আইন সংশোধন কৰি গাঁওৰক্ষী বাহিনীক প্ৰাণৱন্ত কৰি তোলাৰ আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Поделиться
HTML-код
  • Опубликовано: 21 ноя 2024

Комментарии • 970

  • @12bvlogs
    @12bvlogs 2 года назад +66

    এনেকুৱা বাতৰি শুনাৰ বহুত অপেক্ষা কৰিছিলোঁ।। সঁচাকৈ মন চুই গল।। ❤️❤️❤️ পুলিচে যদি এনেকুৱা কাম কৰিলে বহুত ভাল লাগিব।

  • @m.machari5853
    @m.machari5853 2 года назад +134

    মাননীয় মুখ্যমন্ত্ৰীৰ আদৰ্শ মানসিকতা সচাকৈ শলাগ লবলগীয়া । হাজাৰ হাজাৰ ধন্যবাদ ।

  • @mridulkalita6464
    @mridulkalita6464 2 года назад +27

    cm ছাৰ আপুনি জে আমাৰ নিচিনা খাতি খুৱা মানুহ বোৰক অলপ সন্মান জনাইছে তাৰ বাৱে আপুনাক ধন্যবাদ

  • @montumurari6662
    @montumurari6662 2 года назад +8

    চিএম দাঙৰিয়া কথাতো থিকেই কৈছে কিন্তু কিছোমান আৰক্ষীৰয়ে দুখিয়া দৰিদ্ৰ দেখিলেই হেচামাৰিধৰে কিদৰে তেওঁৰ পৰা দুটকা পইচা ওলিয়াব পাৰিম যেনে ধৰক বিভিন্ন আইন ধাৰা গুচৰত ভয় দেখুৱাই কাৰণ কিছুমান অটচালক বা ৰিকছাচালকে বা দিনহাজিৰা কৰামানোজনে তো আইন নেযানে তাৰে সোবিধা লয় এই আৰু দামিগাড়ী অলপ ধনি বিঅক্তিদৰে দেখিলে সন্মান কৰে আৰু দামিগাড়ী ভুল কৰিলেও নাৰাখে আৰু এটা মনকৰিব লগা কথা এই গিৰহৰক্ষী যোৱান আৰু টেৰফিকৰ যোৱানে মিলি কোনখন বাইক আৰু গাড়ী গাওঁৰ পৰা আহিছে চাই থাকে তেওঁলোকৰ এটা কাম কোনজন সোজা পোচাক বা দেখিছে

    • @seutibordoloi8394
      @seutibordoloi8394 3 месяца назад

      😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

  • @gitashrihazarika1253
    @gitashrihazarika1253 2 года назад +133

    সঠিক কথা কৈছে মুখ্যমন্ত্ৰীৰ মহোদয় ।🙏🏼🙏🏼

    • @namitabordoloi4522
      @namitabordoloi4522 2 года назад +3

      মহোদয়🙏🙏🙏🙏

    • @khoyasingtimung5004
      @khoyasingtimung5004 2 года назад +2

      Hoi hosake jodi amar HBS sir kuar dore palonkore tetiya Assam khon unnati hoboi porishkar aru honmanor Assam unnati hoboi. 🙏🙏 Sare Montri huvar pora kisu police kormi hokole Gyan barhise dhainya bad. 🙏🙏🙏

    • @DDMUSIC560
      @DDMUSIC560 2 года назад +1

      Mmm😔

    • @bhagyashreedas4377
      @bhagyashreedas4377 2 года назад

      O

    • @nobindey123
      @nobindey123 5 месяцев назад

      Dukhiya manu manu hoy doni mani ki manu nohoy neki
      Ki kobo bisarise

  • @mriduldutta8000
    @mriduldutta8000 2 года назад +86

    এটা সময় আছিল মুখ্য মন্ত্ৰী গৰাকীক বিৰোধ কৰিছিলোঁ কিন্তু বৰ্তমান সময়ত তেওঁ প্ৰীয় হৈ পৰিছে। তেওঁ আদৰ্শ মানসিকতা কাম কাজক বৰ্তমান শলাগ লৈছোঁ ভাল লাগে। হয় এটা দুটা কিছু কাম আছে যাক এতিয়াও বিৰোধ কৰোঁ তেওঁৰ বা তেওঁৰ চৰকাৰৰ কিন্তু এইটো বিশ্বাস আছে হেইকাইটাও তেওঁ সোনকালে ভালকৈ সমাধা কৰি দিব।

