অসমত যদি প্ৰতি দিনাই পুৱা প্ৰতি ঘৰ মানুহৰ ঘৰত একোটাকৈ বৰগীত বাজিল হয়। কিমান যে ভাল লাগিল হয়। তেতিয়া হয়তো আমি ভাষা সংস্কৃতিৰ ৰক্ষাৰ বাবে আন্দোলন কৰিবলৈ ৰাজ পথত যাব নালাগিলে হয়।
Renowned singer Apurba Das and myself along with our friends, the entire night till dawn broke, when the Maestro's last rituals were to be conducted, Apurba suddenly started this hymn. And the huge crowd were overwhelmed. Touching farewell to the maestro.🙏🏻🎶💖
L P School ar parai parhisoni ajileke bhal powa ,monjurua Borgeet r rachak guruzana Madhab Dev arushudhakantha Bhupen Da le mor bhakti o sewa allows jonao.
মই মহাপুৰুষ মাধৱদেৱ স্থাপিত এখন সত্ৰৰ বাসিন্দা । সত্ৰৰ খন ঘৰৰ ওছৰতে । গতিকে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে প্ৰতিদিন বৰগীত সত্ৰত শুনি থাকো তথাপি বৰগীত শুনি আমনি নালাগে যিমান শুনিলেও শুনি থাকিব পাৰি । পুৱতি নিশা বিছনাতে যেতিয়া তেজৰে কমলাপতি বৰগীত শুনো মনটো পুলকিত হয় । এনেকুৱা সত্ৰ এখনত জন্ম লবলৈ পাই মই নিজকে ধন্য মানিছো
অনন্য বৰগীত । শুনি বিমল আনন্দ পাওঁ ।
আপোনি ভাগ্যৱান
Nice
মই কোঁৱৰপুৰ টেপৰতল মাজুমেলীয়া গাৱঁৰ জীয়ৰী আৰু চাৰিং গজপুৰীয়া কাকতি গাৱঁৰ বোৱাঁৰী।মই মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰ শ্ৰীশ্ৰীমাধৱদেৱৰ বৰগীত সমূহ বৰ ভাল পাওঁ আৰু বৰগীত সমূহ সন্ধ্যা অনুশীলন কৰোঁ শুদ্ধ ৰূপত সুৰ দি গাবলৈ; চামগুৰি সত্ৰ(মাজুলী) ৰ শ্ৰীযুক্ত কৃষ্ণ গোস্বামী চাৰৰ ওচৰত অসম সত্ৰ মহাসভাৰ জৰিয়তে শিৱসাগৰ শঙ্কৰ মন্দিৰত দুবাৰ অনুশীলন কৰিছিলোঁ চামগুৰিৰে খোলবাদক শ্ৰীযুক্ত খগেন গোস্বামী আৰু নুনমাটিৰ হীৰা বৈশ্য বাইদেউ আছিল।
@@tilottamaduttabaruah8696 আপোনাৰ চেষ্টা অব্যাহত থাকে যে ন।নতুন চামকো লগত লৈ আগবাঢ়ি যাওক যাতে এই মহান সাংস্কৃতিক ধাৰাটি অব্যাহত থাকে।
অসমত যদি প্ৰতি দিনাই পুৱা প্ৰতি ঘৰ মানুহৰ ঘৰত একোটাকৈ বৰগীত বাজিল হয়। কিমান যে ভাল লাগিল হয়। তেতিয়া হয়তো আমি ভাষা সংস্কৃতিৰ ৰক্ষাৰ বাবে আন্দোলন কৰিবলৈ ৰাজ পথত যাব নালাগিলে হয়।
সত্য সুন্দৰ কথাই উপস্হাপন কৰিছে।
মই প্ৰতিদিনে পুৱা ৪ বজাত প্ৰাণায়াম কৰোঁতে ৱৰগীত / হৰিনাম বজাওঁ ....
