অমিতা পুলি কেনেকৈ ৰুৱে ( বিজ্ঞান সন্মত পদ্ধতি) | Scientific Method to Plant Papaya Seedlings |

Поделиться
HTML-код
  • Опубликовано: 2 фев 2025

Комментарии • 66

  • @panindrasutradhar6899
    @panindrasutradhar6899 Месяц назад +1

    ককাইদেউ আপুনী অতি সূন্দৰ কৈ বুজাই দিছে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ

    • @borahskitchengarden2487
      @borahskitchengarden2487  Месяц назад +1

      @@panindrasutradhar6899 মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।

  • @kishore8516
    @kishore8516 2 года назад +1

    Bhal lagil, aru dibo video

    • @borahskitchengarden2487
      @borahskitchengarden2487  2 года назад

      ধন্যবাদ। আমি আমাৰ ব্যৱহাৰিক জ্ঞান খিনি ভগাই লোৱাৰ প্ৰয়াস কৰিছো।

    • @borahskitchengarden2487
      @borahskitchengarden2487  2 года назад

      পৰামৰ্শৰ বাবে ধন্যবাদ।

  • @sabitatailoringcooking8918
    @sabitatailoringcooking8918 2 года назад +1

    Amitar puli ruwa padhatito jani bhal lagil

  • @bhaskarjyotidas3464
    @bhaskarjyotidas3464 11 месяцев назад

    Bhut vl lgil

  • @krishnadas387
    @krishnadas387 Год назад

    Bohut important kotha xikilu apunar pora..Dhanyabad..

    • @borahskitchengarden2487
      @borahskitchengarden2487  Год назад

      মোৰ ফালৰ পৰাও বহুত বহুত ধন্যবাদ থাকিল।

  • @apurbakalita6918
    @apurbakalita6918 Год назад

    অলপ শিকিলো। Apply কৰিম। Thanks

  • @dhanjitabarman9457
    @dhanjitabarman9457 2 года назад +1

    Bhal. Lagil. Sir. Thank. You

  • @videosnsong1332
    @videosnsong1332 2 года назад +1

    I am from Karbi Anglong ur explanation are awesome

  • @mukutkumarborah4489
    @mukutkumarborah4489 2 года назад +1

    Nice

    • @borahskitchengarden2487
      @borahskitchengarden2487  2 года назад +1

      আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা জনাব আৰু বন্ধু বান্ধবিলৈ share কৰিব। ধন্যবাদ।

  • @RupaSaikia-x7t
    @RupaSaikia-x7t 2 месяца назад

    দাদা অমিতা পাত বোৰ ৰঙা হৈ গৈছে আৰু বগা। ভেকুদৰে হৈছে কি কৰিব লাগে সোন কালে জনাব জোন

    • @borahskitchengarden2487
      @borahskitchengarden2487  2 месяца назад

      ই এবিধ বগা মাখি।গছৰ যথেষ্ট ক্ষতিকৰে। ভাল নিম তেল 5ml 1 লিটাৰ পানীৰ লগত মিহলাই ভাল দৰে ছটিয়াব।এদিন এৰি এদিন ছটিয়াই।chemical ঔষধ দিলে নাৰ্চাৰী দোকানত গৈ ক'লে দিব। ধন্যবাদ।

  • @goutamjaanassamesevlogs6423
    @goutamjaanassamesevlogs6423 Год назад

    Dada অমিতা guti December January mahot posabo parine

    • @borahskitchengarden2487
      @borahskitchengarden2487  Год назад

      অমিতা পচাওতে অলপ গৰম থাকিব লাগে। সেইবাবে sept,octআৰু Feb,march সিচিলে ভাল। তথাপি janৰ শেষৰ সপ্টাহৰ পৰা আৰম্ভ কৰিব পাৰি। আগতীয়াকৈ পুলি ৰুব পাৰিলে আগতীয়াকৈ লাগিব। বেছি ঠাণ্ডাত পচালে অংকুৰণৰ হাৰ কমে। ধন্যবাদ।

