বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অনুপ কুমাৰ কৰ্মকাৰৰ মনোনয়ন দাখিল

Поделиться
HTML-код
  • Опубликовано: 30 янв 2025

Комментарии • 18

  • @pareshdas2570
    @pareshdas2570 3 месяца назад +3

    এই মালটো কৰ পৰা আহিল৷সচাকৈয়ে বিচিত্ৰ আমাৰ অসম৷

  • @anjanborah-5069
    @anjanborah-5069 3 месяца назад +3

    সাংবাদিক আৰু সংবাদ গোষ্ঠী টোক সন্মানীয় বঁটা দিয়া হওঁক । আগ নাই গুৰি নাই 😂😂

  • @kishoridas6447
    @kishoridas6447 3 месяца назад +1

    কোনে উঠালে ! ৰাজনীতিত নাথাকিলে সমাজৰ কল্যানৰ বাবে বহুত কাম কৰিব পাৰি। কোনে উঠাই দিলে ? যা হওক, ভোটাৰ সকলে তেওঁক সমাজৰ কাম কৰাৰ সুবিধা খিনি দিয়ক।

  • @Jazzyjudy
    @Jazzyjudy 3 месяца назад +1

    Bhal k asomiya aii kobo najanae

  • @RanidharTalukdar
    @RanidharTalukdar 3 месяца назад +1

    জিকিলে টো বিজেপি তে যাব গতিকে নিৰ্দলীয় নহৈ বিজেপি ৰ পৰাই খেলক তেতিয়া পইচাৰ কাৰণে নিজেই মূৰ ঘমাব নালাগে।

  • @ankurray4841
    @ankurray4841 3 месяца назад +1

    Ki he kor pora ahil .....😂

  • @RinkuDas-u3p
    @RinkuDas-u3p 3 месяца назад +1

    Aponar chinta val kintu manuh val nohoy

  • @AkshendraDas-bv5ef
    @AkshendraDas-bv5ef 3 месяца назад +1

    Apunar val hobo deyok,,,, parily alop sosay korim neshoy

  • @niranjanray8249
    @niranjanray8249 3 месяца назад +1

    কৰ পৰা আহিছে মহোদয় ? নাম টো নকলে দেখোন , দে শুভেচ্ছা জনালোঁ।

  • @minarulsikdar6461
    @minarulsikdar6461 3 месяца назад

    Mohakhoi ??????😅😅😅😅😅😅😅

  • @NayanchandraNathNath
    @NayanchandraNathNath 3 месяца назад

    Sob netai akey kotha koy. Jikar pisot jonosadharonk pahori jai

  • @romendas4434
    @romendas4434 3 месяца назад

    😅😅😅😅😅😊😅😅😅

  • @lankeswarsutradhar8214
    @lankeswarsutradhar8214 3 месяца назад

    নিজৰ সমষ্টি নং নাজানে জনপ্ৰতিনিধি হবলৈ মন ৩২নং এতিয়া অতিত বৰ্তমানৰ নং ১৮. এই জনক চিনি নাপাও আজিহে দেখা পালু কোনে ভোট দিব. কৰ পৰা যে ওলাই আহে নহয় ধুমকেতু বোৰ

    • @dulalbarman3028
      @dulalbarman3028 3 месяца назад

      Eitu by election puri ni samoshti mote hobo ntn mote nhy aru e hoise RsS secretary