Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে আমাৰ এই গীতটো আপোনালোকলৈ আগবঢ়ালো ৷ আশা কৰিছো ভাল পাব ❤️🥰
নিশ্চয়,, ৰৈ আছোঁ দাদা ❤️❤️😘😘😘
❤❤❤❤
Moja
Happy bihu Rakesh dada ....
Happy magh bihu ♥️
অপেক্ষা কৰি কৰি শুনিবলৈ পালোঁ, ৰাকেশ দা প্ৰত্যেকটো গীতেই মোৰ প্ৰিয়, ❤️ বহুত বহুত ভাল লাগিল । আৰু কোনে কোনে ভালপোৱা লাইক কৰা 👍
ৰাকেশ দা গানটো শুনি বহুত বহুত বেছি ভাল লাগিলে দেই সকলো লৈ কে মোৰ ফালৰ পৰা ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ 🙏
সুন্দৰ বিহু গীত 🙏 মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ সমূহ অসম বাসী ৰাইজলৈ 🙏🙏🙏
"আপোনাৰ গান বিলাক শুনি মই বহুত ভালপাওঁ❤️। মই জনাত আপোনাৰ কণ্ঠটো লগতে কথা-সুৰ বৰ ধুনীয়া😘। কেতিয়াবা দুখ লগা সময়ত গান বিলাক শুনো, তেতিয়া মনটো বহুত ভাল লাগি যায়😌। "ৰিং ৰিং ৰাং ৰাং" গানটো লগত জড়িত থকা প্ৰত্যেক গৰাকী ব্যক্তি তথা সংগীত শিল্পীলে👨👩👦👦মোৰ ফালৰ পৰা বহুত বহুত মৰম যাছিলোঁ💖। আপোনালোকে ইমান দিনে কষ্ট কৰাৰ বাবে আমি সহজ ভাবে 𝘆𝗼𝘂 𝘁𝘂𝗯𝗲ত সংগীতো চাব পাৰিছোঁ😒🥳। আপোনালোকৰ কষ্ট মূল্য পাওঁক🤗, "ৰিং ৰিং ৰাং ৰাং গানটো যিহেতু ভাল হৈছে, গতিকে ৰাইজে অতি সোনকালে আদৰি লব🤝। আগলৈ আমাক আপোনালোকে এনেকৈ ভাল ভাল সংগীত দিব বুলি আশা থাকিল🤳। মই ডিব্ৰুগড়ৰ পৰা সংগীতো শুনি আছোঁ।"😊 "মোৰ তৰফৰ পৰা আপোনালোকক নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনালো।💥✨শুভ নৱবৰ্ষৰ ২০২৩🪴। লগতে আহি থকা আগন্তুক মেজিৰ পৱিত্র জুইয়ে🔥 আপোনালোকৰ হৃদয় উমাল কৰি তোলক 🌝। ভোগালী মেজি,পিঠ-পনা আৰু অনেক সুখৰ বতৰাই আপোনালোকৰ জীৱন ৰঙীন কৰি তোলক 🌈। ভোগালীৰ ভেলাঘৰ, উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে আপোনালোকৰ জীৱন আনন্দময় হওঁক 😜| লগতে বিহুটিয়ে আপোনালোকলৈ কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধি। "শুভ ভোগালী বিহু"🔥◦•●◉✿LOVE YOU ALL✿◉●•◦🤩🎊💍💥✨💫👑💖😘✨✨💖💖✨💖💖✨✨✨💖🌹🌹💖🌹🌹💖✨💖🌹🎀🎁👩🎁🎀🌹💖💖ৰিং ৰিং ৰাং ৰাং💖💖🌹💐💝❤️💝💐🌹💖✨💖🌹💐🤱💐🌹💖✨✨✨💖🌹💐🌹💖✨✨✨✨✨💖🌹💖✨✨✨✨✨✨✨💖✨✨✨✨ "𝗦𝗮𝗻𝗷𝗶𝗯 𝘀𝗼𝗻𝗼𝘄𝗮𝗹".... ✍️
ককাই অভিনন্দন জনালোঁ❤️মাঘ বিহুৰ উপহাৰ হিচাপে পালোঁ । গীত টি ❤️❤️🙏
মানস ৰবীনৰ গান কিবা এটা বেলেগ ❤️
সমোহ অসমবাসীলৈ ভোগালী বিহুৰ মৰম জাচিলো গীততোৰ বাবে ৰৈ আছো
Love from Pathshala 🥰🥰
Love from Assam ❤️❤️❤️
Love from Pathshala bro🥰🥰
Hello 🤩🤩
Hi
Hello guys 🙂🙂
ভাল লাগিল ,গানটো শুনি|গীতৰ কথা , সুৰ,সংগীত ,কন্থ সকলো খিনি বঢ়িয়া হৈছে |
খুব সুন্দৰ লাগিল ৰাকেশ দা ,,ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ❤️😍
