বিদায় হেঁপাহৰ ঘৰখন এসোপা মধুৰ স্মৃতিৰ সৈতে🥺

Поделиться
HTML-код
  • Опубликовано: 8 фев 2025

Комментарии • 443

  • @Nikychutia
    @Nikychutia 9 месяцев назад +82

    নজনাকৈয়ে চকুলোঁ নিগৰি আহিল।শেষৰ মূহূত খিনিয়ে চকুৰ পটা পানিৰে আবৰি পেলালে।মাৰ মুখ খনে মন প্ৰাণ কাহি নিলে যেন মই মোৰ আপোন ঘৰ খন হে এৰি যাব উলাইছো। সেই ঘৰ খন মোৰ অচিনাকি আজি লৈকে ওচৰৰ পৰা দেখাও নাই তোমাৰ ভিদেও বোৰটে দেখো।তথাপি মনত একুৰা উটপ জুই জ্বলাৰ দৰে অনুভৱ হৈছে গোটেই মনটো গধূৰ কৰি পেলাইছে।মুৰেই যদি তেনেকুৱা হৈছে তোমালোকৰ মনত এখন ধুমুহাৰ সৃষ্টি হৈছে চাগে।কেনেকৈ সহিব পাৰি বিদায়ৰ বেদেনা কেনেদৰে এৰি যাব পাৰি নিজে সজা সেই আপোন ঘৰ খন।
    বৰ দুখ লাগিছে চকুৰ পানী টুপ টুপ কৈ হৰি পৰিছে।শেষৰ খিনি দেখি নিজকে বুজাব নোৱাৰিলোঁ।
    বহুত বহুত মৰম তুমালোকৰ পৰিয়ালটোলৈ ।
    মোৰ নামটো তোমাৰ video ত লবা ।
    যদি সময়ৰ সোঁতত অলপ মান সময় পোৱা মোৰ লিখনি চোৱা কিবা এটা উত্তৰ দিবা।।
    মৰমৰ ৰিম্পী বা❤️❤️

    • @rimpeephukonmaina399
      @rimpeephukonmaina399  9 месяцев назад +6

      Bohut bohut morom tumaloi bor val lagil o

    • @sangeetakalita514
      @sangeetakalita514 9 месяцев назад +1

      Bohut baya lagisa nijor ghor Ari oha jan lagisa , tat valkoy thakiba sokolu a ,

    • @AdhunikaSaikia
      @AdhunikaSaikia 9 месяцев назад

      Sokupani rokhabo nuarilu

    • @AdhunikaSaikia
      @AdhunikaSaikia 9 месяцев назад

      Moiu rokhabo nuarisu sokupani

    • @rakhidutta1334
      @rakhidutta1334 8 месяцев назад

      Monor ktha khini koi Dila

  • @M17-f5l
    @M17-f5l 8 месяцев назад +6

    বহুত দুখ লাগিল৷এটা ঘৰ বনাই থাকোঁতে ঘৰৰ মানুহজন বা মানুহগৰাকীৰো যথেষ্ট কস্তহয়৷কাৰণ বহুত হেপাঁহত নিজৰ এখন ঘৰ হব৷ এই মনোভাৱটো অন্তাত থাকে৷সচাই মানুহৰ জীৱনবোৰ যে? বহোত কথা ভাবি চিন্তী হেপাঁহৰ ঘৰখন এৰি বেলেগত যাবলগা হয়৷তোমালোকৰো চাগে তেনেকুৱাই হৈছে৷ নতুন ঘৰখনত আটাইকেইজনে ভালে কুশলে থাকা তাৰে কামনা কৰিলোঁ৷