  • @RupaSaikia-x7t
    @RupaSaikia-x7t 2 месяца назад

    মই অমিতা খেতি কৰি ছো কিন্তু পাত বোৰ ৰঙা হৈ গৈছে কি কৰিম সোন কালে জনাবছোন

    • @borahskitchengarden2487
      @borahskitchengarden2487  2 месяца назад

      জেকনি লাগিলে নাইবা ছা পৰা ঠাইত থাকিলেও হয়। গুৰিত শুকান গোবৰ আৰু শুকান মাটি মিহলাই দিলে,লগত সৰিয়হৰ খলিহৈৰ পানী সপ্তাহত এবাৰকৈ দিলে সুফল পাব পাৰে। SAAF powder আধা চামুচ 1লিটাৰ পানীত মিলাই গুৰিত দিব পাৰে। ধন্যবাদ।

  • @smpvillage
    @smpvillage Месяц назад

    পলি বেগটো ক'ত পাই দাম কিমান দাদা

    • @borahskitchengarden2487
      @borahskitchengarden2487  Месяц назад

      @@smpvillage Polly bag নাৰ্চাৰী দোকানত পোৱা যায়। ধন্যবাদ।

  • @goutamjaanassamesevlogs6423
    @goutamjaanassamesevlogs6423 Год назад

    দাদা ভোট জলকীয়া ফুল আহিছে মই শিল বৰষুণ দিব বুলি Green neet ওপৰত দিছোঁ ভাল হবনে জনাবচোন

    • @borahskitchengarden2487
      @borahskitchengarden2487  Год назад

      একো অসুবিধা নহয়।

    • @goutamjaanassamesevlogs6423
      @goutamjaanassamesevlogs6423 Год назад

      জলকীয়া কমকে লাগে নেকি

    • @borahskitchengarden2487
      @borahskitchengarden2487  Год назад

      @@goutamjaanassamesevlogs6423 অলপ ৰ'দ অলপ ছা হ'লে ভালহে হয়।

    • @goutamjaanassamesevlogs6423
      @goutamjaanassamesevlogs6423 Год назад

      দাদা ভোট জলকীয়া ফুল সৰি পৰা কাৰণ কি জনাবচোন

    • @borahskitchengarden2487
      @borahskitchengarden2487  Год назад

      @@goutamjaanassamesevlogs6423 প্ৰকৃতিৰ নিয়মত কিছু ফুল সৰিবই।পটাচৰ অভাৱতো সৰে।গুৰিত ছাই আৰু মাজে মাজে পাতলকৈ সৰিয়হৰ খলিহৈৰ পানী দিলে ভাল।ৰুৱাৰ সময়তে মাটিত কিছু পৰিমানে boraxবা boron দি ললে ভাল।

  • @BKashyap123
    @BKashyap123 Год назад

    Dada kisumane koi pani besi nalage buli

    • @borahskitchengarden2487
      @borahskitchengarden2487  Год назад +1

      পানী লাগে। কিন্তু গুৰিত পানী জমা হৈ থাকিব নালাগে। পানী জমা হৈ থাকিলে জেকনি লাগি মৰি যায়।

    • @BKashyap123
      @BKashyap123 Год назад

      @@borahskitchengarden2487 thank u dada❤️ subscribe kori dilu chnl tu vdo bilak val apunar🙏🏻

  • @goutamjaanassamesevlogs6423
    @goutamjaanassamesevlogs6423 Год назад

    দাদা ভোট জলকীয়া গছ কিছুমান ফুল আহিছে আৰু কিছুমান অহা নাই,,,, ফুল নহাবিলাকত‌ ভিটামিন মাৰিব পাৰিম নে জনাবচোন

