Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
বৰ ভাল লাগিল৷
Thank you so much
Thank you
Beautiful track! Thanks for uploading 🙏
most welcome, plz subscribe my channel
Very nice! Thank you so much.
You are welcome
Great job
ৰচনা কাল : ১৯৫৪স্নেহে আমাৰ শত শ্ৰাৱনৰধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনেযৌৱন-বাসনাৰ ৰিক্তোপকূলপূৰ্ণ কৰে উন্মত্ত বানে ।নিৰ্জ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙিউচ্ছল জীৱনৰ জোৱাৰ আনেঅপৰূপ বাৰিষাৰ তৰঙ্গ ৰাশিয়েনাচে নৱ সৃষ্টিৰ গানে।বিদ্যুৎক্ষিপ্ৰ নয়নে তোমাৰমৌন ভাষাৰ উন্মাদনা সানেনিশ্বাসে মোৰ আশাৰ আশ্বাসততৃপ্তিৰ পৰিধি নেমানে।তৃপ্তিৰ পৰিধি নেমানে।প্ৰীতি-দিগবলয়ত গতিশীল গীত গাঁওবজ্ৰৰ গৰ্জ্জনে হাৰ মানেবৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায়আমাৰ দৃষ্টিয়েও লক্ষ্য জানে।
ধন্যবাদ গীতটি অন্তৰ্ভক্ত কৰাৰ বাবে ।
অতি সুন্দৰ হৈছে। ভূপেন হাজৰিকাৰ মিচিং ডেকা টি আৰু মোৰ গীতৰ হেজাৰ শ্ৰোতা এই গীত দুটা দিবলৈ অনুৰোধ জনালো
Thank you, we will try
Fantastic
Val John koriso
With lyirks holey val hoy
Snehe aamar - Bhupen HazarikaSnehe aamar hoto srabonorDharaxar bristir plabona neJoubon bakhonar riktopokulPurno kore unmatto baneNirjon stopdho timiron paar bhangiUcchal jiwonor juwar aaneOporuth barikhar porom gorakiyeNase nobo sristir gaaneBidyut khipro nayane tumarMouno bhakharun madona xaneNishrakhe mur aakhar aasrakhatTriptir poribhi nemanePritidik boloyot otixil geet gauBojror gorjone haar maneBristir trisnai mousumi khedi jaiAami dristi eu lokhyo jaane
Thank you very much for pasting the lyrics.
Vl lagil dada...aru paam nk track Bhupen hazarika dev r
Try to give more
@@madhurjyamahanta ok dada
Sir milonore aei xubh kyan pe bhi banaye please
Ok, I will try to make it
প্রেম আমার শত শ্রাবনে অবিরাম বৃষ্টি র বন্যা আনে এইটাই কি ক্যারাওকে?
Yes
বৰ ভাল লাগিল৷
Thank you so much
Thank you
Beautiful track! Thanks for uploading 🙏
most welcome, plz subscribe my channel
Very nice! Thank you so much.
You are welcome
Great job
Thank you
ৰচনা কাল : ১৯৫৪
স্নেহে আমাৰ শত শ্ৰাৱনৰ
ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে
যৌৱন-বাসনাৰ ৰিক্তোপকূল
পূৰ্ণ কৰে উন্মত্ত বানে ।
নিৰ্জ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি
উচ্ছল জীৱনৰ জোৱাৰ আনে
অপৰূপ বাৰিষাৰ তৰঙ্গ ৰাশিয়ে
নাচে নৱ সৃষ্টিৰ গানে।
বিদ্যুৎক্ষিপ্ৰ নয়নে তোমাৰ
মৌন ভাষাৰ উন্মাদনা সানে
নিশ্বাসে মোৰ আশাৰ আশ্বাসত
তৃপ্তিৰ পৰিধি নেমানে।
তৃপ্তিৰ পৰিধি নেমানে।
প্ৰীতি-দিগবলয়ত গতিশীল গীত গাঁও
বজ্ৰৰ গৰ্জ্জনে হাৰ মানে
বৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায়
আমাৰ দৃষ্টিয়েও লক্ষ্য জানে।
ধন্যবাদ গীতটি অন্তৰ্ভক্ত কৰাৰ বাবে ।
অতি সুন্দৰ হৈছে। ভূপেন হাজৰিকাৰ মিচিং ডেকা টি আৰু মোৰ গীতৰ হেজাৰ শ্ৰোতা এই গীত দুটা দিবলৈ অনুৰোধ জনালো
Thank you, we will try
Fantastic
Thank you so much
Val John koriso
With lyirks holey val hoy
Snehe aamar - Bhupen Hazarika
Snehe aamar hoto srabonor
Dharaxar bristir plabona ne
Joubon bakhonar riktopokul
Purno kore unmatto bane
Nirjon stopdho timiron paar bhangi
Ucchal jiwonor juwar aane
Oporuth barikhar porom gorakiye
Nase nobo sristir gaane
Bidyut khipro nayane tumar
Mouno bhakharun madona xane
Nishrakhe mur aakhar aasrakhat
Triptir poribhi nemane
Pritidik boloyot otixil geet gau
Bojror gorjone haar mane
Bristir trisnai mousumi khedi jai
Aami dristi eu lokhyo jaane
Thank you very much for pasting the lyrics.
Vl lagil dada...aru paam nk track Bhupen hazarika dev r
Try to give more
@@madhurjyamahanta ok dada
Sir milonore aei xubh kyan pe bhi banaye please
Ok, I will try to make it
প্রেম আমার শত শ্রাবনে অবিরাম বৃষ্টি র বন্যা আনে এইটাই কি ক্যারাওকে?
Yes