Kk ase .....sonu nigam r baru Zg r xoman craze tu nathake high scale t......but kk e zg r dorei high scale t gabo pare with feel...but Zg is my fav.......BHK is my all time respected personality
This is not just a song man. Its a feeling. Here's a message to all the #loverboys: Be prepared, be strong, work hard and be someone in your life. So that you won't have to go through a situation like this.
In this generation the heartbrokens are busy in listening to "Bekhayali".......And i m addicted to this masterpiece...it's 1000 times saddest ever song..💯
03:30 Damn man!!! That feeling, when your lover is getting married to someone else and you getting that thoughts inside of your mind. Trust me you would feel like killing yourself man. Be prepared, be strong, work hard and be someone in your life. So that you don't have to be in a situation like that. So that even if something like that happens to you, it doesn't affect you even a bit. You become a man who is ever ready to give a counter attack. #Message for all lover boys
Seriously Tribal Songs are Very Rich in Culture. It's just a Sample Of Rabha Song, There are Many more Superhit songs their in Rabha Community. And if you want more Super Hit Tribal Songs than go for Boro, Tiwa, Dimasa, Karbi, Rabha, Hajong,... Make Assam a Officially Tribal Language state. Tribals rich cultural were disappearing day by day. Please Support Tribals.
Bro the fact is that....tribes like bodo rabha even want separate state from our mother assam.......they lack unity ....if we Assamese of assam were one......noone could take our land
❤️❤️❤️আজি 13.07.2021 কমেন্ট কৰি ৰাখি দিলো। হয়টো বছৰ বছৰ ধৰি মোৰ দৰে গানটো শুনি যাব ।
জুবিন দা তুমি কি লৈ সৃষ্টি হৈছে মই নাজানো,, কিন্তু মই নিজকে গৌৰৱ কৰো,,, কাৰণ তুমি আমাৰ মাতৃভূমিৰ সোণৰ টুকুৰা। এই গানটো কেতিয়াও পুৰণি নহয় । ধন্যবাদ জুবিন দা।❤️❤️❤️
Super comment brother respect for you 😢
@@user-kr9lf9if4f বহুত বহুত ধন্যবাদ।
Aji 3 years complete hol apunar comment
@@Pankaj-hg4vx হয় আপোনাৰ কমেন্ট পাই আকৌ আজি শুনিলো। বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ।🙏❤️
😊❤❤@@marulidharrabha8339
বহুত কন্দুৱালে পাঞ্চনাই ♥️♥️
গানৰ কথা একো নকওঁ ঔ জুবিন দা ...হিয়াৰ আমঠু ♥️
😊
চিনেমাখন চাই থাকোঁতেও চকুপানী ওলাইছিল, আৰু এতিয়াও ওলাইছে.... যিমান সঁচা প্ৰেমৰ সম্পৰ্ক হলেও টকা বা চাকৰি নাথাকিলে বিভাজিত হোৱাটো বৰ্তমান সময়ত স্বাভাৱিক যেন হৈ পৰিছে.... Love u ZG😍😍
Thik koisa broo
And also religion
অসমত আৰু দ্বিতীয় জন এনেকুৱা গায়ক কেতিয়াও নোলায় , ভগৱানে আপোনাক সদায় কুশলে ৰাখক 🙏
অসমত পৃথিৱীতে নোলায়
xosa ktha❤️ love u zubern da❤️
বহুত মদ খাই দিলোঁ ও.. জুবিন দা😭 এনে আবেগিক মন তাতে আকৌ আপোনাৰ এই সৃষ্টিশীলতা ৰখাবই নোৱাৰিলোঁ মনটো 😭😭 জুবিন দা আপুনি মোৰ কলিজা হয় কলিজা আপুনি মোৰ ....
কিয় মদ খালা পাগলা !
Mod khalau nesa nodhore o bohut monot pore ateau
*কাঞ্চনজংঘাৰ এইটো দৃশ্য চাই নাকান্দা মানুহ চাগে খুব কমেই❤️অন্তৰস্পৰ্শী অভিনয়ৰ লগতে গীতৰ কথা , সুৰ অতি সুন্দৰ 💚 কণ্ঠৰ কথাটো কব এ নালাগে 👌শেষত এটাই কম জয় জুবিন দা❤️ বহুত বহুত ধন্যবাদ দাদা ইমান ধুনীয়া বোলছবি এখন আমাক উপহাৰ দিয়াৰ বাবে* ❤️
Moi aru kandilu atiya
Yes.... Me
😭😭😭😭😭😭 ....
