CITY NEWS | খবৰ মহানগৰৰ : খ্ৰীষ্টিয়ানলৈ ধৰ্মান্তৰিত হিন্দু লোক | Conversion

Поделиться
HTML-код
  • Опубликовано: 14 дек 2024

Комментарии • 7

  • @Annuboro444
    @Annuboro444 13 часов назад +1

    Praise the Lord

  • @satyajitgogoi8022
    @satyajitgogoi8022 16 часов назад +1

    মই নিজেই ঈশ্বৰৰ অনুগ্ৰহত খ্ৰীষ্ট ধৰ্মলৈ ধৰ্মান্তৰিত হ'লো কোনোৱে মোক টকা দি ধৰ্মান্তৰিত কৰোৱা নাই। মই কৈছো যে যিমান লোকে খ্ৰীষ্ট ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে তেওঁলোক সকলোৱে ঈশ্বৰৰ অনুগ্ৰহতহে হৈছে। ইয়াত কোনোৱে জোৰ কৰি অথবা টকাৰ প্ৰলোভন দি ধৰ্মান্তৰিত কৰিব নোৱাৰে। যীচুৱে মানুহক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ আহিলে। আপোনালোকে বিষয়ৰ জ্ঞান নোহোৱাকৈ অপপ্ৰচাৰ নকৰিব। যীচু নো কোন হ'য় সেয়া জানিবলৈ বাইবেল পঢ়ক।

  • @BhodreswarKeleng-it5sz
    @BhodreswarKeleng-it5sz 15 часов назад +1

    Kristane Val kaam kari ase, paritranor baad dekhuyaise ,dhainobaad kristan

  • @AmitPegu-yq5fy
    @AmitPegu-yq5fy 14 часов назад

    খ্ৰীষ্টানসকলক চৰকাৰে ইজৰাইলৈ যাবলৈ দিব লাগে অথবা জনজাতিৰ পদ কাতিব লাগে। নিজৰ জাতি আৰু ধৰ্ম এৰি দিয়া মানুহে নিজৰ দেশৰ ভৱিষ্যত বুজি নাপায়।

  • @Annuboro444
    @Annuboro444 13 часов назад +1

    Hindu pora christian hoisu, aru ami jitiya loisilu titiya christian bure amk poisa, dabi di amk kitiyaw kuwa nii, ami nije issa mote di loisu, karon jisut poritran ase, only he can forgive our sin n no one else except him,.. read the bible n knw everything n speak against God, ...