Assam News: গো মাংসক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি

Поделиться
HTML-код
  • Опубликовано: 30 ноя 2024

Комментарии •

  • @IftikharAhmed-ec8zu
    @IftikharAhmed-ec8zu Час назад +1

    গো মাংস সম্পূৰ্ণ বন্ধ কৰিব লাগে।

  • @PapuDas-bl4ot
    @PapuDas-bl4ot 54 минуты назад +1

    হিমন্ত শৰ্মাই ঠিকেই কৈছে

  • @Mainudevi-v4p
    @Mainudevi-v4p 4 часа назад +1

    অসমৰ আদিবাসী সকলক নিজৰ ঘৰলৈ তেওঁলোকৰ চৰকাৰে লৈ যাব অসমৰ মুখ্যমন্ত্ৰীয়ে গম পাইনে?

  • @drbilayethussain4969
    @drbilayethussain4969 4 часа назад +1

    মাজে মাজে ব্যাপক মদ বিতৰণ ৰ দ্বাৰা বহুতে নিৰ্বাচন জিকা বুলি অভিযোগ কৰে। তেন্তে মদ বন্ধ কেতিয়া কৰিব?

  • @TaslimAliBabul
    @TaslimAliBabul 3 часа назад

    নিৰ্বাচন শেষ এতিয়া ৰাইজৰ সমস্যা সমাধানৰ দিশত অগ্ৰসৰ হওক ?

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 16 минут назад

    Best of the Best Respected CM of Assam Dr Himanta Biswa Sarma Sir.
    Bharat Mata ki Jai.

  • @tridipsarma478
    @tridipsarma478 46 минут назад

    Mama zindabad

  • @MantuPanging
    @MantuPanging 30 минут назад

    ৰকিবুলে কোৱাৰ কাৰণেহে হিমন্তই কৈছে। সংখ্যালঘুৱে হিমন্তক কিয় বেয়া পাব

  • @azizulhoque3872
    @azizulhoque3872 3 часа назад

    আমি কোনো কথাক লৈ ভয় কৰিব লগা একো নাই।যি হেতু ৰাইজে ৰজা আমাৰ পছন্দ নোহোৱা নেতা বোৰক আমি বিদায় দিব লাগে।

  • @abhilekhR1
    @abhilekhR1 48 минут назад

    Bar bar Guru Guru mention kiyo kori asse hosa kotha kuwa news ki kobo khujisa

  • @Mainudevi-v4p
    @Mainudevi-v4p 3 часа назад

    চামগুৰিৰ মুছলীমলৈ প্ৰথম অফাৰ Bjp ৰ পৰা পালে খাব নাপাব নেকি আৰু যদি খাই জেললৈও যাব লগা হ'ব পাৰে।

  • @satyensarma1962
    @satyensarma1962 21 минуту назад

    Rokibular d n a bangladeshi miyar jat