Moi
Hosaii..
বহুত কন্দুৱায় এই গানটোৱে 😭
এনেকৈ প্ৰাণঢালি গাব লাগে নে জুবিন দা ! 😢
Filim khon June saise ai gantut sbre sukupani ulaisey.
Film t u soku pani ulaise re😌
Etiyao gaan tu xunile kandi dibo mon jai😭
Rupam Das Jlydllx.
Muku
গীত টো কাৰ কাৰ এতিয়া লৈ বহু বাৰ চাই ও হেপাহ পলোৱা নাই মোৰ দৰে ।😝😘
জুবিন দাৰ বাবে 1 millions Like দিয়া চবে মিলি 🙏🧐😍🥰
@Noku Da Koch Yogi sosakoi a
Moi sab u nuwaru xunib u nuwaru..kanda jai mur...😭😭
@@North_east_girl 😭😭😭
Mor. Aro. Life time. Sam❤️❤️❤️
জুবিন দা অসমৰ ভগৱান হয় নিশ্চয় লাইক এটা পাম 🙏🙏
Yes 👍🏻👍🏻
জুবিন দা আপোনি কান্দোতে মই বহুত কান্দিছো..অনুগ্ৰহ কৰি আপোনি নেকান্দিব...😭😭😭😭
Moja.lagise.zubeen.da
@@kamalbania5801 হয় ভাই
Kela
Bohut dukh lage Gaan TU age u monot pore are thoi juwa din bur
কান্দিছিলো হলত কোনোৱে গম নোপোৱাকৈ গানটোত ৷ জুবিনদাৰ অন্যতম হৃদয়স্পৰ্শী গান, যিটোৱে কলিজা কপাই যায় ৷❤️
ৰাভা জাতিৰ জাতীয় পৰম্পৰা ফাৰগান্ঠী গীত(পানচুনা ডালায়)...জেতিয়া স্বামী ধুকায় তেতিয়া এই ফাৰগান্ঠী গীত গাই পূনৰ জন্মত লগ পোৱাৰ আশাত পখী হৈ দূখত কান্দি ৰৈ থকা বুজাই। গা নম উঠা অন্তৰ চুই জোৱা ঊচপিব লগা সুৰ।
Thank you so much for the information....
Mozzaa
@@mrigenkalita5787 most welcome
Rabha traditional song, junkhini iyat sonjukto kora hoise, xekhini r ortho koi dibo paribo neki??
Hosake jdy u language buji napau gan2y mon sui jai logoty gar num hihore uthy
চিনেমা খন চোৱাৰ পিছত এই গীতটোৱে বৰকৈ আমনি কৰি আছে মোক । Love You Zubeen Da....
Jubeen da..... Beya time t apunar gaan keita a support hoige... Sobei log ari dia thaki jai apunar gaan keita😔😔😔😔😔
Hoi dia, xai babe zubeen da, bhuguban boli vabo
Same feelings and emotions here with me bro ❤...Jai Zubeen Daa..
@@kishordeka5582rr😅ttu😂u
Heibbe xodai vl pau lv u always ❤
dont trust any girl bro alwayes ve alone ❤
জুবিন দাৰ পৰা মাত্ৰ এনেকুৱা এটা জীয়া গান আশা কৰিব পাৰি। প্ৰাণ ঢালি যেন সকলোৰে জীৱনৰ এটা অনুভৱ চিঞঁৰিছে।
কোনোৱে নাকান্দি😭😭 থাকিব পৰা নাই অ...জুবিন দা । আপোনাৰ কন্ঠ 🔥🔥🔥
জুবিন পাগল আমি😍😍❤
👇👇
বাস্তৱৰ জীয়া ছবি,এনেকৈ কত ল'ৰাই নিজৰ প্ৰেম পাহৰিব লগীয়া হয় কিয়নো একোজন ল'ৰা জীৱনত কিমান সক্ষম সেইয়া সমাজখনে তেওঁৰ চাকৰিৰ দৰমহাৰ ওজন কিমান,নতুবা কেনেকুৱা কাম কৰে সেয়া চাইহে নিৰ্ণয় কৰে... সমাজে কয় একোগৰাকীৰ নাৰী হোৱাটো বহুত টান,কিন্তু মোৰ মতে এনেকৈ নিজৰ সপোন,নিজৰ প্ৰেম,নিজৰ আশাবোৰ জীয়াই জীয়াই শ্মশানত জ্বলাবলৈ সাহস আৰু ধৈৰ্য লাগিব...
