Everything has agreed with me. I'm getting a lot of hurt. Still, I get a lot of peace of mind watching your videos. And if I had received your video a few days ago, my life would have changed.Thank you sir
I am so happy ......... God loves you giving energy all of us to learnings things our loughing atall movements in our life cycles ok thanks Good morning ....... .. happy from others with movements ......... good morning thanks to all of the world.
আপোনালোকৰ এটা এটা মন্তব্য এতিয়া মোৰ বাবে সাহসৰ উৎস
আপোনালোকৰ অগ্ৰহে এনেধৰণৰ video বনাই যোৱাত মোক প্ৰেৰণা দিব।
আমি প্ৰতি সপ্তাহতে এটাকৈ হ'লেও ভাগৱত গীতাৰ অমূল্য উপদেশ আগবঢ়াই দিয়াৰ চেষ্টা কৰিম ❤
Q
Moja lagise
Bbb😢 bb
Nicevideo❤
@@purnimapangiria1109 aa0. 00hhhhhhhhhhhhhhhhh&t&jtthtttyJrtttothttttottHRhtgttHR HR HRht4thjhhbyttohtthtytjttttjghhtttottttthttyHRhjto 4ththtjrthttttyhthtthtyhytHRhttthttotthtgjht4ththttjtJr HRhttHRhJr HR HR HR HRhthHRhGhthttht4thtttttht4thtthttthhjrthtyyttttytjtthtttttHRjup HR Jrh4th 4ththtj,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,000000000000000000000000000004
আপোনাৰ কথাবোৰ সচাকৈয়ে বহু ত ভাল লাগিল এই দৰে পেৰনা দি থাকিৱ ধন্যবাদ থাকিল
খুউব সুন্দৰ উপদেশ ,বহুত ভাল লাগিল। 🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
আৰু এনেকুৱা উপদেশ আগলৈও পাম বুলি আশা কৰিলো
জয় শ্ৰী কৃষ্ণ সদায় নতুন নতুন শিক্ষা লাভ কৰিব পাৰোঁ তাকেই প্ৰাৰ্থনা কৰিছো
Val.lagil.Apuner.vidio.tu.eman.kam.hamayate.Bhagyat.Geeta.r.har.khatha.khini.bujai.dile.mai.hadai.bhagyat.sai.thaku.anyat.man.a.manage.thanks.Jot.Shree.Krishna.agaloi.
ও নমো ভাগৱতে বাসুদেৱায়
Jai shree krishna ❤
গীতাৰ এই সুন্দৰ বানী ইমান ধুনীয়াকৈ প্ৰকাশ কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছো🙏 আগলৈও এনে সুন্দৰ বানী শুনাই যাব বুলি আশা কৰিলো🙏
সুন্দৰ উপদেশ এই অৰমিত বাণী সদাই শুনিব বিচাৰিছো
Jai sri Krishna 🙏🙏🙏
আপোনাৰ ইতিবাচক কথা শুনিবলৈ পায় বহুত ভাল লাগিছে আৰু এয়াই মোক জীৱন যুধ্ব ত আগুৱাই যোৱাত সাহসেৰে আগুৱাই যোৱাত প্ৰেৰণা দিছে বুলি মোৰ বিশ্বাস ধন্যবাদ
কৃষ্ণ কৃষ্ণ প্ৰণাম জনালোঁ।
Jai shri Krishna 🪷🕉🏵🕉♥️🕉🙏🕉🌾🕉🌻🕉🌾🙏🪷🪷♥️🪷🏵🕉🕉🌻🌾🪷🪷🙏🙏🏵🙏
আপোনাৰ পৰা গীতাৰ ইমান ধুনীয়া বানী বোৰ শুনি মন ভৰি যায়। আগলৈ এনেকৈ দি থাকে যেন আপোনাক অনুৰোধ জনাইছোঁ❤🙏🙏
Ki khobor o ...
