অসমত আলু-পিঁয়াজৰ ট্ৰাক প্ৰৱেশত বাধা বংগ আৰক্ষীৰ

Поделиться
HTML-код
  • Опубликовано: 2 дек 2024

Комментарии • 13

  • @TheThinker792
    @TheThinker792 17 часов назад +3

    আমেৰিকাৰ ডেমোক্ৰেত পন্থি, পশ্চিমবঙ্গৰ মমতা পন্থি, আৰু অসমৰ কংগ্ৰেছ মমতা পন্থি এই গোটেই কেইটা দ'লেই মিঞাৰ চাকৰ হয়।

  • @KingTSswag
    @KingTSswag День назад +8

    Fotuwa kotha…himantar daam borhuwa style hoi eitu

  • @BishnuChetia-c4w
    @BishnuChetia-c4w 17 часов назад +1

    Bangaladi assamar papa khadi tar বদলা লক Himanta বিশ্ব শৰ্মাই

  • @AmorjitGogoi-xe8cc
    @AmorjitGogoi-xe8cc 15 часов назад

    এইবোৰ অতপালিৰ কাৰণে কি হ'ব?
    এইবোৰ কাৰণতেই এদিন ভাৰতবৰ্ষৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিখণ্ডিত হ'ব, কেৱল উত্তৰ-পূৰ্বাঞ্চলেই নহয় ইখন ৰাজ্যৰ লগত সিখন ৰাজ্য খোৱা কামুৰা কৰি থাকিলে বিভাজন হ'বই। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে দৃষ্টি নিক্ষেপ কৰিব লাগে কেৱল যিয়ে হ'লো আমাৰ অসমৰ ওপৰতেই দৃষ্টি নিক্ষেপ কৰে। পশ্চিমবঙ্গৰ কিয় ইমান অসমৰ ওপৰত চকু পৰিছে এইখন অসম একেই ভাই-ভনী নহয় নেকি ভাৰতৰ অবিচ্ছেদ্য অংগ নহয় নেকি😮 অসমত সকলো ধৰণৰ জাতি-জনজাতি আছে, এই সকলোবোৰ জাতি-জনজাতি এক লগ হৈ বৃহত্তৰ অসমীয়া জাতি হৈছে। এই অসমলৈ কেৱল আলু নহয় অন্য সামগ্ৰী নপঠিয়ালে কেৱল অসমীয়া সকলে নোকোৱাকৈ নাথাকে বঙালী সম্প্ৰদায়ৰ লোকেও খাবলৈ নোকোৱাকৈ থাকিব লাগিব। পশ্চিমবঙ্গৰ চৰকাৰেও এবাৰ ভাবি চাব।

  • @pramoddeka4285
    @pramoddeka4285 День назад +1

    why not send though the train??????
    TRAIN is a better transporting cost

  • @BabulalMardi-pd5tn
    @BabulalMardi-pd5tn 4 часа назад

    অসমৰ মানু আলু পিযাছ খেতি নকৰে তাৰ কাৰনে বন্ধ কৰিছে খালি খাৱলৈই জানে 😅😅

  • @MohendraSaikia-m4h
    @MohendraSaikia-m4h Час назад

    Sarkare aalusona korok...odhik damot aamar nisina dukhiya manuhe aalu kinim ne sawl kinim.

  • @Ratan-p3b
    @Ratan-p3b 4 часа назад

    Mamata hatau

  • @BuddhadevRay-qt5mx
    @BuddhadevRay-qt5mx День назад

    Posi jaok rastat amar ki ahe jay. Alu nokhowake thakibo parim

  • @GaneshG-kk7cr
    @GaneshG-kk7cr День назад

    Indiat jar mon Jai tak korei

    • @TheThinker792
      @TheThinker792 17 часов назад

      গোলামৰ দেশ হয় যে।