কেনেকৈ আপোনাৰ জন্মদিনটো বনাব বছৰটোৰ সর্বশ্রেষ্ঠ দিন ? কেনেকৈ জন্মদিন পালন কৰিব? Vastu Assam।।

Поделиться
HTML-код
  • Опубликовано: 16 янв 2025

Комментарии • 234

  • @anjubezbaruah9999
    @anjubezbaruah9999 3 года назад +39

    অপূৰ্ব । আপোনাৰ সকলো ভি ডি অ ৰ ভিতৰত এইটো শ্ৰেষ্ঠ ভি ডিঅ ।সময়োপযোগী, প্ৰাসংগিক অত্যন্ত প্ৰয়োজনীয় বৰ্তমানৰ বস্তুবাদী সমাজখনৰ বাবে ।মোৰ লৰাটো সৰু হৈ থাকোতে অনাথ আশ্ৰমত আমি জন্মদিন পাতি গছপুলি ৰুইছিলো ।এতিয়া সেই গছ দেখিলে ভাললাগে ।লোকৰ ভাষা লোকৰ সংস্কৃতি লৈ নিজকে পাহৰি যোৱা সমাজ খনক শুধৰাবলৈ যত্ন কৰা বাবে আপোনাক বহুত বহুত ধন্যবাদ ।অদূৰদৰ্শী ,কৰ্মবিমুখ জাতিটোৱে আপোনাৰ বাস্তূ শাস্ত্ৰৰ নিয়মবোৰ অনুসৰণ কৰি নিৰাপদ অনুভৱ কৰিবলৈ লৈছে ।অপসংস্কৃতিবোৰ উৎখাত কৰিবলৈ আপুনি কলে সকলোৱেই মানিব ।কাৰণ বাটে পথে ,গাড়ীয়ে মটৰে আপোনাৰ কথা মানুহৰ মুখেমুখে ।এনবোৰ কাম কৰিবলৈ ভগবানন আপোনাক শক্তি দিয়ক ।

  • @gayatrisaikiakonwar4765
    @gayatrisaikiakonwar4765 3 года назад +13

    বৰ সুন্দৰ অনুভৱ। আন একো দিব নোৱাৰিলেও কিন্তু সন্তানৰ জন্ম দিনত পঢ়িব পৰা হোৱাৰ দিনৰে পৰা একোখন ভাল কিতাপ উপহাৰ দি আহিছো। এই উপহাৰে সন্তানৰ ওপৰত সঁচাকৈয়ে ভাল প্ৰভাৱ পেলায়।

    • @manjudas7667
      @manjudas7667 3 года назад

      বৰ ধুনীয়া কথা কলে দাদা ।এইবাৰ ৰ পৰা আপোনাৰ উপদেশ মানি চলিম ।বহুত বহুত ধন্যবাদ থাকিল।

  • @nishashivammusic2604
    @nishashivammusic2604 3 года назад +8

    আপুনি বহুত জ্ঞানী। আপোনাৰ ভিডিও বোৰ চাই মনত বহুত শান্তি অনুভৱ হয় ❤️

  • @brojenkrgogoi5795
    @brojenkrgogoi5795 3 года назад +18

    আপোনাৰ এনে সৎ পৰামৰ্শবোৰ যিবোৰ পালন কৰি আমাৰ নিচিনা সৰু সৰু মানুহবোৰে আকাশ স্পৰ্শ ৰ অনুভূতি পাওঁ আৰু ভৱিষ্যতলৈ এখোজ দিবলৈ সাহস পাওঁ। মই ব্যক্তিগত ভাৱে কাৰোবাক সহায় কৰি পাহৰি যাব বিচাৰো কিন্তু মোক কৰা সহায় চিৰদিন মনৰ মাজত সাৱতি ৰখাৰ চেষ্টা কৰো। বহুত বহুত ধন্যবাদ। আগলৈও এনে ভিন্ন স্বাদৰ vedio কামনা কৰিলোঁ।

