DGP sir aut v bht kam hoga sayd apke pas.dergaon police traing college k ander jitne v police qtr hai adhe se jyada logo k qtr mei door windw hai hi nhi.jisme hei o v tuta futa hai,bht saal ho gya ,ajtk repeir nhi q. din raat o police cnstble itna mehnt karta hai.lkin apne un cnstble k liye kia kya .kuch nhi. Dhyan rko
তাইক পৰীক্ষা দিবলৈ দিব লাগে নহলে তাই ওলাই আহি যদি অন্য কিবা পথ বাচি লয় তেতিয়া কোন দায়ী হব ।গতিকে তাইক ভাল দৰে জীয়াই থাকিবলৈ দিয়ক আৰু তাইৰ মনৰ কথাবোৰ কবিতা হৈ ওলায়ছে ।তাইক শান্তি ত থাকিবলৈ দিয়ক অনুগ্ৰহ কৰি।চবেই কবিতা লিখিব নোৱাৰে তাইৰ হয়তো দুখত হে মনৰভাববোৰ কবিতা হৈ ওলাইছে।
Bjp sorkar dai hbo
থিকেই কৈছে ।
অতি দুখ লগা কথা। ছোৱালী জনীক এৰি দিয়ক।
যদি বৰ্ষাশ্ৰীৰ মনৰ কথা বুজি পাইছিল তেন্তে বাকী লৰা ছোৱালী মনৰ কথা কিয় বুজি নাপালে তেওলোকে কিয় ?
অতি সোনকালেই মুক্তি দিয়ক। এই কনমানি ছোৱালী জনী ক
আজিকালি গৰু মূত্ৰ ৰাতিপুৱা মূৰত লোৱা সকল হে দেশ ভক্ত,,,,
এই চৰকাৰ খনে power পাই ওভত গোৰে নাচিছে । বহুত ভাল বুলি ভাবিছিলো । Vote দি চৰকাৰ সলনি কৰি দিব অসমৰ ৰাইজে।
কৰিবই লাগিব নহলে স্বৈৰাচাৰি হৈছে ।
হয় বৰ্ষা শ্ৰী ৰ দাদা কৰ কথা খিনি বহুত ভাল লাগিল । কিন্তু আমাৰ সাধাৰণ মানুহ ৰ কোনো মূল্য নাই আৰু গণতন্ত্ৰ আমাৰ নিচিনা মানুহৰ কোনো মূল্য নাই ।
ৰৌ বৰালী ধৰিব নোৱাৰি পুঠি খলিহনা ধৰি ৰাইজক ভয় খুৱাই কি হব,, ডাঙৰ ডাঙৰ অপৰাধীক ধৰিব নোৱাৰি এজনী কবিতা লিখা সৰু ছোৱালীক গেৰেপ্তাৰ কৰি কি হব
যদি ভুল কৰিছে মাফ খুজিব দিয়ক কিন্তু এগৰাকী পৰীক্ষাৰ্থীক বঞ্চিত কৰিব নালাগে
এবাৰ তেওঁক বুজায় চাব পাৰিলে হেতেন হয়তো তেওঁ একো নুবুজাকৈ লাইন দুটা লিখিছিল কিন্তু এটাই কৰা উচিত বুলি ভাবোঁ তেওঁক পৰীক্ষাত বহিবলৈ দিব লাগে
আজি কালি সত্যৰ মৃত্যু।।।। যিজনে মুখত খোপা দি মিছা সমাজত থাকে সেইজন হে এই মিছা সমাজ খনত চলিব পাৰে।।। গান হওক কবিতা হওক গল্প হওক যিয়ে নহওক কিয় তাত মনৰ ভাৱ প্ৰকাশ কৰাত
কি ভুল??? ছোৱালী জনীয়ে কবিতা এটি লিখাৰ হয় যদি ছোৱালীজনীৰ জেল হয়, তেতিয়া হ'লে আমাৰ সমাজ খন অজ্ঞানী হ'ল নেকি? আগৰ ডাঙৰ ডাঙৰ লিখক বোৰে কি কৰিছিল।।। তেখেত সকলোৱে টো মনৰ ভাৱ প্ৰকাশ কৰিছিল । তেনে এই ছোৱালী জনীৰ ভুল কত হ'ল? আপোনালোকে নাপাহাৰিব যে এইবোৰে হৈছে আমাৰ ভৱিষ্যত।।।। এজনক আঙুলিয়ালে দহজনে আঙুলিয়াব।।। সেইকাৰণে বাহিৰ দেশৰ ল'ৰা ছোৱালী বোৰ অসমৰ ল'ৰা ছোৱালীতকৈ বহুত পিছ পৰা।।।। অনুগ্রহ কৰি অসম খন নহয় মানুহৰ মন বোৰ পৰিস্কাৰ কৰি লওক।।।।
ডাঙৰ ডাঙৰ অপৰাধীক যদি ৩ দিনত বা ১৫ দিনত জামিন দিব পাৰে তেনে ক্ষেত্ৰত কিয় নোৱাৰে তাইক ৰেহাই দিব ,, সেই এফ.আই.আৰ দিয়া পুলিচ জনক সুধিলে আচল কাৰণ ওলাই পৰিব.
