এগৰাকী মহিলাই 'কন্দুৱাই' দিলে হিমন্তক!

Поделиться
HTML-код
  • Опубликовано: 26 ноя 2024

Комментарии • 38

  • @RonjitSharmaGoswami
    @RonjitSharmaGoswami 4 дня назад +10

    হিমন্ত নিজকে কি ভাবে, অকল মিছা কথা মিছাপ্ৰতিছুতি হেই নামৰ এক লয় 😅😂😂😂

  • @mundavlogs7069
    @mundavlogs7069 4 дня назад +14

    এতিয়া মজা পালে bjp

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc 4 дня назад +12

    জেলত ভোৰাই কামত নাহিল,আহিল মামাৰ পাল। অসমত মিছা কথা এইবাৰ কামত নাহিব।

    • @pratimasarma1737
      @pratimasarma1737 2 дня назад

      আমাৰ ভোটাৰে বিনামূলীয়া ব্যৱস্থাত অভ্যস্ত। গতিকে য'ত ধন খৰচ কৰিব নালাগে, ওভোটাই ধন পায়হে তাত হে চকু। গতিকে এই কথা বাদ দি ভোট নিদিয়ে, য'ত ধন তাতেই ভোট।

  • @mundavlogs7069
    @mundavlogs7069 4 дня назад +11

    bjp go back

  • @sanjayrabha9314
    @sanjayrabha9314 4 дня назад +7

    Mojja ❤❤

  • @sibajisarkar1009
    @sibajisarkar1009 4 дня назад +7

    তেওঁ ভাবিছিল অসমৰ সহজ/ সৰল/ ৰাজনীতিক ভাবে মূৰ্খ অসমৰ মানুহৰ লেখীয়া ঝাৰ খণ্ডৰ মানুহ, ভাবিছিল হিন্দু মুছলমান কৰি পাৰ হৈ যাব, মোদী ও বেটি লৈ যাব, ৰুতি লৈ যাব ইত্যাদিত হে থাকিল, কাৰণ যোৱা দহ বছৰৰ কোনো কাম দেখুৱাব নোৱাৰে।

  • @AnimaBoro-jk6yk
    @AnimaBoro-jk6yk 4 дня назад +6

    Nice priyanka Gandhi🎉🎉

  • @chand8918
    @chand8918 4 дня назад +5

    সস্তীয়া ৰাজনীতি কোনেও ভাল নাপাই
    তাৰোপৰি অসমৰ মুখ্যমন্ত্ৰী নিজৰ ৰাজ্যত কি কৰিছে সেয়া ঝাৰখণ্ডৰ লোক সকলে ভালদৰে যানে । এনে ফালতু ভাষণ গুৰুত্ব নিদিয়ে সিহঁতে

  • @nekibuzzaman5195
    @nekibuzzaman5195 4 дня назад +3

    Very good Jharkhond janata.

  • @taradoi7957
    @taradoi7957 3 дня назад +2

    মোৰ মনৰ দৃষ্টিৰে---------------
    যি কম সঁচা কম । নিজৰ অসমৰ পৰা বিদেশী খেদিবলৈ সমথ'হোৱা নাই বেলেগ ৰাজ্যৰ পৰা বিদেশী খেদাৰ কথা কয় । হিমন্ত বিশ্ব শমা'প্ৰকৃততে মিচা কথা ৰ ফুলজাৰি মৰা মানুহ ।

  • @sahabuddinahmed-mp3hu
    @sahabuddinahmed-mp3hu 3 дня назад +1

    আমাৰ অসমীয়া বোৰ হিন্দু মুছলিম কৰিলে আনন্দিত হৈ হিমন্তক হাঁহি হাঁহি ভোট দিয়ে

  • @parthapratimbaruah4020
    @parthapratimbaruah4020 4 дня назад +5

    EVM is not working here 😅

  • @PapuHazarika-iw3he
    @PapuHazarika-iw3he 4 дня назад +4

    Ha ha ha 😮😮😮

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 3 дня назад +1

    হিমন্তৰ বিষাক্ত মন্তব্য বিলাকৰ বাবে বিজেপি ঝাৰখণ্ডত হাৰিল। নহলে জিকিলে হেঁতেন।

  • @ManjuHazarika-g4r
    @ManjuHazarika-g4r 3 дня назад

    Very good

  • @bhabendoley6151
    @bhabendoley6151 3 дня назад

    মহাৰাষ্ট্ৰ জিকিল কেনেকৈ সন্দেহ আছে।কাৰণ সাৰিব বুলি ভয়ত প্ৰধান মন্ত্ৰী,আৰু গৃহ মন্ত্ৰী ক ঘুৰাই পঠিয়াই দিছিল অৰ্থাৎ হৰ নিশ্চিত আছিল ।৫০/৫০ হলে মানি লব পাৰোঁ।

  • @nitulphukan4230
    @nitulphukan4230 3 дня назад

    হিমন্ত আৰু হেমন্তৰ বুজাবুজিৰ কাৰনেহে jjm জিকিল।বাকি একোনহয়।

  • @janardanbora2803
    @janardanbora2803 3 дня назад +1

    হিমন্তই ঝাৰখণ্ডত বেলেগৰ চৰকাৰ বনাই গুচি আহিল গৈ এইবাৰ যি হল ভালেই হল 😅😅😅

    • @RonjitSharmaGoswami
      @RonjitSharmaGoswami 18 часов назад

      @@janardanbora2803 এতিয়া অসমৰ জনতাক লুণ্ঠন কৰিলে একৌ, ঝাৰখণ্ডত লুণ্ঠন কৰিব চাগে ।আৰু এই ক্ষেত্ৰত বিশেষকৈ অন্ধ ভক্ত সকলৰ হাʼহি ওলাব,😊😃😃😃

  • @RituSarmah-tt9vr
    @RituSarmah-tt9vr 4 дня назад +1

    Moja Assam ot pare 😂😂😂

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 3 дня назад

    চটুৰ আলি প্ৰতি চুটি দি জয়ী হ'ব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ড

  • @saratkalita7685
    @saratkalita7685 3 дня назад

    😊 অসমৰ কাৰনে আগজাননী

  • @Ahmed-tq3wo
    @Ahmed-tq3wo 4 дня назад +2

    Borya

  • @farzanalatif7630
    @farzanalatif7630 3 дня назад

    Assam CM has less knowledge about India and the neighborhood boundaries. This time Sarma needs to prepare a different script. 2026 ..... So from today best do a survey and preparation for a new script, new songs , dance and slogan, best of luck 🤞❤❤❤ .

  • @babul8718
    @babul8718 3 дня назад

    😅😅😅Rinanta.....

  • @hemantanath3003
    @hemantanath3003 4 дня назад

    Himanta ha ha

  • @madhurjya4810
    @madhurjya4810 4 дня назад

    Hbs the worlds best cm but still assam an underdeveloped state.

  • @radhachura11
    @radhachura11 3 дня назад

    Mohilaihae assamt himasurk raja pati se. 😊

  • @topod2055
    @topod2055 3 дня назад

    MAMA A A A

  • @anuborgohain9955
    @anuborgohain9955 4 дня назад

    Jharkhand r. EVM tu. Mamore. Dhorile. Kijani ... Heibabe. EVM e. Kaam. Didile ..... Bihali. Samogurir EVM. Tu. Nibo. Lagisil. Akoooo .... 🤣🤣🤣🤣

  • @arupdas8897
    @arupdas8897 3 дня назад

    Assamiyak burbak banai rajya mamai solai ase kintu bahirat kaam nidile karan anya rajyar manuh bahut sajag