I claim all the positive energy of kumbha rashi into me and my husbands life 🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🙏🙏🙏🙏🙏🙏🙏🙏🙏♥️♥️♥️♥️♥️♥️♥️♥️♥️ om namah shivaya ....jai shree krishna ...radhe radhe ....jai hanuman bhaiya ....jai shree lord ganesha ji ...
Rajkamal saikia (virgo) time of birth- 11:54:15 (24 August 1998) Lakshyajit Saikia (Aries) time of birth-3:15 (2 September 2007) he is a matric candidate
বহুত ভাল লাগিল আপোনাৰ কথা খিনি শুনি । মোৰ বৃষৱ ৰাশি হয় ।🎉❤❤❤
বৰ ভাল লাগিল অনুষ্ঠানটো চাই। ৰাশিফলৰ ভাল খবৰ শুনি মনটোত আনন্দ লাগিল।
মোৰ বৃষ ৰাশি। আপোনাৰ কথা খিনি শুনি বহুত ভাল লাগিল। ইয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ।
অতি সুন্দৰকৈ ব্যক্ত কৰিলে । বৰ্ষচক্ৰৰ বিষয়ে জানি সুখী হ'লোঁ ।
মোৰ মিন ৰাশি,আপোনাৰ কথাবোৰ শুনি বৰ ভাল লাগিল ধন্যবাদ জনাইছোঁ আপোনাক 🙏
সুন্দৰ অনুষ্ঠান ,বৰ ভাল লাগিল ।
বহুত ভাল লাগিল ,মইও মীন ৰাশিৰ হয় গতিকে আগলৈও আপোনাৰ অনুষ্ঠান টো নিচ্ছয় চাম ধন্যবাদ,
সুন্দৰ । দায়িত্ব বোধেৰে ও মানুহে নিজৰ নিজৰ জীৱনৰ বাবে পৰিৱৰ্তন আনিব পাৰে , মাএ ৰাশি ফলৰ বষ্ চক্ৰই নহয় , এইয়া আমাৰ সমাজত পৰম্পৰাগত জোতিশ গণণা বিজ্ঞানৰ সংকেত প্ৰতিজন ব্যক্তিলৈ । যি দৰে যানবাহন আৰখ্যীৰ টেফিক্ ৰোল , মানি চলে নচলে সেয়া নিজৰ লগত সিদ্ধান্ত । ইগ্ আত্মসন্মানক কিদৰে লয় ইয়াত ও সেয়া নিজৰ কথা ।
বহুতেই ভাল লাগিল ,অশেষ ধন্যবাদ জনালোঁ। আপোনাসৱলৈ 🙏🙏
মোৰ তুলা ৰাশি বিঃ কৈ আথিৰ্ক দিশটো main point শুনি সুখি
হৈছো ধন্যবাদ ।
Olop khorkoi kobo sun
বহু ভাল লাগে আপোনাৰ অনুষ্ঠান
খুব সুন্দৰ কৈ কথা খিনি কলে আৰু উপদেশ আগবঢ়ালে কৃতজ্ঞ হৈছো।🙏🙏
মোৰ তুলা ৰাশি... সঁচাকৈয়ে ২ বছৰ আগত মই পাবলগীয়া প্ৰাপ্য ধন হঠাতে ৪ তাৰিখে মই পালোঁ ...... 😊❤
পোনপ্ৰথমে পল্লৱীবা তোমাক অশেষ ধন্যবাদ ।এই চেনেলৰ যোগেদি আমি লগ পাইছিলোঁ শ্ৰদ্ধাৰ অমৰদাক , দাদা আপোনাকো বহুত বহুত ধন্যবাদ 🙏 ভালে থাকক সদায় ।
বৰ সুন্দৰ আৰু মাৰ্জিত অনুস্থান উপভোগ কৰিলোঁ।
বহুত ভাল লাগিল আপোনাৰ বহুমূলীয়া কথা খিনি। আপোনাৰ লগত যোগাযোগ কৰিম।
Thank you so much বহুত ভাল লাগিল মোৰ মিথুন ৰাখি🙏🙏🙏🙏🙏
সুন্দৰ অনুষ্ঠান।
বহুত ভাল লাগিল। অনুষ্ঠান টো চাই
বহুত ভাল লাগিছে। আগলৈও পাম বুলি আশা কৰিলোঁ।
I strongly claim all the positive energy Thank you Universe 🌌🙏Taurus
খুব সুন্দৰ। ভাল লাগিল।
🎉
মোৰ মিথুন ৰাশি,কথাবোৰ শুনি বৰ ভাল লাগিল।
Khub xundar.....kotha bur jani khub bhal lagil....thanks to you both 🙏
Duyu janalaike Bohut Bohut danyabad. Anusthan to sai bar bhal lagil. Mur rasi mash aru brisabh.
Very beautiful program. Thanks Pallabi & Respected A. Das.
Val lagil
I claim all the positive energy of kumbha rashi into me and my husbands life 🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🙏🙏🙏🙏🙏🙏🙏🙏🙏♥️♥️♥️♥️♥️♥️♥️♥️♥️ om namah shivaya ....jai shree krishna ...radhe radhe ....jai hanuman bhaiya ....jai shree lord ganesha ji ...