    • @sonofg1936
      @sonofg1936 3 года назад

      মোৰো চেনেলটি চাবচোন

  • @rekhagogoi322
    @rekhagogoi322 3 года назад +7

    নমস্কাৰ,আজি আপোনাৰ ভিডিঅ'টো চাই বহুত ভাল লাগিল কাৰণ জন্মদিনক লৈ যিবিলাক কথা ক'লে মই ইয়াত একমত ।আজিৰ প্ৰজন্মক আমি শুদ্ধপথ দেখুৱাবলৈ হ'লে আমিয়ে আগভাগ ল'ব লাগিব ধন্যবাদ ।

  • @ranjumorang8730
    @ranjumorang8730 3 года назад +3

    ধন্যবাদ ছাৰ। মোৰ লৰা ১৩ বছৰ হৈছে, ছোৱালীৰ ৯বছৰ হল। সিহঁতৰ জন্ম দিনত মন্দিৰ ত যাওঁ। গোটেই দিনটো পৰিয়ালটো একেলগে সময় বোৰ উপভোগ কৰো। মই মনত দুখ কৰিছিলো যে কেক কাটি জন্ম দিন পালন কৰিব নোৱাৰাৰ বাবে। আজি আপোনাৰ বাবে নিজকে ৯০% শুদ্ধ আৰু১০% ভুল যেন পাইছো। 🙏🙏🙏🙏🙏

  • @dibakarbhagabati325
    @dibakarbhagabati325 3 года назад +7

    ভিডিও টো চাই ভাল লাগিল । আপোনাক বহুত ধন্যবাদ । বিবাহ বাৰ্ষিকীৰ দিনটো কেনেকৈ পালন কৰা উচিত জনাবচোন ।

  • @pranjoldutta7038
    @pranjoldutta7038 3 года назад +4

    বহুত দিন অপে অপেক্ষা কৰি আছিলোঁ ‌👍 আমি পাই গলো 🙏🏿 বহুত বহুত ধন্যবাদ 🙏🏿🙏🏿

  • @binashnath8552
    @binashnath8552 2 года назад +1

    সঁচাকৈ বহুত ভাল লাগে আপোনাৰ ভিডিও বোৰ চাই। বিশ্বাস আহে বহুত।

  • @snehabora1296
    @snehabora1296 3 года назад +4

    Commentar reply hisape vidiotu pai bohut huhki holu ...val lagil video tu..bohut bohut dhoynobad sir

  • @mamonidutta2510
    @mamonidutta2510 3 года назад +6

    অহা কালিলৈ মোৰ ডাঙৰ ল'ৰাটোৰ‌ জন্ম দিন । আপুনি এটা সুন্দৰ কথা জনালে । বহুত নজনা কথা জানিব পাৰিলো। ধন্যবাদ জনালো। ভৱিষ্যতে এনে ভিডিঅ' পাম বুলি আশা কৰিলো।

  • @janmonigogoi8511
    @janmonigogoi8511 3 года назад +4

    মই এইবাৰ ভাবি আছিলো ছোৱালীৰ জন্ম দিনৰ দিনা বৃদ্ধাশ্ৰমলৈ যাম বুলি।আপোনাৰ ভিডিঅটো পাই ভাল লাগিল।

  • @rinuborthakur9308
    @rinuborthakur9308 3 года назад +7

    Very Good Massages, Thank you very much

  • @nishthasaikia7645
    @nishthasaikia7645 3 года назад +3

    Ekdom xosa kotha, ami 6basar manor pora candal nunumao, saki logao

  • @munmiborah7671
    @munmiborah7671 3 года назад +8

    আমি আমাৰ সন্তান ৰ বা আমাৰ নিজৰ জন্ম দিনত কোনো দিনেই কেক নাকাতো। ভগৱানৰ শ্ৰীচৰনত এগচী চাকি জ্বলাও। ভাল লাগিল ভিডিওটো।