Akdom soca ktha,,,,,
Emn khini sasokh sokolure nathake
Hosa
Thik koise
Hoi re
Yes bro😢
*বাংলাদেশের মানুষের পক্ষ থেকে অসংখ্য ভালোবাসা রইলো Zubeen Garg Sir......*
ইমান ওপৰৰ scale ত ইমান সুৰত গোৱা এজনেই আছে মাঠু ❤🙏🏻
ase..sonu nigam..ustad nusrat fateh ali khan...Zubeen love you
Sunidhi Chauhan & Jaspeendar Narula
@@Dipankarlahakar-z1t kk u ase
Kk ase .....sonu nigam r baru Zg r xoman craze tu nathake high scale t......but kk e zg r dorei high scale t gabo pare with feel...but Zg is my fav.......BHK is my all time respected personality
Shankar Mahadevan
বিশ্বাস কৰক যেতিয়া "ৰাভা"জনগোষ্ঠিৰ সেই শব্দকেইটা গাইছিল,গাৰ নোম শিঁয়ৰি উঠিছিল মোৰ🙏❤
বাইদেউ অশেষ ধন্যবাদ জনালোঁ আপোনাক
1
Moi rabha
@@pandasa4519 rabha bhakha xikab pariba neki mok
@@gilbartshingrabha7284 🔥🔥🔥❣️
জয় জুবিন দা।। চিনেমা চাওতে যেতিয়া গানটো বাজিছিল চকুলো ওলাই গৈছিল।।।।
সছাই অন্তৰ চুই যোৱা গান ।জয় জুবিন দা। 😢😢😢
জুবিন দাদা আপোনাক অন্তৰৰ পৰা হতকোটি প্ৰণাম জনাইছোঁ।
কিমান যে অপেক্ষা কৰি আছিলোঁ এই গানটোৰ ভাবে, প্ৰত্যেক দিনাই sharch কৰিছিলোঁ কিন্তু পোৱা নাছিলোঁ। গানটো বহুত এ ভালপাওঁ ,যিদিনা প্ৰথম দেখিছিলো চিনেমাটো চকুত পানী ওলায় গৈছিল। আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আৰু সুন্দৰ সুন্দৰ চেনেমা নিৰ্মাণ কৰি আমাক উপহাৰ দিব পাৰে।
এটা অতুলনীয় গান উপহাৰ দিলে জুবিন দাই এই গানতোৰ জৰিয়তে। হয়তো মৃত্যুৰ আগ মুহুৰ্তলকৈ এইগানটো মোৰ বাবে চিৰস্মৰনীয় হৈ ৰব। ধন্যবাদ জুবিন দা
Mr bbeo hy rb...
Hi kare sa
হৃদয় চুই গ'ল জুবিন দা 🙏❤😥🙏
জুবিন দাই কান্দোতে কাৰ কাৰ চকুৰ পানী ওলাইছে । এটা লাইক কৰি দিয়া।👇
জুবিন দাক কোনে কোনে হিয়াৰ পৰা মনৰ পৰা ভাল পোৱা এটা Like 👍❤দি যোৱা ........
SD Voice Chanel moi
Moi tammam vl pao de
❤
SD Voice Chanel moi9678375512
বুকুৰ আমঠু। Love you bro
Goosebumps....this is Vintage Zubeen...that passion, that Angst, that pain, that was so reminiscent in his 90's compositions
আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দা..
যাৰ নেকি গানৰ প্ৰতিটো শব্দই চুই যায় আমাৰ হৃদয়.... কন্দুৱাই দিলে আপোনাৰ এই গানটোৱে.. ইমান সুন্দৰ গান এটি উপহাৰ দিয়াৰ বাবে #ThankYouZubeenDa
এই গীতটি ৰাভা জনগোষ্ঠীৰ লোকগীতৰ পৰা লোৱা হৈছে, ৰাভা সকলৰ '' ফকৰান্তি '' নৃত্যত এই গীতটি সম্পূৰ্ণৰূপে পব|
Zubeen Garg is not just a name it is the emotion of millions of people in India.
