥
চুই গল || ধুনীয়া উপস্হাপন 🙏
জয় আই অসম
Mmm
গীত,সংগীত,কন্ঠ আৰু কথা সুৰেৰে সুন্দৰ উপস্থাপন হৈছে বৰ্তমান অসমৰ পৰিস্থিতিবোৰ ।
অতি সুন্দৰ ককাইদেউ।❤
সুন্দৰ ককাইদেউ
গানটো শুনি বহুত ভাল লাগিল... সুবিধাবাদী হ'ল এতিয়া সকলো
Um hoi
জয় আই অসম👍👍👍
সুন্দৰ আৰু বিপ্লৱী গীত আৰু আগলৈ শুনি পাম থাকিব পাম বুলি আশা
Bohut bhal lagil huni jajib da👍👍👍 moi like korisu
সময়ৰ স'তে গীতটি মিলি গৈছে।।
Nice 👍
খুবেই সুন্দৰ তথা অৰ্থবহ গীত.....কথা,সুৰ অপূৰ্ব👌
বহুত ভাল লাগিল। বহুত অৰ্থপূৰ্ণ গীত। এয়া সুবিধাবাদ।
আদৰিব লগা গীত৷ বৰ্তমান সময়ৰ লগত মিলা গীত৷
বতমান সময়ত সময়ৰ লগত খাপ খোৱা এটি গীত।
গানটো শুনি সুন্দৰ লাগিছে। গানটোত সছা কথা কৈছে
Hundo r
বহুত। ভাল লাগিছে
Dhuniya hoise kokai.....hosa kotha koise hubidhabad
সুন্দৰ গীত। ভাল লাগিল গানটো, সুবিধাবাদীয়ে বুজি পোৱা উচিত।
সুন্দৰ সৃষ্টি সুন্দৰ কন্ঠ
কাকনো ধৰিম কাকনো এৰিম সকলো সুবিধাবাদিয়েই
ভাল হৈছে... লোহিত ককাইদেউ আৰু ৰাজীৱ কাই।
আপোনাৰ কণ্ঠ সদায় জিয়াই থাকিব অসমী আইৰ বুকুত 🪔🙏🙏🌹
Bahut Val lagil gantu huni,
সঁচাকৈয়ে এই গীতটোৰ জৰিয়তে বতমান সমাজ ব্যৱস্থাত কি হৈ আছে আৰু কি কৰি কলৈ আমি গৈ আছোঁ ভাল দৰে বুজিব পাৰি ।
🙏🙏🙏
Very nice song, Congratulations to both Luit Gogoi and Rajib sadia.
👍👍👍
Hosa kotha kisu manuhr gat lagise sagoi .
Hundor gaan....👍👍👍
এইবোৰ কেৱল সুবিধাবাদ
Great
Beautiful ❤
সচাকৈ ভাল লাগিল গানটো
সুন্দৰ কথা , সঁচা কথা ৷
এই গানটো বৰ্তমান অসমৰ বহুত জাতীয় দল সংগঠনৰ নেতাই শুনিব নোৱাৰে।
Toka je khain😂😂
Bohut prakhongkhonivo hoise, raije nissoi adorilobo,
Hiii moja lagal
অতি সুন্দৰ দাদা
লুইত দা গানটো ভাল লাগিল। আগলৈ আৰু শুনিবলৈ পাম বুলি আশা কৰিলো।
Hundor
লুহিত দাদা ভূপেন হাজৰিকা দা লগত গোড়ৱা বিপ্লবী গান বোৰ দিব বুলি আসা থাকিল স্কুল,???
Jai aai axom
অসমৰ প্ৰ্তিগৰাকী জাতিয়তাবাদ ব্যক্তিয়ে গানতো খুনা উচিত
Right
শুনা হে শুদ্ধ
খুনা নহয়
@@sivasagarnaba6633 u
Val.lagil
Lyrics dhuniya
মজা লাগিছে
I support this song. Ako jen bhupen hazarika janmo howk.
Val lagil huni ...
এইবোৰ শিল্পী বুলী কয়
Mojja dise
Kokaideu kionu gusi gola amar major pora 😢😢😢😢 , aru bohut baki thaki gol geeter akhomor jonotak jogabole , atiau jagi utha nai akhomor raij 😢😢😢😢
Nice.,keep it up
HAsa daii.
Gan2. Hunii Val lagil
Bhohut bhohut ahibad takile apunalu dujonk ,
very nice ... but please make a album in our agriculture to motivate our youth to work ....
Really opportunist
Joi aai oxom
মই। আপোনাৰ। প্ৰতিটো। গান। শুনি। ভাল। পাওঁ।
সচা আমিবুৰে কি কৰু উপায় নাই