Raag Bhupali Bandish|| Naman Kar Chatura Shri Guru Charana|ৰাগ-ভূপালী

Поделиться
HTML-код
  • Опубликовано: 12 сен 2024

Комментарии • 48

  • @NayanMoni-su1ex
    @NayanMoni-su1ex 3 месяца назад +1

    Then you

  • @anjalisarma1706
    @anjalisarma1706 Год назад +2

    অশেষ ধন্যবাদ ছাৰ। আপোনাৰ এই টিউটৰিয়েল ক্লাছৰ পৰা মোৰ দৰে আন বহুতেই উপকৃত হব। মইয়ো গানৰ ক্লাছ আৰম্ভ কৰিছো। আপোনাক গুৰু হিচাপে পাই ধন্য মানিছো। এইটো ভিডিও চাই বহু খিনি শিকিলো। শেষত আকৌ এবাৰ প্ৰণাম জনালো ছাৰ। 🙏🙏🙏🌹

  • @rinjurigogoi3066
    @rinjurigogoi3066 2 года назад +4

    বহুত ভাল লাগিল ছাৰ৷কোন ঠাইত আপোনাৰ ঘৰ৷মিউজিক শিকিবলৈ খুব আগ্ৰহ আছিল কিন্ত গুৰু পোৱা নাছিলো৷আপোনাক ইউটিউবত গুৰু হিচাপে পাই খুব ভাল লাগিল৷আশা কৰো আপোনাৰ এই মহৎ কাৰ্যই মোৰ দৰে আন বহুতক উপকৃত কৰিব৷🙏👏🙏

    • @SargamShikshaa
      @SargamShikshaa  2 года назад

      ভাল লাগিল, ৰিয়াজ কৰি থাকিবা, 🙌

  • @Pinuri2222
    @Pinuri2222 Год назад

    Khub sundor bhave xikaise sir❤akhekh dhanyavad 🙏❤

  • @durnaktpatgiri6345
    @durnaktpatgiri6345 Месяц назад

    Bohut hundor.raag rageshri enekoi dibosun

  • @dipankarsaikia5425
    @dipankarsaikia5425 4 месяца назад

    Bohot bhal lagil sir

  • @skraodancemusicacademy3082
    @skraodancemusicacademy3082 5 месяцев назад

    I like your lesson Guruji

    • @SargamShikshaa
      @SargamShikshaa  5 месяцев назад

      Thank you so much❤
      This video is in assamese language, do you understand?

  • @bipulburagohain2898
    @bipulburagohain2898 Год назад

    ধন্যবাদ চাৰ

  • @palashchangmaiassameslocal532
    @palashchangmaiassameslocal532 2 года назад +1

    Moja gurudev

  • @theghostridergaming512
    @theghostridergaming512 Год назад +1

    Sir apuni eman dhuniyakoi khikai bohut val lagil

  • @toraliluhar7459
    @toraliluhar7459 Год назад

    Thank you sir 🙏

  • @Bhaktixorai
    @Bhaktixorai Год назад

    🙏🙏🙏

  • @upenbora533
    @upenbora533 Год назад +2

    ভাল লাগিছে

  • @niranjangogoi5330
    @niranjangogoi5330 Год назад +1

    খুব ভাল লাগিল চাই, প্ৰথম চাইছো , ইমান সুন্দৰ কৈ বুজাই দিছে আপুনি বহুত বহুত ধন্যবাদ। Like share subscribe sob kori disu

    • @SargamShikshaa
      @SargamShikshaa  Год назад

      বহুত বহুত ধন্যবাদ জনালোঁ।
      ভাল লগা বুলি কলে অথবা কোনোবা শিকিব পাৰিছোঁ বুলি কলে ভাল লাগে। আগলে ভিডিও বোৰ বনাই যাবলৈ মন যায়। নহলে এনেকুৱা লাগে যেন এই বোৰ আমাৰ ল'ৰা ছোৱালী হতে শিকিবলৈ নিবিচাৰে নেকি? আমাৰ ল'ৰা ছোৱালীবোৰে নিজৰ ভাষাতে শিকক বুলি অসমীয়া ভাষাৰ জৰিয়তে শিক্ষাকাব চেষ্টা কৰিছোঁ।নহলে অন্য ভাষাতো বনাব পাৰিলোহেতেন।

