'আয়ুষ্মান ভাৰত'ৰ নামত একাংশ নাৰ্চিং হোমৰ ৰমৰমীয়া ব্যৱসায়
HTML-код
- Опубликовано: 7 июл 2024
- #Da_News_Plus #Da_news_plus_bangla #MamataBanerjee #বাংলা #Banglanews #Bangla #WestBengal #kolkata #Kolkata #Assam #Northeast #India #Congress #BJP #Dailynews #TMC #মমতা
Da NEWS PLUS is an Assamese News Channel. Da NEWS PLUS brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, National and Global News.
Please follow up page to watch live and latest news with latest updates every hour.
দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক Da NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল Da NEWS PLUSত
To subscribe to our channel click here / @danewsplusassam
Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
Follow us on Twitter-
/ danewsplus
Facebook-
/ danewsplus.dnp
Koo app- www.kooapp.com/profile/danews...
Good decision sir.
মূখ্যমন্ত্ৰীৰ নিজৰে প্ৰাইভেট নাৰ্চিং হোম আছে ।
Currency Printing Machine Nursing home
nursing home ত টকা লুটিব পাৰে,কিন্তু অসুস্থতা ৰ ব্যক্তিৰ ওপৰত গুৰুত্ব দিয়া দেখা যায় যে কিন্তু govt বা চৰকাৰী হস্পিতলত অসুস্থৰ ৰোগীক গুৰুত্ব আৰোপ দেখা পোৱা নাযায় । যিহেতু চৰকাৰে সদায়ে নিজৰ লাভবান কাৰণে তেওঁৰ লোকৰ মন্তব্য ৰাখে ।। যিহেতু good decisions
ডিব্ৰুগড়ৰৰ অপেক্ষা হস্পিতালৰ কথা কি কৰিব ৷
Cancel licence of private hospitals
ব্যক্তিগত চিকিৎসালয় আৰু ডকাইত নাম বেলেগ কাম একেই ইমান টেষ্ট কৰিব লাগে আচৰিত ৷
হয়
Excellent and commendable job
গ্ৰাম্য অঞ্চলৰ ভোক্ত -ভূগী পৰিয়ালহে জানে আয়ুষমান কাৰ্ডৰ সহায়ত কিমান সুবিধা পোৱা যায়। এই টো একমাত্ৰ দাল চক্ৰৰ ধন ঘটাৰ আহিলা হৈ পৰিছে। এই সমস্যাটো মামাই মৰণোত্তৰ পৰীক্ষা কৰি সমাধান কৰিব পাৰিব বুলি মোৰ বিশ্বাস আছে।
দেৰি হল৷
Excellent💯👍👏
ভাল কাম কৰিছে কাৰন আমি পায় আহিছোঁ কাৰন মোৰ মানুহ জনৰ থাইৰইড হৈছিল কৈছিল হাদৰ বেমাৰ আৰু কৈছিল আয়চমান কাড লৈ আহিবা অপাৰেশ্যন কৰি দিম কিন্তু আমাৰ মনত অলপ সন্দেহ হোৱাত বেলেগ এখন নাচিং বেলেগ ডাক্তৰ ক দেখালো থাইৰইড বুলি কলে থাইৰইড দৰৱ খাই বৰ্তমান ভাল এতিয়া তিনিবছৰ হল সেইখন নাচিং হোমৰ পৰা যদি আন এখনত নেদেখালো হলে মিচাকৈয়ে অপাৰেশ্যন কৰিলে হয়।
Good decision Sir
Good...Amar Goalpara t Ayushman card dileo Adar besio Toka Misa kotha koi loi Loy...
Ayushman card t 5 Lac toka loike treatment korai bule, pisot 50000 tok bill uthileu toka kio dibo lage.
Nije select kori deok commission ahibo dea
আয়ুষ্মান কাৰ্ড নাচিং হোমত মূল্য নাই
Jodi ayushman bharot private hospital t kaam nohobo ....tente card khon kot use hobo. Govt. Hospital t tu free treatment hoi...
Good
Good job 😢😢😢
Yes
Recently mur logot u anekuwa ata incident hol.
নাৰ্চিং হোমৰ কি নাকি লগাব । হিমন্ত বিশ্বই নিজে নাৰ্ছিং হোম খুলিলে যেতিয়া নিজৰ স্বাৰ্থত আইন প্ৰস্তুত কৰিব।
Health card tu kam nai muk nalagay
সকলো ঠাইতে চুপাৰ স্পেচিয়েলিটি নেথাকিবও পাৰে । ই ও এক ষড়যন্ত্ৰ নেকি ?
হয় চব টেকনিক কৰিয়ে কৰা হয়।
Sir jibilak bemarrr operation karib nalage haibor operation kore
হয় একদম ঠিক কথা
👏👏👏👌👍👌👍💯✔️
Axomor raij hojag hoise ..gotike kun kun Hospital name thakibo listkhon prosar koribo.
Why nt free service provided in govt hospital wid such card, all pvt hospital taking d benefit to loot govt, even to pass bill % wise commission taken by official
Ebar he private hospital pere pere lobo
North lakhimapur o nursing bur Ayushmaan naamot bindas business solai aase... Need Enquiry..
Who is the owner of the Appollo Hospital,Ghy?
Hoi Moi nije bhulto bhugi
Aamre untir goleblader operationt 30000 loise
Beya nki besi hospital howato
Thik kaam korise