ৰিং ৰিং ৰাং ৰাং 💥💥💥💥💥💥💥💥💥💥অলপ bj typ hbo lagisil আৰু mja lagil hoi🥲হলেও মোজা লাগছি গান টো ,👌👌
100% right, eman নাচিবলৈ গা নুঠে
Bhal lagil gantu শুভেচ্ছা থাকিল।
সুন্দৰ
বহুত ভাল লাগিল গান টো , বিহু বিহু লাগি গল, সকলোলৈ ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলো
ধুনিয়া লাগিছে গানটো ৰাকেশ দা লগতে সকলোকে বহুত বহুত মৰম দিছোঁ ....😘
Mon sui jua abegvora gan.....xsakoi bht vl lgise....amaloi nekuakoi vl vl ganbur agbohrai thakibo🥰🙏
Roi roi palu hobohekot dada boriya happy magh bihu
পথাৰৰ মাজত ৰৈ ৰৈ গানটো শুনিছোঁধামাকা 💥💥💥
গানটো সচাকৈয়ে বৰ সুন্দৰ হৈছে৷মানস দাৰ আগৰ গানবোৰলৈ মনত পৰি গৈছে পব্তৰ ধেক ধেকীয়া ইমান যে ধুনীয়া আছিল অই আৰু যাতে এনেকুৱা গানবোৰ শুনি থাকিবলৈ পাম৷
Bihur hubesha thakil khokoluke......Happy bhugali bihu 🥰🌹
Khubesha nhoi অই গাধ Hubheshya
@@rmmixer1481 👍👍👍
Akha koru gantu hokolua adori lobo dada🤩😍..happy bhugali bihu😍..love from karbi anglong
Mojja
Oo adi da ki khobor
@@mr_indian36 bhalai tumar
Manas Robin dar Gaan bohut dinor murot huniboloi palu...khub bhal lagil..mojja lagise
গানটো শুনি পুৰণি মানস ৰবীন দাৰ গানবোৰলে মনত পৰি গল ।
মানস দা মানেই বিহুৰ প্ৰাণ বিচাৰি পাওঁ বহু দিনৰ পিছত মানস দাৰ বিহু শুনি ভাল লাগিল❤
সুন্দৰ বিহু গীত ❤❤❤❤
Rakesh riyan so Berry Prophet singer mi Tumar git bohut Val Paw
বৰহিয়া হৈছে গানটো ৰাকেশ দা।
ধুনীয়া গীত
Love from ৰহধলা পথাৰ RAKESH DA 🥰🤗
Huni Val lgil
গানটো বহুত বেছি ভাল হৈছে😍 । ভোগালী বিহু আগতীয়াকৈ শুভেচ্ছা জনালোঁ ❤️
Birat dhunya lagise huni ❣️ music tu bor dhunya hoise ❣️
❤️❤️❤️bhut bhut thanks eman dhuniya geet diyar babe❤️❤️❤️
Nopore nopore mon ot jaan oi jaan oi ki mn kowa hun
ভাল লাগিল। অভিনন্দন জনালো।
Dhuniya
Hundor❤💯
Eman Morom loga gan xuni bohut val lagile 😍😍😍😍😍😍
বহুত ধুনীয়া হৈছে দাদা শুনি হেঁপা পলোঁৱা নাই শুনি থাকিবলৈ মন গৈ আছে বহুত ভাল লাগিছে 🥰🥰🥰☺️ love from Lakhimpur
শুনি ভাল লাগিল 😍😍😍❤️❤️
Gan to huni bohut val lagil rakesh da 👍
Hundar hoi se moja👍👍
Dhuniya lagise dada gan tu xoni moi aponar Xklu gan xoni aru bhut val gae xoni❤️
ভাল লাগিল দেই
Mojjaa lagil Rakesh da 👌
Ossom bro
Sui goise dada❣️💕💕
মোৰ ফালৰ পৰাভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা থাকিল। আহি থকা দিন বোৰ সুখ সমৃদ্ধি, শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে। 💖Love you Brother Love form Nazira😍
ভাল লাগিছে ❤️
Mojjah
Mojja lagil
