#Bhagwat_Path

Поделиться
HTML-код
  • Опубликовано: 13 дек 2024

Комментарии • 208

  • @manujdeka
    @manujdeka Год назад +3

    তোমাৰ চৰণত কোটি কোটি প্ৰনাম প্ৰভূ কৃষ্ণ কৃষ্ণ🙏🙏

  • @RanjanitaSaikia-u2s
    @RanjanitaSaikia-u2s Год назад +1

    কৃষ্ণ বাপ আপোনাৰ বাখ্যা শুনি বহুত ভাল লাগিল । আপোনাক ভগৱানে কুশলে ৰাখক । কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @ranudas4561
    @ranudas4561 3 года назад +2

    হৰে কৃষ্ণ হৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰে হৰে।হৰে ৰাম হৰে ৰাম ৰাম ৰাম হৰে হৰে🙏🙏🙏

  • @dipalidevi507
    @dipalidevi507 4 года назад +6

    কৃষ্ণ বাপ কৃষ্ণ ।সেৱা জনাইছোঁ ।ইমান সুন্দৰ ভাগৱতৰ তত্ত্ব কেতিয়াও শুনা নাছিলোঁ ।আমি ধন্য হৈছোঁ । ঈশ্বৰে আপোনাক কুশল মঙ্গলে ৰাখক । আমাক এনেকৈ য়ে ধন্য কৰি যাওক । কৃষ্ণ প্ৰভু কৃষ্ণ ।

  • @khirodagogoi625
    @khirodagogoi625 4 года назад +2

    কৃষ্ণ প্ৰভূ ।
    কৃষ্ণ প্ৰভূ
    কৃষ্ণ প্ৰভূ ।

  • @binandadas9675
    @binandadas9675 4 года назад +9

    🙏🏼🙏🏼🙏🏼🙏🏼ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ।মোৰ গুৰু গোবিন্দ মাধৱ অতি বিতুপন।কি দি পূজিমে প্ৰভু নাৰায়ণ ৰাম নাম লৈ আপোনাৰ কৰযোৰে চৰনকমলত সেৱা জনালোঁ ।মাধৱ আপোনাৰ জয় হওক কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি গুণ নাম লৈ ।🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃ ।

  • @krishnatamang7248
    @krishnatamang7248 4 года назад +10

    কৃষ্ণ বাপ বহুত সুন্দৰ পাঠ আৰু ব্যাখ্যা। কৃষ্ণ আপোনাৰ শ্রীমুখে অমৃতময় বাণী শ্রৱণ কৰি আপ্লুত হৈছোঁ। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখে যেন।
    কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏

    • @khargeswarborah8137
      @khargeswarborah8137 2 года назад

      কৃষ্ণ অতি উত্তম বাপ ৷সুন্দৰ বাণী শ্ৰৱণ কৰি ধন্য হলো ৷

  • @rubibaruah9313
    @rubibaruah9313 2 месяца назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু কৃপাসাগৰ দৈৱকী নন্দন কৃপা কৰা , প্ৰভু 🎉🙏🙏🙏🌞🌞🌞

  • @munindragogoi2586
    @munindragogoi2586 4 года назад +8

    বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ।
    ইহাৰ উত্তম ফল হৰি নাম মাত্র ।।
    কৃষ্ণ কৃষ্ণ সেৱা যাচিলোঁ ।

  • @suprotimkalita4252
    @suprotimkalita4252 4 года назад +10

    কৃষ্ণ বাপ আমাৰ এই শৰীৰটো অৰ্থাৎ আমাৰ এই ক্ষুদ্ৰ ব্ৰক্ষ্মাণ্ড সৃষ্টিৰ কথা শুনি আনন্দিত হৈছো আপোনাক প্ৰণাম জনাইছো।

  • @bhupendas1971
    @bhupendas1971 4 года назад +4

    উত্তম বাপ, উত্তম |
    কৃষ্ণ বাপ, সেৱা এটি ধৰিলোঁ চৰণত
    গ্ৰহণ কৰিব | গভীৰ কথা এই বোৰ প্ৰভূ | সচাঁকৈয়ে উপকৃত হৈছো বাপ আপোনাৰ শ্ৰীমুখে অনগল প্লাবিত হোৱা ভাগৱতৰ অমৃতময় উপদেশ আৰু ব্যাখ্যা সমূহ শুনি | কৃষ্ণ.....