পৰীক্ষা দিবলে নিদিলে গোটেই অসমে মনত আঘাত পাব দি জি পি য়ে এবাৰ ভাবক
আইন হল বুলি সচাই মিছাই সকলোকে ফচাই দিব নেকি । আইনেও আৰু মুখ্য মন্টীয়ে চালিজাৰি চোৱা উচিত
বানন শুদ্ধকৈ লিখিব শিক।
হয় ককাইকৰ. কথাখিনি সচা কৈ কৈছে ছোৱালী জোনীক এৰিদিব. লাগে কাৰন পৰিক্ষাৰ কথা আছে,
পুলিচে (চৰকাৰে ) বিপিন চাউদাঙক বিপ্লবী গান গোৱাবাবে জেইলৰ ভাত খাইছিল কিন্তু ভূপেন হাজৰিকাই বিপ্লবী গানগোৱাৰ (89 চনৰ আলফা অডিঅ কেছেট) পাচতো চৰকাৰে একো কৰা নাছিল । এই বিলাকেই মানুহক ভাবিবলৈ বাধ্য কৰাই ,আইন সকলোৰে বাবে একে নহয় ।
এগৰাকী 19বছৰীয়া ছোৱালীৰ মন মগজুৰ পৰা ওলোৱা মাত্ৰ দুটি বাক্যৰ বাবে যদি দুমাহ জেল খাটিব লাগে তেনেহলে মুখ্যমন্ত্ৰীৰ পুত্ৰৰ কি শাস্তি হোৱা উচিত?
কেই বছৰমান পিছত মূখ্যমন্ত্ৰী ।
২ মাহৰ পাছত বক্ষাশ্ৰী জেলত সোমালে বুলি কেনেকৈ গম পালে। আজি ইমান দিন একো গম পোৱা নাছিল। প্ৰথম অৱস্থাতে এই টক্ বিলাক হ'ব লাগিছিল।
right
তাইক পৰীক্ষা দিব দিয়ক 🙏আমাৰ BJP চৰকাৰে হচাকৈ পঢ়া মূল্য বুজি নাপাই😌 কৰ পৰা বুজিব কবিতা টোৱে বুজি নাপাই জেলত সোমোৱাই ৰাখিছে পঢ়িব নাইদিয়া পঢ়িব নিদিয়া চৰকাৰ এইবাৰ দেখিছোঁ
শিক্ষাৰ মূল্য বোজিব লাগিব ।
AASU...All Assam Student Union...nimat kio...?? Barshashree Buragohain student nohoi nki..
সংবাদ মাধ্যমো আজৰ তাৰিখত নিৰপেক্ষ নহয়, আপোনালোকে বহুত আগতেই অনুস্থানতো পাতিব লাগিছিল ।
শিক্ষাৰ মূল্য বুজি নপোৱা এখন চৰকাৰ আমাক নালাগে । হাতাং ।
পুলিচৰ কাজ্যৰ বাবে আলফা লৈ যোৱাৰ বাবে হে উদগনি দিছে, কোনো শিখাথি a এই কাজ্য মানি নলয়,
পুলিচ ৰাজ
যাব পাৰে.. কোনোবাই কোনো বিপ্লবী সাংগঠনত যোগ দিয়াটো নিজা কথা...