  • @bondanadas7407
    @bondanadas7407 3 года назад +2

    খুব সুন্দৰ sir, নজনা কথা কেইটা সুন্দৰ কৈ আমাক জনোৱাৰ বাবে।। ধন্যবাদ।।🙏🙏

  • @kunjasarmah7758
    @kunjasarmah7758 3 года назад +2

    বহুত জানিবলগীয়া কথা শিকিলো।আপোনাক অশেষ ধন্যবাদ ।

  • @tulumonisaikia5660
    @tulumonisaikia5660 3 года назад +8

    ধন্যবাদ । বহুত জানিবলগিয়া কথা আপোনাৰ পৰা উপহাৰ পালো ।

  • @bhagyawatigohain3472
    @bhagyawatigohain3472 3 года назад +2

    আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল আৰু ভৱিষ্যতেও এনে সময়োপযোগী ভিডিঅ' পাবলৈ আশা কৰিলো।🙏

  • @monishikhadutta3792
    @monishikhadutta3792 3 года назад +3

    অত্যন্ত প্ৰয়োজনীয় কথা ভাল লাগিল ।

  • @jimoniray1282
    @jimoniray1282 3 года назад

    Apunak bahut bhaut dhanyabad ...🙏 mur monor vab khini apunar kathakhinir khoite praie milise...ahibo lagia janmo dinti anekoi palim buli bhabi asilu...🙏

  • @kuhipat4033
    @kuhipat4033 3 года назад +4

    Xisake bohot gurtoourno kotha aapuni aamak jonaosae nishoyekae baki daan dia tu baru moi koru kintu jihetu mur Mr i transferable job hoi aru thai ovaabot goos puli ruar pora olop birot thoka hoi jodiu taabot xoro xora kiba ata logau kintu mur lora porhibo pora huar pusor pora eku khonkae kitaap nishoye dim aru mpi kunu din cake t mom nologau aru phuai mom bondho kori nidiu , aapunar video khub bhal lage xaoye kisu kotha jnailaeu aaku abar xunibo mon jai aataitkae dangor kotha aapuni bhale thakok ,xustho thako aru aamar majolae video bur share kori goi thakok🙏🙏

  • @dingdonggirl42
    @dingdonggirl42 3 года назад +4

    Xosakoi bht janibologia kotha🙏

  • @shilpagogoiofficial5856
    @shilpagogoiofficial5856 3 года назад +4

    আপোনাক বহুত বহুত ধন্যবাদ। Borhut val lagil apunar kotha khini jani. মোৰ ছোৱালী জনিৰ প্ৰথম টো জন্ম দিন 12 December t আপুনি কোৱা সকলোৱে বোৰ কৰিম বুলি ভাবিছোঁ ।

  • @popibora9007
    @popibora9007 3 года назад +2

    আপোনাৰ ভিডিঅ বিলাকৰ পৰা আমি বহুত উপকৃত হৈছো, বহুতো নজনা কথা জানিব পাৰিছো.... ভাল লাগে আপোনাৰ ভিডিঅ চাই... ষোল্ল সোমবাৰৰ মহত্বৰ বিষয়ে ভিডিঅ দিব বুলি আশা ৰাখিলোঁ...

    • @sonofg1936
      @sonofg1936 3 года назад +1

      মোৰো চেনেলটি চাবচোন , আশাকৰো ভাল পাব

  • @nabajyotidehingia4914
    @nabajyotidehingia4914 2 года назад +2

    Mon to bohut vl lgly kotha khini huni..ami aru bht hikibo baki ase.

  • @indrarajbongshi5815
    @indrarajbongshi5815 3 года назад +2

    Bohut dangr kotha gum palu dada...mur o jonmo din ahi asa...kotha2 gum pi bohut vl lagil

  • @bijumonisarma4346
    @bijumonisarma4346 3 года назад +1

    Biju moni ....... Aponar Bustu poramorsho boor very good . I Like it .