  • @mpgentertainment1707
    @mpgentertainment1707 2 года назад +1

    অশেষ ধন্যবাদ ছাৰ।। অপেক্ষা অন্ত পেলাই আপোনাৰ ভিডিঅ পালো।।।
    সপ্তাহত দুটা দিনত শিকাই যাব ছাৰ।। আশা থাকিল।।

  • @SafikulIslam-xr7be
    @SafikulIslam-xr7be 2 года назад

    সুন্দৰ ৰজনী 👍👍👍

  • @basantiray2831
    @basantiray2831 10 месяцев назад +1

    vαlσ

  • @monmonujsaikiamonmonujsaik4401
    @monmonujsaikiamonmonujsaik4401 2 года назад +1

    Thank you sir

  • @user-er4pn5bp1l
    @user-er4pn5bp1l Год назад +1

    Bahut Val lagil sir apunar Ghar kot

  • @kushalnath6742
    @kushalnath6742 Год назад

    Nice

  • @MuipatiMuipatir
    @MuipatiMuipatir Год назад

    😮sar apunar naber 2 pliz

  • @champadas268
    @champadas268 Год назад +1

    Sar আলোহিয়া বিলাবল tu dibo

  • @mpgentertainment1707
    @mpgentertainment1707 2 года назад

    Video npuwa holu sir

  • @PradeshKumarRabha
    @PradeshKumarRabha Месяц назад +1

    Sir asabari dib sir

  • @Nishangogoimusic
    @Nishangogoimusic Год назад +1

    মই এটা কথা বুজা নাই গান‌ গাওতে মধ্য সপ্তকত বেছিকৈ গায় নে ?
    নে সকলো সপ্তক ব্যৱহাৰ কৰে ছাৰ জনাব চোন

    • @SargamShikshaa
      @SargamShikshaa  Год назад

      গীতটোৰ সুৰৰ ওপৰত নিৰ্ভৰ কৰে। কোনো এটি গীত একেবাৰে তলত বা ওপৰত একেৰাহে গাই থাকিলে হয়টো কোনোৱেও ভাল নাপাব। সেয়েহে মিশ্ৰিত সপ্তকত গালে শ্ৰুতি মধুৰ হয় আৰু সকলোৱে ভাল পায়। চুফী সংগীত নিশ্চয় শুনিচে! প্ৰায় ভাগেই "তাৰ" আৰু "মধ্য" সপ্তকত গায়। ই মাথো গীটৰ কম্পোজিশনৰ ওপৰতে নিৰ্ভৰ কৰে। 👍👍

    • @Nishangogoimusic
      @Nishangogoimusic Год назад

      @@SargamShikshaa চুফী সংগীত শুনিছো কিন্তু hindi হে অসমীয়া শুনা পোৱা নাই অসমীয়া আছেনে বাৰু চুফী সংগীত..মিশ্ৰিত মানে middle Octave ot ni sir ?

    • @Nishangogoimusic
      @Nishangogoimusic Год назад

      এই বিষয়টোক লৈ আকৌ এটা ভালদৰে class দিব বুলি আশা কৰিম....আগৰ class বোৰৰ পৰা বহুত শিকিছো ধন্যবাদ আপোনাক মৰম জনাইছো আৰু আপোনাৰ দীর্ঘায়ু কামনা কৰিলো ।

  • @NomitaBeniyaKandha
    @NomitaBeniyaKandha 8 дней назад

    Guth

  • @GitaSaikia-sb1te
    @GitaSaikia-sb1te 4 месяца назад

    আপোনাৰ ফোন নং টো দিবচোন চৰ