  • @rmmixer1481
    @rmmixer1481 2 года назад +27

    এনেকৈ এ সদায় শাসন কৰি থাকিলে। অসম বহুত উন্নতি হব

  • @alliswell8370
    @alliswell8370 2 года назад +17

    I'm proud of you mama
    আপুনি সঁচা কৈ মহান
    আপুনি অাৰু 20 বছৰ মুখ্য মন্ত্ৰী হৈ থাকিব বুলি আশা ৰাখিলোঁ
    জয় আই অসম

    • @mallikakalita7193
      @mallikakalita7193 Год назад

      মখু ৰে বুজালে হল।বাচ

  • @uttambhuyan6413
    @uttambhuyan6413 2 года назад +52

    হয় সকলো সচাঁ সত্য কথা মুখ্য মন্ত্ৰী মহোদয়ে সনাতন কথা কৈছে

  • @khaninsarma5522
    @khaninsarma5522 2 года назад +19

    Proud of you CM SIR..
    OUR MAMA BEST CM IN INDIA...
    LOVE YOU MAMA...

  • @manjilkalita6756
    @manjilkalita6756 2 года назад +38

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মামা ❤️❤️❤️

  • @birinchiedits
    @birinchiedits 2 года назад +43

    বহুত বহুত ধন্যবাদ।এয়াহে প্রকৃত শাসক ।

  • @makhanpegu7128
    @makhanpegu7128 2 года назад +21

    ধন্যবাদ মহোদয়,দুখীয়া সমাজৰ বাবে অতি সুন্দৰ পদক্ষেপ

  • @faruklaskar1022
    @faruklaskar1022 2 года назад +26

    Salute ur speech 🙏,realy ur the 1st C.M who is expressing about human,

  • @hbmusicassam
    @hbmusicassam 2 года назад +12

    চেল্যুত ছাৰ, আপোনাৰ নিৰ্দেশ অসম আৰক্ষীয়ে মানি লব পাৰিলে, অসমখন ভৱিষ্যতে আৰু অধিক উন্নতিৰ পথেৰে আগুৱাই যাব পাৰিব।

  • @Travelling4peace
    @Travelling4peace 2 года назад +53

    সচাঁই কথাবোৰ মহোদয়ৰ অতি প্ৰশংসনীয়। বৰ্তমানৰ সময়ত আচল ভুক্তভোগী পুলিচৰ সহায় লবলৈ গৈ পুনৰ ভুক্তভোগী হয়....

  • @bhabanabaruah2280
    @bhabanabaruah2280 2 года назад +43

    Practically হ'লে দেখিম ।যদি কথা আৰু কৰ্ম ৰ মিল থাকে তেন্তে অসম সৰ্গ হৈ পৰিব

  • @devasaikia1634
    @devasaikia1634 2 года назад +3

    বহুত বহুত ধন্যবাদ sir । আগলৈ ও যাতে এনে ধৰণৰ বাৰ্তা শুনিবলৈ পাওঁ।

  • @biratdoley5034
    @biratdoley5034 2 года назад +3

    মামালৈ বহুত বহুত ধন্যবাদ।।
    লগতে সাংবাদিক সকললৈয়ো এটা অনোৰোধ.. যিকোনো সংবাদ এটা প্ৰচাৰ কৰোঁতে ধনী দুখীয়া যাতে বাচি নাথাকে যেন

  • @jyotsnarajkhowa3462
    @jyotsnarajkhowa3462 2 года назад +1

    বহোত বহোত ধন্য বাদ

  • @dipakdoley6968
    @dipakdoley6968 2 года назад +19

    কথাটূ সচাঁ।১০০% সচা

  • @SaddamHussain-z6d8v
    @SaddamHussain-z6d8v 6 месяцев назад +1

    সুন্দৰ কথা 😢

  • @pranjalkalandi2005
    @pranjalkalandi2005 2 года назад +7

    Thank you so much sir,,,,,you are the very intelligent and greatest thinking for all Assam people and next generation,,,,,so,,best of luck!!!!