এই গানটি ইমানেই প্ৰিয় যেনে কি কম আৰু ভাষা নাই মোৰ আজি 9/2/2024 মই এই দিন টোত এটা মোৰ ফালৰ পৰা কমেন্ত কৰি ৰাখিলোঁ।। এই হৃদয় বিদাৰক গীতটি সকলোৰে মন প্ৰাণ চুই যায় এবাৰ সোনাৰ পাছত ।। মই হয় টো এই সংসাৰত নাথাকিলেও আহিব লগা প্ৰজন্মই আঁকোৱালি লব জুবিন দাৰ কণ্ঠত ভাঁহি উঠা এই গীতটিৰ পৰশ সকলোৰে তেজে তেজে বৈ যাব। জয় জুবিন দা।। জয় আই অসম।। ধন্যবাদ 🥲🙏❤️
এই গানতোৱে কলিজা কঁপাই যায় ৷ জুবিনদা তুমি অতুলনীয় ৷
কিন্তু লগতে ভাবিছো এই Dislike মৰা সকল ক'ৰ প্ৰাণী!!
General cast,Rss,bjp,..etc
😰😥বহুুত দুখ লগা হয়😓😢হৃদয় ভাঙি যোৱা এটি ঘটনা😥জুবিন দাক হৃদয় পৰা ভালপোৱা সকলোৱে লাইক এটা মাৰি থই যোৱা😍😘😻👍👍জয় জুবিন দা✊💏জুবিনদাক মই বহুত ভাল পাওঁ আৰু অসমৰ সকলো মানুহে জুবিনদাক হৃদয়ৰ পৰা বহুত মৰম কৰে😍😘😻✌
গানটো শুনি নাকান্দা মানুহ চাগে নাই, বহুত কান্দিছো , ইমান সুন্দৰ গীত জুবিন দাৰ বাহিৰে আনে কেতিয়াও প্ৰাণঢালি গাব নোৱাৰে
Kakati you are my frind
Right. Atiau kandisu
অভিনয় হ'লেও জুবিন দাৰ ❤️ চকুপানী সহ্য নহয় 😭😭😭
proud 2 be a rabha tribe😍😍😍
জুবিন দাক যদি সোচাকে ভাল পোৱা এটা এটা লাইক । মোৰ কাৰনে জুবিন দা কিন্তূ ভগাবান . জয় জুবিন দা
Qq
Same muru karone u Zubeen da bhogoban
Mur babeu
জয় জুবিন দা।
গানটো বহুত ভাল লাগিল......
"পানচূনাৰ দালাই" --- এটি ৰাভা জনজাতীয় গীতাংশ। প্ৰকৃততে "ফৰকান্তী" (মৃতকৰ আত্মাৰ সদগতিৰ বাবে কৰা এটি পৰম্পৰা) ত ওচৰ চুবুৰিয়া সকলে পৰিয়ালৰ লগ হৈ এই ধৰণৰ দুখৰ গীত মাতৰ অনুস্থান এটা কৰে যাতে মৃতকৰ পৰিয়ালক সান্তনা দি দুখৰ সমভাগী হ'ব পাৰি। ৰাভা জনজাতি সকলে বিশ্বাস কৰে যে মানুহৰ মৃত্যুৰ পাছত আত্মাটোৱে পখীৰ ৰূপ লৈ আহে পৰিয়ালৰ ওচৰলৈ। পখী হৈ কান্দে গছৰ দালত পৰি।
"পানচূনা" মানে শিমলু গছ।মান্দাৰেনা ডালাই--মদাৰৰ ডালত, ওকাই(অকাই)----যাৰ কাই নাই/ অশৰীৰি(আত্মা),
ত্ৰিঙেটা---ৰিঙিয়াইছে, তুকুৰছে--কপৌটোৱে, অ' মান্দাই----অ' চেনাই.....
সেয়েহে গাই তেওঁলোকে----
" শিমলুৰ ডালত.....মদাৰৰ ডালত.....
আত্মাটোৱে ডালত বহি , ডুগ ডুগুৰ মাতেৰে কপৌ হৈ বিনাইছে....অ' চেনাই......"