  • @bivamonikhanikor2042
    @bivamonikhanikor2042 8 месяцев назад +5

    সচাই বৰমায়ে যেতিয়া চাবি পাত দিছিল চকু পানী ৰখাব পৰা নাছিলোঁ,,,কিয়নো সকলোযে ঘৰ এখনৰ প্ৰতি কিমান মৰম আবেগ সোমাই থাকে,,,বহুত দুখ লাগিল,,,যেতিয়া কুসুম দিয়ে ও কান্দি দিছিল,,,বৰমা মুখ খন দেখি বেছি বেয়া লাগিছিল কিয়নো বৰমা বহুত কিবাকিবি সোমাই আছে,,বাকী নতুন ঘৰত সুখী হোৱা সকলো,,,আগবাঢ়ি যোৱা সদাই,,,

  • @RoktimBora-g9z
    @RoktimBora-g9z 9 месяцев назад +12

    নিজে নিজে।চকুলো বৈ আহিল।নতুন ঘৰৰ বাবে ও শুভেচ্ছা যাচিলো।সদায় পৰিয়ালৰ সকলো ভালা থাকা।এজনে আনজনৰ ছাঁ হৈ থাকা।সুখী হোৱা❤️❤️

    • @shilpineog5833
      @shilpineog5833 9 месяцев назад +2

      মইও নিজে‌ নিজে চকুলো বৈ আহিল 😔😔

  • @rakhisonowal104
    @rakhisonowal104 8 месяцев назад +5

    এখন ঘৰ সম্পূৰ্ণকৈ সজাওতে কিমান কষ্ট হয় আকৌ এখন নতুন ঘৰ সজাবলৈ মানসিকভাৱে কিমান সবল হ'ব লাগিব ।ভাল হওঁক তোমালোকৰ।দুখ লাগিল চাই।কুশলে থাকা সদায়।লগ পাম কেতিয়াবা বাটে-ঘাটে ডিব্ৰুগড়ত❤❤

  • @UrmimalaDeka
    @UrmimalaDeka 7 месяцев назад +1

    তোমাক চিনি নাপালেওঁ videoটো চাই মনটো বহুত বেয়া লাগিল। নজনাকৈয়ে চকুপানী বৈ আহিল। বিশেষকৈ মা ৰ মুখখন দেখি। মাৰ লগত এই ঘৰখনৰ সম্পক আটাইতকৈ বেছি ।

  • @asomiyabowarikabita3292
    @asomiyabowarikabita3292 8 месяцев назад +2

    সচাকৈ চকু পানী ওলাই গল ❤❤নিজে সাজি লোৱা ঘৰখন এৰি যাবলৈ খুবেই বেয়া লাগে

  • @r.hazarika9231
    @r.hazarika9231 9 месяцев назад +6

    মাৰ্ঘেৰিটাৰ ঘৰখনলৈ বহুত মনত পৰিব, বহুত ভাল লাগিছিল, উপায় নাই যাবই লাগিব, নতুন ঘৰ খন সম্পূৰ্ণ হওঁক সোনকালে তাৰেই কামনা কৰিলোঁ ❤️

  • @pinkimajuli
    @pinkimajuli 9 месяцев назад +10

    শেষৰ সময় খিনি চাই কান্দি দিলোঁ 😢বেয়া লাগিল ❤যি নহওঁক পুৰণি বোৰ সদায় স্মৃতি হৈ ৰব ,নতুন ঘৰ খন আকৌ সজাই তুলিব । ভাল হওঁক আপোনালোকৰ❤❤😢

  • @munundchiranjibvlog1911
    @munundchiranjibvlog1911 9 месяцев назад +6

    সঁচাকৈ বৰ দুখ লাগিছে খেশৰ সময় খিনি কুসুম দিদি কাঁন্দুতে মোৰ চকু পানী ওলাই গল 😢

  • @champatamuly3922
    @champatamuly3922 8 месяцев назад

    বহুত বেয়া লাগিল । নতুন ঘৰখনলৈ আমাৰ আশীৰ্বাদ থাকিল আৰু দেখা পাম নিশ্চয় নতুন ঘৰখন।