  • @manjurajkonwar2807
    @manjurajkonwar2807 2 года назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰি হৰি হৰি ৰাম কৃষ্ণ ৰাম 🙏🙏🙏🙏🙏

  • @rubiboruah9281
    @rubiboruah9281 4 года назад +6

    কৃষ্ণ কৃষ্ণ বাপ। ইমান সুন্দৰ ব্যাখ্যা।

  • @anandatalukdar9801
    @anandatalukdar9801 4 года назад +13

    কৃষ্ণ বাপ । আপোনাৰ ভাগৱত পাঠ শ্ৰৱণ কৰাই আমাৰো মন ভাগৱতৰ প্ৰতি আগ্ৰহী হৈছে ।

  • @amiyasaikia8822
    @amiyasaikia8822 2 года назад +1

    কৃষ্ণ কৃষ্ণ বাপ পুৱাৰ সেৱা গ্রহণ কৰিব 🙏🙏🙏🙏🙏

  • @kanakbordaloikanakbordaloi4595
    @kanakbordaloikanakbordaloi4595 4 года назад +7

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ সেৱাহে জনালো 🙏🙏🙏

  • @bontiborah5014
    @bontiborah5014 4 года назад +13

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম।পৰম পিতা পৰমেশ্বৰ ৰ ৰাতুল চৰণত শিৰ থাপিলো।প্ৰভু আপোনাৰ চৰণত প্ৰণিপাত জনাই সবাৰো চৰণত সেৱা মাগিলো । কত জনমৰ পূণ্য ৰ ফল আপোনাৰ শ্ৰীমুখে শ্ৰৱণ কৰি নিজকে ধন্য ধন্য মানিছোঁ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @anuprovadas2311
    @anuprovadas2311 4 года назад +5

    হে বাপ আপোনাৰ চৰনত কুটি কুটি সেৱা জনালো। আপোনাৰ এই মহা ভাগৱত পাঠ শুনি বৰ অমৃত পাইছো। আপোনাক ভগৱানে কুশলে ৰাখক। পুনৰ সেৱা ধৰিছো বাপ ।

  • @gitalineog6489
    @gitalineog6489 3 года назад

    কৃষ্ণ প্ৰভুজন আপোনাৰ এই অমৃতময় শ্ৰীমদ ভাগৱত বাখ্যাই আমাৰ পৰিয়ালটোক কৃষ্ণৰ প্ৰতি প্ৰেম ভক্তি দুগুণ বৃদ্ধি কৰিছে।হে মহান পুৰুষ এই জনমত আমাৰ দৃষ্টিত আপুনি এজন ভগৱানৰ অবতাৰ যেন হে অনুভৱ হৈছে।আপোনাৰ শ্ৰীচৰণত শতকৌটি প্ৰণাম প্ৰভু কৃষ্ণ 🙏🙏

  • @dipaliray5259
    @dipaliray5259 4 года назад +7

    🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏সেৱাহে বাপজন ।বহুত মনোযোগেৰে শুনিলো কিন্তু ইমান তত্ব গধুৰ জতিল কথা আয়ত্ব কৰিবলৈ মোৰ কাৰণে সহজ নহয়। প্ৰকৃতি-পুৰুষৰ ভাঙনি আৰু তাৰ অৰ্থ খিনি জানি ভাল লাগিল।। কৃষ্ণ।। 🙏🙏🙏

  • @binitamodoi1610
    @binitamodoi1610 4 года назад +9

    কৃষ্ণ প্ৰভু জনা সেৱা জনালোঁ
    🙏🙏🙏
    যৈতে তৈতে নথাকই হৰি নাম ৰত্ন
    সাধু দোকানীযে ৰাখে কৰি মহা যত্ন
    প্ৰভু সেই জনা আপুনি ঈছৰ আপুনাৰ
    চৰনত শিৰ পাতিছো
    কৃষ্ণ

  • @netraprasadsaikia3193
    @netraprasadsaikia3193 4 года назад +1

    ক়্ষ্ণ সেৱা জনালোঁ প্ৰভু.শ্ৰৱণ কৰিআমি সুথী হলো ...ক়্ষ্ণ..👏👏

  • @assmesvideo6000
    @assmesvideo6000 4 года назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম কুশল কামনা প্ৰাথনা কৰিছো,সৎজনক একান্ত ভক্তিৰে সেৱা জনোৱা কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ

