Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Ufff.....কি নিভাঁজ আৰু ৰখ সনা গান বোৰ ❤
এইবোৰ গানৰ লগত আজি দিনৰ গানবোৰে কেতিয়াও ফেৰ মাৰিব নোৱাৰে পুৰণি গীতবোৰ শুনিলে হে বিহু বিহু লাগে জয় আই অসম
হয়, একদম সঁচা কথা ।
বহুত বহুত ভাল লাগিল ধন্যবাদ
Very very good song
ভাবিব পৰা নাছিলো এই গীত বিলাক পাম বুলি বহুতো ধন্যবাদ
হয়, চেষ্টা অব্যাহত আছে । আৰু বহুতো আছে আগবঢ়াই দিবলৈ সময়ৰ অভাৱ । তখাপি দিবলৈ চেষ্টাৰ ত্ৰুটি নকৰোঁ ।
P😊@@puranibihugita
সৰু কাললৈ মনত পৰিল টেপত খুৱ শুনিছিলোঁ
Nice Bihu song ❤
সুন্দৰ
❤
favourite bihu songs in early age....❤ thank to Anupam Saikia da....
মজা গীত
Anupom saikia r mamon or geet burr asa jodi uplod koribo
" মা-মন " খন বিচাৰিয়ে পোৱা নাই নহয়, বিচাৰি ফুৰিছোঁ। পালে নিশ্চয় দিম । " কবিতা তোমাক প্ৰথম দেখা আজিও মনত পৰে..."
চেঙেলীয়া দিনৰ বিহু গীত কেইটা শুনি আকৌ চেঙেলীয়া দিন লৈ ঘুৰি যাবলৈ মন গ'ল । কি দিন আছিল । ভাৱিলে কিবাকিবি লাগি আহে ।
অভিনন্দন।
হয় এৰি যোৱা দিন বোৰ কি মে মধুৰ আছিল।
সঁচাকৈ কিমান যে মধুৰ আছিল সেই দিনবোৰ ❤❤❤
Aijoi
সেই সময়ৰ " নিৰুপমা" বুলি এটি বিহু গীতৰ কেছেট আছিল, যদি সম্ভৱ হয় গীত কেইটা আপলোড কৰিব ছোন।❤❤❤❤
very nice song❤❤❤❤❤❤
"কিমান দিন ৰাখিৱা বুকুতেলৈ যৌৱনটি " গীতটো single কে দিয়কছোন 🙏
Okay..
Siger / music naam kio nai?Krishna moni nath
দিয়া হ'ব দাদা, কেছেট কভাৰ পোৱা নাছিলো ।
❤❤❤
Anupom saikia r purona geet bur uplod koribosun.
উঁম, চেষ্টা কৰিম বাৰু ।
❤❤❤❤❤❤❤❤❤❤
❤❤😂😂❤❤🎉🎉❤❤😢
Puroni bihu geetbur Mur bohut priy.nila nila akhare kopa kopa hatere Tumi diya chithi khani sadaye monot pore geet to dibsun.
হয়, collection কৰি আছো। পালে নিশ্চয় দিম ।
@@puranibihugita😅
@@lohitsaikia5789, কি হাঁহি ওলাল জনাবা চোন ?
Mon fagunor posuwa 2001 album to dibo sun
Hunali 95rgeet bur upload koribo
Ata album asela nam jibon logori son najanu pala dibosun
Umm... Okay...
জীৱন - তৰা নে জীৱন লগৰী ? জীৱন - তৰা১৯৯৬ আছে মোৰ লগত ।
❤❤❤❤

Siger / music naam kio nai?
Krishna moni nath
দিয়া হ'ব দাদা, কেছেট কভাৰ পোৱা নাছিলো ।
❤❤❤
Anupom saikia r purona geet bur uplod koribosun.
উঁম, চেষ্টা কৰিম বাৰু ।
❤❤❤❤❤❤❤❤❤❤
❤❤😂😂❤❤🎉🎉❤❤😢
Puroni bihu geetbur Mur bohut priy.nila nila akhare kopa kopa hatere Tumi diya chithi khani sadaye monot pore geet to dibsun.
হয়, collection কৰি আছো। পালে নিশ্চয় দিম ।
@@puranibihugita😅
@@lohitsaikia5789, কি হাঁহি ওলাল জনাবা চোন ?
Mon fagunor posuwa 2001 album to dibo sun
Hunali 95rgeet bur upload koribo
Ata album asela nam jibon logori son najanu pala dibosun
Umm... Okay...
জীৱন - তৰা নে জীৱন লগৰী ?
জীৱন - তৰা১৯৯৬ আছে মোৰ লগত ।
❤❤❤❤