সুপ্ৰভাত জনালোঁ ৷
Gu
Hosai
Ld8b
ভূপেনদা তুমি সদায়ে আমাৰ বাবে অতুল্য সম্পদ
মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ অমৰ সৃষ্টি, ড° ভূপেন হাজৰিকাদেৱৰ সুধাকন্ঠত বাণীবদ্ধ,
এই বৰগীত শুনিলে দিনটোৰ বাবে যি প্ৰশান্তি অনুভৱ হয়, সেয়া ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি।
(আমাৰ সৰুকালত আকাশবাণী গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত ভক্তিমূলক গীতৰ প্ৰভাতী অনুষ্ঠান "বন্দনা"ৰ যোগেদি প্ৰায়েই শুনিছিলোঁ। বৰগীতটি আগবঢ়োৱা বাবে আপোনালৈ অশেষ ধন্যবাদ)।
ইমান শুৱলা সুন্দৰ বৰগীত। মই সদায়েই শুনি থাকোঁ। ভূপেনদাৰ আত্মাই চিৰশান্তি লাভ কৰক-- সেৱাৰে- জগন্নাথ।
হিয়া মন জুৰুৱা এটি পুৱা বৰগীত সঁচাই গুৰু জনৰ সৃষ্টি অতুলনীয়----💐💐
W
সুন্দৰ
প্ৰতিদিনে চাৰি পাঁচবাৰকৈ গীত ভাগ শুনো । কেতিয়াবা গাও । তথাপি শুনি এলাহ নালাগে । কি অপূর্ব সুৰ । ভূপেনদাৰ কণ্ঠ ই সোণত সুৱগা চৰোৱা দৰে হৈছে । সংগ্ৰহ কৰি আপলোড কৰা ধ্ৰুৱজ্যোতি ভেকালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো ।
স্বাগতম্
JITEN
@@h34852 ll loo loo l ll lhllu ll llllllllll lol ppqLllllllllla
@@h34852 rP with a lot of the day
ভূপেনদাৰ কন্ঠত বৰগীতটো অপূৰ্ব সুন্দৰ হৈ পৰিছে।
কবলৈ ভাষা নাই ভুপেনদা আমাৰ মনত জীয়াই আচে অাৰু থাকিব
বৰ ভাল লাগিল। দেহ মন পুলকিত হই গ'ল, পৱিত্ৰ হই গ'ল, শ্বাত পৰি গ'ল।
Deuta thakute morning always eitu gaisil. Bohut val lagisl. Eitu hunilei deutak bohut miss karu
সুপ্ৰভাত, ৰাতিপুৱাই সুন্দৰ বৰগীতটি শুনি মন আপ্লুত হ'ল।🙏🙏🙏
Krishna Hori ram, bohut dhunia lagile etu gan xuni hetu bhupen hazarikar
সুন্দৰ আৰু সুমধুৰ শুনিও ভাল লাগে এই ভূপেন হাজৰিকাৰ সংগীত শুনি মই খুবেই ভাল পাও আৰু শুনি খুবেই আনন্দ পাও সেই জনা,
Eman dhunia geet , mon jurai jay.
