Vidya- the living school এজন ডেকা অধ্যাপকৰ সপোনৰ পম খেদি
HTML-код
- Опубликовано: 10 фев 2025
- VIDYA the living school এজন ডেকা অধ্যাপকৰ সপোনৰ পম খেদি
তেওঁৰ বুকুত এটা সপোন কঢ়িয়াই লৈ ফুৰিছে ৷ এনে এচাম ছাত্ৰছাত্ৰী তেওঁ গঢ় দিব যি পৰম্পৰাৰ জেউতিৰে জিলিকি উঠি জ্ঞানৰ সাধনাত মগ্ন হ’ব আৰু জীৱন জীৱিকাৰ প্ৰতিটো দিশতে হ’ব বিশাৰদ ৷
এনে চিন্তা লৈয়ে ২০২০ চনত তেওঁ ধেমাজিৰ দুৰ্গম অঞ্চলত স্হাপন কৰিলে এখন অগতানুগতিক শিক্ষা প্ৰতিষ্ঠান বিদ্যা দ্যা লিভিং
এতিয়া এই আশ্ৰমসদৃশ বিদ্যালয়ত দেশৰ বিভিন্ন প্ৰান্তৰ ৩ শতাধিক ছাত্ৰছাত্ৰী অধ্যয়ণৰত ৷
নতুন সপোন এটিক বাংময় ৰূপ দিবলৈ সমৰ্থ হোৱা এই ব্যক্তিজনৰ নাম ড: প্ৰাণ্জল বুঢ়াগোহাই ৷ এওঁ ডিব্ৰুগড়ৰ বিশ্ব বিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক ৷
নিজৰ বেতনৰ মাত্ৰ তিনি চাৰি হেজাৰ টকাৰে প্ৰাণ্জল বুঢ়া গোহায়ে নিজৰ মাহেকীয়া জীৱনযাপন কৰাৰ বিপৰীতে তেওঁ সকলোধন ব্যয় কৰে বিদ্যা দা লিভিং স্কুলত ৷
কিন্তু এই ডেকা অধ্যাপকজনে কিয় জন্ম দিলে এক ব্যতিক্ৰমী শিক্ষানুষ্ঠান ? কি সপোনে অধ্যাপক জনক কৰি তুলিছে সংগ্ৰামী ?
আহকচোন সবিশেষ জানো ড: প্ৰাণ্জল বুঢ়াগোহাইৰ পৰা ৷ “ ন ” আলোচনীৰ হৈ সাক্ষাৎকাৰ গ্ৰহণ কৰিলে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অসমীয়া ৱিভাগৰ অধ্যাপক নাট্যকাৰ ,গল্পকাৰ হিৰণ্য সভাপণ্ডিতে ৷
thenaa.in
মোৰ অতিকৈ প্ৰিয় শিক্ষাগুৰু জন । সদায় সকলোৱে পথ প্ৰদৰ্শক হৈ সেৱা আগবঢ়াবলৈ পৰমেশ্বৰে সুস্বাস্থ্য প্ৰদান কৰক।
সাক্ষাৎকাৰটো ভাল লাগিল।
ছাৰক দুবাৰ লগ পাইছো ছাৰ সচাঁই বহুত মহান আৰু আগুৱাই যাওঁক ,may I god bless you sir
প্ৰাঞ্জল ছাৰ ক লগ পাইছোঁ। বহুত ভাল লাগে ছাৰৰ লগত কথা পাতি। বহুত উৎসাহিত হ'লো। Video টো ৰ বাবে বহুত বহুত ধন্যবাদ 🙏🏻❤️
মানৱতাৰ প্ৰকৃত আৰু অতি উৎকৃষ্ট উদাহৰণ অধ্যাপক ড্, প্ৰাঞ্জল বুঢ়াগোহাঁই ডাঙৰীয়া। তেওঁ আমাৰ সমাজৰ লগতে নতুন প্ৰজন্মৰ কাৰণে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হৈ জিলিকি থাকক।❤❤❤ তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো ❤❤❤
চাৰ , আপুনি সচাই মহান । আপোনাৰ মহানুভতাৰ বিষয়ে জানি অভিভূত হলো। চাৰ আপোনাৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপিত জনালো ।
Good and great step. He was real Hero of our society. Many many congratulations to you. Go ahead way to your journey. God bless you.
আপোনি সচাকৈয়ে বহুত মহান।
Ami bohut Lucky Ane ajon multi-talented Siror pora siksha lobole hujug paisilu.
You are a man of great personality❤
Grand salute to the great man!
Good person with good mentality
Bahut val lagil pranjal sir interview tu sai...teu xomajor babe uthi aha প্ৰজন্মৰ বাবে যি কাম হাতত লৈছে বহুতে প্ৰসংশনীয় । তেওলৈ বহুত বহুত শুভেচ্ছা থাকিল
Salute you from indo-pak border
ছাৰ আমাৰ সকলোৰে অতিকৈ প্ৰিয় ,
With great powers comes great responsibility 👍☺️☺️
Salute ❤️💕
U r great sir
Uninic video. We're inspiring of you
চাৰ আমাৰ বাবে আদৰ্শ ... অাৰু এনেদৰে পথ দেখুৱাই যাওক যেন ..🙏
Sir, I am very lucky to have a great teacher like you in my life..
Sirk aji log pai bht bhal lagil
Realy inspiring
ছাৰৰ ব্যক্তিত্ব সচাঁই শলাগিবলগীয়া
আপোনাৰ দৰে মহান ব্যক্তি পাবলৈ বিৰল
We are proud💪 of u Pranjal Da
আপোনি সঁচাই মহান ছাৰ
আপোনাৰ দীঘায়ু কামনা কৰিলো চাৰ
So nice sir
Baahut hundar padakhep
Good job👏
I love you sir ❤❤❤
Love you sir
❤️❤️❤️❤️
চাৰৰ ম'বাইল নম্বৰটো পাম নেকি ?
Very good person
Sirk lg pua aji kebar bsru hl .lg pable mn ase ako teuo vale thakk...
Log pabo aakhare roi aasu 30 tarikholoi sir from dibrugarh
Hostel bibosta ase ne muru bhaitik poham bhabisu
Sire hikua khta bur ajiu mnt ase