  • @rohitrakheevlogs
    @rohitrakheevlogs 8 месяцев назад

    Rimpi ba moi 2mar video বহু দিনৰ আগৰ পৰাই চাওঁ kin2 কমেন্ত নকৰোঁ।মইও ডিমৌ কলেজ তে পঢ়িছিলোঁ।শেষলৈ বহুত দুখ লাগিছিল চকু পানী ৰখাব নোৱাৰিলোঁ। মাজে মাজে গৈ থাকিব দে পুৰণি ঘৰ লৈ।2মাৰ লগত সংগীতা যে বেজপথৰ তাই ঘৰৰ ওচৰতে মোৰ।আজি বহুত বেছি দুখ লাগিলে comment নকৰাকৈ থাকিব নোৱাৰিলোঁ।best of luck, নতুন ঘৰত ভালকৈ থাকিবা।

  • @rashmihandique4799
    @rashmihandique4799 9 месяцев назад +1

    ৰাতিপুৱাই কান্দি কান্দি বিচনাতে চালো ভিদিও টো। বহুত বহুত দুখ লাগিল দেই। মা আৰু দেউতালৈ বহুত দুখ লাগিল । নিজৰ আপোন ঘৰখন এৰাৰ নিচিনা লাগিছে। বহুত ভাল পাও ঘৰখন । শেষত কিনো লিখিম কেতিয়াবা মাজে মাজে ঘৰখনলৈ জাবা আমাকো দেখা বা। বহুত বহুত মৰম তোমালোকলৈ।❤❤❤

  • @mousumikakati6328
    @mousumikakati6328 8 месяцев назад +1

    শিল , বালিৰ পৰা আৰম্ভ কৰি প্ৰতিটো সৰু সৰু বস্তুুত যে আটাইৰে কিমান কষ্ট আছে ঘৰটো সম্পূৰ্ণ হোৱালৈ তাৰপিছত হেঁপাহেৰে ঘৰটো সজোৱালৈ
    উফ😢 এতিয়া ঘৰটো আনৰ হাতত এৰি থৈ যোৱা কষ্টবোৰ চকুপানী ৰূপত আটাইৰৈ মুখত দেখি খুব দুখ লাগিছে😢
    এতিয়া আকৌ এখন হেঁপাহেৰে মধুৰ ঘৰ সাজক❤ ভগৱানে আটাইকে কুশলে ৰাখক🌻বহুতততত মৰম❤
    লগতে Kusum dii লৈ ও বহুত মৰম❤ কুশলে থাকক❤

  • @assamboy3636
    @assamboy3636 8 месяцев назад +2

    Maina ba ghr 2 ki karone emn jldi ghr2 bikibo loga hl aru kor manuhe kinile kimnt biki korila ?

  • @anjaliborah4614
    @anjaliborah4614 8 месяцев назад

    কান্দি গলো দেই ।অলপ দিনৰ পাছত আমাৰো এই সময় আহি পাবহি ।বহুত দুখ লাগিল দেখি ও ভাবি ।

  • @molinadas9009
    @molinadas9009 8 месяцев назад

    Dibrugarh.t kot koisa ghor moiu dibrugarh.t thaku kodomonit ghor..

  • @kristichutia6411
    @kristichutia6411 8 месяцев назад +2

    Hosai rimpee ahibologia protitu homoi hundor houk. Beya loga buli koboloi bohutei beya lagi gol. Nijor ghorkhonor abeg hokoluye buje. Aami hodai tumalukor supporter❤❤❤❤❤

  • @mdanish6101
    @mdanish6101 9 месяцев назад +3

    Tumalukor konda dekhi moiu eman ke kandilu nohoi ki Kom aru bohut beya lagise love from jharkhand ❤❤❤❤❤❤❤

  • @KuhiDas-fq8kb
    @KuhiDas-fq8kb 6 месяцев назад

    Videotu sai mur soku pani ulai goise baa

  • @geetamonisaikiageetamonisa7521
    @geetamonisaikiageetamonisa7521 7 месяцев назад