  • @pranayeenath
    @pranayeenath 2 года назад +1

    Bhut,bhut val ktha khice, val lagil

  • @debojitdutta5652
    @debojitdutta5652 2 года назад +3

    ধন্যবাদ মামা ,
    আশাকৰো আৰক্ষীয়ে কথাবোৰ আপোনি কোৱাৰ দৰে পালন কৰেযেন ।

  • @ratulskr6265
    @ratulskr6265 2 года назад +1

    সচাঁ কঠা কৈছে

  • @MahidulIslam-me9tt
    @MahidulIslam-me9tt 2 года назад +35

    C.M. কৈছে ঠিক ।পুলিচে মানিব জানো । নামানে

    • @junjunsvlogs3365
      @junjunsvlogs3365 2 года назад +1

      Aain khon dhuni dukhi nai aain aaaime hobo lage ru hokolure babe homan hb lage .....
      Aain khon bonai thike kintu jdi gadit thoba manuhr related hoi tetiya koi gadit thoka bure tak ari dia nhle bleg bebosta lob koi kio???

  • @bimalkantibhattacharjee7883
    @bimalkantibhattacharjee7883 7 месяцев назад +1

    অসংখ্য ধন্যবাদ স্যাৰ।
    🌺🙏🌺🙏🌺🙏🌺🙏🌺

  • @WILDwithDEEPZ
    @WILDwithDEEPZ 2 года назад +10

    সচাঁই যদি এইবিলাক সলনি হয়,অসম বহুত আগুৱাই যাব.....

  • @pikusaikia4417
    @pikusaikia4417 2 года назад +1

    Anekuwa CM shdai bisaru thanks Sir,🙏🙏🙏🙏

  • @azizulhussain1745
    @azizulhussain1745 2 года назад +11

    চক্ৰ বিষয়াৰ কাৰ্যালয়, পৰিবহন বিষয়াৰ কাৰ্যালয় আৰু আৰক্ষী থানা --এই তিনি কাৰ্যালয়ৰ গৰিষ্ঠ সংখ্যক কৰ্মচাৰীৰ পূৰ্বৰ আৰু বৰ্তমানৰ কাম কৰাৰ পদ্ধতি সলনি কৰি প্ৰকৃত নিৰ্ধাৰিত নিয়মত কাম কৰাৰ ব্যৱস্থা কৰালেই বহু পৰিমাণে ৰাজ্যৰ ছবিখন সলনি হৈ পৰিব l

  • @rimakakati9650
    @rimakakati9650 5 месяцев назад +1

    ভগৱানে আপোনাৰক সদায় কৰক । ধন্যবাদ CM Sir. দুখিয়াৰ লগতে মধ্যবৃত্তৰ কাৰণেও অলপ ভাৱক ।

  • @pabangogoi1172
    @pabangogoi1172 2 года назад +5

    মন্ত্ৰী মহোদয়ৰ কথাতো সচাঁ কিন্তু কামতহে ওলোটা হৈ থাকে , আৰু হৈয়েই থাকিব ,চাই থাকক ।

  • @puspanjalibharali3432
    @puspanjalibharali3432 2 года назад +1

    অশেষ ধন্যবাদ ।

  • @bhadrakantadas6101
    @bhadrakantadas6101 2 года назад +5

    গুটেই জীৱনটো মামা cm হৈ থকাটো বিছাৰো

  • @PrityChetry-w6y
    @PrityChetry-w6y 2 месяца назад +1

    MUK AIXAR XABDA XUB Bhal Lagise Mukhya Mantrrr Bartamaan AIEEN Thank U MAMA

  • @milanbasumatatvy347
    @milanbasumatatvy347 2 года назад +3

    Thank you sir for good decision

  • @babetoo627
    @babetoo627 2 года назад +1

    Very good steep cm sir.... Bohut val lagil... Anekuwa kam korok ,, sabo Apuni Adin Bishya jenibo.

