❤Meme the best way home from their homes doshi lai samjeko xu jay hos rabi jay hos rabi sir.dhanay bath xa hamra I AM AMMA RADHEY RADHEY dhanay batha sabai janta daju vai haru sabai lai samjeko xu jay hos rabi sir.dhanay bath xa hamra I AM AMMA RADHEY RADHEY dhanay batha sabai janta lai samjeko xu jay hos rabi jay hos rabi jay
বহুত ভাল লাগিছে গানটো ❤❤❤❤ কেঁচা মাটিৰ গোন্ধ থকা এটি গান❤❤
ধুনীয়া হৈছে❤❤❤❤
ফাইনেলি পাই গলো গানটি বহুত অপেক্ষা অন্তত ......
পুৰনি কথাৰে নতুনত্ব অসমীয়া জতিক জাগ্ৰত আৰু অসমীয়া জাতিৰ তাঁত হালৰ বিষয়ে উপস্থাপন কৰা বহুত ভাল লাগিল গান টো ... আগলৈকে এনেকুৱা গান আৰু সুৰ আশা কৰিলো গগৈ খুৰাৰ পৰা ...
গীত তোৰ লেখক ৰিপু বৰগোহাঁই খুৰাকো তনেক ধন্যবাদ জনালোঁ আগলৈ আৰু এনেকুৱা গান লিখি অসমীয়া জাতি লৈ আগ বহাই দি জওঁক ......
অতি সুন্দৰ হৈছে ককাইদেউ
বৰ সুন্দৰ হৈছে,বাট চাই আছিলো আশাপুৰ হল।
মন ভৰি গ'ল। সুন্দৰ গীত এটা শুনিলো বহু দিন পাছত
Thank you very much to my RUclips friends for listening and supporting Gamusa ❤❤❤
Nice sharing 👌👌👌
অতি সুন্দৰ হৈছে দাদা।
হেৰাই যাব ধৰা অসমীয়া সংস্কৃতিৰ উপাদান এটাৰ কথাৰে এটি সুন্দৰ গীত । ভাল লাগিল❤
❤❤❤❤ sunit Gogoi - lyrics 🔥🔥
ভালহৈছে🙏
নিভাজ শব্দ বোৰ লোহিত দাৰ কন্ঠত সুৰ হৈ অনাবিল সুৰেৰে নামি আহিল,, বৰ ভাল লাগিল
Bhal hoisa
.
বৰ ভাল লাগিল।
খুউব সুন্দৰ
অতি মনপৰশা গীত , সুন্দৰ কথা-সুৰ , মনোমোহা সংগীত ব্যৱস্থাপনাৰে গীতটি আগবঢ়ালে ৷ ভাল লাগিল ❤️
Mojja
শব্দ, সুৰ আৰু কণ্ঠ - মন চুই গৈছে।
সুন্দৰ ।
ভাল লাগিল 👌। আপোনাৰ পৰা আৰু নতুন নতুন গান আশা কৰিলোঁ।
বহুত ভাল লাগিল গীত টি শুনি ।
কথা, সুৰ আৰু গায়কী অতি মনোমোহা
সুন্দৰ ককাইদেউ ভাল লাগিলে।
Beautiful Song ❤️.
Excellent.Beautiful song
Beautiful song❤
শিপিনী শাললৈ এয়া এক শ্ৰেষ্ঠ উপহাৰ।
💥💖💖💖💖💖💖💖💖💖💖💖💖💖💖
💯
Nice song❤
Aaru lage natun gaan, Dadaidew
Good job
Nice song
❤Meme the best way home from their homes doshi lai samjeko xu jay hos rabi jay hos rabi sir.dhanay bath xa hamra I AM AMMA RADHEY RADHEY dhanay batha sabai janta daju vai haru sabai lai samjeko xu jay hos rabi sir.dhanay bath xa hamra I AM AMMA RADHEY RADHEY dhanay batha sabai janta lai samjeko xu jay hos rabi jay hos rabi jay
❤❤❤❤
Beautiful song