  • @pranamikasaikia9285
    @pranamikasaikia9285 3 года назад +1

    Thnk you dada bohut bhal kotha keitaman kole.

  • @anjaligogoikonwar9024
    @anjaligogoikonwar9024 3 года назад +2

    সুন্দৰ কথা মইও আপোনাৰ পৰামৰ্শক সমৰ্থন কৰো আৰু আমাৰ ল'ৰাৰ জন্ম দিনত স্কুল পয্যায়ত স্কুলৰ লাইবেৰীলৈ এখন এখন কিতাপ প্ৰতিবছৰে উপহাৰ দিয়াও

  • @happygogoi7348
    @happygogoi7348 2 года назад

    bhal lgil video sai ..bohut nojona kotha hikilu ..dhonyobad 🙏

  • @pubalichetia3544
    @pubalichetia3544 3 года назад +2

    Apunar kotha huni bohut val lagil sir

  • @rekhaborah9066
    @rekhaborah9066 2 года назад

    ধন্যবাদ আপোনাৰ ভিডিঅ'টো বহুত ভাল পৰামৰ্শ দিছে।হয়তো কেতিয়াও শুনা নাই আৰু নুশুনিলো হেঁতেন। আজি যিটো আপোনাৰ পৰা জানিছো।🙏

  • @ganeshneog5905
    @ganeshneog5905 3 года назад +2

    আৰু কি লাগে । ইয়াতকৈ ভাল আৰু কি হব পাৰে। অতি প্ৰাসংগিকতা আছে এইটো video। জীৱন যাপন কৰিব পাৰিব । মূল্যবোধৰ শিক্ষা আৰু মানুহক দিব নালাগে । প্ৰতি জন্মদিনত মানুহে এইখিনি যদি অভ্যাসত পৰিণত কৰে সকলোৰে ভাল হবই। মই নিজে কিছু কৰোঁ কিন্তু আপোনাৰ পৰা আৰু অলপ শিকিলোঁ। মংগল কৰক ঈশ্বৰে

  • @jonlimali6228
    @jonlimali6228 3 года назад +3

    Thnx sir..aapunar sokolo vedio moi sao..bhut njna ktha jonoar karne bhut bhut thnx

  • @shilpagogoiofficial5856
    @shilpagogoiofficial5856 2 года назад +1

    আপোনাক কি বুলি ধন্যবাদ দিম ছাৰ। Apuni kuwa 80% kothai juwa bosor mur suwali jonmo dinot manisilo.aru 12/12/2022 t betir 2nd birthday aru এইবাৰ জন্ম দিনত তিনিচুকীয়া তিলিঙা মন্দিৰ লৈ জাম আৰু আপুনি কোৱা সকলো কথা মানিম। আৰু এই খিনি কৰি মনত বহুত আনন্দ পাওঁ।

  • @paporiborah1263
    @paporiborah1263 3 года назад +4

    Bohut xundor katha jonaise...thank you Sir🙏❣️.

  • @Sumiamit-j3g
    @Sumiamit-j3g 3 года назад

    Mur 15 january aru wife r 7 tarikh nissoi apuni kuwar dore korim❤❤ Dhonyobad sir🙏🙏