বিজেপি go bock
Plz ba jonik examr pora bonsito nokoribo plz🙏🙏🙏
পতনৰ বাবে বুদ্ধি নাশ অতি প্ৰয়োজনীয় সেয়েহে ই স্বাভাৱিক।।।।
এইটো বেয়া কাম কৰিছে দেই,,,,,
Kokaik jone eman dhuniya koi kothabur koise 🙏
Where is AASU now
এতিয়া আমি যিতো দেখিছো যেন আমি এতিয়া বিপলবি গানো শুনিব নোৱাৰিম
বিজেপি নেতা জনে কোৱা কথা সকলো মিচা।
Barkhashik exam dibale ulialoi diba lage . Padmalusan sir thik kathai koise barkhashik eta hujug diba lagisil.
Ki nu eman dangr vul kril kabita likhate jelot jabo lga hl... Bhut vul kril srkare dukh palu.....
Thik koise
Jay. Ai. Assam
Déépjyótí hàzàríkà téók bónài,
Kótha bóholàle sarkàrkhonór bohút bódñàm hóbo.suburíà hisàpe bórshashreek àti húñkale mukti diyok,
Thank you 👍👍👍
Bohut bhul korise sarkare...suwalijonik Jamin debo lagisil....antoto
Joy aii Axom...♥
Toiyu jabi jail
@@shyamontohazarika09 ki balor kotha kowooo beeeaaa ....sudurbhai...
Suwali jonik exam dib dib lage jdi Nidia aru Tai jdi olai ahe kiba ata steps loi sarkar dai hb lagib
AASU এই ক্ষেত্ৰত নিৰ্মাণ কিয় ?
AASU kot..? Nakot tell de hui ase.?
Ane asomia lora suwali burok andolon korebolooi ni maar khuwai... But eteya eku namate.. 🤔🤔🤔🤔🙄🙄🙄🙄🙄
Go back sarkar
Gaat tu joli jai kobole bht kiba thake kin2 kolei jel hbo buli voi lge😥
Banshee kakayeke bohut val kotha kaise
Adhruwa onusthan jen lagise
Ajani dukhiya suwalik kobita likha babe jail pathaise tenehole Sanjay kishan k kiya jail pathowa nai , ayai neki gantantra.
Dukhik suwali abar bhul karile taik maf Kari diak
Bakhashree Bargain Jaldi Jelar para Jamin dibo lage.
Mantally drivert issue only
Mamaye bhaginok exam diboloi nidiye jodi pisot bhaginburok kiman saabo bujisuaaru......
Gm palai nhoi
DGP sir aut v bht kam hoga sayd apke pas.dergaon police traing college k ander jitne v police qtr hai adhe se jyada logo k qtr mei door windw hai hi nhi.jisme hei o v tuta futa hai,bht saal ho gya ,ajtk repeir nhi q.
din raat o police cnstble itna mehnt karta hai.lkin apne un cnstble k liye kia kya .kuch nhi.
Dhyan rko
Uttar Korea hakhon solise.
Jail nogoi ki Taj Vivanta jabo niki!
Jelor agt sbe porikharthi andulon korok
Kokaideu moi kunu dolor hodosyo nohoi aru nohou ki2 buji napalu apunaluke akhomor jubo projonmok poisa holehe prerona dibo neki?
Ai sorkar soneVal kora nai
Axomot baskorjotimohonta r aboisok nai
Exm dibo nuarile srkare rsk lbne
Nupure tente ki
Borguhai , gogai , etc bur Ulfa k loi bohud gabaid korisaneki ? MojapBi !
Tai2 hikhito hibohagoror hikhyok nijukti pokria sabo kouk honmanito bhaskor Jyoti mohonto sir ok
Kavita likahr karone nahoi,Urah bahtori nidivo,hi kiyo Alpah javo ulaisa
Assam, t atea police raj solise
Deshdrohi neki 🤔🤔..
rigth 100000%
Borkhasiri bhatir konth oti hundar
Taik Mukoli kori From Ex kkotha asa
Eku beya likha nai sorkare kolom k voi khaise
Makhudha Assam Government
Folani Mane bagisa...bagisa Mane folani.....🔥
Boja loke bhalkoi bojibo.
Kobita likha karane kun a o kaku jail loi najai. There much be some other factors...
Ulfak mercy bisara bur tente ki
Barshasrik mukali karidiba lage ati sunkale
Jaldi mukti diok
Exam dìboloi dibo lage horu suwali taik maa daiutake bujabo lage
Himantotbishor sarma voi khai se kiy nu tak maribo boli
social media t nijor bak swadhinotar namot jiti likhi phuratu bhul
BJP namor bonte gosi numawk
Neribi
Ai sorkar soneVal kora nai