    Hosakoia bor dukh lgeil..nijor ghar khan eri juatu bor kosto hosake...😢😢😢vale thaka hodai tumaluk...maa loi bor dukh lgeil😢😢

  • @nirugogoi6478
    @nirugogoi6478 9 месяцев назад

    সঁচাকৈয়ে মাইনা বৰ দুখ লাগিল....একেবাৰে‌ প্ৰথমৰ পৰা তোমাৰ ভিদিও চাইছো কিবা আপোন আপোন লাগে ঘৰখন🥺,যদিও বা তোমাৰ ঘৰখনলৈ এদিনো গৈ পোৱা নাই....বহুত ভাললাগে তোমালোকৰ পৰিয়ালৰ সকলোকে মনত পৰিব আমাৰো ঘৰখনলৈ🥺

  • @dhiramonikalita555
    @dhiramonikalita555 8 месяцев назад

    First time watching ur videos... Lov it❤❤

  • @JimpichetiaboruahDhunu
    @JimpichetiaboruahDhunu 9 месяцев назад +2

    Video to sai bohot emotional hoi golu.. ghor khonor sabe to jatia notun manugorakik disel hei homoi khinet soku pani nigore ahile oo... Atia tumaluk hokolua akeloge hukhot thaka tai kamona korisu..♥️

  • @barashamech7827
    @barashamech7827 9 месяцев назад

    দুখ নকৰিবা। মা হতকো কবা দুখ নকৰিবলৈ। এতিয়া চবেই লগত থাকিবা, ভালহে হ'ব। নহলে ডিব্ৰুগড়ত থাকা যদিও মা-দেউতাৰ কাৰণে চিন্তা হৈ থাকে চাগে। সেইয়া এতিয়া কমিব। মা-দেউতা লগত থাকিলে তোমাৰ ভৱিষ্যতত ল'ৰা-ছোৱালী ডাঙৰ কৰিবলৈ একো কষ্ট নহয়। মুঠতে গোটেইখিনি চকুৰ আগত থাকিলে মনবোৰো ভাল লাগি থাকে, চিন্তা নোহোৱা হয়।

  • @bhagyaphukan9395
    @bhagyaphukan9395 9 месяцев назад +2

    আজি ভিডিঅ' চাই বৰ দুখ লাগিল । নতুন ঘৰখনলৈ আন্তৰিক শুভেচ্ছা জনালোঁ ।

  • @binitaphukon2952
    @binitaphukon2952 8 месяцев назад +1

    Video tu sai hosai bohut val lgela,,,lastot bohut dukh lgela nokondakoi thakibo niwarelu,,,kusum bai emn kandisa hosai emn mrm apunalukoloi

  • @MintuDas-zd4nz
    @MintuDas-zd4nz 8 месяцев назад +2

    Boya lagise bhute baa ari gola aji ghrr khon morom or kiman dukh lage morom or ❤😢🥺

  • @rosyborah7968
    @rosyborah7968 2 месяца назад

    1st cmt moi kandi dilu sai frm nogau rose borah

  • @puspakalita254
    @puspakalita254 8 месяцев назад

    বহুত দুখ লাগিল ভিদিঅতো চাই

  • @roshmiMvlogs7941
    @roshmiMvlogs7941 8 месяцев назад

    Video2 sai thakute .. hekhor muhurtot kenekoi sokulu bagoril gomoke napalu .. ontor sui gol .. kusum didi r tumalukr proti thoka mrm dekhi ru.. ma r sokujuri sai ... Nijor ma a jen kosto paise dore buku kopi gol ..
    Hepahor ghrr khon arar kosto ami u onuvob krisu .. rimpi ..
    Mrm aru ofuronto val puwa tumalukr poriyal tuloi ..❤❤

  • @lachuboruah6360
    @lachuboruah6360 8 месяцев назад

    😢তোমালোকক প্ৰত্যেক্ষভাৱে আজিলৈকে লগ পোৱা নাই,কিন্তু চকুপানীবোৰ নিজে নিজে ওলাই আহিল..সঁচাকৈ নিজে সজাই লোৱা ঘৰখন এৰি যোৱাটো বৰ কষ্টকৰ😢সকলোৱে নতুন ঘৰখনত সুখেৰে থাকা ..