ভাল হৈছে
সদায় এনে বাণী। শুনিব লৈ মই আগ্ৰহী। কৃষ্ণৰ
কৃষ্ণ কৃষ্ণ 🙏 আপোনাৰ মুখৰ পৰা গীতাৰ বানী শুনি বৰ ভাল লাগিল আপোনাক ধন্যবাদ কৃষ্ণ বাপ 🙏🙏
কৃষ্ণ কৃষ্ণ
Geeta-r upadeshkhini bhal lagil. Bhavishyate aaru aashaa karichu.
বৰ ভাল লাগিল গীতাৰ বানী শুনি।অশান্ত মনটোত প্ৰশান্তি আনে ।
Bahut bhal lagil,protyektu kotha inishoy xohatok hobo. Agoloi Nishoy saam. Apunaloi Dhannyabad jasilu.
Om Hari,om Krishna,HARI HARI.Joyguru provu .⛲🌹⛲
Jai Sri. Krishna. Parobu kukolei rakibo🎉🎉🎉🎉🎉
Banan bur correct huwa ny
গীতা সঁচাকৈ বহুত প্ৰিয় , যদিও মই এজনী মূৰ্খ , তথাপিও ধৰ্ম গ্ৰন্থ বহুত প্ৰিয় কাৰণ প্ৰতিটো বাক্য এ সত্য , হয়তো প্ৰ্তিটো কথা মনত নাথাকিব পাৰে , তথাপিও যিমান পাৰোঁ মনত ৰখা চেষ্টা কৰোঁ , কৃষ্ণ কৃষ্ণ কৃষ্ণ , কৃষ্ণ আমাৰ পৰম্ গুৰু , জয়কৃষ্ণগুৰু🙏
এনেবোৰ ভিদিঅ পাই থাকিলে মনবোৰ ভাল লাগি যায়.
Joy Sri krishna🎉❤❤❤
কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই আৰু শক্তি দিয়ক এনেকৈ মহান জ্ঞান বিলাই থাকিবলৈ
আগ্ৰহ আছে সদায় সন্ধ্যা লৈ আহিব❤
Val lagil kotha khini... Hosai muhot bondi hoi hosa misa buji nopowa hoi paro ketiyaba...
শ্ৰী কৃষ্ণৰ গীতৰ এই মহান বানী দেউতাৰ মুখত শুনিছোঁ ভাল লাগিল
Jai shree krishna
krishna hari ram.sundar lagil.gitar enadharanar alusanai amar lagata bahujanar jiwanala sundar batatabarn kahiai aniba.
Eman val lagil je bujab nuaru ,mor sahu ,nanand mili aamar jugmajibanto durbisah kori tulise ai motivation topic suni kiba kori jiyai aso
সঁচা কৈ আপুনি সদায় বৰ ধুনীয়া ধুনীয়া কথা বোৰ কয়,আপুনি সকলোকে বহুত ভাল ভাল জ্ঞান দিয়ে ,আপোনাৰ কথা বোৰ শুনি আমাৰ family যে বহুত ভাল পায়❤❤❤❤
Xsakoi bht vl lgil dada thank you🌹🙏 so much aru video lge dada vgwt Gitar oprt..
কৃষ্ণ গোঁসাই বহুত ভাল লাগিল 🙏🏻🙏🏻🙏🏻
Apuni kuwa giter upodes suni buzi bhal lagil aru pam buli asakorilu.
Krishna krishna jai jai krishna bhagaban tomar saranat sata coti pranam coti coti pranam
হৰি ঔঁম হৰ, ৰাধে কৃষ্ণ, ৰাধে কৃষ্ণ, May God bless you in a long time...
ভগৱান শ্ৰীকৃষ্ণৰ উপদেশ সঁচা কৈ সুন্দৰ উপদেশ
Krishna krishna jai jai jai shree krishna bhagaban tomar saranat sata coti pranam jai jai jai krishna bhagaban
আপোনাৰ ভিডিও বোৰ বহুত ভাল লাগে
Bohut gyanor kotha bor.apuni bujai dile. Bohut dhanyabaf jonalo. Krishna.
Bhut vl lagile huni...Jay shree Ram
Krishna. Bhagawat geetar protitu adhya aagbahale nothoi hukhi hom. Dhanyabad.
