লেং মাৰি মুখ্যমন্ত্ৰী হ’ব জানে, কিন্তু কেন্দ্ৰৰ পৰা ধন আনিব নাজানে হিমন্ত বিশ্ব শৰ্মাই
HTML-код
- Опубликовано: 5 окт 2024
- #graphiccontent
লেং মাৰি মুখ্যমন্ত্ৰী হ’ব জানে, কিন্তু কেন্দ্ৰৰ পৰা ধন আনিব নাজানে হিমন্ত বিশ্ব শৰ্মাই। গৃহমন্ত্ৰী-মুখ্যমন্ত্ৰীকে ধৰি পীযুষ-অশোক সিংঘাল-কেশৱ মহন্তক তুলধূনা বিধায়ক অখিল গগৈৰ। অসমৰ ভয়াৱহ বানপানীক লৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ।
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
হিমন্তৰ দিনত বেছি উন্নতি হৈছে, তেখেতৰ পৰিয়ালৰ, পিযুষ হাজৰিকাৰ, জয়ন্ত মল্লৰ।
😂😂😂😂😂 hothik kotha koise
Rojar bikhoye eneke nokoba bondhu tumar bipod ahibo pare
@@YubrazD Tumi Muk koi ASA NE uprt comment kora jonok?
Right
বৰ সূন্দৰ কথা ক'লে অখিল গগৈ চাৰে। এনেদৰে ৰাইজক অত্যাচাৰ চলাই থকা দালা সকলৰ প্ৰকৃত চৰিত্ৰ অসমৰ জনগনৰ অবগত কৰা বাবে অখিল গগৈৰ ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।
বঢ়িয়া।অখিল গগৈ ডাঙরীয়া জিন্দাবাদ।।।
Mmm balor badhiya ghanta suda balor badhiya
@@mamatachakraborty-xq5by akhil ata johora hoi
হিমন্ত বিশ্ব শৰ্মাই ভাবে মইযে ৰজা মোৰ বাহিৰে অসমত কোনো নেতা নাই মই যি কম তাকেই হব লাগিব
এই হিমু কুকুৰ টোক লাট মাৰিব লাগে
সুন্দৰ কথা কৈছে । Salute Akhil Sir ...🙏...🎉🎉👍🏻.......
হিমন্ত বিশ্ব শৰ্মাই নিজকে মহা পণ্ডিত বুলিয়ে ভাবে, কেতিয়াবা আকৌ ইংৰাজী কয় কিন্তু তেওঁতকৈ শুকুৰ আলীয়ে ভাল ইংৰাজী কয়,
Ya ya ya
সঁচা কথা কব পৰা এজনেই মানুহ আছে
Akil da nohy janu
fali dise
ঠিকে কৈছে অখিল গগৈ ডাঙৰীয়া - ধন্যবাদ জনালো
অখিল গগৈ জিন্দাবাদ।
MLA Akhil Gogoi Point is correct.
শৰ্মা দা দক্ষ নহয় ভক্ষ মন্ত্ৰী প্ৰকৃততে👍🏿👍🏿
😂😂😂
Akhil Gogoi Zindabad
হিমন্ত দিছপুৰত দিন থাকিব অসমৰ জনসাধাৰণৰ উন্নতি নহ'ব।।
হিমন্ত বিশ্ব শৰ্মা মূখ্য মন্ত্রী হোৱাটো আমি বিছাৰো। বহুত দুখিয়া ঘৰৰ লৰা ছোৱালীয়ে বিনা টকাত চাকৰি পাইছে। কংগ্রেসে মাছৰ বজাৰ পতাদি চাকৰিৰ বজাৰ পাৰিছিল। টকা থকাই চাকৰি লৈছে নথকাই দুখ কৰিছিল। এতিয়া সেই বোৰ গল। সেয়েহে হিমন্ত বিশ্ব শৰ্মা আৰু ২০ বছৰ মান মূখ্য মন্ত্রী হৈ থাকক।
@@kumudbaruah2001 বহুতেই গ’মে নাপায় প্ৰকৃত খবৰ ১০০ ভিতৰত দুইজন দুখীয়া ল’ৰাই পোৱাত আত্ম সন্তুষ্টি লৈ কি লাভ যে চৰকাৰে যোগ্যতাৰ ভিত্তিত চাকৰি দিছে৷
ৈ@@DJ-tc6sq
@@DJ-tc6sqতাকো পেঞ্চন নথকা চাকৰি৷