  • @darshanataye4600
    @darshanataye4600 2 года назад +13

    অসম আৰক্ষীত যিমান নিযুক্তি হৈছে মোৰ দৰে দুখীয়া | কিন্তু আজিৰ তাৰিখত তেওলেকে নিজৰ পুৰণি চোলাখনো পাহৰিল | ৰিকুটত সোমোৱাৰ আগত মই কোন? পিচত মই কোন বুজি পোৱা | আমাক জীয়াই থাকিবলৈ সকলোকে লাগে | মই অকলে জীয়াই থাকিব নোৱাৰোঁ

  • @BhabaniSarma-zw2vi
    @BhabaniSarma-zw2vi Год назад +1

    ভাল কথা এটা শিকিলোঁ ধন্যবাদ জনালো চাৰ

  • @minakshidas8798
    @minakshidas8798 2 года назад +10

    ধন্যবাদ সার আপনি একজন ভগবান

  • @mujamelhoque2136
    @mujamelhoque2136 2 года назад +1

    ধন্যবাদ ছার আপনার কথা খিনি বহুত ভাল লাগিছে ধন্যবাদ ছার ধন্যবাদ

  • @minhazhaque5877
    @minhazhaque5877 2 года назад +6

    My Salute to you our Honb'le Chief Minister Dr.HBS We are really proud and very lucky to get such loving caring CM 🙏🙏🙏🙏🙏🙏

    • @somiruddin6277
      @somiruddin6277 2 года назад

      Donnino.bad.hamonto.bissosarma.ei.kata.muk.bal.lagise

  • @Bidbeast
    @Bidbeast 4 месяца назад +1

    আপুনি আপোনাৰ চৰকাৰ যুগমীয়া কীৰ্তি হৈ জীয়াই থাকক।ধন্যবাদ।

  • @pankajvlog93
    @pankajvlog93 2 года назад +4

    Thank you 🎉Mama 💗

  • @junamonichutia1403
    @junamonichutia1403 Год назад +1

    বহুত ভাল কথা কৈছে আপুনি। তেনেকুৱা পুলিচে লাজ পাইছে নাই বাৰু

  • @saiful7757
    @saiful7757 2 года назад +18

    ধন্যবাদ জ্ঞাপন কৰিলোঁ কৰিলো চৰকাৰক তথা মূখ্য মন্ত্ৰীক। 👏👏👏

  • @konvlogs2886
    @konvlogs2886 2 года назад +1

    ঠিক কৈছে মুখ্য মন্ত্ৰী মহোদয়ে।চেলূত।

  • @azmalhussainlaskar8574
    @azmalhussainlaskar8574 2 года назад +5

    ধন্যবাদ স্যার, আপনার কথা বহুত ভাল লাগিছে ।

  • @nobojitbhengra1946
    @nobojitbhengra1946 2 года назад +1

    মামা তুমি জুই

  • @firdushali660
    @firdushali660 2 года назад +16

    কয়লা গাখীৰ ধালিলেও বগা নহয়।

  • @niharika5543
    @niharika5543 2 года назад +1

    আমাৰ মামা জিন্দাবাদ ✊✊

  • @Jyotivi3942
    @Jyotivi3942 2 года назад +7

    মহাকালৰ মহান মন্তব্য ।স্বৱাগতম মহামহিম মুখ্যমন্ট্ৰী মহোদয় ।

  • @asinayang6189
    @asinayang6189 2 года назад +1

    It's great news.. 👍👍👍

  • @hiteswarrabha956
    @hiteswarrabha956 2 года назад +5

    বহুত বহুত ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী দেৱলৈ ।

  • @mofidulzaid3890
    @mofidulzaid3890 2 года назад +1

    Xosa koi Bhut val lagise CM or kotha huni great CM mama♥♥♥

  • @nixobdohjunaak3427
    @nixobdohjunaak3427 2 года назад +4

    🙏🙏🙏 মহোদয় আপোনাক ধ্যবাদ ।
    অসমৰ সিংহ মাননীয় মখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ।।। ❤️❤️❤️❤️