পিছে গানটোৰ লগত ভিডিওটো অলপো নিমিলিলে। প্ৰিয়জনীক বিয়া পাতিব নোৱাৰি হেৰুৱাৰ বেদনাৰ লগত পানচূনাৰ গীতাংশ ব্যৱহাৰ উপযোগী নহল। "পানচূনা" গীতাংশ ৰাভা মহিলা সকলে মৃত্যু হোৱা আপোনজনক শোৱৰিবলৈহে গাই।
পিছে জুবিন দাই পাছৰ খিনিত "পানচুনাৰ ডালাই"ৰ ঠাইত "পানচুনাৰ দোলাই" কৰি গাই ছোৱালীজনিৰ মানে "পানচুনাৰ" (চিনেমাখনত তাইৰ নাম যিহেতু পানচুনা) বিয়াৰ দোলাৰ কথা বুজাবলৈ বিচাৰিছে নেকি সেইটো হ'লে বুজি নাপালো!!!!
জুবিনক মাৰি থৈ গ'ল, সেইটো বুজাইছে। তাৰ হৃদয়ে যেন আজিও কান্দে তাক বুজাইছে
2mr ktha Akebare htya....kin2 zubeen dai ai gan2 eyat kio hglogno krile buji napalu
Hoi. Jubine najanib pare kintu Pansona Rabhai olp janib lagisil.
Moiu agree ai2 kthat....
হয় বিয়াৰ কথাই কৈছে দাদাই... দাদাই ঠিকে গাইছে .... আপোনালৈ ধন্যবাদ বুজাই দিয়া বাবে
২০১৯ ৰ সকলোতকৈ ভাল লগা গানটো।
গানটো বাবে চিনেমাখন এবাৰ চোৱা পিছত আকৌ চাইছিলো।
Panchana 💙
Zubeen Daaa💙
Moi 3bar saicu ai2 gaan r krne
মন প্ৰাণ খুলি গীতৰ সুৰ দিয়া নৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন দালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ.... আৰু সঁচা ভালপোৱাটো আজিৰ যুগত পোৱাটো তেনেই কঠিন....
প্ৰিয় জুবিনৰ হিয়া ভঙা কান্দোনৰ সুৰ ভাঁহি আহিল চকুৰ আগত। নোৱাৰি সহিব । Love you bro.
Hio
এইটো গানৰ ভিডিঅ' আগতিয়াকৈ মুক্তি নিদি বহু উপকাৰ কৰিলে। নহলে চিনেমাখন চোৱাৰ আমেজেই নাইকিয়া হ'ল হয়। ইয়াৰ অডিঅ' টো শুনিয়েই অনুমান কৰিছিলোঁ এইখন ছবি কোনটো পৰ্য্যায়ৰ হ'ব পাৰে। 👌
Hoi hoi moiu bohut vl paisu.late krar babe
জীৱন্ত ৰূপ ফুটি উঠিছে ❤ ।
কলিজা ফাটি যায় অ জুৱিন দা 💔💔
ইমান অৰ্থপূৰ্ন lyrics, ৰৈ আছিলো video টোৰ বাবে,
জুবিন দাই এনেকে অনুভৱ কৰালে যে বুকুখন বিষাই গ'ল 😢
ভালপোৱা মানু্হজনক এৰি থকাৰ সমান আৰু ডাঙৰ কষ্ট নাই 😭
যিমান বাৰ ভিডিওটো চাইছো সিমান বাৰে কান্দিচো ৷ ভিডিঅটো চাই আৰু কিমানে কান্দিছে এটা লাইক কৰক ৷
Yes
Nayan Jyoti.... Bhaesh.. Barnan
মোৰ চকু পানী ওলোৱা নাই , ইয়ে আজিৰ বাস্তব জীবনৰ ঘটনা কিন্তু অন্তৰে কান্দিছে ৷
Mor dukh lage no dada
Thanks
দিনটোৰ আৰম্ভণি আৰু সমাপ্তি এই গানটোৰ দ্বাৰাই কৰো❤️
"পাঞ্চুনা' গানটো আগতে শুনা নাছিলো | কাঞ্চনজংঘা চাই থাকোতে 'পাঞ্চুনা' গানটো বাজোতে আপোনা আপুনি চকুপানী বৈ আহিছিল । হয় সুৰটোৱে শিহৰণ তুলি কলিজালৈকে শিপাই গ'ল| সঁচাই এটা হৃদয় ছুই যোৱা গীত |" কলিজাৰ কাৰেং ভাঙি,সপোনৰ সমাধি পাতি" কিমান ধুনীয়া শব্দ ।যি সকলে ছবিখন চাইছে তেওঁলোকেহে ইয়াৰ মহত্ব বুজি পাব । সঁচাকৈয়ে 'পাঞ্চুনা' অপূৰ্ব সৃষ্টি 💚💚