Bohut val lagise. 👌👌👌👌🌷🌷🌷🌷
Bhupen Hajorika konhto jen lagise supar hit
গুৰুজনাৰ অমৰ বৰগীতৰ সুৰে মন জুৰাই ।
হয়, বৰ ভাল লাগিল কথাটো । আমি অসমীয়া সকলেই যদি শংকৰ গুৰু আৰু আৰু তেৰাৰ প্ৰপন্ন শিষ্য মাধৱ পুৰুষে দি থৈ যোৱা আপুৰুগীয়া সম্পত্তি সমূহৰ সদ্ব্যৱহাৰ নকৰোঁহক তেন্তে কোনে কৰিব ? মই কিন্ত্ত কেৱল কৈয়েই দায় সৰা নাই, পুৱাতে বৰগীত (পুৱাৰ গীত) এটি গাবলৈ অভ্যাস কৰিছোঁ । নিৰ্ভুল নহব পাৰে, কিন্ত্ত গাঁও । নিজেই বুজি -শুনি শুধৰাই গাবলৈ যত্ন কৰোঁ । ভূল কত হৈছে গম পাওঁ । (যেনে - প্ৰথম শব্দটোকেই ধৰোঁ, ' তেজৰে কমলাপতি ' ত তেজৰে শব্দৰ অৰ্থ - ত্যাগ কৰা অৰ্থাৎ শোৱা বাদ দিয়া, ইয়াৰ অৰ্থ (তেজৰে) মানে তেজ মঙহৰ বা অতিকে মৰমৰ নহয় । সেয়ে, বুজো, গাঁওতে সামান্য তাৰতম্য হলেই ভূল । হওঁক ভূল, লাহে লাহে ভূল ভাগি যাব । সেই ধৰণেৰে একোটা শব্দ দুভাগ কৰি গোৱা, নাৰায়ণ শব্দৰ ঠাইত নাৰা য়ণ গাব নালাগিব ।
পুৱাৰ বৰগীত এটাই ঘৰখনলৈ পৱিত্ৰতাৰ এক পৰিবেশ নমায় আনে ।
ইমান খিনি যত্নপৰ হৈছে যেতিয়া , ফল নিশ্চয় ধৰিবই 🙏🙏
ভূপেন হাজৰিকাৰ অমৰ কন্ঠ , সুধা কন্ঠ ।
ভুপেন দা আমাৰ মাজত সদাই আছে
Really great so nice apunar kontho tu eman dhuniya asil 😍😍😍😍
শংকৰদেৱ আৰু মাধৱদেৱৰ অমৰ সৃষ্টি এই বৰগীত সমূহ প্ৰাতঃকালত শুনিলে মনটোৱে বিমল আনন্দ পোৱাই নহয়, এনে গীতে মনটোক বহুত শুদ্ধ কৰে।
গুৰুজনাৰ সৃষ্টি এই বৰগীত টি বহুদিনৰ পৰা বিচাৰি আছিলোঁ। বহুত ধন্যবাদ ডেকা ডাঙৰীয়া।
এই বৰগীতটো শুনি বৰ ভাল লাগে। 😍😍
হয় নি? শুনি থাকিব, আকৌ সদায়।
হে বৰেণ্য ।হে মহান হে স্বৰ্গীয় অমৃতৰ ধাৰা । আপোনাৰ মৃত্যু হোৱা নাই।অমৰ কন্ঠ চিৰসেউজ।।
Very melodious. Borgeet sung by Dr. Bhupen Hazarika are always very melodious.
সৰুতে ৰাতিপুৱা ৰেডিঅ'ত শুনিছিলো🙏🙏🙏
জয় আমাৰ মহাপুৰুষ দুজনা৷জয় আমাৰ ভূপেনদা
এনে কন্ঠ আৰু গীতে সকলো মানুহ ক দিনটোৰ বাবে সতেজ কৰি তোলে । কৃষ্ণ ।
এই বৰগীতটি শুনিলে অপৰূপা বোলছবি খনলৈ মনত পৰে।
ভূপেন দাৰ এই বৰগীতটো অপৰূপা বোলছবিত গোৱা গীতটিতকৈ বহু বছৰ আগতে বাণীবদ্ধ কৰা |
Really you deserve gratitude Deka for giving us the opportunity to listen such golden songs.
Thank you
স্বৰ্গিয়।
তেজৰে কমলা পতি বৰগীতটি ভূপেন দাৰ কন্ঠত খুবেই ভাল লাগে।
ভূপেন তাৰ কন্ঠ ত অমৃত বৈ অহা যেন লাগে, এই বৰগীত গালে।
ৰাতিপুৱা শুনিলে মনতো সতেজ সতেজ লাগে।
হয়
অসমৰ অমূল্য সম্পদ।
সচাকৈয়ে অপুৰ্ব,…
ৰাতিপুৱা এই বৰগীতটো শুনিলে মনটো বৰ পবিত্ৰ পবিত্ৰ লাগে ধন্য বাদ।
কি অপূৰ্ব সুৰ।।।।সুন্দৰ,সুমধুৰ।।
বৰগীতৰ মধুৰতা আৰু ভূপেনদাৰ সুৰৰ লহৰৰ সৈতে ৰজিতা খাই যোৱা গীতে মন মোৰ
জুৰ পৰি গৈছে। কেৱল মোৰেই নে?
