এই ক্ষেত্ৰত DNA test কৰিলে সকলো পৰিষ্কাৰ হব। অভিযোগ উত্থাপন হৈছে আৰু এটা কেচ হৈছে । এই ক্ষেত্ৰত আইনে হয়তো DNA test কৰিব দিব। অলপ অপেক্ষা কৰিলে সকলো clear হব। বহুতো আৰক্ষীৰ এই ধৰণৰ নাৰীজনিত সমপৰক থাকেই।
hijra jn lagise...apunar age hoise akale thakibo paribo dyok.bht kom bokhiya swalio bht karant husbdk eri ba hsbnd dhukuwar pisato kasta kori jiyai ase
সুন্দৰ ।অতি সুন্দৰ আমাৰ প্ৰতিভা এই অনুষ্ঠানটি ৰাইজক বহুত উপকৃত হ'ব।
মানুহগৰাকী শুদ্ধ। নহলে ইমান স্পস্ত ক্থা কব নোৱাৰে।
right 👍
Hosa jn lagise
right...koise manuhjoniya...
Sudho mane akebare 🤣🤣🤣🤣sudho...fosabor babe to agor porai aibor jugar kri rakhisil.. 🤣🤣🤣val babe to agortok arisil
তাই এজনী বনৰী মই ভালকৈ চিনি পাওঁ আগতে ও দুজনৰ লগত তাই এনেকুৱা কৰিছে
মানুহ গৰাকীয়ে পথমতেই জানিছিল যে তেওঁ এজন বিবাহিত পুৰুষ বুলি । তাৰ পাছত ইমান খিনি লৈ আগবাঢ়ি যাব নালাগিছিল । কাৰণ পুৰুষে পথমা পত্নী থাকোঁতে কেতিয়াও দেভজ নিদিয়াকৈ চেকেন বিয়া কৰাব নোৱাৰে । পুৰুষ জনৰো ভুল কাৰণ নিজৰ পত্নী থাকোঁতে আনৰ পত্নী লগত পৰকীয়া পেমৰ সম্পক থকাতো ।
আমি হে নেপাও এনেকুৱা এজনী।
সঁচাকৈ দেই লাজ লাগিছে আৰু এইবোৰ দেখি শুনি,, এই মানুহজনি লাজ সন্মান নাই দেই,, এইবোৰ মানুহৰ বাবে সমাজ খন নষ্ট হৈছে,,, পইচা বাবে ইমান তললৈ নামিব পাৰে, এই মানুহ জনি এটা লৰা থকাৰ পাচতো আকৌ আন এজন পুৰুষ ৰ লগত সম্পর্কত আছে দুয়োটাৰে শাস্তি হব লাগে
তেখেতক তাৎক্ষণিক নিলম্বন কৰি কঠোৰ পদক্ষেপ লব লাগে অসম চৰকাৰে। এই সকল দেশৰ ৰক্ষকৰ নামত একো একোজন দানব। বৃদ্ধ কালতো চৰিত্ৰৰ পৰিৱৰ্তন নঘটিল। আৰু নঘটেও। পাপ কেতিয়াও ঢাকি ৰাখিব নোৱাৰে। এশ গৰু মাৰিলে বাঘৰো বিপদ অনিবাৰ্য। আজি তেখেতৰ তলত কৰ্মৰত এজন চিপাহীয়ে সেই ভুল কৰা হলে তেওঁ চিপাহীজনৰ ওপৰত বিহীত একচন নোলোৱাকৈ থাকিলেহেতেন নে? এনে লোক সমাজৰ বাবে বিপদজনক। এনে লোকক অকল চৰকাৰেই নহয় সমাজেও বহিস্কাৰ কৰক।
😇
SP ye korile lila, ami korile dhuri bandhi kila. Ane hole nohobo ?Mothote bhalkoi goba mari dhora.
নিজৰ পত্নী থকাতো অন্যৰ লগত হলি গলি। এই বোৰ সমাজৰ কলংক। ইহঁতক উচিত শাস্তি দিব লাগে।
মাইকী টো কি, তহত মাইকিবোৰ ধোৱা ভেট ফুল 😊😊😊
Maiki joni a kyo relation rakhisil jodi ghoniyak thaka buli gom paisil
আনৰ এখন সংসাৰ আছে জানিও আগ বাঢ়িছিলে তেতিয়া তেওঁ পত্নী কেনেকুৱা অনুভৱ হৈছিল আজি হয়তো আপুনি ইয়াৰ জৰিয়তে বুজিব পাৰিব।।
Hoi o
@@__-pf7ry তাকে
Right...ei bur manuh val nohoi...