  • @pompidutta4326
    @pompidutta4326 8 месяцев назад

    ভিডিঅ'তো বহুত দিনৰ মূৰত চালো বৰ দুখ লাগিল অ ৰিমপি 😢😢 কিছুমান অসুবিধাৰ কাৰনে চোৱা নাছিলো 😢😢

  • @joyashreetalukdar2883
    @joyashreetalukdar2883 8 месяцев назад

    Tumar video sai muru sokupani rokhabo ni para...bhale thaka tumalok...Aguai jua...

  • @tukuvlogsdichengfagogoi9268
    @tukuvlogsdichengfagogoi9268 8 месяцев назад

    বহুত বেচি দুখ লাগিল ,,চকু পানী ৰখাব নোৱাৰিলোঁ ।।তোক first thoi ahute kandisilu ru aji kandisu thohoti heykhon ghor eri thoi oha karone 😅

  • @parinitadekaraja
    @parinitadekaraja 8 месяцев назад

    শেষত বৰ দুখ লাগিল

  • @RijumoniBoruaGogoi
    @RijumoniBoruaGogoi 8 месяцев назад +2

    Maai sage besi dukh korise mukh khn dekhilei gom pua goise iman bosor nijr ghr khnt thaki agi belegok ari thoi jua2 kiman dukh lage bujai he bujibo notun koi akhn ghr hajileu ai khn ghr khnr ismity bur a beleg 😢

  • @BornaliGogoi-fq2ki
    @BornaliGogoi-fq2ki 8 месяцев назад

    Bohut dukh lagil video tu sai hosakoiye nijor hepahor ghorkhon ari aha tu bor koshtra, hodai vale thaka log pam ketiaba

  • @susmitasharma340
    @susmitasharma340 8 месяцев назад

    Bohut dukh loga homoi jak beai vl pua jai atori gole kenekua lge bujabo nuari

  • @axomiyapakghar2734
    @axomiyapakghar2734 8 месяцев назад

    শেষত দুখ লাগিল ❤❤

  • @sharganandagogoi
    @sharganandagogoi 8 месяцев назад

    Bohut dukh lagil video tu Sai , bohut kandilu

  • @PurabiThakuria-jj3vs
    @PurabiThakuria-jj3vs 8 месяцев назад

    Baa🥰 video to sai o bohut dekhu lgily 🥲

  • @Upasanazvlogs
    @Upasanazvlogs 8 месяцев назад

    Bor dukh lagi goixe o muru moiu anekoi bhara Ghar tu ari ahisilu

  • @jugashreeborchetia8319
    @jugashreeborchetia8319 9 месяцев назад

    Uffff... Cmnt 2 likha agt okomn roi loisu... Aku hobdoi uluwa nai.. Kimn j bukukhn bikhaise njnu.. Sokur pni ye bat nedekha hoise.. Mi ai2 situation puwa nai kin2 ane lgse jen mur lgt he hoi ase.. 2mluk dekhi dekhi ye apun hoi porila j hoi2 heibbe... Aku nai Poristiri r lgt hokolu ye hat milai solibo lgbo... Hekht bht mrm❤❤❤

  • @Divyaandkaushikvrecipevlog4127
    @Divyaandkaushikvrecipevlog4127 8 месяцев назад +3

    মনটো দূখ লাগিল ❤️ পৰিম্মিতা বা আৰু আদিতি বহুত মিচি কৰিব । দেওবাৰৰ সপ্তাহতে আইতা ককা ঘৰৰ যাই এতিয়া দূৰ হ'ব 😢

  • @KalpitaBorahRajkhowa
    @KalpitaBorahRajkhowa 9 месяцев назад

    Videotu sai nija nojonakoia sokur pani ulai ahil.anakua lagil moi ha jen nijor ghor khn ari thoi ahilu.