  • @sumisaloi1725
    @sumisaloi1725 3 года назад +6

    বহুত বহুত ধন্যবাদ। বহুত ভাল লাগিল।

  • @rumideka2925
    @rumideka2925 3 года назад +3

    Thank you sir
    Bor hundar kotha kole aapuni

  • @brinchikumargogoi8362
    @brinchikumargogoi8362 3 года назад +3

    বহুত বহুত ধন্যবাদ চাৰ

  • @junmonikalita322
    @junmonikalita322 3 года назад +2

    Hosai bohut hundor kotha koise

  • @rumisrasoiandvlog4346
    @rumisrasoiandvlog4346 3 года назад +2

    বহুত ধন্যবাদ ছাৰ।অতি প্ৰয়োজনীয় জ্ঞান দিলে।

  • @purnimaray9251
    @purnimaray9251 3 года назад +2

    hoy apuni thike koise thanks very nice video

  • @junaligogoi8323
    @junaligogoi8323 3 года назад +2

    বহুত ভাল কথা এটা কলে

  • @PoriBora-w7r
    @PoriBora-w7r 2 месяца назад

    Ekdom xosa kotha good massage

  • @puspanjalisaikia6952
    @puspanjalisaikia6952 2 года назад +1

    বহুত ভাল লাগিল

  • @misskashmirigogoigogoi5858
    @misskashmirigogoigogoi5858 3 года назад +3

    ধন্যবাদ ছাৰ কথা বোৰ শুনি বহুত ভাল পালোঁ

    • @sonofg1936
      @sonofg1936 3 года назад

      মোৰো চেনেলটি চাবচোন , আশাকৰো ভাল পাব

  • @mallikabora8311
    @mallikabora8311 3 года назад +3

    Apunar kothat moi ekmot.🙏

  • @simajyotisaikia398
    @simajyotisaikia398 3 года назад +2

    Bohut val kotha kole

  • @Statusking-ur9gd
    @Statusking-ur9gd 7 месяцев назад

    Oti hundar kotha ❤ 🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉😢🎉

  • @mamoniroyroy850
    @mamoniroyroy850 7 месяцев назад +1

    Apunar kotha burea ontor sui jai kio najanu ❤

  • @pranabjyotisaikia9911
    @pranabjyotisaikia9911 2 года назад

    সুন্দৰ, দাদা আপোনাৰ ভিডিও চাই বহুত অনুপ্ৰাণীত হৈছোঁ

  • @parthapratimsarma76
    @parthapratimsarma76 3 года назад +1

    Hosakoi aponar video to vl lagil, Jikhini anguliyai dile hokolore mangalar karone koise.

  • @gulenabegum4238
    @gulenabegum4238 3 года назад +6

    আপোনাৰ ভাল কথাৰে হাজাৰ জনৰ উপকাৰ হব | কোশলে থাকক ছাৰ |

    • @sonofg1936
      @sonofg1936 3 года назад

      মোৰো চেনেলটি চাবচোন

  • @arundhatigogoibora771
    @arundhatigogoibora771 3 года назад

    Bht vl kotha janilu..jimn pru apunar vdo sai manino sesta koru

  • @parimitadeka7416
    @parimitadeka7416 3 года назад +6

    বহুত বহুত ধন্যবাদ ছাৰ🙏

    • @sonofg1936
      @sonofg1936 3 года назад

      মোৰো চেনেলটি চাবচোন , আশাকৰো ভাল পাব

  • @nikitakalita6491
    @nikitakalita6491 5 месяцев назад

    ভিডিঅ'টো চাই বহুত ভাল লগিল 🙏🙏🙏🙏🙏

  • @abhishekdevnath9959
    @abhishekdevnath9959 3 года назад +2

    ধন্যবাদ দাদা। বহু ভাল কথা জনালে।

  • @gouridaimary4940
    @gouridaimary4940 3 года назад +3

    Dhonyobad,Jani bohut bhal lagil.

  • @rumidas5700
    @rumidas5700 3 года назад +2

    কথাটো জানি খুব ভাল লাগিল

  • @dipalidutta7540
    @dipalidutta7540 3 года назад +2

    Many Many Thank,

  • @kishureli2602
    @kishureli2602 6 месяцев назад

    Hosakoi bht val lagil vedio tu.. mur lora jnr 25 August tt 1 bsr hbo. Moi tar prothom tu janma dinr porai ai sakalubur jiman paru palon karibo sesta Karim... Sakaluwe aakhirbad koribo babuk

  • @rinasadhukhan8038
    @rinasadhukhan8038 2 года назад +1

    Ati xundar

  • @barshabhuyan1185
    @barshabhuyan1185 2 года назад +1

    Bohut val lagil. moi ai kotha 2 vabu. but kobo nuaru. aji kali sobei aidore kore je.Aami nokoru.