@@kumudbaruah2001piti o 20 bosor kiyo 200 bosor hoi thakok.....mathon goru r mangso r tukra gita subuwat badha niDB aru .....😝
হিমন্তুৰ দিনত তাৰঘৈনী জনিৰ মাতি সম্পতিৰ উন্নতিৰ হোৱাৰ বাবে আন একো হোৱা নাই ।
সেই জনীক (ৰিকিনি ক) দেখিলে মনটো বেয়া লাগি যায় 😅😅😅
তথাপি দেখন ৰাইজে ভোট দিয়ে
Bikolpo val dol dekha nai congress BJPitkoi beya pahora nai
@@arifazom7864 সেইটো হে আটাইতকৈ দুখৰ কথা।
অসমৰ মূৰ্খ জনতা।।
মানুহৰ মনত ভয় সুমুৱাই দিয়া হৈছে সেইটোহে ডাঙৰ কথা।
সুন্দৰ অখিল গগৈ দা । 🙏👍👍👍
সচা কথা ৰজাৰ দৰে থাকে আৰু চেলা কেইজনেও থাকে এইবোৰ ধংসৰ কাৰক
অসমত সন্মানীয় গৌৰৱ গগৈ মুখ্যমন্ত্ৰী,অখিল গগৈ আৰু মীৰা বৰঠাকুৰ ডাঙৰীয়ানীক উপ মুখ্যমন্ত্ৰী হলেই অসমৰ বহু সমস্যাৰ সমাধান হব। গতিকে, ৰাইজে ব্যক্তিগত স্বাৰ্থ বাদ দি ২০২৬ ত এখেত সকলক শাসনলৈ অনাৰ চিন্তা কৰক। অসমৰ ৰাইজ ৰাজনৈতিক ভাৱে সজাগ হওঁক।
Axom khn miya usrt dibole nuwari bro
@@mrbrahma1998Miya toi he heikarone sudurvaii himantor Pokor seleki aso
Ekdom right koisa dada❤
Ghenta hobo sob 1ta chungare mas
@@tri____benitohote miyar pokor seleki kio eman bhal pai najanu dei
Akhil da good
বঢ়িয়া। একেবাৰে সত্য কথাকেষাৰে কলে ডাঙৰীয়া।
Right.
বঢ়িয়া।
জনপ্ৰতিনিধি হ'লে এনেকুৱা গৰজী উঠা সাহসী হব পাৰিব লাগে। অখিল গগৈ জীন্দাবাদ👍✊
Good akhil sir. Thanks
Good news
কেৱল এজনেই যে তেনে নহয়, নতুন প্ৰভূ সকলে লেং মাৰি দেখুন মন্ত্ৰী হ'ল,পুৰণি সকলৰ চিন মোকামেই নোহোৱা হ'ল ।
Very nice akhil da
হিমন্ত কেন্দ্ৰৰ পৰা একো খুজিব নোৱাৰে যিহেতু তেখেতে বেলেগৰ গাদীখন দুই নম্বৰী কৰিলৈছে । কেন্দ্ৰত অসমীয়াৰ বাবে মাত মাতিলেই তাৰ চকী হিলিব , যিসকল হাড়ে সিৰাই অসমীয়াই এই সকলোৱেয়েও জানে যে হিমন্তই অসম চলাব নোৱাৰে কাৰন তেখেতে গাদী কাৰনে জীয়াই আছে ,অসমীয়াৰ উন্নতিৰ কাৰনে ৰাজনীতি কৰা নাই । ২০২৬ ত অসমীয়াই জাগিবৰ হল । নহলে হিমন্তই অসম ৰসাতলে নিব ।
হিমন্ত থকালৈকে অসমৰ একোডাল উন্নতি নহয়। সেইটো খাটাং।।।।
Right
বান পানীত গৰু, মানুহ যিয়ে মৰে মৰি থাকক কেৱল লেক্চাৰ মাৰি মাৰি টকা উপাৰ্জন কৰাত ব্যস্ত থাকিলেই হল।বৰ্তমান চৰকাৰৰ এয়াই প্রধান কাম।গড়ৰ চাল আৰু মন্ত্রীৰ চাল একে।
Very good
হিমন্তক বিদায় দিব লাগিব
Yes yes you are right Akhil Gogoi . You are strong leader of our ASSAM . it is true .
Ghonta leader....