  • @ChandanHazarika-ww5mr
    @ChandanHazarika-ww5mr 8 месяцев назад

    এখন ঘৰ সাজি উলিয়াই সজতনে ৰাখি আকৌ যেতিয়া আন কাৰোবাৰ হাতত গতাই দিয়া জনে গমবহুত বেয়া লাগিল বা মই কেতিয়াও তোমাৰ ভিডিওত কমেট নাই কৰা আজি কমেট নকৰাকৈ নোৱাৰিলোঁ নতুন ঘৰ খনত ভালদৰে থাকিবা বাকি ভগবানৰ ওচৰত প্ৰাথনা কৰিছো❤❤❤❤

  • @priyakhiboiragi
    @priyakhiboiragi 9 месяцев назад +1

    Akhn ghr ari anakhn ghrla jua dukh2 kunu dukhtka km nhoi....jenedore ajni suwali bia hoi akhn ghror pora ankhn ghrla ahila jnkua dukh hoi tumalukr maa htr u hnkua a dukh hoisa mnt......baki notun ghrt hokolu hukhot thkok❤❤❤

  • @dailyroutine1996
    @dailyroutine1996 8 месяцев назад

    Welcome to Dibrugarh
    Pxe Dibrugarh ot kun khint ase apnlk

  • @mouchumidaimaryrabhavlog290
    @mouchumidaimaryrabhavlog290 9 месяцев назад +2

    🥺😥😥😥😥 bohut emotional hoi golu bormaak konda dekhi soku pani boi ahil hosakoi😥🥺

  • @btsarmydiksha1709
    @btsarmydiksha1709 8 месяцев назад

    ঘৰ এটা এৰিবলৈ বহু কষ্ট হয় মাই বহুত ধৈৰ্য ধৰিব লগা হৈছে মই ডিবুগড় তোমালোকে কত ঘৰ বনালা

  • @pompidutta6068
    @pompidutta6068 8 месяцев назад

    Hosakoi a hekhor homoi kont bhut dukh lagil nojonakoi kandi dilu hepahor ghor khon ari jua muhurto tu bor dukh loga

  • @jakhashyaphukan8938
    @jakhashyaphukan8938 9 месяцев назад

    Hosai video sai vl lagil .last kandi golu bohut bea lagila...

  • @bonsikhabasumatari8513
    @bonsikhabasumatari8513 8 месяцев назад

    Tumaluk jati hdi akelogi thaka gutei poriyal tu...tumalukor mongol houk..hukhi huwa hdi...
    Lot's of love 😚...
    Mon bya nkriba...atya toh sobei ake loge thkiba.

  • @jinasameen9431
    @jinasameen9431 9 месяцев назад +5

    Bhut dukh lagil 😭 sokur Pani rokhab nuwarilu hodai vale thakha hokolu..😢

  • @Munuphukan-o1z
    @Munuphukan-o1z 6 месяцев назад

    Sokupani ulai gol o baa❤

  • @mamanidekaraja9495
    @mamanidekaraja9495 8 месяцев назад

    Bohut bya lagise

  • @pompiduwarah3590
    @pompiduwarah3590 8 месяцев назад

    শেষৰ খিনি য়ে চকুৰ পানী উলিয়াই দিলে😌😌😌😭দুখ লাগি গল

  • @SGgamer-u3y
    @SGgamer-u3y 8 месяцев назад +1

    Bohut bea lagil o maina hodai valke thakiba❤

  • @MridusmitaRabha-x3o
    @MridusmitaRabha-x3o 8 месяцев назад

    Bhut beya lagil baa soku pani rokhaboi nowarilu ❤❤

  • @dinakalita5477
    @dinakalita5477 8 месяцев назад

    বহুত কন্দিলো দেই

  • @Iseng_panchalika_01
    @Iseng_panchalika_01 9 месяцев назад

    Baa bohut dukh lgel hakholoi soku pani ulai ahil bohut base dukh lgel baa aku jjj katia dakhi pamm tmalukor hukhor ghr khon asolotay tmalukr bule kolay beyai hb ameru apun ghr nisina hoii pril hukhi hb tmaluk hokolu baa