বহুত দোখ লাগিল এই গানটো,,, কোনে কোনে চিনেমা হলত কান্দিলা এই গানটোত লাইক এটা দিয়া,, মই কান্দিলো😥😥😥
Moi bht kndiso cenema hall t ai gAAN TO XNI
moi
0
Iam
Moi oo 😭😭😭 bro
অবুজ কাতৰতাৰ কৰুণ সুৰ, অকাৰণত বুকুখন বিষাই উঠে গানটো শুনিলে❤️
যাৰ জীৱনত হৈছে সিহে বুজি পাই হেৰুৱাৰ বেদনা |
একক আৰু পৃথক , তেৱেঁই জুবীন দা ♥️♥️♥️
Cinema khon sai bhabi asu gantu relish katia dibo zubeen dar karone ata like hit
Zubeen daa apunak ki buli kom
Zubeen da hit
Moja
নিজক দেখা পাওঁ এই গীতটোত😓 অন্তৰখনে হাহাকাৰ কৰি উঠে😓
Prajanl tmi nkee
ফাল্টো কৰবাৰ কথা কয় চা
Moi o heruaiasu
😢😢😭😭😭😭😭
Moi bouji poua
ময়ো মোৰ কলিজাতোক এনেকয়ে এৰি থয় আহিছো বহুত মনত পৰে অ তোমালে ..😭😭😭😭
❤You😢
মন যায় গানটোৰ পিছত চাগে এইটো এটা ভাল লগা গান যিটো গানে কলিজা কঁপাই যায়
কাঞ্চনজংঘাৰ এই গানটোৱেই ক'ব নোৱাৰাকৈ বেয়াকৈ কন্দুৱালে সঁচাই! জুবিনদাৰ ৰৈ থাকি চাই ৰোৱা দৃশ্যটো উফ্ফ্...!!!
Xeitu timet mur siori kndib mn jai o zbn daa
@@kanakdas8074 vghskgl poo dvbggbf
বহুত কঠিন হৃদয়ৰ মানুহেও কান্দিলে গানতো শুনি।
গীতটি শুনিলে মোৰ গা নোম শিহৰি উঠে...
দাদাৰ voice wao😍😍😘
দুখবোৰ যেন দ্বিগুন অনুভৱ হয়
জয় Z.Garg❤️❤️❤️
Single আৰু অলপতে বিচ্ছেদ হোৱা ল'ৰাসকললৈ বিনম্ৰ আহ্বান তোমালোকে বেছিকৈ এই গানটো নুশুনিবা।
Bro কি কৈ দিলা, মোৰ লগত এনেকুৱা হয় বুলি ভয় লাগে দুখ লাগে 😫😫😫
😂😂😂😂😂
ভালপোৱা মানুহজনৰ সৃষ্টিয়ে যেতিয়া কন্দুৱাই৷
যিমান বাৰ শুনো তেতিয়াই চকুপানী ওলাইছিল চিনেমা খন চোৱাৰ পিছত। জুবিন দা কি দুৰ্দান্ত অভিনয় কৰিছে আপুনি।
Best song of Zubin da
বহুত দুখ লগা গান অ জুবিন দা...
আপোনাৰ গানবোৰ নাজানো কিয় ইমান ভাল লাগে....#LoveYouZubeenDa
Kanchanjangha akou sabo Mon goise😍😘😘
Nett ketiya koi dibogoi Janu, Val loga sinema sai hepah nopolai
গীতটি শুনিলে চকুৰ পানী ওলাই যায়...... হৃদয় চুই গৈছে
কাঞ্চনজঙ্ঘা চিনেমা খন চাই থাকোতে যেতিয়া এই গানটো বাজিছিল তেতিয়া মোৰ চকুপানী ওলাইছিল😥।সচাকৈ হৃদয় চুই গৈছিল।আৰু কাৰ কাৰ চকুপানী ওলাইছিল like এটা কৰি দিব।💓জয় জুবিন দা।💓
উফ্ ..... কি সৃষ্টি জুবিন দা আপোনাৰ ..... ❤️ মন প্ৰাণ শিহৰি উঠে আপোনাৰ সুৰ কাণত পৰিলে .....আচৰিত..