Happy bhugali Bihu ❤️gaan hitt houk ❤️❤️❤️
Bahut val lagil song da ♥️♥️👌
বহুত বহুত ভাল লাগিছে.... মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ দাদা💖💖
Mojja mojja mojja mojja ❤️❤️❤️
Gaan 2 baru xuni vale palu dada ...Kintu nasibo mon jowa jodi hole hoi ..magh bihut nasibo porake gaan atao napalu aibar dada aponar pora beya napabo kowar babe..ane bohut val pao aponar gaan xuni..Happy Bhogali Bihu
আই ঐ মজা হৈছে দেই ৰাকেশ দা 😍🥰
Dhunia lgesa 👌🎧❤️
Very very beautiful song dada 🥰😘😍🔥 tumi aru aguai jua ❤️❤️❤️❤️
Bhut dhuniya git ❤️
Love from dibrugarh khowang 🥰❤️
Borhia lagise gaan tu xuni👌👌
Love from গোলাঘাটৰ দেৰগাওঁ//❤
Eyak ei bule Ogni..❤️
Apunar sob ganei bhut bhal lage.❤️❤️❤️mon beya homoiut hunile besi bhal lage
Moja lagesa huni
Akdom mjja mjja song dada....❤️❤️❤️🔥🔥🔥❤️
Amazing ,, wahh😍🔥🔥
Mojjja ❣️❣️😊
Bhout vhal lagile
Mojaaaa
😍A moja dada🔥
Dhunia lgise deii 😍❤️
Moja Rakesh da❣️
সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জাছিলো ❤️👩❤️💋👨...
শুনি বহুত লাগিছে দাদা❤️💖💖
Nice bihu song ❤️
Nice
ভোগালী বিহুৰ শুভেচ্ছা থাকিল দেই ভাতৃ 🥰
Manas দা যত থাকিৱ তাত হিলাই দিৱ ❤️❤️❤️🔥🔥❤️❤️🔥❤️🔥
Dhuniya dada
Super hit ❤️
Love you Rakesh Da Love from lakhimpur nowboica
ৰিং ৰিং ৰাং ৰাং 💕
Val hoise bro ✨
Dhuniya lagise
mojaaaaaa
dhunia hoise
Nice liyrics and composition.💕💕💕
Sure ,,waiting brother ❤️❤️🥰
Ei bur gaan buli koi Rakesh kep it up.... Love you 4m Tezpur Liger
Waiting me💝💝
Nice song ahi ase like kora
Super ❤️🙏
Old bihu song is back ♥❤
Happy bihu dada
Tmm
Xunder song rakesh daa ❤️
সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে আমাৰ এই গীতটো আপোনালোকলৈ আগবঢ়ালো ৷ আশা কৰিছো ভাল পাব ❤️🥰
নিশ্চয়,, ৰৈ আছোঁ দাদা ❤️❤️😘😘😘
❤❤❤❤
Moja
Happy bihu Rakesh dada ....
Happy magh bihu ♥️
অপেক্ষা কৰি কৰি শুনিবলৈ পালোঁ, ৰাকেশ দা প্ৰত্যেকটো গীতেই মোৰ প্ৰিয়, ❤️ বহুত বহুত ভাল লাগিল । আৰু কোনে কোনে ভালপোৱা লাইক কৰা 👍
ৰাকেশ দা গানটো শুনি বহুত বহুত বেছি ভাল লাগিলে দেই সকলো লৈ কে মোৰ ফালৰ পৰা ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ 🙏
সুন্দৰ বিহু গীত 🙏 মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ সমূহ অসম বাসী ৰাইজলৈ 🙏🙏🙏