  • @himangshugogoi3419
    @himangshugogoi3419 3 года назад

    Val lagil apunar kotha khini🙏🙏

  • @akataki518
    @akataki518 3 года назад

    Wao bht sundr njona ktha jnilu

  • @namitaduttakhanikar5195
    @namitaduttakhanikar5195 3 года назад +1

    Bahut bhal kotha kole sir

  • @BijuDutta-wi4pd
    @BijuDutta-wi4pd Год назад

    আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ ভিডিঅ' দিয়া বাবে

  • @jibonjyotidutta622
    @jibonjyotidutta622 3 года назад +3

    শুনি বহুত ভাল লাগিল ধন্যবাদ 🙏🙏🙏🙏

  • @jayantiboro1884
    @jayantiboro1884 3 года назад +8

    " vastu Assam " চেনেলৰ যোগেদি আগবঢ়োৱা জন্ম দিনৰ তিনিটা গুৰুত্ব পূণ কথা মইও সমথন কৰো । 👍

  • @jimisaikia1851
    @jimisaikia1851 3 года назад

    ভাল লাগিল, বহুত নজনা কথা জানিলো ।ধন্যবাদ।

  • @manashiborgohaindas4156
    @manashiborgohaindas4156 3 года назад +4

    Wow very important.... thank you dada.. ❤🙏

  • @mohendranewar1117
    @mohendranewar1117 3 года назад +4

    Thank you for your very important advise

  • @munkiboruah3037
    @munkiboruah3037 3 года назад +1

    আপোনাৰ প্ৰত্যেকটো ভিডিঅ' চাই বহুতো নজনা কথা জানিব পাৰিছো । মোৰ জন্ম দিনটো আপুনি দিয়া তিনিটা মূল্যবান উপদেশ মানি চলিবলৈ চেষ্টা কৰিম।।আপোনাক বহুত বহুত ধন্যবাদ 🙏🙏

  • @umiborah2381
    @umiborah2381 3 года назад +2

    বহুত বেছি ভাল লাগিল দাদা

  • @papariborpatra9620
    @papariborpatra9620 3 года назад +4

    খুউব ভাল লাগিল দাদা..মইয়ো কেতিয়াও মম নুমুৱাই..সন্তানৰ নাম টো চুৰিৰে কটাটো কৰিবলৈ হৃদয়ে নামানে..
    আমিও আমাৰ ১৩ বছৰীয়া সন্তানক কিতাপ কিনি দিও,তাইৰ নিজৰ পচন্দ অনুসৰি।
    ।সচাই ভাল লাগিল যে জন্মদিনৰ দিনা আমি দিবলৈহে শিকিব লাগে।উপহাৰ আশা কৰা পৰিৱেশ এটা কেতিয়াও দিয়া নাই।
    এইবাৰৰ পৰা..জন্মদিনৰ দিনা দিবলৈ শিকাম।
    নিজৰআদৰ্শৰ লগত আপোনাৰ কথাখিনি মিলি যোৱাৰ বাবে।নিজৰ আত্মবিশ্বাসী অনুভৱ কৰিছো।
    ধন্যবাদ জনালো

