ভয়াতুৰ চৰকাৰ! গুৱাহাটীত প্ৰতিবাদ নিষিদ্ধ

Поделиться
HTML-код
  • Опубликовано: 18 дек 2024

Комментарии •

  • @debajithukai7665
    @debajithukai7665 8 часов назад +13

    বিজেপি চৰকাৰে কংগ্ৰেছক ভয় কৰে । যদি কংগ্ৰেছ দল দুৰ্বল তেনেহলে কিয় প্ৰতিবাদ কৰিব নিদিয়ে ।

  • @dipakgogoi5084
    @dipakgogoi5084 8 часов назад +6

    আচলতে গণতন্ত্ৰ শেষ কৰিলে বিজেপি চৰকাৰে।

  • @njyotinjyoti7541
    @njyotinjyoti7541 8 часов назад +12

    পগলা মানুহৰ পগলা ৰজা পুলিচ প্ৰশাসন,কট কাচাৰি সকলো এজনেই। এয়া প্ৰশাসনৰ কথা নহয় বা আইনও নহয় এয়া হ'ল আৰ এছ এছৰ আৰু অমিত ছাহৰ তলত ছলি থকা তথা উঠা বহা কৰি থকা পগলা মূখ্য মন্ত্ৰীৰ আইন।

  • @pratimasarma1737
    @pratimasarma1737 6 часов назад +6

    ইমান খিনি হোৱাৰ পিছত ৰাইজৰ দৃষ্টি ভঙ্গী কি হ'ব?

  • @saddikurrahman7617
    @saddikurrahman7617 9 часов назад +10

    বিজেপি ওৰফে চুৰ পাৰ্টীৰ চৰকাৰ ভয়াতুৰ হয়, কাৰণ হিমন্ত ওৰফে পগলা কুকুৰটোৱেই গোটেই অসমখনক ধ্বংস ৰূপত পৰিণত কৰি পেলাইছে, ৰাইজ ২০২৬ চনত সজাগ হ'বৰ হ'ল নহ'লে অসমখন আডানিৰ ওচৰত বিক্ৰী কৰি দিব পগলা কুকুৰটোৱেই 🙏🙏🙏

  • @KhushiBiswas-t6x
    @KhushiBiswas-t6x 6 часов назад +3

    পীয়াজ অৰ মালাৰ পিন্ধি আন্দোলন কৰাৰ কথা পাহৰি গল নেকি মামা ,? অৱশ্যে পাহৰি জোৱাটো শাবাবিক কাৰণ ন বি জি পি মামা

  • @KhushiBiswas-t6x
    @KhushiBiswas-t6x 7 часов назад +3

    মামা আপুনি হিটলাৰ ভূমিকা লৈছে নেকি ? হিটলাৰৰ কিন্তু পতন হয় মনত ৰাখিব মামা এণ্ড b j p

  • @minakumarigogoi-ev9wc
    @minakumarigogoi-ev9wc 7 часов назад +1

    Kiya ikhidha Protibad Toi Bhutanot Enjoy Kori Thakgoi Polic Kaitak Order Mariey Tur Dayita Sesh Nilaj Korbar