Xuni bhut val lagill
Joi sri krishna
Oti shundor , Bakikhini shlokor anedare upodesh mulok artha agborhaboloi anurudh janalo . Dhanyabad .
🙏 tq bht bhal lagil Gita kotha bur xuni aru xunibo bisaru so plz aru dibo video bur 🙏
বহুত বহুত ধন্যবাদ আপোনাক ❤জীয়াই থকাৰ প্ৰেৰনা বিচাৰি পালো🙏🙏
Radhe krishna radhe syam ❤❤❤
ঔম্ "শ্ৰীমদ্ভাগৱত গীতা" 🙏🏻🙏🏻🙏🏻
Bohut val lagil video tukotha bur jani thankyou so much 🙏🙏🙏🙏
Everything has agreed with me. I'm getting a lot of hurt. Still, I get a lot of peace of mind watching your videos. And if I had received your video a few days ago, my life would have changed.Thank you sir
Krishna...bahut val lagil ..apunak akhekh dhanyawad....
Jay Shree Krishna Jay Shree Ram ❤❤❤
শ্ৰী মদ্ভাগৱত গীতাৰ উপদেশ সমূহ ব্যাখ্যা কৰি বুজাই দিয়াত মই বহুত উপকৃত হৈছো। ভগৱানে আপোনাক আশীষ প্ৰদান কৰক যাতে এই দৰে মহান বাণী সমূহ ব্যাখ্যা কৰি জন সমাজত উপকৃত কৰে যেন। ধন্যবাদ।
গীতাৰ এই উপদেশ সমূহৰ ব্যাখ্যা শুনি উপকৃত হলো ।
জয় শ্ৰীকৃষ্ণ, প্ৰণাম জনালোঁ।🙏🙏🙏
xosakoi Geeter eai mohan upodexe andhok lakhutie kora xrothir dore mur bahireu aru bohut itchuk bektik nitchoy jibonor prakrito rasta dekhuat xohai hobo.bohu dhanyabad.
"কৃষ্ণ কৃষ্ণ"একেবাৰে সত্য ।অলপ কৈ সকলোখিনি দিলে নথৈ সুখি হম।
Bhut vl lagil krishna 🙏ru ru agoloi khunibo Pam buli akha thakil
বহুত জ্ঞান পালো আপোনাৰএই গীতা জ্ঞান পাঠৰ পৰা।ভবিষ্যতলৈ আৰু বহুত পাম বুলি আশা থাকিল।
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম 🙏
সুন্দৰ উপস্থাপন। মই দিনত এবাৰকৈ শুনি মনটোক সন্তুলিত কৰাৰ চেষ্টা কৰোঁ। ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ প্ৰকাশ কৰাৰ বাবে।
Jay krisna
Nice ❤
কৃষ্ণ কৃষ্ণ । সন্ধিয়া প্ৰায়ে শুনিবলৈ চেষ্টা কৰোঁ ।
Geetar mahhat bani suni bahut2 val lahil.suni thakileo amani nalage.thank you .go ahead tomeet again.