  • @dipanjalibailung1180
    @dipanjalibailung1180 4 года назад +9

    সেৱা গ্ৰহণ কৰিব প্ৰভু শুভৰাত্তি

  • @bantideka823
    @bantideka823 4 года назад

    কৃষ্ণ বাপ সেৱাহে । আপোনি যেনেকৈ ভাগৱত নিমি নমসিদ্ধ ৰ পৰা ভাগৱতৰ শেষলৈকে কৃষ্ণ পুৰুষ ৰ কথা ইমান ধুনিয়াকৈ শুনাবৰ বাবে আগবাঢ়ি আহিছে বহুত সুখি হৈছো । আপোনাৰ চৰনত কৌটি কৌটি প্ৰণাম কৃষ্ণ।

  • @phatikkalita6425
    @phatikkalita6425 4 года назад +1

    Krishna bap
    , aponar bhagawat path suni ami bahut kritsartha haisho. Bhagawana aponak kushalai rsakhak.

  • @Kuldeep-v6k
    @Kuldeep-v6k 4 года назад +2

    কৃষ্ণ বাপ শতকোটি প্ৰনাম জনালো ।কৃষ্ণ

  • @sabitriboruah4411
    @sabitriboruah4411 3 года назад

    কৃষ্ণ,প্ৰভূ জনা হেৱা জনালোঁ ।আমাৰ সকলো অপৰাধ মাৰ্জনা কৰে যেন আৰু সকলোৰে কৃপা দৃস্টি দি য়ে যেন। এয়ে আৰ্শীবাদ ভাগৱতৰ আসনৰ পৰা কৰে যেন, কৃষ্ণ ।

  • @atulokalita4134
    @atulokalita4134 4 года назад +1

    Baap Ati Sunder bakhya. Krishna Krishna.

  • @lombitmoran4759
    @lombitmoran4759 4 года назад +6

    কৃষ্ণ বাপ সেৱা জনালোঁ 🙏🙏🙏মাঠো শুনি থাকিবলৈ সে ভাল লাগিছে বাপ আৰু অলপ দিঘল হোৱা হলে ভিদিঅটো । অতি আগ্ৰহেৰে অহা কালিলৈ বাট চালোঁ বাপ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @pankajboruah3673
    @pankajboruah3673 4 года назад +10

    কৃষ্ণ কৃষ্ণ প্রভুজনা পুৱাৰ সেৱাহে জনালো কৃষ্ণ কৃষ্ণ।

  • @jonalidas3815
    @jonalidas3815 2 года назад

    Baap jana aaponar adhyatmik (Bhagavatpath) video bur sai bahut luk kritaigya hoise,mor bhagwan ar prati bhakti ru gyan bahise,tar babe aapnar usarat kouti kouti pranam ru dhanyvad.Bhagvane aaponar mangol ru dirghayu pradan korak,Jai Krishna guru

  • @manomatikalita4131
    @manomatikalita4131 4 года назад +9

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ অমৃতবাণী শুনিবৰ বাবেই বাট চাই থাকো কেতিয়া ভিডিঅ'টো আহে বহুত নজনা কথা শিকিলোঁ আপুনি কুশলে থাকক জয় কৃষ্ণ বাপ

  • @binadeka9674
    @binadeka9674 3 года назад +1

    Krishna Krishna Bap.

  • @harmohankalita1586
    @harmohankalita1586 4 года назад +1

    বাপ আপোনাক সেৱা জনালো । আপোনাৰ ভাগৱত পাঠ শুনি মোৰ ভাগৱত শুনিবলৈ আগ্ৰহ বৃদ্ধি হৈছে ।

  • @mainabordoloi2479
    @mainabordoloi2479 3 года назад

    কৃষ্ণ কৃষ্ণ প্ৰণাম বাপ প্ৰভু🙏🙏🙏

  • @kamalakantakonwar7644
    @kamalakantakonwar7644 4 года назад +1

    Krishna Krishna Prabhu Bap Jana Aponar Charan kamalot kouti kouti pranam nibedisu.

  • @hiyamanidas674
    @hiyamanidas674 4 года назад +1

    Thanks pitaji......val lagise .....bahut

  • @abhijitborah1953
    @abhijitborah1953 4 года назад +1

    Joy Guru Sankar.krishna bap hewa grahn kribo Krishna.

  • @ronjitborah1997
    @ronjitborah1997 3 года назад +1

    Pranam.aatai e suni santosh holu.