    • @borahskitchengarden2487
      @borahskitchengarden2487  Год назад

      ভিটামিন মাৰক। লগতে খলিহৈ ২০০ গ্ৰাম ২ লিটাৰ পানীত তিয়াই থৈ ৪/৫দিন ৰাখিব। ইয়াৰ লগত ভাতৰ মাৰ ২ লিটাৰ মান আৰু গুৰ ১০০গ্ৰাম তিনি দিনৰ দিনা মিহলাব।পাৰিলে ৰঙা পটাচ সাৰো ৫০গ্ৰাম মিহলাই ল'ব।এই গোটেই খিনি ৫ দিনৰ পাছত ২০/২২ লিটাৰ পানীৰ লগত মিহলাই ল'ব।প্ৰতিজোপা গছৰ গুৰিত ১ লিটাৰকৈ দিব।পাতত নিদিব।১৫দিনৰ মূৰে মূৰে এনেদৰে দিব।দেখিব লাগন বাঢ়িব। ধন্যবাদ।

    • @goutamjaanassamesevlogs6423
      @goutamjaanassamesevlogs6423 Год назад

      @@borahskitchengarden2487 thank you

    • @goutamjaanassamesevlogs6423
      @goutamjaanassamesevlogs6423 Год назад

      দাদা মই ভোট গছত মহাফল ভিটামিন মাৰিব পাৰিম নে

  • @goutamjaanassamesevlogs6423
    @goutamjaanassamesevlogs6423 Год назад

    Dada অমিতা পুলি কেতিয়া ৰুব লাগে

    • @borahskitchengarden2487
      @borahskitchengarden2487  Год назад

      অমাতাৰ পুলি বছৰত দুবাৰ ৰুব পাৰি।এবাৰ sept,octoৰত আৰু এবাৰ Feb,marchত।sep,octত ৰুলে বহুত আগতীয়াকৈ ফচল পোৱা যায়।ফাগুন চতত লাগিবলৈ আৰম্ভ কৰে।ৱ্যৱসায় ভিত্তিত কৰিলে বাৰিষা কেঁচা অমিতা বিক্ৰী কৰিব পাৰি।ধন্যবাদ।

    • @goutamjaanassamesevlogs6423
      @goutamjaanassamesevlogs6423 Год назад

      দাদা অমিতা পুলি এতিয়া জানুৱাৰী মাহত ৰোলে বাৰিষা সময়ত বিক্ৰীব পাৰিম নে

    • @borahskitchengarden2487
      @borahskitchengarden2487  Год назад

      @@goutamjaanassamesevlogs6423 পুলি সাজু থাকিলে ৰুব পাৰি। ঠাণ্ডাত বেছি নাবাঢ়ে।তথাপিও APR,may ৰুৱাতকৈ কিছু আগবাঢ়ি থাকিব।ধনব্যাদ

    • @goutamjaanassamesevlogs6423
      @goutamjaanassamesevlogs6423 Год назад

      ৰুৱা পৰা কেইমাহ লাগে ফুল ফুলিবলৈ লাগিবলৈ

    • @borahskitchengarden2487
      @borahskitchengarden2487  Год назад

      @@goutamjaanassamesevlogs6423 কেৱল ৰুই থ'লে নুফুলে।ইয়াৰ বাবে লাগিব উন্নত জাত।উপযুক্ত সাৰ পানী যোগান ধৰিব পাৰিলে ২/৩মাহৰ ভিতৰত লাগে।ধন্নবাদ।

  • @Parthacreationpc.
    @Parthacreationpc. 2 года назад +1

    apunar number dibni

    • @borahskitchengarden2487
      @borahskitchengarden2487  2 года назад

      You tubeত phone number দিয়াটো অসুবিধা আছে।face book ত message পঠিয়াব।তেতিয়া দিব পাৰিম।

  • @eajulhoque3046
    @eajulhoque3046 2 года назад

    Akhan bhal bojar napai dada

    • @borahskitchengarden2487
      @borahskitchengarden2487  2 года назад

      কথাটো হয়। তথাপিও commercially কৰিলে কষ্ট কৰি বজাৰ উলিয়াব লাগিব

  • @gyanam6655
    @gyanam6655 29 дней назад

    Kenekoi mota maiki gom poa jai sorry iam not good at Assamese

    • @borahskitchengarden2487
      @borahskitchengarden2487  29 дней назад

      @@gyanam6655 mota gps ba baja gos atu loga ba maiki gps fular pisot he gom poa jai.gutir pora kenekoi mota maiki sinib pari sei bikhe mor vdo ase Sai lob dhanyabad