বহুত ভাল লাগিল। গীতাৰ জ্ঞান শুনি।আগলৈও আশা কৰিলোঁ।
জয় শ্ৰী কৃষ্ণ
Bohut val lagil agoloi anekua kotha jani boloi pale val pam
কৃষ্ণ,হে জ্ঞানী সিদ্ধ জন, আপুনি ব্যাখ্যা কৰা গুৰু বাক্য উপদেশ সমূহ ইমান সজ সৰল ভাবে বুজাইছে যে জনসাধাৰণৰ বাবে এক দৃষ্টান্ত হৈ ৰব। শুনিলে শুনিয়েই থাকিব মন যাই। ভগৱানে আপোনাক কৃপা দৃষ্টি প্ৰদান কৰক যাতে এই দৰেই গীতা শাস্ত্ৰৰ ব্যাখ্যাত সহায়ক হয়।বহুত বহুত ধন্যবাদ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। 🙏
Krishna krishna
Jai krishna---------jai
Krishna Krishna Krishna 🙏🙏🙏.val lagil xuni .agoloi ru enkua video pam buli axare bat sai rlo
আশা থাকিল আগলৈ 🙏🙏🙏
Mojaa huni bhal lagil..aru hunibo pawjen take kamona korisu..💪🙏🙏🙏
Om bhagvate vasudevaya namah 🙏🙏🙏🪔🪔🪔🕉️🕉️🕉️🌹🌹🌹💐💐🌹🍎🍊🍏🥭🍎🍏🌺🍏🍓💐💐💐💅💅💅
সচাকৈয়ে এই ভিডিঅ'টোৱে বহুত বহুত সহায় কৰিছে বহুত বেছি উপকৃত কৰিছে । সাহসেৰে প্ৰেৰণাৰে জীৱনৰ গতিত আগবাঢ়িবলৈ যেন আৰু বহুমূলীয়া ভিডিঅ দৰ্শন পাও বহুতো আশা
ৰাখিলোঁ। আপোনাক শত সহস্ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভগৱানে সুস্বাস্থ্য প্ৰদান কৰি আপোনাক কৃপা দৃষ্টি ৰাখক তাৰে কামনাৰে ।
Apuner video khamuh more khadai val lage man/pran sui jai 🙏🙏🙏🙏🙏🙏🙏
Jai Sri krishna 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
বহুত ভাল লাগিল দাদা আৰু আগবঢ়াব আখা থাকিল ধন্যবাদ।
অতি সুন্দৰ প্ৰচেষ্টা, সকলো স্তৰলৈ লৈ যাওক, এদিন এই জ্ঞানে সকলোকে সহায় কৰিব ।
কৃষ্ণ🙏🙏🙏🙏
গীতাৰ এই উপদেশবোৰ বহুত তাৎপৰ্যপূৰ্ণ । এনেকুৱা ভিডিঅ’ বনাই ৰাইজলৈ আগবঢ়াই যাব বুলি আশা থাকিল।
Hari Krishna Hari Krishna Krishna Krishna Hari Hari Hari ram Hari ram ram ram Hari Hari 🙏🏻🙏🏻🙏🏻🌺🌺🌺🌺🙏🏻🙏🏻🙏🏻
জয় শ্ৰী কৃষ্ণ 🙏 প্ৰণাম জনালোঁ 🙏
Best Dr.Krishna❤❤❤❤❤❤
জয় শ্রী ৰাম, মই পুৱা আপোনাৰ ভিডিঅ শুনিহে দিনটোৰ আৰাম্ভণি কৰোঁ 🙏। মহান আপুনি 🙏। আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ 🙏
Bhagayat.Geeta.r.kathakhini.Apuni.bahut.hundar.bhabe.bujai.dile.bahut.val..lagil.Joy.Shree.Krishna.thanks.
কৃষ্ণ সেৱা জনোৱা হ'ল।
Moio anakai salu... Joi shree krishna🙏🙏🙏
❤❤Radhe..Radhe❤❤
Joy Shree Krishna 🙏🙏🙏🌹🌹🌹🙏🙏🙏
আজি প্ৰথম শুনিলো বহুত ভাল লাগিল
Aponar mukhat geetar bani suni moi bohut prerana palo
আপুনি ভগৱান স্বৰূপ
বৰ ভাল লাগিছে শুনি
সুন্দৰ উপস্থাপন,আপোনাক শ্ৰদ্ধা জনালোঁ। আগলৈও এনেকৈ ভাল উপদেশৰ বাবে অপেক্ষা কৰিলোঁ 🙏
I am so happy ......... God loves you giving energy all of us to learnings things our loughing atall movements in our life cycles ok thanks Good morning ....... .. happy from others with movements ......... good morning thanks to all of the world.
কথাখিনি জানিব পাৰি বহুত ভাল লাগিল,পিছৰ খিনি জানিবৰ বাবে আগ্ৰহেৰে বাট চাই ৰলো
Bahut bhal lagil. Aro xunibalai pam buli aaxa karilo
Jai shree Krishna ❤🙏🙏🙏