গুৰু চৰিত্ৰৰ বহুতো নজনা কথা || গুৰুজনাই সিংহাসনত কিয় কাছ হাতী আৰু সিংহ
HTML-код
- Опубликовано: 7 фев 2025
- মহাপুৰুষ মাধৱদেৱে কেতিয়া কাকূতি ঘোষা ৰচনা কৰিছিল
অন্ন বিচাৰ মানে কি
নিদিষ্ট বক্তা ডাঃ নৱ কৃষ্ণ ৰাজখোৱা প্ৰাক্তন মূলৰ সাংস্কৃতিক শাখাৰ সভাপতি লখিমপুৰ জিলা
#lohit handique
lohit handique bhagawat path
লোহিত সন্দিকৈ
#sunaram bhagawati
jagat bonia bhagawat path byakha
#jagat bonia
#nitumoni saikia
rontu saikia
rontu saikia bhagawat path
#rontu saikia bhagawat path
rontusaikia
#mondira bhorali
bhagawat path
pranjit gogoi
pranjit gogoi bhagawat path
bhagawat
ব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈ
স্থান খুটিকটীয়া নামঘৰ হাৱাজান
pranjit gogoibhagawat ptha
pranjit gogoi
ভাগৱত পাঠ
#ভক্তিৰ সাগৰ
#voktir sagor
bhaktir sagor
#bhakti Sagar
#pranjit gogoi bhagawat path
Copyright Notice :- Please do not copy this video or you will be given a copyright strike
অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব
কৃষ্ণ, সুন্দৰ বাখ্যা । গুৰু দুজনাই অসমীয়া সমাজক দি জোৱা ভক্তিৰ নিদৰ্শন ফুটি উঠিছে। বহুতো নজনা কথা ভক্ত সকলে আপোনাৰ ৰসাল বাখ্যা পৰা লাভ কৰিছে। ভগৱানে আৰু জেন আগবঢ়ায় নিয়াৰ কামনাৰে সেৱা জনালো। কৃষ্ণ 🙏
বহুত নজনা কথা আপোনাৰ পৰা জানিব পাৰিলোঁ । অশেষ ধন্যবাদ জনালোঁ, আপোনাক।🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ
বাপ সুন্দৰ। আপোনাক লগ পাবলৈই ইছা আছে।
সুন্দৰ অনুষ্ঠান, সুন্দৰ ভাষণ । কৃষ্ণ
কৃষ্ণৰ কৃষ্ণৰ পভু জনা বৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিলে গুৰ দুৱোজনাহ ভক্তি ফুটি উঠিছে এক বিৰল প্ৰতিভাৰ দাঙি ধৰিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ হকলোকে হেয়াজনালো ধন্যবাদ ❤❤❤❤❤❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগৱতৰ ভাখন শুনি বহুতো ভাল লাগিল 🙏🙏🙏।
কৃষ্ণ প্রভু বহু নজনা কথা জানি উপকৃত হলো 🙏🙏🙏🙏সেৱা জনালোঁ।
সুন্দৰ তত্ব গধুৰ ব্যাখ্যা । বাপ জনাৰ পৰা আগলৈও আখা ৰাখিলো । ধন্যবাদ ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুত বহুত ধণ্যবাদ
আপোনাৰ ইমান তত্ব গধুৰ ভাষা শুনি আনন্দিত হোৱাৰ লগতে যিসকল শূনুতা লোক আছিল এই ভিদিয়ত দেখা পালো তেখেত সকলৰ আচৰন উল্লেখ লক্ষ্য কৰি ধন্যবাদ জনালো।
কৃষ্ণ কৃষ্ণ হৰি ৰাম 🙏🙏🙏🙏
কৃষ্ণ বাপ সুন্দৰ ব্যাখ্যা
কৃষ্ণ কৃষ্ণ। আমি আত্যন্তিক সুখ পালো আপোনাৰ ভাষণত। ধন্যবাদ।
বহুতু জ্যান লভিছু বাপ জনালৈ শত কুটি প্রণামকৃষ্ণ কৃষ্ণ কৃষ্ণ
Krishna , ever best explanation . Grateful to you.