  • @sarujandas121
    @sarujandas121 4 года назад +4

    Krishna Baap Parnam 🙏🙏🙏

  • @mainabordoloi5891
    @mainabordoloi5891 4 года назад +3

    ☘☘☘☘জয় শ্ৰী কৃষ্ণ ☘☘☘☘

  • @priyadoleypegu597
    @priyadoleypegu597 3 года назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ❤🕉🕉🕉🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @pradipsarma6762
    @pradipsarma6762 4 года назад

    Krishna Bap, apunar charanat seva janalu, Apuni amak asirvad korok, apunar Mahabhagavat Krisna kotha suni Amrit pan Kora jen lagise , Krishna

  • @rulirazkumari9191
    @rulirazkumari9191 4 года назад +1

    Krishna 🙏🙏🙏apunak hewa dharisu..apunar ai bhagabot sabon kari parom khukhi hoisu.krishna🙏🙏🙏

  • @orponadas6754
    @orponadas6754 3 года назад +1

    Krishno

  • @madhusmitadas2305
    @madhusmitadas2305 4 года назад

    Parm aanandit hoiso gurujan . apunak ishare vale rakhak . bahot bahot dhinoybad diso apunar pathar nrimali & arsihbad amak pradan korat . jajori

  • @nagendrasonowal7907
    @nagendrasonowal7907 4 года назад +10

    প্ৰণাম প্ৰভু। অতি সুন্দৰ ব্যা খ্যা , বহ্ত ভাল লাগিছে আৰু কিছু জানিব পাৰিছো

  • @nialifestyle2482
    @nialifestyle2482 Год назад

    কৃষ্ণ আপোনাৰ চৰণত শতকৌতি প্ৰণাম ।

  • @HardebPatgiri-dz7re
    @HardebPatgiri-dz7re 17 дней назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @dipakkalita9267
    @dipakkalita9267 Год назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏 🙏

  • @nabajyotidas6117
    @nabajyotidas6117 2 года назад +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏🙏🙏

  • @bhabanidas2529
    @bhabanidas2529 4 года назад +1

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ সেবা ভাগ লবা পায় আমি বহুত শুখি হৈছো

  • @bharatborah4271
    @bharatborah4271 4 года назад +1

    Krisno krisno Bap su modhur Bakhay krisno

  • @lilakalita6705
    @lilakalita6705 4 года назад +2

    কৃষ্ণ কৃষ্ণ ৰাম বাপ জনালৈ সেয়া জনালোঁ ।বহুত সুখী হৈছো । আপোনাৰ কুশল কামনাৰে ---

  • @kabitadas61
    @kabitadas61 3 года назад

    কৃষ্ণ কৃষ্ণ প্ৰভূ বাপ জনৰ চৰনতপ্ৰণিপাত জনালো ।

  • @manishanath3124
    @manishanath3124 Год назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻🙏🏻

  • @rajjudutta2497
    @rajjudutta2497 Год назад

    Krishno krishno krishno🙏🙏🙏

  • @ganeshkoch561
    @ganeshkoch561 2 года назад +1

    Krishna Ram Ram Ram 🙏🙏🙏

  • @krishnamrit7368
    @krishnamrit7368 4 года назад +2

    সেৱা জনালো | আপোনাৰ মুখেৰে অমৃত বাণী শুনি আমি ধন্য

  • @manashidevi9262
    @manashidevi9262 2 года назад

    Joi guru Sankar 🙏🙏🙏🙏🙏

  • @rulennath7538
    @rulennath7538 4 года назад +1

    কৃষ্ণ কৃষ্ণ , জয় গুৰু শঙ্কৰ।

  • @MintuMedhi-o1w
    @MintuMedhi-o1w Месяц назад +1

    Ram Krishna

  • @JintimaniDas-gl1cl
    @JintimaniDas-gl1cl 6 месяцев назад

    কৃষ্ণ বাপ ৰাম কৃষ্ণ হৰি

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 11 месяцев назад

    Krishna Krishna Krishna prabhudev pronam to you

  • @bidisha412
    @bidisha412 4 года назад +3

    Krishna Prabhu sewa grahan kariba Bhagabane aponar lagate aponar pariyalar xakalore mangal karak

  • @aratitalukder7759
    @aratitalukder7759 4 года назад +2

    কৃষ্ণ বাপ সেৱা জনালো 🙏🙏🙏🙏🙏🙏

  • @jadabborah1447
    @jadabborah1447 4 года назад +1

    কৃষ্ণ প্ৰভু , সেৱা নিবেদিলোঁ ।

  • @bivadhekial50
    @bivadhekial50 4 года назад +1

    Krishna Krishna bap Sewa jonalu.