  • @raghunathdeka8803
    @raghunathdeka8803 8 месяцев назад +1

    🥺🥺🥺🥺😥😥😥

  • @Joonak256
    @Joonak256 8 месяцев назад

    শেষৰ খিনি চাই, নকন্দাকৈ চাগৈ কোনো নাই❤

  • @RinkiHazarika-x2y
    @RinkiHazarika-x2y 9 месяцев назад

    Vdo Tu sai bohut dukh lgil. Sai thakute sokupani ulai gol.. Apunalukor kiman dukh lgise anubhav kribo prisu.

  • @ManimaKalita-rn3kx
    @ManimaKalita-rn3kx 9 месяцев назад

    Bohut dukh lagil video to sai.. Valkoi thakiba ba new ghorot

  • @HorokhiPhukan
    @HorokhiPhukan 8 месяцев назад

    Hosakoi hekholoi nije sokur Pani ulai ahil bhaldore thkiba dei maina baa tumalukor ghr khon hukhor houk agoloi 🥰

  • @Pranitachetia-c5n
    @Pranitachetia-c5n 8 месяцев назад

    বহুত দুখ লাগিল দেই চকুপানী উলাই গল😢😢😢

  • @SumanchutiaSumanchutia
    @SumanchutiaSumanchutia 4 месяца назад

    Bohut bea lagile nijor ghor khon kenekoi ari ahib pari baru moi j ketiau nuwaru lagile horu houk ba dangor a houk tothapiu homoyor hutot nijor valor karne ariboi lagibo . Last moment t bht bea lagile soku Pani ulai gol

  • @HiyadasHiyadas-u7f
    @HiyadasHiyadas-u7f 9 месяцев назад +1

    Baa o sokur pani bolai gl 😢 baar proti tu vdio saw moii comment ndiu aji 1st comment baa .... Kandi dlu ajii

  • @juligogoi2411
    @juligogoi2411 9 месяцев назад

    Kiman bosor thakile ghrkhn ot

  • @silpisatyavlog
    @silpisatyavlog 9 месяцев назад

    Video sai sai Tumak j moi kali hopunote dekhi goisu dei eman val lagil hopunote log pai photo uthi lu hopunote real k log puwa hole aru vl lagila hoi sage...har pai hosake log paisu buli vabi asilu bahut deri 😂😂log puar bahut akha ase dei...

  • @himadribora413
    @himadribora413 9 месяцев назад +1

    Bohut kandilu aji tumar video sai ...ki koriba aru upai nai kiba ata pabo hole kiba ata aribo loga hoie aru 😢

  • @dharitrysaikia9934
    @dharitrysaikia9934 8 месяцев назад

    Duhk lgi gl sai moiu jnu ghr erile kiman dukh lge ,,,ami baru vara ghorot asilu hleu eri jwate bhut dukh lgisil

  • @himadrisonowal4017
    @himadrisonowal4017 8 месяцев назад

    হেপাহেৰে সজাই লোৱা ঘৰখন এৰি যোৱা সহজ কথা নহয় ধেৎ দুখ লাগিল😢😭

  • @paparibaishya2877
    @paparibaishya2877 8 месяцев назад

    Ghor2 kiman t bikri krila ba😊

  • @ananditar1854
    @ananditar1854 9 месяцев назад +1

    Bohut basi dukh lagele soku pani rokhabo pora nai video 2 sai 😢😢😢

  • @jungogoijungogoi8712
    @jungogoijungogoi8712 9 месяцев назад

    ঘৰত এতিয়া কোন থাকিব

  • @rimasaikia4068
    @rimasaikia4068 8 месяцев назад

    চাই বৰ বেয়া লাগিলে😂❤❤

  • @rijumonideka4679
    @rijumonideka4679 8 месяцев назад

    Bhara ghor eta holoni korilei eman dukh lage.. aru nijor ghor khon ekebare eri jabo loga hole kiman besi dukh lagibo...

