শৰণ ভজন কিয় ল'ব লাগে? শ্রী শ্রী পীতাম্বৰদেৱ গোস্বামী প্ৰভূৰ পৰা জানো আহক

Поделиться
HTML-код
  • Опубликовано: 31 май 2023
  • শ্রী শ্রী পীতাম্বৰদেৱ গোস্বামী প্ৰভূৰ পৰা জানো আহক
    শৰণ ভজন কিয় ল'ব লাগে?
    অকাল মৃত্যু নহয়
    অকাল মৃত্যু কিয় হয়?
    #assam #majuli #satra
    ‪@poreshboruahsunmonimajuli‬
  • РазвлеченияРазвлечения

Комментарии • 143

  • @minatitalukdar4568
    @minatitalukdar4568 7 дней назад +1

    বৰ সুন্দৰ ভাৱে বুজাই দিছে , ভাল লাগিল।

  • @anjaliphukan
    @anjaliphukan Месяц назад +1

    Val.lagil

  • @BarunBaruah-zf7vd
    @BarunBaruah-zf7vd Месяц назад +1

    Pronam provujon

  • @annyytbibek206
    @annyytbibek206 Месяц назад +1

    val lagil 🙏🙏

  • @lakhimibaruah6029
    @lakhimibaruah6029 Месяц назад +1

    ❤❤❤

  • @AmarDas-lo7gf
    @AmarDas-lo7gf Месяц назад +1

    Thanks brother aru akha korisu

  • @bidyawatisonowal9645
    @bidyawatisonowal9645 Месяц назад +1

    Val lagil horan vohanr khata janii

  • @bontiborah8127
    @bontiborah8127 Месяц назад +1

    কৃষ্ণ কৃষ্ণ

  • @ShyamBora-bz4tf
    @ShyamBora-bz4tf Месяц назад +3

    শবণভজনৰ অৰ্থ সুন্দৰ কৈবুজিপালো। আগলৈ আৰু জনাব । ধন্যবাদ।

  • @LightIndia
    @LightIndia Год назад +6

    Nice sharing

  • @rijumonichutia3194
    @rijumonichutia3194 Месяц назад +1

    কৃষ্ণ🙏🙏🙏

  • @AnilBorgohain-wm7gr
    @AnilBorgohain-wm7gr Месяц назад +1

    Krishna

  • @MoinaChutia-wy1qf
    @MoinaChutia-wy1qf Месяц назад +1

    Bhal lagile bahu 2dhainy bdh

  • @user-lq6uo8bi2e
    @user-lq6uo8bi2e Месяц назад +2

    প্ৰভূ ঈশ্বৰ আপোনাৰ কথা খিনি শুনি বহুত ভাল লাগিল | T

  • @padmadutta3158
    @padmadutta3158 28 дней назад +1

    প্ৰভুৰ চৰণত প্ৰণাম

  • @user-vi1ck2yv1n
    @user-vi1ck2yv1n Месяц назад +1

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @bhadeswerchangmai9515
    @bhadeswerchangmai9515 Месяц назад +1

    সুন্দৰ পদক্ষেপ"আগবাঢ়ি যাওক।

  • @jayantibora4386
    @jayantibora4386 Месяц назад +1

    ভাল লাগিল, ভজনৰ বিষয়ে আৰু অলপ জানিব লৈ মন থাকিল।

  • @harakantatamuli1053
    @harakantatamuli1053 Месяц назад +1

    Bohut bhal lagil .Krishna Krishna 🙏🙏🙏

  • @tarun679
    @tarun679 Год назад +5

    সুন্দৰ উপস্থাপন ❤

  • @RanisvLogz
    @RanisvLogz Месяц назад +1

    কৃষ্ণ 🙏

  • @monubora2136
    @monubora2136 Месяц назад +1

    শৰন ভজনৰ কথাবোৰ জানি ভাল লাগিল।🙏🙏🙏

  • @akashmajhimajhi4138
    @akashmajhimajhi4138 6 месяцев назад +2

    Bohut val lgil dada kotha tu janibo পৰিলোঁ আপোনাৰ সহায়ত ধন্যবাদ জনাইছোঁ 🙏🙏

  • @anjalidutta3807
    @anjalidutta3807 Месяц назад +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰৰ চৰণত ভক্তিভাৱেৰে সেৱা আগবঢ়ায়ছো🙏🙏🙏

