Puwati Tora - পুৱতি তৰা | 08th July 2024 | Ep No 103
HTML-код
- Опубликовано: 7 июл 2024
- Click here to Subscribe to Rang TV Channel:- bit.ly/2zKPoy8
Episode No :- 103
---------------------------
মিভানৰ আগত জোনালীয়ে অনুভূতি মান্তি হ'ল বুলি কিয় মিছা মাতিলে?
#RangTV #PuwatiTora #prideeastentertainments
More Useful Links :
* Visit us at: www.rangtv.org
* Like us on Facebook: / rangtvofficial
* Follow us on Twitter: / rangtv2 Развлечения
মই সদায় অনু পক্ষত আছো আৰু কোনে কোনে আছা লাইক কৰা
অনুৰ মাকক বেয়া পোৱা সকলে like kora
👍👍👍👍
makjoni gali
Pogiya gali
1😅😅😅@@junmoniborgohain7069
অনুৰ মাকক বেয়া পোৱা সকলে Like kra👍👍👍👍
ইমান ভাল লগা হৈছে | অণুক ভালপোৱা সকলে লাইক কৰিব❤️❤️❤️👍👍
অনুয়ে এনেকৈ কান্দি থকাতকৈ বেদৰ লগত পলাই গ'লেই ভাল।❤❤
নে কি কয় ৰাইজ?
সছা
Thikei.holeu makjoni bor sarthopor dei .poygak biya dibo paresun
biyar dina polai a jabo sage 😂
Right
এতিয়া বেদৰ লগত দেখি জলি মৰিছ কিন্তু চাকৰি বিচাৰি যাওতে কিয় অপমান কৰি পঠাইছিলি
মাক হৈ নিজৰ ছোৱালীৰ দূখ বুজি নাপায় কেনে মাক এইজনী 😡
পম্পৰ মাকেও অনুভূতিৰ সমস্যাটোৰ কথা বেদক ক'বলৈ চেষ্টা কৰা হ'লে ভাল আছিল ।
Right
অনুভূতি ৰ বিয়া বেদৰ লগত হ'ব লাগে।অনুৰ মাক আৰু প্ৰজ্ঞা ৰ বেছি উৎপাত হৈছে।
অনুৰ কষ্ট দেখি বৰ বেয়া লাগিল, মাকক ভাল নলগা হ ল।
অনুৰ মাকে বিভানে কৰা অপমান পাহৰি গল স্বাৰ্থপৰ টকাৰ বাবে জীয়েকক বলী দিবলৈ লৈছে খং উঠিছে সেই কাৰণে লিখিলোঁ অনু বেদক নঠগিবা দেই 😢😢😢
Right ❤❤
Anuvutir bia Bedar logot hua 2. Kune Kune bisare - 1 - 👍 kori diba ❤
GARGI😊☺️
নিজৰ মাকো ইমান স্বাৰ্থ পৰ হ'ব পাৰে নে? নিজৰ সুখৰ কথা চিন্তা কৰি জীয়েকক মানে অনুক দুখ লৈ ঠেলি দিছে। পিছত হে প্ৰস্তাৱ মাকে। আৰু এই প্ৰজ্ঞা জনি অভিনয় বোৰ অলপ বেছি হৈছে নেকি। আৰু সকলোতকৈ প্ৰিয় অনুৰ যেন ভাল হওঁক love you অনু বা ❤️
এইজনি প্ৰজ্ঞা অকল ধোৱা সাপৰ দৰে ফুচ ফুচাবহে জানে বাকী এক কৰিব নোৱাৰে😂
মাক
জনিইমানতেজখাতি
ধনৰলোভত
জিয়েকক
জোইলেথেলিদিয়েনেপাগলি
অনুৰ বিয়া যদি বিভানৰ লগত হয়, আৰু বেদৰ বিয়া যদি প্ৰিয়ম ৰ লগত হয়, এখন সংসাৰত জুই লাগিব।
তেতিয়া মই এইখন নাচাও এ
Right
আৰম্ভনীৰ পৰাই চাই আছো বহুত ভাল লাগিছে সকলোৰে অভিনয়।।।
সময় থাকোতে বেদই অনুভূতি ৰ মনৰ কথা বুজি নাপালে বেয়া লাগিব 😢😢😢
বেদে আকৌ এবাৰ অনুভূতিক ভুল বুজিলে।
অনু তুমি আজি বেদৰ লগত পলাই যোৱা😊😊