Toi kon kukur@@manashaxomia4202
কেন্দ্রত যি চৰকাৰ থাকে সেই চৰকাৰলৈ দৌৰ। মাৰে।কিছুমান চুৰে।
The cross current
Welcome.
Akhil Gogoi
Welcome.
মুদিক কবলৈ দম নাই মামাৰ ক'লে গাদিখন গুছি যাব
Good akhil da
Right👍
Akhil Gogoi zindabad zindabad
Akhil gogoi zindabad ❤🎉
Very good... Thank you Akhil sir
ভাল কথা কৈছে আপুনি।
অখিল গগৈ দাঙৰিয়াক ধন্যবাদ জনালো অখিল গগৈ দাঙৰিয়া হৈছে অসমৰ গৌৰৱ
Save Assam s
Good.point
Moja
Right 👌🏻👌🏻👌🏻👌🏻👌🏻👌🏻
কোনে কোনে হিমন্তৰ মুখত মুতিব বিচাৰা লাইক কৰা😂
Himanta thakile Axomkhn borbad hoi jabo ..
সঁচা কথা
Akhil Gogoi right kotha koi sae
Good Right
মুখ্য মন্ত্ৰীক ভাল উপদেশ দিব পৰা এজনো BJPৰ সাহসী MLA বা Minister নাই। আটাইবোৰ ভীৰু।
ভাল কথা কৈছে,আখিলে কোৱা কৰাৰ উত্তৰ দিয়ক,?
Hosa kotha...
Ehh Mojaa
Mama misa kotha kuat 1 no..
You are right Akil gogoi sir
Akhil gogoi jindabad
100/ correct, Akhil Gogoi jindabad
গগৈদাঙৰীয়াধন্যবাদ
Salute for such sincere and carring MLA.
অখিল গগৈ কোবা কথা বোৰ মিছা বুলি কবনে?
সচাঁ নে /মিছা।
asa kota koise
Hosa
Very very good 🙏🙏🙏
Thik ktha koi se apuni 👍❤
Mojja speech....anakuwa manuhok Ami mantri bonabo lage🎉
Yes okhil da
সুন্দৰ বক্তব্য অখিল দা
Very nice 👍
Right
❤ nice Dada
Very very good speech. All the points are reasonable and rational.
# AKHIL GOGOI👍👍👍👍
Akhil Gogoi ❤❤❤
অখিল গগৈ ধন্যবাদ।
অখিল গগৈ ❤❤❤
সুন্দৰ কৈ বুজাই দিছে।ধন্যবাদ
Very nice
Akhil gogoi is as brave as a lion for our assam
Mojar aitur news chanal val....
O manuhtu aitu news channel nhy 😂😂ai news portal ki je ru June ji gai take huni cmnt mari diye ru na
AKHIL GOGOI JINDABAD jonotar Neta Akhilgogoi
সছাকৈ এইবাৰ বাজেতত অসমৰ বাবে কেন্দ্ৰ চৰকাৰৰ পৰা একো আনিব নোৱাৰিলে।যাৰ ফলত চৰকাৰে অহমৰ জনসাধাৰণৰ মুৰত ৰামটাঙোন সোধাই বয় বস্তুৰ ওপৰত কৰ বঢ়াব ।
সুন্দৰ দাদা❤ আপোনাৰ লগত আছোঁ
Mojja dixa .holeu laj napai heijonai
১- পাৱাৰ থাকিলেহে আনিব
2-.-কথাকব . জানিলে হে আনিব
৩- মূণ্ডটো সত সত সাহষ নাই
৪ - হিমস্ত
Apunak maniso exam notify kri napale sage eyat aahi gol😂😂😂
Thik koise Akhil Gogoi
মনতিৰীক এনেকে কব নেপায় মইনা - - - পাপে নুচুলেও E D এ চুব কিন্তু ।
সচা কথা
Very good comment
অখিল গগৈ জিন্দাবাদ
Right🎉🎉jendabad
বৰ জাৰিছে দেই 😎😎
Congress and akhil gogoi zindabad.
Absolutely right
অখিল গগৈ দেবে ভাল কথা কৈছে
Thik koise akhil da
BJP অসমৰ পৰা 2026 বিদায় দিব লাগে
right kotha
অখিল গগৈ ক চেলুট
মজ্জা দিছে....
Hundar salute Akhil sir
Thank you Akhil Gogoi. Sir
Tutor for justice plz sir