  • @bababorah9085
    @bababorah9085 Год назад +4

    সুন্দৰ

  • @dimpulahon7449
    @dimpulahon7449 Месяц назад +1

    বহুতো ভাল লাগিল

  • @suprotim1.2k63
    @suprotim1.2k63 Год назад +5

    🙏Nice

  • @b2flims13
    @b2flims13 Год назад +4

    Vaal lagil

  • @monuronjonassam1005
    @monuronjonassam1005 Год назад +4

    সুন্দৰ ভিডিও

  • @pankajgogoi5395
    @pankajgogoi5395 Месяц назад +1

    ❤❤❤❤❤Pobhu Sri saranath hoto kuti pronam ❤❤❤❤❤❤❤❤

  • @arunsarkar4173
    @arunsarkar4173 Месяц назад +1

    ভাল লাগিল নজনা কথা জানিলো ।

  • @ishantechnicalmature
    @ishantechnicalmature Месяц назад +1

    প্ৰভুৰ অমৃত সম ব্যাখ্যা

  • @rinabharali454
    @rinabharali454 Месяц назад +1

    Bhal lagil 🙏

  • @rinakalitadeka4256
    @rinakalitadeka4256 Месяц назад +1

    Val lagil bahut🙏🙏🙏

  • @MitaliBora-ow1yi
    @MitaliBora-ow1yi Месяц назад +1

    Kriishnakrishna❤❤

  • @gunakantaborah9754
    @gunakantaborah9754 3 месяца назад +1

    Good, idea thanks to you joy krishna

  • @rebotisaikia661
    @rebotisaikia661 Год назад +15

    প্ৰভু শ্ৰীচৰণত শত কোটি প্ৰণাম জনাইছো৷🙏🙏🙏🙏

  • @KeshabPhukon-nj2du
    @KeshabPhukon-nj2du Месяц назад +1

    God bless you

  • @nalinisaharia8078
    @nalinisaharia8078 Месяц назад +1

    P.Baruah Thanks.

  • @kaiplgogoi1346
    @kaiplgogoi1346 Месяц назад +1

    Vdo,to,bhout,val,lagil

  • @kiranmoyeegogoi4160
    @kiranmoyeegogoi4160 Год назад +1

    Pravujonor haran vajanar vdeo2 sai Khub val lagil.