Anu aru bedok biya patidila bhut Val lagibo sai ❤❤
প্ৰগা নে কি মজা বণৰি এক্টিং কৰিছে।।
Viveke Anuvutir makok tup di ase Anuvutik pabor babe 😊
মাকৰ নামত ইমান অহংকাৰী আৰু স্বাৰ্থপৰ 😢।
প্ৰজ্ঞাজনী অলপ বেছি কৰে তাইৰ মোছন দেখিলে জ্বলি আহে 😠
বেদ দাৰ লগত পলাই যোৱা অনু বা ❤❤❤❤😢😢😢
Mak joniku dakhibo mon nujua hoi goisa proygak 2 saboa mon najai
ৰাতিপুৱা চালো পুৱতি তৰা,
অনুৱে পাইছে নিবিচৰা দৰা।
অনুক কৰিছে মাকে বাধ্য,
বেদও নহয় দেউতাকৰ অবাধ্য।
বিভান নে মিভান ওলাল ক'ৰ পৰা,
পুৱতি তৰাত যেন পপীয়া তৰা!
ধুনীয়া
Hoy deya aru val nalgabo saga
So nice poem.@@user-nu7cg3jv7d
বাহ
Wow
পইচাৰৰ লোভ দেখাই অনু বাক বিয়া কৰাব আহিছা নিভান দা সাহস আছে যদি সঁচা ভাল পাই বিয়া কৰোয়া আৰু অনু বাৰ মাক ইমান বেয়া মানুহ ❤❤
Anu r maa k bhut besi sarthopor 😢😢😢😢
Pragya ❤❤
অনুৱেও দেউতাকৰ দৰে কৰিবলৈ গৈ আছে ।মাকে ঘৰখনৰ সুখৰ বাবে নিজৰ ছোৱালীজনীক বলি দিবলৈ ওলাইছে ,বিভানে অনুক ভাল নেপাই সি মাত্ৰ ভালপোৱাৰ অভিনয় কৰিছে ।
অনুভূতিৰ বেদৰ লগত বিয়া হোৱাতো বিচাৰিছোঁ। চাকৰিটো পোৱা সময়ত বিভানে যিখিনি কৰিলে এতিয়া কোনতু নাকেৰে বিয়া প্ৰস্তাৱ লৈ আহিছে।নিধক কৰবাৰ।মাক জনীক একেবাৰে দেখিব নোৱাৰো দেই ৰাইজ।
Anuvutir make anuvutir vobissotor kotha sinta kori ai shiddhanto lua nai Ramon bula tur pora mukti pabor babe he ai shiddhanto loise nijor subidhar kotha he vabise anuvutir vobissotor kotha abaru voba nai 🥰
অনুৰ বাবে এটা লাইক ❤❤❤
প্ৰজ্ঞা জনীক দেখিবলৈ মন নাযায় 🥲
Anu ba bedo dadar logot biya khon hob lage xonkale❤
Kune kune mor dore 3 :46 sai ase like kora❤
বহুত বেছি ফালটো কৰি পেলালে বিদায় জনালোঁ
Raman ahi Anur mak aru prygak nasibo dibo lage Anu ghoror pora ulai juwa Ratna aru pomor mak bohut val dei
এই নিভান জনৰ ডায়লগ বোৰ ভাল দৰে বুজি পোৱা নাযায় । কিবা যেন ঘেৰ খেৰীয়া মাত এটা উলিয়ায়।
অনুভূতি মাৰৰ কথা ভাবি কাম নাই মা হল বেপাৰী
মা নামৰ প্ৰবিত্ৰ শব্দটিক কলংকিত কৰি পেলালে ইহতে
Nijor jiekok besibo bisare. Kenekua maak voniek o... 😂😂ei progya jonik sabo mn najai. Ohongkari. Tai nijei kio bia hoi najai
Anu tumi ghr ari bed r logot polai vlke honkhar kori thaka😊
Thank diyar 😘 babe
পুৱতি তৰা ময়ো ভাল পাওঁ
Pragya r mak r dore khat khotru u mak hbo nlge...iman selfish.... jiyekor khukh tu buji npai...jijoni sualiye ghrkhnr krne iman krile...