Sister you are great..
Bohut bohut xuvesha apunak.
Apuni bohut bhall Kam krise.
Moiu pua hole 2din man .
Um bhal a korise lukor husband k sir koribo goisile
@@priyankabora6423 debojit2 burbok, eaman din 4 , 5 ta man poida kori dibo lagisil, freete paisil jetia.
আনৰ সংসাৰ ভাঙিলে আপোনাৰো ভাগিল একোনাই চিন্তাৰ কাৰণ আকৌ এজনৰ লগত জড়িত হৈ আকৌ এটা লৰা সন্তানৰ মাক হওক আপুনি legel wife নহয় আপুনি একো কৰিব নোৱাৰে পূৰ্বৰ পত্নীৰ দুজনী ছোৱালী ৰ কথা ভাবি যি হল হল ইমানতে সামৰণি মাৰ ক নিলাজৰ লাজ নাই কেঁকুৰাৰ মোৰ নাই
Tur lgt ane hole gom Pali hoi.
Tirutajnik aneke kbo laz lga ni tr
Right
Manuh জনী শুদ্ধ hoi। কিমান অসহায় হৈ ওলায় আহিছে। কথাৰ পৰাই গম paisu। দেউৰী e ফাইডা ললে।
Um
Lukor hongkhar thoka buli u ....etia kene moja
Tai u edin jani buji debojit dewrir life borbad korisil.tai k Val buli kobo nejau.dutaiu khasti pabo lage
Maiki ase buli janiu......eku hudho nohoy taiu
Khohoj khokol r xojog lole dhoran dhor Deury ye.
উচ্ছিদ তদন্ত কৰিব লাগে।
এয়াই আমাৰ অসম পুলিছৰ বিষয়াৰ কান্দ এতিয়া কোনে বিচাৰ কৰিব
এইজনীক কেনেকুৱা লাগিছে? আগৰজনক এৰিলে বিলৈ এনেকুৱা হবই৷মজা লাগিছে দেই
Dhet, mojja2 hihote korisil tur nu kiyo mojja?
well done 👏 sister 👏 👍 god bless you 🙏
বুঢ়াবোৰৰ ও মাজত প্ৰেমৰ জালনা যন্ত্ৰনা বহুত।
Bal maiki
😂😂😂😂😂
😀😀😀
Eitu kintu epic 😄hahaha buraburor majotu bule premor Jala jontrona
😀😀😀😀
আচলতে মহিলা গৰাকী Divorsi কাৰণে তেও সুযোগ লবলৈ আগবাঢ়ি গল,মহিলা গৰাকীৰ শৰীৰটো উপভোগ কৰিলে ঠিকেই মৰ্যদা দিবলৈ অপাৰগ হৈ পৰিল বিভিন্ন কাৰণত।মহিলাৰ সৈতে ধেমালি কৰা আৰু জুইৰ সৈতে খেলা একেই কথা।তেখতৰ দুজনী ছোৱালী আছে wife আছে,তাৰপিছত বাকী মহিলাৰ সৈতে আকৌ পোৱালী জন্ম দিয়া এইবোৰ কি সৰু কথা নেকি? আজিকালি মিডিয়া বহুত হল,এইবোৰ নিউজ পৃথিবীক জনাই দি বা: বা: লোৱাটৌ স্বাভাবিক।মহিলা বিলাক অলপ চিন্তাশীল হব লাগে, দুইজন পুৰুষেই আচলতে তেখেতৰ শৰীৰটোক লৈ ধেমালি কৰিলে,আত্মাৰে ভাল পালে এনে নহলহেতেন।মহান পূৰুষ সকলে নাৰীৰ শৰীৰ লৈ খেলা কৰা অনুচিত নাৰী জাতিও সাৱধান হব লাগে,এবাৰ জীবনত ঠগ খালে দ্বিতীয় বাৰ এক ভুলকেই কৰিব নালাগে।মেইন কথা Divorsi কাৰণেহে ভালপোৱাৰ অভিনয় কৰি শৰীৰ টো ব্যৱহাৰ কৰিছিল,কিন্তু নাৰীৰ শৰীৰ একুৰা জুইহে,পৰাপক্ষত এই জুইৰ পৰা দূৰত থাকিব লাগে,আইনে কি কৰিব?পৰকীয়া প্ৰেমৰ পৰিণতি ওলাই গলেই----,-----,,,,
Don't wory, ur in tru way God will help u ,God bless u
All the APSC aspirants should noted this news for your upcoming exam.
