ভাৰত বাংলাদেশৰ মৈত্ৰী চাইকেল ৰেলী || BSF and BGB friendship cycle relly
HTML-код
- Опубликовано: 6 янв 2025
- ভাৰত বাংলা সীমান্তৰ দেওবাৰৰ দৃশ্য এয়া ৷ কাটাতাৰ সীমান্তত এনেদৰে সস্টম বি এছ এফ ৰ দল ৷ খুলি দিয়া হল কাটাতাৰৰ বেৰ ৷ সীপাৰৰ পৰা আহিল বাংলাদেশৰ বি জি বি ৰ লেফটনেন্ট কৰ্নেল জামাল হুছেইনৰ লগত
এদল অতিথি ৷ উদ্দেশ্য এয়া কাটাতাৰৰ পাৰে পাৰে এই সকল ছাইকেল আৰোহী ৷ তেৰ জনীয়া ছাইকেল আৰোহী দল আহিছে পশ্চিম বংগৰ পৰা ৷ বংলাগেশৰ বংগ বন্ধু শ্বেখ মজিবুৰ ৰহমানৰ জন্ম শত বৰ্ষৰ প্ৰতি শ্ৰদ্ধা জনাই পশ্চিম বংগৰ পৰা আৰম্ভ হৈছিল এই ছাইকেল ৰেলিৰ ৷ চলিত বছৰৰ দহ জানুৱাৰীত ভাৰত বাংলাদেশ দুই দেশৰ তেৰ জন আৰোহীয়ে আৰম্ভ কৰিছিল যাত্ৰাৰ ৷ নিতৌ 70/80 কিলমিটাৰ অতিক্ৰমি দেওবাৰে উপস্হিত হয় ৰাজ্যৰ ধুবুৰীৰ কাটাতাৰ সীমা ৷ দুপুৰীয়া গোলকগঞ্জৰ সোনাহাট আন্তৰাষ্ট্ৰীয় বানিজ্য কেন্দ্ৰ প্ৰাংগনত বি এছ এফয়ে আনুষ্ঠানিক ভাৱে ছাইকেল আৰোহীক সম্বৰ্ধনা জনায় ৷ অনুষ্ঠানত বি এছ এফ ৰ ডি আই জি জয় চন্দ্ৰ নায়ক উপস্থিত থকাৰ লগতে বাংলাদেশৰ বি জি বি ৰ লেফটনেন্ট কৰ্নেল জামাল হুছেইন দেশৰ সীমা অতিক্ৰম কৰি উপস্থিত থাকে .
❣️❣️
Nice
Good luck
Nice video caca