জুবিন দাক ভাল পোৱা সকলে এটা টিপ চহী দিবা.. আৰু বনাই যাব দাদা💕
অসমীয়া চিনেমাৰ আটাইতকৈ ভাল লগা অভিজ্ঞতা । কোনো ছবিত এনে অনুভৱ হোৱা নাছিল যিমান এই চিনেমা খন চাই হল । মা এই চিনেমা খন চাবলৈ যোৱা নাছিল কিন্তু এই গীতটি বাৰে বাৰে চাইছিল ।
- joi kanchanjangha
This is not just a song man. Its a feeling. Here's a message to all the #loverboys: Be prepared, be strong, work hard and be someone in your life. So that you won't have to go through a situation like this.
Hit a Like for ZUBEEN DA 😍😍
গান তো 😭😭😭😭 তুমি এনে কৈয়ে কইনা হাজত মোৰ চকুৰ আহেৰে গৈচিলা । তুমি সদায় সুখি সোৱা ।
হৃদয় চুই গল
লগতে চিৰদিনৰ বাবে সাচ বহুৱাই থৈ গল বুকুত ❤❤❤❤❤
জুবিন দা অসমৰ প্ৰতিজন মানুহৰ হৃদয়ত আছে। আৰু থাকিব তেওঁ আমাৰ সকলোৰে হিয়াৰআমঠু তেওঁৰ গানে দিয়ে বহুতো নতুন ভাষা নতুন প্রকাশ,সৃষ্টি আৰু দুখ , সুখ সকলোতে তেওঁৰ গানে মানুহক আমোদ দিয়ে। কোনে কোনে দিনত এবাৰ হলেও তেওঁৰ গান শুনা। এটা লাইক কৰি দিয়া please🙏.. Jai Zubeen daa🙏🥰🙏
In this generation the heartbrokens are busy in listening to "Bekhayali".......And i m addicted to this masterpiece...it's 1000 times saddest ever song..💯
You have a good taste
আজি চাইহে মনতো শান্তি পালো। ধেমাজী বাসিয়ে আজিহে উপভোগ কৰিব পাৰিছে।
অৱশেষত অপেক্ষাৰ অন্ত পৰিল;জুবিন দা❤️
পৃথিৱীৰ ভিতৰতে সোণালী কণ্ঠ জুবিন দাৰ
Yes
Ekdom khosa kotha.zbn daak bd d aanor gaan hunatu mur babe bohut tan
গানটোৰ কথা, সুৰ আৰু কণ্ঠ খুবেই শুৱলা, জুবিন দাক লৈ বহুত গৌৰৱ অনুভৱ কৰোঁ....i love you zubeen daa 💗❤️❤️❤️🌸 💗 ❤❤❤❤
মোৰ জীৱনৰ এটা জীয়া কাহিনী ছবিখনত দেখি দুচকুৰে তপত অশ্ৰু বাগৰিল,,,
চিনেমা খন চাই এই গান তো এ মোক খুব কন্দুৱাইছিল দাদা।। 😭😭😭😢😢 নাজানো কিয় বা হৃদয়ত লাগি যায় এই গান তো।।।
বিশেষকৈ এইটো গানৰ কন্ঠটো আৰু জুবিন দাৰ অভিনয়ে কন্দুৱাইছিল।
এনেকৈ আবেগ ঢালি গান নাগাব জুবিন দা,,,মই নোৱাৰোঁ আপোনাৰ চকুৰ পানী চাব নোৱাৰোঁ জুবিন দা,, love u জুবিন দা,,😥😥😥😥
জুবিন দা আপোনাৰ সৃষ্টি মহান। শিৰে শীৰে লাগি যায়। অভিনয় বহুত ভাল হৈছে ।
প্ৰতিটো শব্দ হৃদ়স্পৰ্শী....চকুপানী ওলাই গল 😭😭
ইমান কষ্ট-বেদনাৰ অন্তৰৰ পৰা গানটো গোৱা কাৰণে জুবিন দা ধন্য❤️❤️❤️❤️
কাৰ কাৰ চকুৰ পানী ওলাইছিল এই গীতটোত ?
