ভোগালীৰ ভোগ আমাৰ পৰম্পৰাগত এসাঁজৰ বিষয়ত সবিশেষ II

Поделиться
HTML-код
  • Опубликовано: 27 янв 2025

Комментарии • 15

  • @PolyBaruahDas
    @PolyBaruahDas 13 дней назад

    Bohut dhunia kori koise ma'am vl lagile

  • @syedafarjina5896
    @syedafarjina5896 15 дней назад

    খুব ভাল লাগিল তোমাৰ কথা খিনি ❤আৰু শুনিবলৈ মন থাকিল💐

    • @archibarthakur
      @archibarthakur  13 дней назад

      অশেষ ধন্যবাদ বা❤

  • @modonikahazarika9907
    @modonikahazarika9907 14 дней назад

    মৃদুস্মিতাৰ কথাবোৰ শুনি বৰ ভাল লাগিল৷

  • @nitusworld5887
    @nitusworld5887 15 дней назад +1

    খুব ভাল লাগিল চাই , আৰু মৃদুস্মীতা বাইদেউ মোৰ শ্ৰদ্ধাৰ হয় আৰু তেখেতৰ পৰা আজি আৰু বহু খিনি জানিলো । ধন্যবাদ আৰ্চি বাইদেউ তেখেতক আমন্ত্ৰণ জনোৱাৰ বাবে ।

  • @purabibordoloi4744
    @purabibordoloi4744 15 дней назад

    খুউৱ ভাল লাগিল দেই শুনি। 👌

  • @mamonscreator9939
    @mamonscreator9939 14 дней назад

    আপোনালোকৰ কথাবোৰ শুনি বৰ ভাল লাগিল

  • @damayantinath975
    @damayantinath975 14 дней назад

    খুব সুন্দৰ অনুষ্ঠান। পৰম্পৰাগত খাদ্যৰ বিষয়ে জানিব পাৰি বহুত ভাল লাগিল। ভোগালী বিহুৰ শুভেচ্ছা যাঁচিলো আৰ্চী আৰু মৃদুস্মিতা বাইদেউ লৈ💐💐💐

  • @bulldutta3004
    @bulldutta3004 15 дней назад

    Magh mahot mula nakhai no.

    • @archibarthakur
      @archibarthakur  13 дней назад

      হয় ঠিকেই কৈছে। কথাটো পৰম্পৰাগত খাদ্যৰ প্ৰসংগত কৈছিলো আচলতে।