  • @rishabmohanblocks8602
    @rishabmohanblocks8602 Год назад +17

    Val lagil aru dithakibo provordabor VDO

  • @aparajitatamuli7273
    @aparajitatamuli7273 8 месяцев назад +2

    ❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ❤

  • @MousumiDas-dj2yf
    @MousumiDas-dj2yf Месяц назад +1

    Bahut val lagil xuni

  • @user-kk7cf5be8b
    @user-kk7cf5be8b 11 месяцев назад +1

    🙏🙏🙏বহুত ভাল লাগিছে আপোনাৰলৈ🙏জানালো

  • @nirubora3660
    @nirubora3660 6 месяцев назад +1

    সুন্দৰ। শৰণ ভজনৰ বহু কথা জানিলো ধন্যবাদ।

  • @user-we9ko1lb7n
    @user-we9ko1lb7n 4 месяца назад +1

    ভাল লাগিল।

  • @BharatiGogoi-bd4pu
    @BharatiGogoi-bd4pu 3 месяца назад +2

    কৃষ্ণ জয় গুৰু শংকৰ ।🙏🙏🙏

  • @user-ct2kv3qn1l
    @user-ct2kv3qn1l 2 месяца назад +1

    অতি সুন্দৰ লাগিল শুনি বাপ ।কৃষ্ণ নমস্কাৰ 🙏

  • @ritwickgogoi6118
    @ritwickgogoi6118 2 месяца назад +1

    Val.lagil❤❤

  • @luvs4m
    @luvs4m 25 дней назад +1

    এটা সুন্দৰ ভিডিও বনোৱাৰ বাবে আপোনাক প্রথমে ধন্যবাদ জনাইছো। কিন্তু like বা আন কিবা আশাতহে ভিডিও টো বনালে বাৰু আপুনি? ভাল পালে মানুহে কৰিবলগীয়া টো এনেও কৰিব। সেই বিলাক কথা কৈ দিয়াৰ লগে লগে ভিডিও টো গুরুত্ব কমি যোৱা যেন অনুভব হয়।

  • @dipaliboiragi9928
    @dipaliboiragi9928 8 месяцев назад +1

    বহুত ভাল লাগিছে ।

  • @rimjimmishra2933
    @rimjimmishra2933 Месяц назад +1

    Etiyahe dharona koribo parisu, soron aru bhojon mane ki, dhonyobaad.

  • @partha_p76
    @partha_p76 4 месяца назад +2

    কৃষ্ণ কৃষ্ণ 🙏🏻

  • @junukalita6473
    @junukalita6473 Месяц назад +1

    শতকোতী প্ৰণাম জনাইছো ।এইয়া এক বহুত ভাল আদৰ্শ
    👃👃👃

  • @sidheswarrajbongshi4313
    @sidheswarrajbongshi4313 7 месяцев назад +1

    🙏

  • @pronabjyotidas3251
    @pronabjyotidas3251 5 месяцев назад +1

    🙏🙏🙏🙏🙏🙏🙏🙏

  • @subornaroy9303
    @subornaroy9303 Месяц назад +1

    মনোগ্ৰাহী তত্ব ।কৃষ্ণ কৃষ্ণ

  • @nobikagogoi5988
    @nobikagogoi5988 10 месяцев назад +1

    Very good

  • @atulbhuyan1863
    @atulbhuyan1863 8 месяцев назад +1

    Nice.

  • @user-tg1oi4sl2h
    @user-tg1oi4sl2h Месяц назад +1

    প্ৰভূ, আপুনি শৰণ গ্ৰহণ কৰিলে নে ? যদি কৰিলে আপোনাৰ গুৰু কোন ? কৃষ্ণ ।

  • @Anurag_819
    @Anurag_819 11 месяцев назад +1

    প্ৰভুজনাৰ চৰনত শতকূতি প্ৰনাম জনালোঁ

  • @ANUJBORBORAH-hi5qw
    @ANUJBORBORAH-hi5qw Месяц назад +1

    Bastob honmot amar jibonor logot khap khua

  • @jonadas3826
    @jonadas3826 Месяц назад

    Pravu ishwar hoise sri krishna

  • @nishasaikia8661
    @nishasaikia8661 9 месяцев назад +1

    ইয়াত শৰণ ল'লে অন্য ভগবানক পূজা বা সেৱা ল'ব নোৱাৰি নেকি জনাবচোন।। মানে মন্দিৰ যাব নোৱাৰি নেকি???