মোৰ কিন্তু গা সিৰ সিৰাই গৈছিল 😢😢😢
Mur ulaise re 😰😰
Moi tu siyori kandibo baki...emn dukh loga ei scene tu
jetiai vdo tu sau tetiai kandu rb nuara hoi jau o moi
😥😥😥
Kiba kori sokur paani control korisu😢😢😢
যিসকলে কাঞ্চনজংঘা চাইছে কমেন্টত লাইক এটা কৰি যাওক৷
Saisu ei gantuwe kunduway... Really heart teaching..
bohut kandiso so agi vidio2 pai val lagil
Moykasongonhasabopoynayobupoymonotbohoutasaassakicruholotsabloytoymnapayogodimoboyloteneholesabloypolauhatandoneobadnomosscarr
Pankaj Susen mur zubeen mama hoi
2 bar saisu
এটা বাস্তৱ সত্য কথাৰ গানটো আজিৰ সময়ত ঘটা ঘটনা আৰু সচাঁ কথা আমাৰ দৰে দুখীয়াৰ প্ৰেমৰ হৃদয় ভগ্ন কাহিনী
The feeling of this song can be felt deeply by those who have gone through the feeling by listening Mon Jai.
Long live Zubeen Da.
03:30 Damn man!!! That feeling, when your lover is getting married to someone else and you getting that thoughts inside of your mind. Trust me you would feel like killing yourself man.
Be prepared, be strong, work hard and be someone in your life. So that you don't have to be in a situation like that.
So that even if something like that happens to you, it doesn't affect you even a bit. You become a man who is ever ready to give a counter attack.
#Message for all lover boys
Moi jidina flim khn sabo goixilu bht kndisilu... Aji akow kandilu.... Lvvv uu zubeen daa.....
Seriously Tribal Songs are Very Rich in Culture. It's just a Sample Of Rabha Song, There are Many more Superhit songs their in Rabha Community.
And if you want more Super Hit Tribal Songs than go for Boro, Tiwa, Dimasa, Karbi, Rabha, Hajong,...
Make Assam a Officially Tribal Language state. Tribals rich cultural were disappearing day by day.
Please Support Tribals.
U r right bro ❤️
We support Northeast and all the tribes n culture.
Assam is one ...... these diversion between tribes will divide Assam.
Be unite.
Bro the fact is that....tribes like bodo rabha even want separate state from our mother assam.......they lack unity ....if we Assamese of assam were one......noone could take our land
Ai2 song khuni nkonda mnuh sga ny a 😭😭 . 2019 r best best best song ai2 ❤❤❤❤💕💕💕💕💓💓💓
Moi nakandu ba mor lift aidin ketiyaww nahe
@@lakhomeakadmi8429 ভগৱানে ভালে ৰাখক তোমাক 😊এনেকুৱা দিন কাৰো জীৱনত নহওক 😊
@@manalishadas2421 ahile mangso khuwam kokurok jiye ahe ahot haire mangkho uliym moi
@@manalishadas2421 bhut bhut vl lge
@@himanshudeka3888 Hm . 2mi aji he saisa nki song2😊
তিতাবৰ সেই ছোৱালী জনীলৈ মনত পৰিলে এইটো গান শুনি শুই যাওঁ প্র😭
Assamese language with Rabha language... & Tate akou #Zubeen_Daa Seriously song tu xuni pelai Emotional hoi golu😢😢😢😭Heart touching voice 👍👍
দাদা ও বহুত দুখ লাগে ও এই গান তো শুনি।।
ইমান দুখ লগা কৈ গাইছে আপুনি।।
চকু তিতি যাই ও দাদা মোৰ মনত পৰিলে কিছু কথা।।।
Lovee youuu Jubin Da..
সুন্দৰ। কিছু অংশ বুজি নাপালেও শুনি বহুত ভাল লাগিল।
গীতটোৰ কথাখিনি আৰু ভিডিঅ'টোৰ সুন্দৰ সংমিশ্ৰণ, চোৱাৰ লগে লগে বকুত বিষ এটা অনুভৱ হৈ পৰিল...
কোনে কোনে 2020 জুনত শুনি আছা like কৰা💞
Zubeen dai je 2 dese oi ❤❤❤❤❤