    • @ritadas5591
      @ritadas5591 2 года назад

      Alp blg ke saa tetia hoytu dhoinyobad nidibi

  • @MYASSAM1
    @MYASSAM1 2 года назад +2

    Good dissison n Absolutely righ this system. I hope this system a long years to continue. I always thinking you H sir.
    I am so happy your dissison H.m sr.

  • @kabitachetry845
    @kabitachetry845 2 года назад +9

    online system কৰিলে ভাল হব sir complaint খিনি তেতিয়া আপোনি চাব পাৰিব পুলিছে কিমান true কাম কৰে

  • @mrkamalregonrrgon4158
    @mrkamalregonrrgon4158 2 года назад +1

    বহুত ভাল এই কথাসাৰ উল্লেখ কৰা বাবে মূখ্যমন্তী দাঙৰীয়া

  • @kabitachetry845
    @kabitachetry845 2 года назад +6

    যি সকলে উচ্চ পদত অসম চৰকাৰৰ তলত চাকৰী কৰি আছে ,তেওঁ লোক mangement টো ture কৰী ৰাখে সঁচাকৈ এনে হলে ১০১ শতাংশ অসম উন্নতি হব ,, thanks cm sir , and time ৮ news

  • @Pragyashree-r
    @Pragyashree-r 2 года назад +1

    💯% right

  • @kamalkrishnadas7344
    @kamalkrishnadas7344 2 года назад +12

    ইমান বোৰ নকৰি,,থানা ই থানা ই CC camera লগাই দিলে ভাল হয়

  • @jyotichetry3772
    @jyotichetry3772 2 года назад +1

    Good news 👍

  • @alukjyotitipsvlog497
    @alukjyotitipsvlog497 2 года назад +14

    হাজাৰ হাজাৰ ধন্যবাদ মামা , I love you ❤️❤️😘😍...

  • @Abhi-ie8fh
    @Abhi-ie8fh 2 года назад +2

    Atiya he vl lagise olp mon tu❣️❣️❣️

  • @rupanchandranath7999
    @rupanchandranath7999 2 года назад +3

    Sir bahut vl kotha koise. But simple ata normal case dile thanei oposite party k mati toka xai case dismiss kore. Atiya alop hole o sinta koribi . So much blessings u mama...

  • @anupdas2315
    @anupdas2315 2 года назад +2

    Greate mama apuni 1000 %xhosa kotha apuni indiar cm hobo lagibo hbs zindabad

  • @khiroddas1830
    @khiroddas1830 2 года назад +9

    হয় সচাঁ কথা কৈছে আপুনি ।আপোনাক ভগৱন্ত শ্ৰীকৃষ্ণই আপোনাক আশীৰ্বাদ দিয়ক ।। বহুত ভাল ব্যৱস্থাৰ লৈছে

