সুভাষ দা অতি সুন্দৰ, কথা এটি কলে বেয়া পাব নেকি যে আৰম্ভণি পদ বোৰত এটা শব্দ তিনি খণ্ড কৰি অলপ দীঘলীয়া কৰা যেন অনুভৱ হয় । পাৰিলে অলপ চুটি হোৱা হলে ভাল লাগিব নেকি ? আপোনাক উপদেশ দিব পৰাকৈ মোৰ সক্ষমতা নাই, এয়া এক অনুভৱহে আপোনাক জনাইছো। বাকদেবী সৰস্বতী মাই আপোনাক আৰু শক্তি দিয়ক ।
সুভাষ দা অতি সুন্দৰ, কথা এটি কলে বেয়া পাব নেকি যে আৰম্ভণি পদ বোৰত এটা শব্দ তিনি খণ্ড কৰি অলপ দীঘলীয়া কৰা যেন অনুভৱ হয় । পাৰিলে অলপ চুটি হোৱা হলে ভাল লাগিব নেকি ? আপোনাক উপদেশ দিব পৰাকৈ মোৰ সক্ষমতা নাই, এয়া এক অনুভৱহে আপোনাক জনাইছো। বাকদেবী সৰস্বতী মাই আপোনাক আৰু শক্তি দিয়ক ।
দাদা,,, আপোনাৰ নাম আৰু কিনো কম,,ভাষাই নাই,,,ৰাইজৰ আশীষ সদায় এনেকৈ আপোনাৰ শিৰত থাকক🙏🙏🙏🙏
শুনি বৰ ভাল লাগিল সুভাস দা
এনেকৈয়ৈ আমাক সকলোকে ধুনীয়া ধুনীয়া নাগাৰা নামেৰে মুখৰিত কৰক🙏
Wow....bor val lagil khuraa
সুন্দৰ
বহুত বহুত ভাল লাগিল নামতো শুনি সুভাষ দা 🙏🙏🙏
Dada kahini tu bohut val lagil.
Aro aapunar voice uff☺️
Bht dhuniya Subhash da...
bahut bahut bahut val lagil Subhash dada .keep it up ......enekuwa dhuniya dhuniya naam aru khunibo pam buli akha thakil....
Aponar nam buli kolei bohut vl lge Dada....love from sipajhar
Bht vl lgil
দক্ষ ৰজাৰ অভিশাপ নামৰ নাগাৰা নামটো অতি সুন্দৰ প্ৰদৰ্শন হৈছে আৰু কাব্যিকতা পূৰ্ণ সুৰৰ সৃষ্টি কৰা হেতুকে তোমালৈ অশেষ মৰম চেনেহ আৰু অভিনন্দন জ্ঞাপন কৰিছো সুভাষ।
Aoti mohoniya apunar mat2 ❣️😊❤️
Dada ...ati sundor
ইমান ধুনীয়া লাগিল দাদা আগলৈও দি যাব বুলি আশা কৰিছোঁ 👏
Dadar naam xuni bhut vl lge 👍❣️
Aapunar dhuniya voice dada
Xundor mojja lagil nam2 aru val val nam pai thaku jate
Excellent dada nd pacharia hilai gyse dy apuni
dada dhuniya naam
Bhut vl lgil khura apuni agoloi agoai joa bhut bhut axa thkil live from tangla nachonsali
Khuni bohriya lagil dada apunar konthot
Mojah👌👌👌👌👌
val lagise dada 😍😍😍😘😘😘
বহুদিনৰ মূৰত নাগাৰা নাম এটী শুনি ভাল লাগিল। ধন্যবাদ থাকিল।
সুন্দৰ নাগাৰা নাম সুভাষ দা
সুন্দৰ দাদা
আপোনাৰ সুন্দৰ মনোমোহা নাম শুনি বৰ ভাললাগিছে দে ধন্যবাদ
Nice 👍
ভাল লাগিল
মজা গুৰু দেৱ
Bahut bahut val lagil namto xuni najana kotha xikilu.
