Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
চালো দেই।ভাল লাগিছে।
ধন্যবাদ দেই বাইদেউ
Bor hundor video❤
বৰ ধুমীয়া হৈছে
অশেষ ধন্যবাদ
বহুত ভাল লাগিল দেই 🌿🌹
ধন্যবাদ দেই😊❤❤
বৰ ভাল লাগিল জোনালী ।
😊❤❤❤
ভাল লাগিল
Khub vl lagil anekoi patbur rule rong tu xoloni hoi jai muro tenekoi hoise
উমম"হয় পুলি ভাগ কৰিলেহে একেই পোৱা যাব😊
Bhut val lage apunr video bur sai
Dhunia idea❤
উমম😊❤❤
ভাল লাগিল বা
তোমাৰ ফুল খিনি বৰ ভাল লাগে ❤❤❤
😊ধন্যবাদ বাইদেউ
Val lagil❤
বহুত ভাল লাগিল 👍👌❤
ধন্যবাদ দেই😊❤️❤️
Eman dhuniakoi xojai rakhise ....khub bhal lagise ...❤️
ধন্যবাদ দেই
Nice idea..👍👍
Good idea ❤❤❤
Thanks 😊
❤❤
❤️❤️
বৰ ধুনীয়া লাগিছে, মইও বেয়া হলে এনেকৈ ফুলনিত লগাওঁ। তুমি যে হতকেচ টোৰ পৰা ষ্টীল বাতি কেইটা উলিয়াই লৱ পাৰিব খালী প্লাষ্টিক টোতে ফুল দিব পাৰিবা বাতি কেইটা ধুনীয়া হৈ আছে।
উমম তাকে আৰু দুটামান আছে বাটিকেইটা উলিয়াই ল'ব লাগিব😊❤❤
সকলো বোৰ ফুল পুলি ভাল লাগিল আৰু আপোনাৰ লগত বন্ধু হলো।
ধন্যবাদ জনালোঁ। বন্ধুত্ব আদৰি লৈছো 😊
Dhuniya ba
ধন্যবাদ দেই😊
Imn dhuniya
আপোনাৰ video buror pora bohut ktha hikico.
প্ৰতিজোপা গছ প্ৰতিজোপা ফুলেই যে তোমাক ভাল পায় সেয়া ফুলবোৰ দেখিলেই গম পোৱা যায়। succulent ৰখাৰ টেকনিক বোৰ ময়ো কৰি ভাল পাওঁ। তোমাৰ গাৰ্ডেনখন junali's garden নহয় junali's heaven in earth হে অৰ্থাৎ স্বৰ্গ ❤️❤️❤️। আগৰ চেনেলটো নাই বাবে দুখ লাগে যদিও এই নতুন যাত্ৰাও সফল হ'ব তোমাৰ। বহুত বহুত শুভকামনা
আপোনাৰ ধুনীয়া মন্তব্য পাই অভিভূত হৈ পৰিলো🥰 আপুনিও সেউজীয়া ভাল পায় বাবেই মনটো ইমান ধুনীয়া । কেতিয়াও লগ নোপোৱাকৈ বৰ আপোন হৈ পৰিলে"আপুনি । কুশলে থাকক সদায় । বহুত মৰম❤️❤️❤️❤️❤️
মইও কৰো এইবোৰ কাম 😊কাপ,বাতি,একো বাকী নাই❤
হয় একো পেলনি নাযায় 😊❤️❤️
ভাল লাগিল দেই। খুব ধুনীয়াকে সজাইছা। মোৰ পৰা নিয়া টো পাতৰ পৰা পুলি তৈয়াৰ কৰিব পাৰি। সকলো succulent plants পাতৰ পৰাই কৰিব পাৰি। Criptenthus টো পুলিটোৰ ওপৰৰ পৰা বা চাইদৰ পৰা পুলি ওলাই। মোৰ ইয়াত criptenthus ৰ পুলি ওলাই আছে । দেখুৱাম দেই মই।
উমম দেখুৱাবাচোন। ধন্যবাদ দেই😊❤️❤️
ভাল লাগিল বা ❤
ধন্যবাদ দেই😊❤❤❤
So beautiful❤
Thanks a lot❤️
আপোনাৰ সকলো ফুল ধুনীয়া আপুনি ৰ'দত থই নে ভিতৰত। ভিতৰত ৰাখিলেও কিছুমান ফুল বেয়া হয় আপুনি কেনেকৈ যত্ন লয়। জনাবচোন 🙏🏼
নিশ্চয় জনাম।চাই থাকিব দেই 😊❤️❤️
Moiu hokolu use kori diu vindaur pora galiu khaisu
উমম কিবা এটা পালেই কেৱল ফুল লগোৱাৰ চিন্তা😊
So beautiful
Thank you so much
ক্ৰিপটেনঠাচৰ পুলি বাৰিষা হে ওলাই ছাগে আমাৰ ওলাইছে । আৰু ফুল ফুলিলে গছ জোপা মৰি যায় বুলি শুনিছো সচাঁ মিছা নাজানু
হয় নেকি মই অৱশ্যে শুনা নাই । মোৰ ওপৰেদি পুলি ওলাইছে
পাতৰ পৰা পোলি ওলাবলৈ কিমান দিন লাগিব বাৰু জনাবা চোৱা।❤❤
snake plant ৰ কথা সুধিছেনে ?মই যে দেখুৱালো সেইটো ছমাহমান লাগিল। পানীত থোৱাটো এমাহতে শিপা ওলাইছে পুলি কিমান দিনত হয় ক'ম বাৰু
@@Junalisgardeningহয়।snake plantৰ ।
ময়ো পাতৰ পৰা পুলি কৰিছো BAA
উমম পাতৰ পৰা হয়
মোৰো এটা🙏 আছে কিন্তু ডাঙৰ হোৱা নাই
লাহে লাহে বাঢ়ে এইটো। আপোনাৰ কমেন্ত নাপায় ভাবিছিলো নতুন চেনেলটোৰ কথা গম পোৱা নাই বুলি 😊 ভালনে ?
@@Junalisgardening ভাল২ ,!! তোমাৰ কি খবৰ? ৰঙালী বিহুৰ শুভেচ্ছা থাকিল পৰিয়ালৰ লৈ, শেহতীয়াকৈ
@@nonichutia3034 অশেষ ধন্যবাদ জনালোঁ। মোৰো ভালেই😊
বৰ ভাল লাগিল কিন্তু বাইদেউ আৰু এটা কাম কৰিব পাৰিলে হয় হটকেছ কেইটাৰ প্লাছটিক টো এৰুৱাই স্টিলৰ বাটিকেইটামান ওলালে হয়। মই হটকেছ বেয়া হলে ভিতৰৰ বাটী কেইটা কামত আহে। এনেকৈ কৰিছে ভালে লাগিছে কেতিয়াবা কৰি ছাবছোন মই কোৱা মতে বেয়া আকৌ নাপাবদেই ।
বেয়া কিয় পাম ধুনীয়া আইডিয়া এটাহে দিছা ❤️❤️ মই আকৌ কেৱল ফুল লগোৱাৰ কথাহে ভাবি থাকো 😀
Kimtantas r puli moi video ata Dakisilu apunak kobokaga jodi kobo
umm moiu atia dekhisu
Cryptenthus ৰ পুলি কাষৰ পৰা ওলাই, এইটো বতৰতে ওলাই। শিল বোৰ গুৰিৰ ফালে নিদিব বা, বাকী ধুনীয়া লাগিছে প্লাণ্টবোৰ😊
উমম 😊ধন্যবাদ দেই❤️❤️
😊❤❤