  • @j.k1674
    @j.k1674 2 года назад +1

    মামা সচাঁই জুইৰ।

  • @biswajisatola7223
    @biswajisatola7223 2 года назад +7

    Actual right. Good initiative of our honourable CM

  • @munda7116
    @munda7116 2 года назад +1

    অতি সুন্দৰ লাগিছে চাৰ।

  • @dipjyotisonowal8966
    @dipjyotisonowal8966 2 года назад +3

    Right thought and great mentality of himanta biswa sarma

  • @devajanidas5163
    @devajanidas5163 2 года назад +1

    পুলিচ কাম টৌ কৰক বা নখৰক মন্টিৰ কথ্ৰবো শুনি বহুতো ভাল লাগিল ‌।

  • @yourlifewithtrust4610
    @yourlifewithtrust4610 2 года назад +6

    মামা কলেই নহব সকলো কৰি দেখাব লাগিব।

  • @muhinboruah6954
    @muhinboruah6954 2 года назад +1

    Good news

  • @amirbai6150
    @amirbai6150 2 года назад +9

    This is good decision CM Himanth Biswarma, we are salute

  • @rabi9545
    @rabi9545 2 года назад +1

    Great HBS sir

  • @debasishborah3097
    @debasishborah3097 2 года назад +7

    Bohut Bohut Xundor Steps, Many Many Thanks To The Honble CM"Dr. Himanta Biswa Sarma", May God Bless You

  • @christopherdang6330
    @christopherdang6330 3 месяца назад +1

    Very good sir

  • @somolakhatun1958
    @somolakhatun1958 2 года назад +4

    I'm belong from Assam but currently live in Dubai.....I like ur speech💖💞🤗

  • @jitugogoi2498
    @jitugogoi2498 2 года назад +1

    বহুত বহুত ধন্যবাদ মামা জয় আই অসম

  • @drd8928
    @drd8928 2 года назад +8

    মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাবোৰ পুলিচে সাধু কথা ভাবিলে হল আৰু ,খাটি ঘিউৰে মালিচ দিলেওঁ পোন হব যেন নালাগে, পুলিচৰ মহান গুণবোৰ যি মানসিকতাৰে চৰিত্ৰ গঠন হল পুলিচ বুলিলে ভাল বুজাত অসুবিধা হয় ,আমাৰ দৰে লাওঁলোৱা দৰিদ্ৰ মানুহে পুলিচৰ কাষ চপা মানে ফান্দত পৰা ,পুলিচৰ দুই এদিনত পৰিবৰ্তনৰ খবৰ পোৱা যাব

  • @monujgogoi2383
    @monujgogoi2383 2 года назад +1

    Hi is right CM sir

  • @suneswarsonowal8003
    @suneswarsonowal8003 2 года назад +4

    কোৱা কথা এইটো মই নামানো কাৰন মই পাইথৈছো

  • @Dhon137
    @Dhon137 2 года назад +2

    মুখ্য মন্ত্রী লৈ ধন্যবাদ।

  • @santanukalita1529
    @santanukalita1529 2 года назад +8

    This is his greatness towards the common people.

  • @manujtaid609
    @manujtaid609 2 года назад +1

    Ok ok ok মাননীয়

  • @shukuram133
    @shukuram133 2 года назад +14

    🐘Elephant ka dikhane ka daat aur khane ka daat,?????? 🤪😁😁😁😁😁😂😂😂😂😂😂😂😂😂

  • @jalaluddindhali4399
    @jalaluddindhali4399 2 года назад +4

    Very very attractive speech. Mind blowing , , , ,

  • @saddamhussen4821
    @saddamhussen4821 2 года назад +1

    Very good shar am. Am

  • @akmajumdar4511
    @akmajumdar4511 2 года назад +3

    Very good step.. thank you CM sir

  • @smartgadgetss1747
    @smartgadgetss1747 2 года назад +1

    Thanks for thinking.

  • @manabkonwar423
    @manabkonwar423 2 года назад +3

    ভাল কথা

  • @PradipDas-hr2og
    @PradipDas-hr2og 2 года назад +1

    বহোত ভাল কৰিছে এনেকুৱা cm লাগে লাগে আমাক

  • @mrisha5405
    @mrisha5405 2 года назад +3

    Good Step, God bless you Dada

  • @theserpent3357
    @theserpent3357 2 года назад +6

    If hemanta is genuine about ths desicion than I salute him .

  • @jahuruddin3417
    @jahuruddin3417 2 года назад +1

    অতি শুনদৰ কথা কৈছে cmমহাদয়

  • @bakshabtr
    @bakshabtr 2 года назад +6

    কথা মতে কাম কোৰিৱ যানু,

  • @brajagopalsharma469
    @brajagopalsharma469 2 года назад +1

    Great step sir