"আপোনাৰ গান বিলাক শুনি মই বহুত ভালপাওঁ❤️। মই জনাত আপোনাৰ কণ্ঠটো লগতে কথা-সুৰ বৰ ধুনীয়া😘। কেতিয়াবা দুখ লগা সময়ত গান বিলাক শুনো, তেতিয়া মনটো বহুত ভাল লাগি যায়😌। "ৰিং ৰিং ৰাং ৰাং" গানটো লগত জড়িত থকা প্ৰত্যেক গৰাকী ব্যক্তি তথা সংগীত শিল্পীলে👨👩👦👦মোৰ ফালৰ পৰা বহুত বহুত মৰম যাছিলোঁ💖। আপোনালোকে ইমান দিনে কষ্ট কৰাৰ বাবে আমি সহজ ভাবে 𝘆𝗼𝘂 𝘁𝘂𝗯𝗲ত সংগীতো চাব পাৰিছোঁ😒🥳। আপোনালোকৰ কষ্ট মূল্য পাওঁক🤗, "ৰিং ৰিং ৰাং ৰাং গানটো যিহেতু ভাল হৈছে, গতিকে ৰাইজে অতি সোনকালে আদৰি লব🤝। আগলৈ আমাক আপোনালোকে এনেকৈ ভাল ভাল সংগীত দিব বুলি আশা থাকিল🤳। মই ডিব্ৰুগড়ৰ পৰা সংগীতো শুনি আছোঁ।"😊
"মোৰ তৰফৰ পৰা আপোনালোকক নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনালো।💥✨শুভ নৱবৰ্ষৰ ২০২৩🪴। লগতে আহি থকা আগন্তুক মেজিৰ পৱিত্র জুইয়ে🔥 আপোনালোকৰ হৃদয় উমাল কৰি তোলক 🌝। ভোগালী মেজি,পিঠ-পনা আৰু অনেক সুখৰ বতৰাই আপোনালোকৰ জীৱন ৰঙীন কৰি তোলক 🌈। ভোগালীৰ ভেলাঘৰ, উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে আপোনালোকৰ জীৱন আনন্দময় হওঁক 😜| লগতে বিহুটিয়ে আপোনালোকলৈ কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধি। "শুভ ভোগালী বিহু"🔥◦•●◉✿LOVE YOU ALL✿◉●•◦🤩🎊💍💥✨💫👑💖😘
✨✨💖💖✨💖💖✨✨
✨💖🌹🌹💖🌹🌹💖✨
💖🌹🎀🎁👩🎁🎀🌹💖
💖ৰিং ৰিং ৰাং ৰাং💖
💖🌹💐💝❤️💝💐🌹💖
✨💖🌹💐🤱💐🌹💖✨
✨✨💖🌹💐🌹💖✨✨
✨✨✨💖🌹💖✨✨✨
✨✨✨✨💖✨✨✨✨
"𝗦𝗮𝗻𝗷𝗶𝗯 𝘀𝗼𝗻𝗼𝘄𝗮𝗹".... ✍️
ককাই অভিনন্দন জনালোঁ❤️মাঘ বিহুৰ উপহাৰ হিচাপে পালোঁ । গীত টি ❤️❤️🙏
মানস ৰবীনৰ গান কিবা এটা বেলেগ ❤️
সমোহ অসমবাসীলৈ ভোগালী বিহুৰ মৰম জাচিলো গীততোৰ বাবে ৰৈ আছো
Love from Pathshala 🥰🥰
Love from Assam ❤️❤️❤️
Love from Pathshala bro🥰🥰
Hello 🤩🤩
Hi
Hello guys 🙂🙂
ভাল লাগিল ,গানটো শুনি|গীতৰ কথা , সুৰ,সংগীত ,কন্থ সকলো খিনি বঢ়িয়া হৈছে |
খুব সুন্দৰ লাগিল ৰাকেশ দা ,,ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ❤️😍
ৰিং ৰিং ৰাং ৰাং
💥💥💥💥💥💥💥💥💥💥
অলপ bj typ hbo lagisil আৰু mja lagil hoi🥲
হলেও মোজা লাগছি গান টো ,👌👌
100% right, eman নাচিবলৈ গা নুঠে
Bhal lagil gantu শুভেচ্ছা থাকিল।
সুন্দৰ
বহুত ভাল লাগিল গান টো , বিহু বিহু লাগি গল, সকলোলৈ ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলো
ধুনিয়া লাগিছে গানটো ৰাকেশ দা লগতে সকলোকে বহুত বহুত মৰম দিছোঁ ....😘
Mon sui jua abegvora gan.....xsakoi bht vl lgise....amaloi nekuakoi vl vl ganbur agbohrai thakibo🥰🙏
Roi roi palu hobohekot dada boriya happy magh bihu
পথাৰৰ মাজত ৰৈ ৰৈ গানটো শুনিছোঁ
ধামাকা 💥💥💥
গানটো সচাকৈয়ে বৰ সুন্দৰ হৈছে৷মানস দাৰ আগৰ গানবোৰলৈ মনত পৰি গৈছে পব্তৰ ধেক ধেকীয়া ইমান যে ধুনীয়া আছিল অই আৰু যাতে এনেকুৱা গানবোৰ শুনি থাকিবলৈ পাম৷
Bihur hubesha thakil khokoluke......
