কলিয়াবৰত বান পৰিস্থিতিৰ বুজ ল'বলৈ গৈ বান পীড়িতৰ প্ৰচণ্ড ক্ষোভৰ সন্মুখীন মন্ত্ৰী কেশৱ মহন্ত
HTML-код
- Опубликовано: 2 июл 2024
- কলিয়াবৰত বান পৰিস্থিতিৰ বুজ মন্ত্ৰী কেশৱ মহন্তৰ। বান পৰিস্থিতিৰ বুজ ল'বলৈ গৈ বান পীড়িতৰ প্ৰচণ্ড ক্ষোভৰ সন্মুখীন মন্ত্ৰী কেশৱ মহন্ত। জখলাবন্ধাত ৰাজপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ ৰাইজৰ। বান সাহায্য নোপোৱাৰ অভিযোগত জবাবদিহি মন্ত্ৰী কেশৱ মহন্তৰ।
#pratidintime #assam #keshabmahanta
ইমাণ অন্যায় আৰু দুৰ্নীতি কৰাৰ পাছতো এও লোকৰ হাতত কলিয়াবৰ ৰ ভবিষ্যৎ
নিজক লৈ ব্যস্ত
Very nice
সুন্দৰ গাঁৱৰ ৰাইজৰ লগত এৰাতি থকাব লাগে তেতিয়াই গাঁৱৰ ৰাইজৰ দুখ বুজি পাব
Mjaa 😂
Aibilak montri k golot sandals r Mala pindabo lage
Akou vote dibo
Kaliaboror tej khua 😂😂😂
Mojja dise
Tarmane Nagaon kolong poriya raijr ki hobo etiya...
Sandalor mala pindhai dibo laga
Aoiboor kintu sarkar change koriboi lagibo🫵
This kind minister just like Self Pocket Employment not Public Safety Employment
ঐ কলিয়াবৰ তেজ খোৱা 😂😂
কেশৱ মহন্তৰ পৰিয়ালৰ মানুহে হাতীমুড়া বান্ধ টো ভাঙি আকৌ নিৰ্মান কৰিছিল ৷ তদন্ত হ’ব লাগে ইয়াৰ ৷
কাম নাইকীয়া নেটা হয় এইবিলাক ৰাইজক ঠগাই ঠগাই খাই নিজৰ টকাৰ পাহাৰ বনাইছে
Poribohan minister dile je poisa keneke gutabo pari tare discuss kori thakute raijor khobar loute deri hol.
BJP 2026 joi koro Aru Val hobo tohotor Ane Dore...Jai shree ram maribo tohote vote de thak😂😂😂
Khabo ponai jokabo gasa val hoise
Tak palibo lagisile
AC Mein hawa ka khakar aur Janata ke paisa karne wala Neta ko aise hi karna chahie Har state mein😅 Sarkari gadi aur Sarkari tel😅 Jago Asam versis Jago❤❤
ওলমা দলৰ নেতা😂😂