😂😂
মামা অ মামা।।এইয়া অসম পুলিচৰ শীৰ্ষ বিষয়াৰ কাণ্ড ।।মানুহ গৰাকীয়ে সকলো সছা কথা কৈছে।।গতিকে মহিলা গৰাকীয়ে ন্যায় পাব লাগে ।।
এইবোৰ কথাই আমাৰ সমাজত ব্যৱস্থাত বিৰূপ প্ৰভাৱ পেলাব। তহতঁবোৰ সচাকৈয়ে অভদ্ৰ ,অসভ্য ।
sp jonor আগৰ wife আছে বুলি জানি কিয় আগবাঢ়িলে purukhe jiman rohon হানি কথা কওঁক tatei vul jab nelage আনৰ sankar ধ্বংস কৰা পৰিণতি ভগৱানে কৰোke ৰেহাই nidia
Bhut ase enekua toka dekhi nijor deha d diaa...aru...enekua maiki pagol..
Thikei koise apuni s p sir married buli jani u kio agbarhi jabo lage ..vul2 tate i ..kunu maiki e nibisare nijor manuh jn anor hoi juwa 2 ..
Ummm.posi posi moribo lage enekua papi tirotabor
@@kangkandoley8460 Thik koisa. Sexy burha maiki. Hubidha badi.Rendyu hobo pare.
লোকৰ সংসাৰ থকা বুলি গম পাওঁ ধ্বংস কৰিছিলে এতিয়া কেনেকোৱা লাগিছে
Akdom right koise apni
Thikey koise apuni
val ke news chai coment koribo lage ..tai ki koi jetia tai pregnat asil tetia hai gom paisil buli koise khona nai
@@birambasumatary "bia nuhuwake pregnant hoisil aru pisot gom paisil "tate answer tu ase pise suburiyar bure buji napale sage 🤣
@Sumpa Ziyangli right kotha
Boss kotha
অবৈধ যৌন সম্পৰ্ক কৰি আজি এই দুখ লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে।
অবৈধ কৰ্মৰ ফল দুখজনক আৰু সেয়েহে এনে কৰ্মৰ পৰা আঁতৰি থাকিব লাগে।
সি যিকি নহওঁক ন্যায় প্ৰদান কৰাৰ বাবে চিকিৎসা বিজ্ঞানৰ সহায় লৈ দেৱজিৎ দেউৰীৰ দুচৰিত্ৰ ৰাজহুৱা কৰি ভুক্তভুগি মহিলা গৰাকী আৰু তেওঁলোকৰ সন্তানক আৰ্থিক ক্ষতি পূৰণ দেউৰীৰ পৰা উলিয়াব লাগে।
এই ক্ষেত্ৰত DNA test কৰিলে সকলো পৰিষ্কাৰ হব। অভিযোগ উত্থাপন হৈছে আৰু এটা কেচ হৈছে । এই ক্ষেত্ৰত আইনে হয়তো DNA test কৰিব দিব। অলপ অপেক্ষা কৰিলে সকলো clear হব। বহুতো আৰক্ষীৰ এই ধৰণৰ নাৰীজনিত সমপৰক থাকেই।
High power can manipulate DNA reports
@@NolanGraysonNowl আইনে DNA test কৰিব দিয়াৰ আগতে সংশ্লিষ্ট বিষয়াক নিলম্বন কৰা নিৰ্দেশ নিদিয়াকৈ নাথাকে । DNA test কৰা আৰু প্ৰতিবেদন দাখিল কৰা আদি সমষ্ট প্ৰক্রিয়া পৰিচালনা নিয়মৰ মাজেৰে কৰিব বুলি বিশ্বাস কৰোঁ ।
It is clearly visible that the lady is telling the truth. She must get justice.
Yes
Carect
Moi bhabo hokolo hosa.
@@snigdhaarya1299 pllp0lllp0l
@@snigdhaarya1299
L.
আজি হে জানিলো SP হলে সুবিধা আৰু আমোদ বিনোদন কিমান কৰিব পাৰে জিৱনত।
আৰম্ভণি দিনবোৰ ভাল আছিল ককা আছি কিন্তুু শেষৰ দিনবোৰত মামা আছে।
মামাৰ কানত পৰিলে আৰু আৰাম পাব SP য়ে।
😂😂😂😂
Right ✅ Bro
কোনো কম নহয়। দুয়োটা চৰিত্ৰহীন আৰু লম্পট।
Right👍
যি বুজা গৈছে, s p জন বহুত খিলাৰী কিজানি?