Happy bhugali bihu 🥰🌹
Khubesha nhoi অই গাধ Hubheshya
@@rmmixer1481 👍👍👍
Akha koru gantu hokolua adori lobo dada🤩😍..happy bhugali bihu😍..love from karbi anglong
Mojja
Oo adi da ki khobor
@@mr_indian36 bhalai tumar
Manas Robin dar Gaan bohut dinor murot huniboloi palu...khub bhal lagil..mojja lagise
গানটো শুনি পুৰণি মানস ৰবীন দাৰ গানবোৰলে মনত পৰি গল ।
মানস দা মানেই বিহুৰ প্ৰাণ বিচাৰি পাওঁ বহু দিনৰ পিছত মানস দাৰ বিহু শুনি ভাল লাগিল❤
সুন্দৰ বিহু গীত ❤❤❤❤
Rakesh riyan so Berry Prophet singer mi Tumar git bohut Val Paw
বৰহিয়া হৈছে গানটো ৰাকেশ দা।
ধুনীয়া গীত
Love from ৰহধলা পথাৰ RAKESH DA 🥰🤗
Huni Val lgil
Moja
গানটো বহুত বেছি ভাল হৈছে😍 । ভোগালী বিহু আগতীয়াকৈ শুভেচ্ছা জনালোঁ ❤️
Birat dhunya lagise huni ❣️ music tu bor dhunya hoise ❣️
❤️❤️❤️bhut bhut thanks eman dhuniya geet diyar babe❤️❤️❤️
Nopore nopore mon ot jaan oi jaan oi ki mn kowa hun
ভাল লাগিল। অভিনন্দন জনালো।
Dhuniya
Hundor❤💯
Eman Morom loga gan xuni bohut val lagile 😍😍😍😍😍😍
বহুত ধুনীয়া হৈছে দাদা শুনি হেঁপা পলোঁৱা নাই শুনি থাকিবলৈ মন গৈ আছে বহুত ভাল লাগিছে 🥰🥰🥰☺️ love from Lakhimpur
শুনি ভাল লাগিল 😍😍😍❤️❤️
Gan to huni bohut val lagil rakesh da 👍
Hundar hoi se moja👍👍
Dhuniya lagise dada gan tu xoni moi aponar Xklu gan xoni aru bhut val gae xoni❤️
ভাল লাগিল দেই
Mojjaa lagil Rakesh da 👌
Ossom bro
Sui goise dada❣️💕💕
মোৰ ফালৰ পৰাভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা থাকিল। আহি থকা দিন বোৰ সুখ সমৃদ্ধি, শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে। 💖
Love you Brother
Love form Nazira😍
ভাল লাগিছে ❤️
Mojjah
Mojja lagil
Happy bhugali Bihu ❤️gaan hitt houk ❤️❤️❤️
Bahut val lagil song da ♥️♥️👌
বহুত বহুত ভাল লাগিছে.... মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ দাদা💖💖
Mojja mojja mojja mojja ❤️❤️❤️
Gaan 2 baru xuni vale palu dada ...
Kintu nasibo mon jowa jodi hole hoi ..magh bihut nasibo porake gaan atao napalu aibar dada aponar pora beya napabo kowar babe..ane bohut val pao aponar gaan xuni..Happy Bhogali Bihu
আই ঐ মজা হৈছে দেই ৰাকেশ দা 😍🥰
Dhunia lgesa 👌🎧❤️
Very very beautiful song dada 🥰😘😍🔥 tumi aru aguai jua ❤️❤️❤️❤️
Bhut dhuniya git ❤️
Love from dibrugarh khowang 🥰❤️
Borhia lagise gaan tu xuni👌👌
Love from গোলাঘাটৰ দেৰগাওঁ//❤
Eyak ei bule Ogni..❤️
Apunar sob ganei bhut bhal lage.❤️❤️❤️mon beya homoiut hunile besi bhal lage
Moja lagesa huni
Akdom mjja mjja song dada....❤️❤️❤️🔥🔥🔥❤️
Amazing ,, wahh😍🔥🔥
Mojjja ❣️❣️😊
Bhout vhal lagile
Mojaaaa
😍A moja dada🔥
Dhunia lgise deii 😍❤️
Moja Rakesh da❣️
সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জাছিলো ❤️👩❤️💋👨...
শুনি বহুত লাগিছে দাদা❤️💖💖
Nice bihu song ❤️
Nice
ভোগালী বিহুৰ শুভেচ্ছা থাকিল দেই ভাতৃ 🥰
Manas দা যত থাকিৱ তাত হিলাই দিৱ ❤️❤️❤️🔥🔥❤️❤️🔥❤️🔥
Dhuniya dada
Super hit ❤️
Love you Rakesh Da
Love from lakhimpur nowboica