Ati sundor bargit
👌👌👌supar 🙏🙏🙏ponam 🌹🌹🌹nice💝💝💝
Very nice song, and I love the it. Wow
মন বেয়া হৈ থকাৰ সময়ত এবাৰ শুনিলে মন প্ৰফুল্ল হৈ উঠে
ভূপেন দাৰ এই গীত বোৰেই তেখেতক অমৰ কৰি ৰাখিব সদায়।
Khoni val lagil🙏🙏🙏
মহাপুৰুষ মাধৱদেৱক মোৰ শত কোটি কোটি প্ৰনাম ।
ভূপেনদাৰ কন্ঠৰ মদিৰা পান কৰি অসমীয়া জাতি ধন্য আৰু কৃতজ্ঞ হৈ থাকিব।
Reminds me my childhood ! Bhupenda......
ভূপেনদাৰ কণ্ঠ সুৰ সদাএ অনন্য
Apurba Xumodhur kontha . Very nice .
সুন্দৰ
কৃষ্ণ কৃষ্ণ
Nice video 👍👍👌👌👏👏
অতি সুন্দৰ
আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম উৎসৱৰ শতকোটি প্ৰণাম 🙏🙏🙏🙏🙏🙏 লগতে ভূপেন হাজৰিকাদেৱলৈও 🙏🙏🙏🙏🙏
বৰ ভাল লাগিছে
চিৰ নমস্য শ্ৰদ্ধেয় ভূপেন হাজৰিকা দেৱৰ এই বৰগীত টি মোৰ অতি প্ৰিয় ।
মোৰো অতি প্ৰিয়
কৃষ্ণ ৰাম🙏🙏🙏🙏
সুন্দৰ কন্ঠ 👍👍👍
বৰ ভাল লাগে শুনি
Hundar
🙏🙏🙏গীত ভাগ সোনি ভাল লাগিল
Bhupen Hazarikar git sunilai montu bor val laga
মনটো পৱিত্ৰ হৈ যায়।
এই বৰগীতটো বিছাৰি আছিলোঁ আজি পাই বৰ ভাল লাগিল ধন্যবাদ
মোৰ সমস্ত স্বাভিমান সুধাকণ্ঠৰ কৰকমলত।
হে প্ৰভূ। দিনটো কচমচৰ বাবে ভাল হওক
মহাপুৰুষ শ্ৰীমাধৱদেৱ বিৰচিত এই বৰগীতটি ভূপেনদাৰ কণ্ঠৰে শুনিবলে বিছাৰি থাকো ।
এই বৰগীতটি অসমীয়া কথাছবি ৰুণুমী ত আছিল, ৰুণুমী ত কণ্ঠদান কৰিছিল শেৱালি দেৱীয়ে ......... ৰুণুমী কথাছবিৰ সংগীতত আছিল দৰ্পনাথ শৰ্মা
( কথাছবিত বৰগীত থকা সম্ভৱতঃ ৰুণুমী প্ৰথম আৰু একমাত্ৰ কথাছবি )
সুন্দৰ তথ্যৰ বাবে ধন্যবাদ
পিয়লী ফুকন ছবিত ভূপেন দাৰ কণ্ঠত এইটো বৰগীত আছে । বিচাৰ আপোনাৰ পিয়লী ফুকন ছবি আগত নে ৰুণুমী ছবি আগত ।
Bhupenda s finest borgeet,
Guru janer amar shristy. Tate akow maha manav sudhakanthar kantha. 👃👃.