    • @sonofg1936
      @sonofg1936 3 года назад +1

      মোৰো চেনেলটি চাবচোন , আশাকৰো ভাল পাব

  • @pallabidevi8653
    @pallabidevi8653 3 года назад +3

    Bohut val lagil ......🙏🙏🙏🙏🙏

  • @gayatrihazarika7604
    @gayatrihazarika7604 3 года назад +1

    Very very very positive information

  • @alakapatar935
    @alakapatar935 3 года назад +3

    বহু ত
    বহু ত
    ধন্যবাদ চাৰ 🙏🙏🙏

  • @tutumonidevi1007
    @tutumonidevi1007 3 года назад +3

    সুন্দৰ অনুভৱ

  • @dipanjalibailung1180
    @dipanjalibailung1180 3 года назад +1

    ভাল লাগিল

  • @juridailyvlogs7782
    @juridailyvlogs7782 3 года назад +1

    Bohut dhanyabad sir apunar kothabure muk bohut khikaise

  • @palashdeori970
    @palashdeori970 3 года назад +3

    Kothabur jani bohut val lagil sir..

  • @dipagogoi8641
    @dipagogoi8641 2 года назад

    বহুত ভাল কথা জনালে ছাৰ।

  • @DEEPJYOTIBORUAH617
    @DEEPJYOTIBORUAH617 3 года назад +5

    জনোৱা বাবে বহুত বহুত ধন্যবাদ ছাৰ 🙏

  • @anjumoniduwarahanjumoniduw2213
    @anjumoniduwarahanjumoniduw2213 3 года назад +2

    ভাল লাগিল ্্আপোনাৰ পৰা নতুন নতুন কথা জানিব পাৰি ্

  • @tultulboruah9037
    @tultulboruah9037 3 года назад +1

    Bhout bhout dhoinyabad...

  • @bhabeshsarma9061
    @bhabeshsarma9061 3 года назад +5

    আপোনাৰ ভিডিঅ'বোৰ চাই বহুত ভাল পাওঁ। নিয়মবোৰ পালন কৰিব চেষ্টা কৰোঁ।শণি অমৱশাৰ বিষয়ে ভিডিঅ' বনাবচোন

  • @hiyasarma7643
    @hiyasarma7643 3 года назад +2

    Mr sowalir jonmdint bishnu path karo... Mombati2 numale je beya jona nasilo kin2 numuwar pist beyao lagisil..aibarr par mombati bebhare nkro...janib pai bhut val lagil.... thank you...aagloio anekuwa poramorkh pai thakim buli aakha krilo...thank you

  • @manjulabora8219
    @manjulabora8219 3 года назад +3

    ধন্যবাদ থাকিল।

  • @deijibarman.6026
    @deijibarman.6026 2 года назад +1

    Bhal Lagil Dada

  • @VJvijoy
    @VJvijoy 2 года назад

    ধন্যবাদ মহাশয়। 🙏 কথাখিনি জানিব পাৰি নথৈ আনন্দিত হলোঁ। Many thanks to you.

  • @polinagogoi2149
    @polinagogoi2149 2 года назад

    Sir apunar video olp dinor pora saisu bohut janibologiy kotha janibo parish aru aji 1st ei video tut comment korisu apunaloi 🙏🙏🙏🙏🙏

  • @somethingwithpompee8513
    @somethingwithpompee8513 3 года назад +1

    বহুত ভাল কথা ক'লে ছাৰ, প্ৰণাম 🙏

  • @mitalilaskar2356
    @mitalilaskar2356 3 года назад +1

    Apunar pratitu kothai mon sui jai sir thank you very much

  • @sandhyamoniborah278
    @sandhyamoniborah278 2 года назад +1

    Thank you🙏🙏🙏

  • @lertainff
    @lertainff 2 года назад

    Bhut val ktha kle Sir 🙏..ajiloike ami o nijor to bade i mor lora tor Janmadintot Candle jolowa to duror ktha Cake o Kati powa nai ..marto Mandiro t Prasad akhn agborhao..

  • @Kabya25
    @Kabya25 3 года назад +5

    Thank you Uncle. Very nice gift you have gifted me.

  • @lakhimiborthakur7893
    @lakhimiborthakur7893 3 года назад +1

    বহুত ভাল লাগিল ভিডিঅটো