  • @Rupalibora7114
    @Rupalibora7114 9 месяцев назад

    Video2 sai sokupani uli gol.bohut baya lagise haikhro homit.

  • @digantahazarika1631
    @digantahazarika1631 8 месяцев назад

    বহুত বেয়া লাগিলে

  • @chinmoyeebaruahsumu2333
    @chinmoyeebaruahsumu2333 9 месяцев назад

    সঁচাকৈ মোৰো বহুত দুখ লাগিছে

  • @nikumonimechborah9679
    @nikumonimechborah9679 8 месяцев назад

    Hosakoi ba bht dukh lgil.. nijor ghorkhn bht hepahor hoi😢

  • @jaysrisvlogs7227
    @jaysrisvlogs7227 8 месяцев назад

    Emotional hoi golu😢 mnt poribo amaru ghr khnle 😢

  • @padmadutta3158
    @padmadutta3158 8 месяцев назад

    বহুত দুখ লাগিল

  • @riturazz_rr
    @riturazz_rr 9 месяцев назад

    Video tu sai vl lagil kintu bht dukhu lagil .. soku pani ulai gol 😥😥

  • @Shivagnisaikia4271
    @Shivagnisaikia4271 8 месяцев назад

    Bhut bya lgi gol ba... Hakhor homoi khini ja aioo 😢...

  • @ruma_s
    @ruma_s 8 месяцев назад

    বহুত বেয়া লাগিলে 🥰🥰🥰

  • @DhananjoyAdhikary-y6n
    @DhananjoyAdhikary-y6n 8 месяцев назад

    Bohut dukh lagil..sukandik lui jaba ..... ketiaba..

  • @nirmalidevi2874
    @nirmalidevi2874 8 месяцев назад

    Sakur pani ulai ahil.pisot khni bhut dukhor asel kobo nuarakoi sakur pani ulaigol.kusum didi loi bhut beya lgese

  • @KamalikaDuwara
    @KamalikaDuwara 8 месяцев назад

    Hosakoi baa kusum didie kandutei muru bohut beya lagil

  • @madhumitaneog5389
    @madhumitaneog5389 9 месяцев назад +1

    Ghr khon hosai bohut hundar asil.kusum didik dekhi soku pani ulai gol hosai.

  • @himakshideka2955
    @himakshideka2955 8 месяцев назад

    Sdai vla thka tumalok❤nvbake skupani olal

  • @minakshimalakar2894
    @minakshimalakar2894 8 месяцев назад

    Mor soku pani olai goise...bhut dhukh lgise

  • @PompyduttaPompydutta
    @PompyduttaPompydutta 9 месяцев назад

    Hosakoi nkndakoi thakib nuwarilu....kusum dii a konda dekhi aru beya lagil😢😢😢

  • @AryushJunu
    @AryushJunu 9 месяцев назад

    বৰ দুখ লাগিলে ও

  • @parinaborah5981
    @parinaborah5981 9 месяцев назад

    Bor dukhor xomoy dei..iman dhuniyake ghor ekhon pati anok gotai diyatu kom dukhor kothane..😢kandi goluge dei..

  • @munmiphukon4393
    @munmiphukon4393 9 месяцев назад

    Hosakoi bohut dukh lagil sai😢, Maa k aru kusum didi ye konda dekhi roi thakibo nuwarilu 😢🥰

  • @baruahjayantaofficialboy4175
    @baruahjayantaofficialboy4175 9 месяцев назад +3

    ঘৰ খনলৈ মনত পৰিব 😢❤