আপুনি ভালকৈ শুনক নিজে লৈছে সাক্ষাৎকাৰ। ক'লে লগাই দিব বিতৰ্কীত লেবেল খন। এই নাম ভাগ বহুত শুনিছোঁ এই তিনিটা লয়ৰ দিহা যিখিনি সন্মানীয় পাঠকজনে গায় শুনালে এই নাম ভাগত আছে।এই নাম ভাগ ভুল। কিন্তু পুৰস্কাৰ সদৌ অসম ভিত্তিত বহুত বাৰ পাইছে।বিশেষ ভাৱে এই নাম ভাগ গোৱা শুনিছিলো বৰ্তমানৰ দিহানামৰ প্ৰশিক্ষণ/ বিচাৰক সকলোৰে পৰিচিত পিঙ্কুমণি চহৰীয়াই।
Nice sir 👍❤😊
Very nice 👍
good
❤
Apunar kinto telent manibo lagibo de
আজি চাৰিবছৰ মান আগৰ পৰা লাগি আছোঁ যে দিহানামৰ প্ৰতিযোগিতা নহৈ প্ৰদৰ্শনী হ'ব লাগে।প্ৰদৰ্শনী হ'লে কি দিহানামৰ প্ৰসাৰ নহয়?নাগাৰা নামৰ প্ৰসাৰ প্ৰতিযোগিতাইতো কৰা নাই।আপোনালোকে কিয় প্ৰতিযোগিতা নহ'বৰ বাবে লগা নাই? অংক যেন সকলোৰে। প্ৰতিযোগিতা হ'লে বিতৰ্ক হ'বই। ভগৱানৰ গুণাণুকীৰ্তন কৰাত প্ৰতিযোগিতা কিহৰ? প্ৰতিযোগিতা বন্ধ কৰিবলৈ লাগক। কিছুমান একো নজনা বিচাৰক গুৰুৰ বাবে বিতৰ্ক হয়। আপুনি এই নামভাগৰ দিহা তিনিটা তিনিটা লয়ত গালে।ঠিকে আছে লয় কেইটা। কিন্তু!নামষাৰ বিলম্বিত লয়ত গালে কৃষ্ণই ধেনু চৰা মধ্যলয়ত গালে ৰাস ক্ৰীড়াৰ দিহাভাগ।আকৌ জপিয়াই গৈ দ্ৰুতলয়ত গালে কৃষ্ণই ধেনু চৰোৱা দিহা ভাগ।
নামষাৰ সম্পূৰ্ণ নুশুনিলে মন্তব্য ৰখাত অসুবিধা হয়।তিনিটা লয়ত গোৱা দিহাখিনি শুনি নাম ভাগত ভুল আছে বুলি ধাৰণা কৰিলোঁ।
এনেকুৱাকৈ বিসংগতি থকা নামে যেতিয়া পুৰস্কাৰ পাবলৈ সক্ষম হয় বিতৰ্ক হ'বই। ঠাই ভেদে পৰিৱেশন শৈলীত পাৰ্থক্য থাকিব পাৰে কিন্তু বিষয়বস্তু শুদ্ধ হ'ব লাগিব।বেছি সংখ্যক বিচাৰকে নামৰ বিষয়বস্তু নাচায়। অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ নাজানে। এনেকুৱা বিচাৰক গুৰুই বৰ্তমান বিচাৰ কৰি আছে প্ৰশিক্ষণ দি আছে। দিহানামৰ প্ৰতিযোগিতা হ'ব নালাগে।কলিৰ মলমতি মনুষ্য ৰিপুৰ বশ। গতিকে, শুদ্ধ নহয়।কাকনো বুলিম ককা সকলোৰে ডাড়ি চুলি পকা। সকলোৱেই নিজক প্ৰতিষ্ঠা কৰাৰ দৌৰত।
মন্তব্য ৰাখিবৰ মন নাছিল যদিওঁ দিহানাম মোৰ প্ৰাণৰ খাদ্য। সেইবাবে ভালপোৱা বিষয়টোত মন্তব্য নাৰাখি নোৱাৰিলোঁ। কৃষ্ণ হৰি ৰাম ৰাম ৰাম।
@@mncreation9230 ইয়াত তেওঁ তিনিটা লয় কেনেদৰে গাব লাগে তাৰ উদাহৰণ হিচাবে এইখিনি গাই দেখাইছে।
আপুনি ভালকৈ শুনক নিজে লৈছে সাক্ষাৎকাৰ। ক'লে লগাই দিব বিতৰ্কীত লেবেল খন। এই নাম ভাগ বহুত শুনিছোঁ এই তিনিটা লয়ৰ দিহা যিখিনি সন্মানীয় পাঠকজনে গায় শুনালে এই নাম ভাগত আছে।এই নাম ভাগ ভুল। কিন্তু পুৰস্কাৰ সদৌ অসম ভিত্তিত বহুত বাৰ পাইছে।বিশেষ ভাৱে এই নাম ভাগ গোৱা শুনিছিলো বৰ্তমানৰ দিহানামৰ প্ৰশিক্ষণ/ বিচাৰক সকলোৰে পৰিচিত পিঙ্কুমণি চহৰীয়াই।
ruclips.net/video/-bDl3pJ-ajo/видео.htmlsi=7MKAk79mmcPpCQuS