সচায় দুখ লগা। মহিলাগৰাকীয়ে উপযুক্ত সন্মান লাভ কৰক।
Good
অকল sp য়ে সময় কটোৱা নাই, মহিলা জনিও কটাইছিল সময়।
Right
Good bless you
Investigation is needed and should be punished the criminal
Well done mam 👏
Well done debojit.
মহিলা গৰাকীয়ে ন্যায় পাব লাগে
Request to all media persons to follow this investigation very carefully...
মহান বাতৰি এটা শুনি ধন্য হলো।
😂
মানোহ গৰাকী সছা যেন লাগিছে, কথাবোৰ চাই, বুঢ়া বয়সত প্ৰেম কৰি মৰ এতিয়া
Biya hua manuh jonor logot asil mane tai rakhel tat pasot akw kihor vul xudho
উচিত তদন্ত কৰি মানুহগৰাকীক ন্যায় দিব লাগে, বুঢ়া টোৰ বুঢ়াকালত প্রকৃতি লৰিছে
সাহসী, সত্য বাদী নাৰীৰ।
আপুনি case ত জয়ী হবই।
বৰ দুখৰ খবৰ।
Maa is great things maa
Enjoy a lot..... Finally get answer 😂😂😂😂😂😂 .... Very good 👍👍👍 enjoy karu or....
God blecing you
উচ্ছিদ তদন্ত কৰিব লাগে
এজন আৰক্ষী অধীক্ষক এনেকুৱা আচৰন Ram ram
ভূল কাৰ নাজানো উচিত তদন্ত লব লাগে পৰকীয়া প্ৰেম এনেকুৱাই হয়
Exactly.
টকা পইচা দিয়া বন্ধ কৰি দিয়াৰ কাৰনে এতিয়া এইবোৰ কৰা নাইতো বাইদেউ।
😂😂
যিখিনি দেখিলো case এনেই solve হৈ আছে। কিন্তু...........
Nice
আজি দিনত ৰক্ষকে ভক্ষক,,, হাই হাই কলিযুগ ,
উচিত তদন্ত হব লাগে ma'am জনীয়ে ন্যায় পাব লাগে
Khub vaal korise ..baideu apuni apunar adhikar xhabyosto korok...
Blg Wife ase jatiea kihor adhikar....
@@priyankabora6423 right kotha. Bonori eajonie adhikar bisarile nepai
Aaa..mojaa
এই উকীলটো কেইদিন মান আগত ফছিচিল মদ খাই😆
Take moi korbat dekhisu dekhisu lagise
@@bitulb2803 dhoit ghineek logot loi je barot mod khai rastat halla kori aasil rati 2 bojat. Hei2 e eait2 sir.
এজন SPহৈ এনে কাম কৰিছে ছি....
S p hol ki hol ? Hiu2 tez mongohor manuh, Tar lathit jur aase . Dekhisa na batcha poida kori dise.
St sc activity ☕
I feel bad for the child. He is the worst sufferer. she should get justice
sp জনক গ্ৰেপ্তাৰ কৰিব লাগে....
আৰু তাইক SP বনাই দিব লাগে। মজ্জাহ।
এই ওকিল জন ঘৈনেকৰ সৈতে মদ খাই ফচিছিল।
ঠিকেই, এতিয়া মনত পৰিছে কথা কোৱাৰ ধং শুনি
স্পষ্টভাবে কৈছে তেওঁ
মহিলাৰ পৰা সুবিধা পালে পুৰুষে তেনে কৰিবই। বিবাহ বিচ্ছেদ হোৱা মহিলা এগৰাকী কিয় অসামাজিক ভাৱে পৰ পুৰুষৰ লগত সম্পৰ্ক কৰিব লগা হল। অকল পুৰুষ দায়ী নহয় মহিলা গৰাকী ও দায়ী। যদি বলপূৰ্বক ৰ্ধষন কৰিল হেঁতেন তেতিয়া পুৰুষ জন দায়ী আছিল।
পুলিচৰে লেতি পেতি সাধৰন মানুহৰ কি হ'ব।
Very true I supported that lady
কাৰ দূখ নাজানো কিন্তু উচিত তদন্ত হব লাগে
কথাবোৰত নিজৰ চৰিত্ৰটো প্ৰকাশ পাইচে ৷ টকাৰ হিচাপে নিমিলিল নেকি ?
Thik koisa, eaiya purukh nirjaton hoise. Justice for sp sir.