বহুত ভাল লাগিল
বৰগীত শুনি দিনটোৰ আৰম্ভণি
Renowned singer Apurba Das and myself along with our friends, the entire night till dawn broke, when the Maestro's last rituals were to be conducted, Apurba suddenly started this hymn. And the huge crowd were overwhelmed. Touching farewell to the maestro.🙏🏻🎶💖
ঠিক পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ সচাকৈ মনত সুন্দৰ তাৰপৃথীৱীত থকা বুলি কব পাৰি,,,,,
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
A. .good. prayer. Song
ধ্ৰুং ।।তেজৰে কমলাপতি পৰভাতে নিন্দ।
তেৰি চান্দ মুখ পেখোঁ উঠৰে গোবিন্দ ॥
পদ।। ৰজনী বিদূৰ দিশ ধৱলী বৰণ।
তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ॥
শতপত্ৰ বিকশিত ভ্ৰমৰ উৰায়।
ব্ৰজ বধু দধি মথে তুৱা গুণ গাই।
দাম সুদাম ডাকে তেৰি লৈয়া নাম।
হেৰ দেখ উঠিয়া আসিল বলৰাম॥
নন্দ গেল বাথানে গোৱাল গেল পাল।
সুৰভি চাৰিতে লাগে উঠৰে গোপাল ॥
ক্ষীৰ লয়নু লৈয়া শিঙা বেত বেণু ।
সকালে মেলিয়ো বত্স হাম্বালাৱে ধেনু ॥
কহয় মাধৱ মাই কিনো তপসাইলা ।
ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা ॥
Thank you for the wordings of the ' Borgeet'.
English translate bludy hel and bludy full
দুটা শব্দৰ সামান্য ভুল আছে -
দাম 'সুদামে' ডাকে
হাম্বাৰাৱে ধেনু (গায়ে হেম্বেলিয়াই)
শুধৰাই দিলে ভাল হয় ।
thank you so much for sharing the lyrics
সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ কণ্ঠত "তেজৰে কমলাপতি......." বৰগীতটি পুৱাই শুনিলে দিনটোলৈ মনটো প্ৰফুল্ল হৈ থাকে।
এই বৰগীটো শুনিলে মন জুৰ পৰি যায়
কৃষ্ণ কৃষ্ণ হৰি ৰাম ।
সুন্দৰ লাগিছে
Very best song,Remember for his atma.
Ajihe hunisu val lagise
বৰ ভাল লাগে ।
Xorute..Mane class 7 t eitu borgeet porhiboloi pisilu....Mayeu xorute eitu gai amak xunaisil...enei thakileu borgeet gungunayei thaku...karon borgeet xunile mur ga tu cat pori jai..kintu borgeet xuni amoni nalage..parile apunalukeu protidine borgeet xunibo, montu bhal lagibo...Gurujonar ei aapurugia sristik Moi pronam jonaisu...🙏🙏 Dhanyawaad...
Gurujanaloi pranam....
Love you borgeet aru bhupen mama💕🥰🤘
🐳🙏🙏🙏👍👍
🙏🙏🙏
অতিশুনদৰ
Aitu ami poribole paisilu বৰগীত
Uni bhot balagisoo.❤❤
Joy guru Shanker 🙏🙏🙏🙏
অতুলনীয় ;
Bhupen Da is great
সৰুকালৰ কুৱলীৰে ঢকা ৰাতিপুৱা এটালৈ মনত পৰে এই গীতটি শুনিলে। ৰেডিঅ' ত শুনি ডাঙৰ হৈছোঁ।
সুন্দৰ ।
Thanks Dhruba for uploading such a beautiful borgeet. God bless you
Thank you for such a great work
Nice
Joy guru sankar Madhab🙏 Krishna 🙏
ইমান ভাল লাগে কিয় ক'ব নোৱাৰো
সুমধুৰ।
🙏
Exe
Exelent",,,,
Jai guru sankar sarbagunakar
I like sankardev borgeet
L P School ar parai parhisoni ajileke bhal powa ,monjurua Borgeet r rachak guruzana Madhab Dev arushudhakantha Bhupen Da le mor bhakti o sewa allows jonao.
Xundor
Nalbari sohort ratipua r ajanr age pise baje......peace and positivity ... ajan + bargeet.
Very nice to listen at the morning
Very Good