Bohut val lagise bohut nam too
অতি সুন্দৰ হৈছে দাদা কৃষ্ণ🙏🙏🙏
Bhut val lagise
ধুনীয়া দাদা
Sir apunr voice to bohut dhuniy 🙏🏼🙏🏼👌
আপোনাৰ নাগাৰা নাম শুনি বহুত ভাল লাগিল
Subhas da ati xundar nam. ...jay sri ram
Bohut val llahil
bht bhal lagil apunar nam 😍 xuni
ভাল লাগিল আপোনাৰ নাম শুনি
Love from nalbari ❤
অতি সুন্দৰ হৈছে❤❤❤ মঙলদৈ
Xdai fvt apuni❤️
সুন্দৰ দাদা শুনি ভাল লাগিলে আপোনাৰ কন্ঠত।🙏🙏
Bahut bhal Lagil Dada
Nice dada
❤ ধুনীয়া ❤
মজা --
Majja di
Bor dhunia lagise nam faki xuni dada
Mzaaa dada aru lage naam
দক্ষ ৰজাৰ অভিশাপ নামটো শুনি বহুত বেছি ভাল লাগিছে সুভাষ দাদা💜💜💜💜💜💜
JAyA🧞💞🌿🙏🌷🛕🪔👍😭😭😭♥️❤️🌹🪔🌹🌹🌹🛕👃🪔🌹🛕🪔🪔😭🌷🕉️🕉️🕉️🕉️🕉️🕉️🕉️🧞🧞🧞🧞🧞🧞🪔🪔🌹👍💞💞💞💞💞💞💞💞💞💞
Moja🙏🙏🙏🙏
Bohut val lagil namto huni vagabane Vale rakhak aponak
Val lagil.love from kalaigaon.
Dhuniya🥰🙏🙏
Dhunia lagise
Very nice dada
সুন্দৰ অতি সুন্দৰ প্ৰদৰ্শন ধন্যবাদ
Bahut bhal lagil aponar nagar nam
❤nice❤namto❤
Vall lagil dada
Bohut bohut val lagil 🙏💕
vl lagil xuni dada
Bahut e dhonia haise🙏🙏🙏
কন্ঠটো বহুত ধুনীয়া ৷ নামবোৰ শুনিলে শুনি থাকিবৰ মন যায় আপোনাৰ ৷
Moojaaaaaaaaa lagil ❤️❤️❤️❤️❤️
ভাল লাগিল নাম টো শুনি
বঢ়িয়া
Dhuniya lagise
অতি সুন্দৰ কন্ঠ দাদা ভগৱানে সদায় ভালে ৰাখক আপোনাক ❤❤
Thanks for future
বহুত ধুনীয়া ❤️❤️👍
Bahut besi Val lagil naam tu xuni. Best wishes thakil aru aguwai jowa.
Vl lagil nam tu xuni
সুভাষ দা আপোনাৰ মাতটো বৰ শুৱলা।💓
বলিষ্ঠ কন্ঠ প্ৰভু🙏🏻🙏🏻🙏🏻 ভগৱানে শক্তি দিলে এদিন আপোনাক আমাৰ ঘৰত নিমন্ত্ৰণ দিম প্ৰভু🙏🏻🙏🏻🙏🏻
বহুত বহুত ভাল লাগিল দাদা 🙏🙏
Moja lagil gan to xoni
Tumar Nam bor Suni bout val lage, 👌👌🙏🙏
Nam tu xuni bhut Val lagil
Majja ❤
Bor Val Lagil.....
সচাকৈ বহুত ভাল লাগিল নামতো শুনি
কৃষ্ণ কৃষ্ণ 🙏🏾🙏🏾🙏🏾সুন্দৰ । বহুত ভাল লাগিল নাগাৰা নাম
শুনি বৰ ভাল লাগিল, শুভেচ্ছা জনালোঁ ।
মনলৈ ভক্তি ভাৱ আহি যায়
শুনিলে শুনি থাকিবৰ মন যায় ৷
Love from tamul pur
সুভায দাদা নামটো বৰ ভাল হৈছে
সুভাষ দাদা নামতো বৰ ভাল লাগিছে😅
Khundor Dada 💕💕💕👏👏👏
বলিষ্ঠ কণ্ঠ আপোনাৰ ৷
Amr falor nesna hboai nura 🙏
আপোনাৰ সকলো নাগাৰা নাম upload দিব লাগে ভাল লাগে।
Apunar nam bor moi pray xuno ,apunar nam xunile xuni thakib mon jai
Masti lagise
শুনিলে শুনি থাকিব মন যায় ।ইমান ধুনীয়া কন্ঠ
Aponar kanthat jadu ase dada 💞💞💞
Bohut val lagil dada ❤️
Love from tamulpur ❤️❤️
Thank goodness nice
Nice👏😊❤❤
Bohut besi val lagil naam tu xuni.