Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
বৰ ভাল তাহানিৰ সাধু কথা আজিৰ ইতিহাস মাথোঁ ৷ সুন্দৰ হৈছে কিন্ত পৰিৱেশনৰ সময়ত চৰিত্ৰ বোৰৰ ক্ষেত্ৰত আধুনিকতা নানিব । পৰাপক্ষত কাহিনীৰ পৰিৱেশৰ সৈতে মিলাই চিত্ৰ উপস্হাপন কৰিলে ভাল হয় সেয়া লাগিলে সাজ পোছাকে হওক বা অন্য সজ্জাই হওক ৷ বুজি পাইছে নিশ্চয় মই কি কব বিচাৰিছোঁ ; কাৰণ অসমীয়া সাহিত্যত চুটি গল্পৰ জনক “বেজবৰুৱা” দেৱৰ কাহিনী বোৰত নিভাঁজ অসমীয়াৰ গাঁৱৰ সৰল ছবি বৰ্ণিত আছে তাক আধুনিকতাৰে অতিৰজ্ঞিত নকৰিব 🙏
নিশ্চয়, আপুনি ঠিকেই কৈছে । পৰৱৰ্তী সময়ত সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি চিত্ৰ উপস্থাপন কৰিবলৈ চেষ্টা কৰিম । ধন্যবাদ ।
@@HadhuNogori শুভেচ্ছা জনালোঁ!
আপোনাৰ এই সুন্দৰ মন্তব্যৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ । আগলৈকো আমাৰ ভুলবোৰ এনেদৰে আঙুলিয়াই দিলে নথৈ আনন্দিত হম ।
@@HadhuNogori স্বাগতম 😊
Same same koi mai muk ❤❤❤
😮🎉. But
Bhal lagil
ধন্যবাদ ।
সুন্দৰ 👍
ধন্যবাদ
সাধুটো বৰ ধুনীয়া কিন্তু সাজ সজ্জা বোৰ ভালদৰে নিমিলিল
💗💗💗💗💗
সাধু চাই ভাল লাগিল
Bohut val lagila😊😊😅❤❤
Mur mai muk bhut koisl eitu hadhu kotha Etiya dangr holu buli hadhu nuhunai a😢❤
WcomeOtikoi sundar
Thnk u
❤❤
Haryana ka Hath Upar nibandh anybody❤❤❤👍👍👍👍
Ohh😮 How amazing this video. Its really good though and very useful tropic i watch today.☺😌 Keep up😍
OK, thnk u
Chsh
Happy 28❤
সাধু কোৱাৰ এটা কলা থাকে , যিটো মনৰ পুতৰ নাই হোৱা
Hmm, আগলৈ ভাল কৰিবলৈ চেষ্টা কৰিম ।
@@HadhuNogoriAaaa😅
moja
Is❤😂🎉😢😮😅😊❤😂🎉😢😮😅😊
এই টো পাহৰি গৈছিলো বৰ ভাল লাগিল দেই।
😮😂
চাই ভাল লাগিছে
❤t😢
চাই ভাল লাগিছে ❤
🌚🌚👺👺
😊
😂😂😂❤
Nice 😢
Mekuri jonir ki hol?
টি ভি ও আছে দেখোন ৰে।
😁😁
সাজ সজ্জা আৰু কঠন শৈলীৰ ক্ষেত্ৰত আৰু গুৰুত্ব দিব। প্ৰচেষ্টাৰ শলাগ ললো
Dress br vl db ...khadhu hoi ....tate asomiya
Hmm, xeya prothom proyax asil, xeye bohutu vul truti roi gol, axa koru buji pabo
I miss those days when my mom used to tell this story 😌
Hmmm
নীতি শিক্ষা বিলাক কৈ দিব লাগে
Ok
ইমান সুন্দৰকৈ সাধুটো কৈছে কিন্তু সাধু হৈছে পুৰনি দিনৰ আমেজ য’ত সেই আমেজ একেবাৰে মদাৰ্ণ সাজপাৰ কিয় কৰি ভাল নলগা কৰি দিছে লগতে ছোৱালীজনীয়ে একেবাৰে ভালকৈ কব জনা নাই ৷ ক্ষমা কৰিব কোৱাৰ বাবে ৷
ক্ষমা কৰিব, সেয়া প্ৰথম চেষ্টা আছিল । সেয়ে বহুতো ভূল-ভ্ৰান্তি ৰৈ গ’ল । বাকীবোৰত লাহে লাহে শুধৰণি কৰিব চেষ্টা কৰিছোঁ । ভৱিষ্যতে সেইবোৰৰ প্ৰতি লক্ষ্য ৰাখি চিত্ৰ উপস্থাপন কৰিবলৈ চেষ্টা কৰিম । আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ ।
Choral in the sabah
0:05 0:06
Brainrot story😵💫😵💫😵💫
Val lagil sai...moi xadhu xuni bohut vl pao .. xorute khub xunisilu ai bilak xadhu pise eta r kuwa manuh a nai 😢
Don't worry ! Enedhronr xadhubur amar channel ot pai goi thakibo, channel tu subscribe kori rakhib aaru notun notun xadhubur sai jabo, thnk u.
Ok😊
@@HadhuNogori \tt
@@BanasriDevi.
@@HadhuNogori ওওওওওও
ভালেই লাগিল। কিন্তু আধুনিকতাই সাধুটোৰ মাদকতাত ব্যাঘাত জন্মাইছে।
Apuni ki app use korise
fgjop😢😢
Dress br j ki pindhaise...😂
Hmm, xeya prothom proyax asil, vul hoi gol.
Moi o vl pau sai kina
❤❤❤❤❤❤❤❤❤
❤❤❤❤❤❤❤
Vhv dvat in::35catdghkllpiztr😅😊s ❤ ca t❤khtrdwd😮
❤❤❤

Wcome
Otikoi sundar