অচিন কাঠৰ ঠোৰা লগালে এনেকুৱাই হয়
Ochinaki nohoi, chinaki kathore dheki thuta , khubolit pithaguri khundisil
সচাঁ কথাত কাপোৰেৰে মুখ ধাকিব নালাগে। বিয়া ২০ বাৰে হক দে sp নাজানে নেকি?
So nice
SP Sir Kolia Kanai.....
পত্নী আছে বুলি জানিও কিয়নো মৰিবলৈ গৈছে।
Hoi to..jd agt maiki ase buli jane ..kio morib jb lge 🤣
Toka dekhi sage😀
Chulkani hoisel 😂
Khujuti besi thoka maiki enekua a lgt poisa.....
Manuh joni right hoi ..so emn vlkoi kotha kobo Parise
কল খাই বাকলি পেলাই দিলে
plz investigate ...we cant believe ..until comes true
Hi hi 🙏🙏🙏🙏
News sai sai vat khwar mojja blage dy kitiya aalu pitika vat kahir sesh hoi gomai napalu
মানুহ গৰাকিয়ে ৮ চনৰ পৰা কি কৰিছিলা ? এতিয়া কৈইছে যে ? যানি বুজি ভূল কৰিছে । অসমীয়া মানুহে এবাৰ হে বিয়া হয় ' এটা এৰি ' এটা লগত বিয়া হোৱা অসমীয়াৰ নিয়মত নপৰে।
ছোৱলী কালত আপোনাক দেখাত ভাল লগা আছিল.এটিয়া আপুনি বুঢ়ী হলা.সেই কাৰনে ডেকা কালতেই সকলো ঠিক কৰি লব লাগে.
I support this lady. She is educated lady and understandable. SP should look after the son. She deserves justice.
Well saxy ।
Heikrne police gitai poisa khabologia Hoi ako maiki dher thke......Hope you get justice baideu kintu akha Kom
Wife nohoi rakhel he hoi tante kihor justice 🤔
পুৰা বেগেনা সোনকালেই সোৱাদ আছিল কেলা😭😭😭😭
power t থাকি আন তিৰোতাৰ দুৰ্বলতাৰ সুযোগ লৈছে । এতিয়া পলাব বিছাৰিলে নহব । উচিত তদন্ত হব লাগে ।
বিপদত হৰি নাম ! !
Sister God help u bless you
Aitu lawyer ok kot dekhisu moi please kouk naa,,,kobat tu dekhisu 😅😅
🙏 justice
She should get Justice
চেনিমাই বোলে বুঢ়ী হোৱা নাই ,, আপুনি বুঢ়ী হল,, আপোনাৰ লৰা লাজ পাব .... সেই কাৰণে এইবোৰ rd বাজি পদ দিয়ক যদি বুঢ়ী হোৱা নাই কাম কৰি খাৱক
Advocate jon swag🍺🍺🍺🍺
হাও উকিল ! কৰবাত দেখিছো নেকি বাৰু !
Takai
S.P. Jon biya pota buli janiu apuni kiyo atori nahil.
Em pegnet huar pisot gusi ahibo lagisil no ?
@@nanubhai9977 এজন sp ৰ পৰিয়ালত কোন আছে গম পোৱা যায়। Pregnant হোৱাৰ আগতেই গম পাইছিল যেন পাইছোঁ মই। এতিয়া উপায় নাপাই মহিলা জনীয়ে মিছা মাত দিছে যেন পাওঁ।
Dui taru vhul
Pulis hoi anekuwa koribo lage nai hi naja ne niki ? amar nisina ati jodi kora hole kelll
I have seen this lawyer in some other vedio also🤔🤔
অামি সৰু মানুহৰ কাৰনেহেএ ইবোৰ ডাঙৰ কথা।এটা level ৰ পৰা এইবোৰ একো কথাই নহয় .
Lawyer tu kai din mn agote news t dekhi silu🤣
মাইকী হে তিৰোতা ৰ মূল ।ৰামায়ণ ত সিতা হে মূল ।মহাভাৰতৰ তিৰি সবে কালৰ মহাযুদ্ধৰ কাৰণ
😅moi mod khau kintu moi mur potnik jivinoloi nothogo. With bottom of my heart. Mrinal Saikia
Lawyer Tu recently news ot dekha dekha lagise
পুলিচক বিশ্বাস কৰি ভুল কৰিলা ।।
💪💪👍👍👍
hijra jn lagise...apunar age hoise akale thakibo paribo dyok.bht kom bokhiya swalio bht karant husbdk eri ba hsbnd dhukuwar pisato kasta kori jiyai ase