  • @rubulbarman7396
    @rubulbarman7396 3 года назад

    Krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 sewa janalu baap🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @bhanitabarman9222
    @bhanitabarman9222 4 года назад +2

    Baikunthar kalpataru bhagawat shastra...,..years uttam phal harinam Mayra...,

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 4 года назад +1

    Krishna krishna ! Kauti pranam nibedon korilo. Krishna

  • @benudhardeka6896
    @benudhardeka6896 4 года назад +1

    👏 কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ |

  • @pulokdeka759
    @pulokdeka759 4 года назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @rikadas2664
    @rikadas2664 4 года назад +3

    "কৃষ্ণ বাপ,প্ৰণাম জনালো।"

  • @PaurabKhamon100million
    @PaurabKhamon100million 8 месяцев назад

    কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @bhairabjyotidas613
    @bhairabjyotidas613 4 года назад +3

    ৰাম কৃষ্ণ হৰি

  • @duludas3345
    @duludas3345 4 года назад +1

    বাপ প্রনাম ্ ইমান সুন্দৰ বাখ্যা

  • @aratitalukder7759
    @aratitalukder7759 4 года назад +1

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো কৃষ্ণ গ্ৰহণ কৰিব

  • @sampritibora9985
    @sampritibora9985 2 года назад

    কৃষ্ণ কৃষ্ণ বাপ🙏🙏🙏🙏

  • @binadeka9674
    @binadeka9674 3 года назад +1

    Krishna krishn\ nap.

  • @nipjyotiray4035
    @nipjyotiray4035 4 года назад +1

    🙏 amak anedore krishna kotha hunar hubidha diya babe apunak pronam jonaisu 🙏🙏🙏

  • @bkgogoi8636
    @bkgogoi8636 2 года назад

    হে বাপ আপোনি মহান অমানুহক মামুহ গহীব বিচারিছে ধন্য হক Bhadra kanta gogoi

  • @prafullabora5386
    @prafullabora5386 4 года назад +10

    কৃষ্ণ প্ৰভু জন । বহু অপেক্ষাৰ অন্তত অাপোনাৰ অনুষ্ঠান শ্ৰৱনৰ কৃপা লাভ কৰিলো । অামাৰও সম্ভাষণ জানিব ।

  • @mohonsaikia1433
    @mohonsaikia1433 4 года назад

    Jai shri krishna 🙏🙏🙏

  • @urmilagogoi336
    @urmilagogoi336 4 года назад +1

    কৃষ্ণ প্ৰভূ সেৱা জনালোঁ।

  • @dipakborah1152
    @dipakborah1152 3 года назад

    🙏🌺krishna Baap🌺🙏

  • @himakhidas7823
    @himakhidas7823 4 года назад +3

    Krisna 🙏🙏🙏🙏🌸🌸🌸🌸🌷🌷🌷🌷🌷🌷🌷

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 2 года назад +1

    Krishna Hori Ram

  • @mukullahkar5380
    @mukullahkar5380 4 года назад +1

    কৃষ্ণ কৃষ্ণ বাপ কৃতাৰ্থ হৈছো ।

  • @dhrubajyotidas4523
    @dhrubajyotidas4523 4 года назад +1

    krishna o Hori o Ram

  • @aadya2910
    @aadya2910 4 года назад

    Hare Krishna Hare Ram

  • @nikumonidas4988
    @nikumonidas4988 3 года назад

    Om shanti🙏💐🇮🇳

  • @munindragogoi2586
    @munindragogoi2586 2 года назад

    কৃষ্ণকৃষ্ণ বাপ সেৱা ভাগজনাইছো

  • @anumeadhi2351
    @anumeadhi2351 4 года назад +1

    Krish bap 'om"ßhiri Bishnu Vagabate Namah :

  • @khargeswarkalita2120
    @khargeswarkalita2120 4 года назад

    Baap Krishna again Suniso. Manat thanks karane

  • @lakusaikia6882
    @lakusaikia6882 4 года назад +1

    কৃষ্ণ কৃষ্ণ!

  • @pinkysaikiapinkysaikia1411
    @pinkysaikiapinkysaikia1411 3 года назад

    Jay Jay Gurudev .

  • @ilamanibasumatary4974
    @ilamanibasumatary4974 4 года назад +2

    Krishna Krishna bap

  • @tuluhazarika8515
    @tuluhazarika8515 2 года назад

    Gurudave Aponake Pronam