Om nmah vogbte bashudebay 🙏🙏
বহুতো ভাল লাগিছে আপোনাৰ কথা শুনি ❤❤ ধন্যবাদ 🙏
I'm Aries ♈ proud of it MARs 🔥
Aapunalukor 2dhujonor kothakhini huni video2 sai mon2 bohut bhal lagi gol, Om namah Shivay.om bishunu baba namah.
Mor Brekh rasi hoy sokolo mor lgt mili ase apuni koya kotha....Thnk u ...
অমৰদা, আৰু, আই গৰাকী লৈ, বহুত, ধন্যবাদ থাকিল 🙏
কথা খিনি বহুত ভাল লাগিল
Mur min rashi bahut val lagil 🙏🙏
Om namah Vagobote vasudev oi namah
Thank you so much 🙏 Bhale rakhiba bhogoban xokoluke.
33:19 leo
Val lagil baa❤❤❤
Ommm namah shivay
Very very good val logla video to sai baba thnkyou ❤️🙏🙏❤🙏🙏
Mur bishav rashi. Hosakoie january r porai mur emn knee pain. Kokal r pain. Bht milise dei mur.. Athutu moi bend kribo nuara hoijaw bikhot.. Thnq 🙏
Thamks
1:03:20 kumbha rashi 👍🏻
ঔম নমো বাছো দেৱায়,, কোৱাৰ পাছত দুৰ্গা মন্দিৰ যোৱাৰ কাৰণটো বুজি নাপালো... সকলো মিছা কথা.... তেৰাই কৃপা নকৰিলে বাকী দেব dibiye একু কৰিব নোৱাৰে...
Hoineki😂
ভাল লাগিছে সুন্দর অনুষ্ঠান।
Bohut vall lages dada
মোৰ মেঘ ৰাশি কথাখিনি শুণি বহুত ভাল লাগিল Om namah shivaya 🕉️❤️
মই অঞ্জনা মেয ৰাশি মনতো ভাল লাগিল।
muru megh rakhii kintu new year pra beai hoi ase😊😊
Thanks I sir
বহুত বহুত ভাল লাগিল ধন্যবাদ দেই
ভাল লাগিল ।
আপোনাৰ কথা আৰু পৰামৰ্শ খিনি শুনি ভাল লাগিল। মোৰ মিঠুন ৰাশি।
pallavi hazarika is great lady.she is discussing wenderful tropics which are need for in our life releted so thanks..
Bhal lagil
সুন্দৰ অনুস্থান।
Thanks you sir 🙏 🎉❤
বহুত ভাল লাগিল অমৰদা
mur korkot bohut khini kotha mili goisa mur ❤
Sir Mur hingho rakhi moi Tuesday honuman chalisha path koru atea hodai a path koribo lagibo niki ne only Tuesday path korile hobo plz jonabo
ভাল লাগিল ৰাশিফল শুনি মইও কন্যা ৰাশিৰ ।
Good counselling & encouraging. Thanks
Jai ma lakhmi.বহুত ভাল লাগিল । মোৰ বূষ ৰাশি।
Bohut val lagil.মোৰ মীন ৰাশি।
Ata kotha ba balag2 astlo. r kothabur balag2 koi .Kio?
Apunaloai bohut2 dhainabad.🙏🙏🙏
ধন্যবাদ থাকিল।
ভাল লাগিল ধন্যবাদ
Jai bhole.
Ba love u..tumi iman vl ata video dia babe
ধন্যবাদ ছাৰ বাইদেউ, ভাল লাগিল
মোৰ মিথুন ৰাশি। ভাল লাগিল কথাখিনি শুনি।
Thanks
মোৰ তুলা ৰাশি তেখেতৰ কথা শুনি ভাল লাগিল
Vl lagil Mor lorar Tula rakhi .moro Tula hoy kintu gonona Kora nohoy
Thank you sir bohut Val lagil
Bhal lagil video to sai
খুবেই ভাল লাগিল 🙏
Bhut vl lagil
ভাল লাগিল ❤
❤❤❤❤
Omsreeganisynamaha
সুন্দৰ
চাৰৰ কথা শৈলী বৰ ভাল লাগিল।
Thank you sis moi aru mur suwali joni hingho rakhi
Omm namah shivay 🙏🙏
Thank you so much for giving us beautiful n positive readings
😊P
মোৰ মিথুন ৰাশি।শুনি ভাল লাগিল
Rajkamal saikia (virgo) time of birth- 11:54:15 (24 August 1998)
Lakshyajit Saikia (Aries) time of birth-3:15 (2 September 2007) he is a matric candidate
বহু ত ভাল লাগিল।আমাৰ দুয়োজনৰ মীন ৰাশি। কেচ মালাৰ কথা শুনি লে বৰ ভয়খআও।
Lukumoni kenekoi min rakhi hobo pare makh rakhiye hobo neki..
ডিম্বেশ্বৰ পেগু... মানে "ড" আখৰটোৱে কি ৰাখি হয়...?? জানিব বিছাৰিছো🙏🙏🙏.
Bohot val lagil kinto khg to ja basi ki koru
বাইদেউ নমস্কাৰ
Mur brikh rikhi thanku val lagile 🙏
Bohut val lagil
Amar dadar katha bor val lagil.Pallav tumak thanks.
বহুত ভাল লাগিল
Thank you
মিথুন ৰাশিৰ কাঠৰ দোকানত লাভ হবনএ?