My 💟 favourite 💙 serial 💟💙💟🧡💟
Anubhuti aur beta
Progya lgt je ki hobo nohoy....😢👀🙄...sabole mon najai...progya jonik....😢🙄....Aro mak joni o ake..alop to boji pak anuk...😢😮..
Puwati tora sai kune kune val pai like koribo 11.50❤❤❤❤
😅😅😂😂 13:00
অনু বাই কান্দি থকা তকৈ পলাই যাওক না কি গাইছ প্ৰকগা 😂😂😂 ত পাগল তোক ঘৰৰ পৰ 😂😂😂😂😢গ তিয়াই বাহিৰ কৰিম ই
🎉
অনুৰ মাকে টকা হে চিনি পায়
Bhut bea lagise karn aunivoti loi tai nijar r val pawaloi ke biya hboloi kiman dohk poise 😌😌
Anuvutir mak makor namot kolonko 😊
Sai kiba ata bhal loga nai bore korise
Progiya tumia jowa nivanor logot poisar lovot
Bhut miss koru moi sabr karone ❤❤
Jonalik nivanor lagat biya haba diya
Poiga bohut ohonkari val nalage
😢😢❤❤❤💜অনুকবেতদেদাৰলগ❤❤❤❤
স্বাৰ্থপৰ বিভান
❤❤
এনেকুৱা বাণ্ডৰি মাক দৰ্কা নাই
Pragya ro mak jni a bsi krse
Progya joni acting kintu val lage dei, aru tai eman uxo, uxo hil pendhe neki baru.
Nhoi ty ukhoi hoi
এনেকুৱা এজনী ভনিয়েক দৰকা
Nice
Very very nice video😊😊😊
Progaya aru maake anur lgt vl nkrile ....kune kune boya pab jd anu aru bivanr biya hoi😂...
Ummm polai jowa bedor lagt.bed bahut val lora.kin2 natunkoi markett aha gonda jon fal2 tar lagt biya nahoba plz anu
Val la gol sai
Thank diyar babe
কোনে কোনে ৰাতিৰ১২ বজাত ছাই কমেন কৰিব ।
First view❤❤❤❤❤
Good morning all friends 🌄🌄🌄🌄🌄🌄
❤😊😢
Mojaa
My favorite serial
Vivhan aru Romonok dui bhaek aru kokaek nisina lage😂😂😂😂😂😂😂😂😂😂
অনুৰ মাক জনি সচাঁই স্বাৰ্থপৰ
Luvuni mak joni😂
👌👌👌❤️❤️
মাকেই যেতিয়া স্বাৰ্থ ৰাখি কথা কয় বেলেগকৈ আৰু একো আঘাতৰ প্ৰয়োজন নাই
❤❤❤❤
Ai bilak kheli meli korar babe kisuman sireyl bilak sabo mon nujuwa hoi jai 1rst r pora miss nokora ke sai ahisu atiya jodi ai bilak kheli meli kore tetiya hole suwa to bondho korim
Manuh emn sartho por hbo nlge,kiba pabo krne nijr jiyekor life r lgt khela koree 😡🤬
Anu e emn kasto kori ghr khn puhi rkhile ghr khnk atia akou ma htkr prygya buji npai
Nice 👍
বেদ বহুত ভাল ল'ৰা
🎉🎉❤
❤❤❤
Maju joni ane ase di diok 😂😊
💜💓💚
Next episode please
Dhuniya ❤
Good morning Guys ❤
Anu baak❤❤
Sartho rakhi ki serial dekhai axe ooo skip holoni korok nhle nsw awww