  • @asomiaasom6008
    @asomiaasom6008 2 месяца назад +1

    সত্ৰাধিকাৰ জনাই ঠিক কথাই কৈছে যদিও পথচ্যুত মুলচ্ছেদ ।সত্ৰৰ নিজ গুৰু দেৱ দামোদৰদেৱক ত্যাগ কৰি গুৰু সলনি কৰি শংকৰ মাধৱক পৰম গুৰু ভজা সুবিধাবাদী আদৰ্শহীন সত্ৰাধিকাৰ এটাৰ জ্ঞান লৈ নৰকত যাপ পাৰি ।কাৰণ নিজগুৰু ত্যাগ কৰি আন গুৰু ভজা লোক নৰকত পৰে বুলি শাস্ত্ৰই কৈছে ।আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই নিৰঞ্জনদেৱত শৰণ দীক্ষা লৈ আউনীআটী সত্ৰ স্থাপন কৰি দিয়ে ।আউনীআটী সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ শৰণ গুৰু আচাৰ্য বংশীগোপালদেৱ ,আচাৰ্য বংশীগোপালদেৱৰ পৰম ভজনীয় গুৰু দেৱ দামোদৰদেৱ সেয়ে আউনীআটী সত্ৰৰ পৰম আৰাধ্য গুৰু মহাপুৰুষ দেৱ দামোদৰদেৱ ।সাম্প্ৰতিক কালত মতিভ্ৰম সুবিধাবাদী সত্ৰাধিকাৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ভকতে সত্ৰৰ পৰম আৰাধ্য গুৰু দেৱ দামোদৰদেৱক পৰিত্যাগ কৰি গুৰু সলাই শংকৰদেৱ মাধৱদেৱক পৰম গুৰু ভজি প্ৰচাৰ প্ৰসাৰ কৰি আহিছে ।নিজ গুৰু স্বামী ত্যেজি আন গুৰু স্বামী ভজা লোকৰ দৰে একে আদৰ্শ এইজনা সত্ৰাধিকাৰৰ ।আদৰ্শহীন ।সিঁ একো প্ৰভু ঈশ্বৰ সত্ৰাধিকাৰ নহয় ভাওনা কৰা ভাওৰীয়া সত্ৰাধিকাৰহে ।

  • @rabinchandrabhuyan4246
    @rabinchandrabhuyan4246 Год назад +3

    সত্ৰাধিকাৰ এজন প্ৰভু ঈশ্বৰ হয় নেকি.? তেখেতে শ্রীমন্ত শংকৰদেৱ গুৰুজনাকে গুৰু নামানে, নিজে নিজকে শঙ্কৰ গুৰুৰ ওপৰত বুলি ভাবে ।

    • @smritirekhaborah9936
      @smritirekhaborah9936 11 месяцев назад +2

      কোন গুৰু হ'ব পাৰে কোন নোৱাৰে সেইটো নিৰ্দ্ধাৰণ কৰা দায়িত্ব আপোনাৰ আছে নেকি? সত্ৰাধিকাৰজনে নিজে গুৰু হোৱা নাই। সত্ৰীয়া পৰম্পৰাই হে তেখেতক গুৰু হিচাপে গঢ় দিছে। আজিকালিৰ দৰে সত্ৰ এখন পাতি নিজে নিজে মই গুৰু বোলা নাই বা মোত শৰণ লহি বুলি কাকো আজুৰি থকা নাই। আপোনাৰ সত্ৰ আৰু সত্ৰাধিকাৰ সম্পৰ্কে, গুৰু পৰম্পৰা সম্পৰ্কে কিমান জ্ঞান আছে জানিবলৈ মন গৈছে। আপোনাৰ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনকে পাৰে যদি সোধকচোন সত্ৰাধিকাৰ জন গুৰু হ'ব পাৰে নে নোৱাৰে।
      জীৱন দত্ত।

    • @jugalbaruah6541
      @jugalbaruah6541 2 месяца назад

      Satradhikar sokolor nijor kunuba guru ase ne..Tekhet sokole kar usorot shoron loisil..Aikhini kotha jonale bhal pam..

    • @cottageofhappiness9436
      @cottageofhappiness9436 Месяц назад

      ​@@smritirekhaborah9936পৰম্পৰাগই কাৰোবাক গুৰু বনাব পাৰে আজিহে প্ৰথম শুনিলোঁ।

  • @mallikaborah3507
    @mallikaborah3507 Месяц назад +1

    Krishna

  • @duluburagohain5063
    @duluburagohain5063 3 месяца назад +1

    Bhal lagil

  • @chiranjidas-6829
    @chiranjidas-6829 Месяц назад +1

    Krishna