দেহ
মন
জুৰি
পৰি
যায়
🎉
কৃষ্ণ কৃষ্ণ 🙏 বাপ জনা আপোনাৰ শ্ৰী চৰণত শতকৌটি প্ৰণাম নিৱেদিছো প্ৰভূ
কৃষ্ণ কৃষ্ণ।বহুত আনন্দ পালো।চৰিতপুথি প্ৰকৃততে কোনভাগ পঢ়িলে প্ৰকৃত কথাবিলাক গম পোৱা যাব।
ram soron thakur
কৃষ্ণ কৃষ্ণ 1
কৃষ্ণ কৃষ্ণ প্ৰভু বাপ জনা ভাল লাগিল
বৰ সুন্দৰকৈ বৰ্ণন ও বাখ্যা কৰিছে l শুনি পৰম আনন্দিত হৈছোঁ l কৃষ্ণ কৃষ্ণ
হৰি হৰি নাৰায়ণ কৃষ্ণ, গুৰু চৰিত্ৰৰ তত্ত গধূৰ পাঠবোৰ বিদ্যালয়ত থকাহেতেন,🎉🎉
কৃষ্ণ কৃষ্ণ বাপ। শুনি বৰ ভাল লাগিল।
কৃষ্ণ... ভাল লাগিল কথাখিনি
কৃষ্ণ বাপ সুন্দৰ ভাসন দিলে। স্বৰ্গ আৰু নৰকৰ পাঠ্যক অকণমান কবনেকী। কৃষ্ণ
কৃষ্ণ বাপ 🙏কৃষ্ণ🙏 আপোনাৰ শ্ৰী চৰণত শতকৌটি প্ৰণাম নিৱেদিছো কৃষ্ণ🙏
কৃষ্ণ 🙏 , সুন্দৰ ব্যাখ্যা, অমৃতময়, ৰস যুক্ত প্ৰসাদ লাভ কৰিছোঁ। কৃষ্ণ 🙏
বৰ সুন্দৰ বাখ্যা ।কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ।বাপজনাৰ ভাষণ ইমান সুন্দৰ। বাপজনলৈ সেৱা জনাইছো।
কৃষ্ণ কৃষ্ণ বাপ ❤❤❤❤
কৃষ্ণ। জয় গুৰু শঙ্কৰ। ৰাজখোৱা বাপ জনালে সেৱা নিবেদন জনালো। কৃষ্ণ।
বহুত সুন্দৰ হৈছে। নমস্কাৰ 🙏
🙏 🙏🙏🙏🙏🙏 bhut Val lagil
সুন্দৰ জয় কৃষ্ণ ❤❤❤❤
Krishna
Krishna krishna sat kuti pranam janalu 🙏🙏🙏🙏
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
কৃষ্ণ, ৰাজখোৱা বাপ জনাৰ এই দুজনা গুৰুৰ বিষয়ে যি আলোচনা আগবঢ়াইছে শুনি আপ্লুত হলো। প্ৰভু ভগৱন্তই তেখেতক সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কৰক। কৃষ্ণ।
মাধৱ কৃষ্ণ প্ৰভুজনা , অতি সুন্দৰ, অতি ৰসাল, যুক্তি সংগত, বিজ্ঞান সন্মত আৰু অতি আধ্যাত্মিকতাৰে সময়ৰ প্ৰসঙ্গীক লগতে অতি মনোগ্ৰাহী বক্তৃব্য আগবঢ়াযলে প্ৰভুজনা, কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ প্ৰভূ । সেৱা জনালো।
অতি সুন্দৰ. লাগিছে. বাপ্. নমস্কাৰ
.
Very very interested krishna😮
কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏
কৃষ্ণ 🙏 আৰু
কৃষ্ণ কৃষ্ণ বাপজনা
কৃষ্ণ। অতি সুন্দৰ বক্তব্য আগবঢ়াই আমাক কৃতাৰ্থ কৰিলে। বাপজনালৈ সেৱা নেবিদিলো। কৃষ্ণ।
কৃষ্ণ কৃষ🙏🙏🙏🙏
প্ৰভূ জন হৰিৰ কীৰ্তন কটা মূৰৰ কাহিনী বৰ্ণিত হ'ব লাগিছিল তথ্য প্ৰকাশৰ শান্তি কামনা সূচক।ধান দৰাৰ মাজেৰে মাধৱ দেৱ আৰু ৰাম ৰাম গৈ গুলি ঘৰ পালে গৈ ।পিছে দিনা জাননীৰ গৰাকী আহি কি পালে আৰু কি হ'ল মাধৱ দেৱৰ লগত শঙ্কৰদেৱৰ উত্তৰ দিলে ক'ব লাগিছিল।
Krishna hundor
Joi jogot guru shree shree shreemonto khonkor guru
Bap।very।deeply।explain।about।sankardev।and।মাধৱদেৱ।গুৰুজনাৰ।krishna
কৃষ্ণ কৃষ্ণ ৰাম
কৃষ্ণ কৃষ্ণ হৰি ৰাম।
জয়তু গুৰু শঙ্কৰ
কৃষ্ণ বাপ জনা জয় গুৰু শংকৰ মাধৱ ৰাম l
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
,,,
Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏♥🙏🙏🙏🙏
কৃষ্ণ বাপ , আপোনাৰ ভাষন শুনি বহুতো নজনা কথা শিকিলোঁ , আপোনাৰ সপোনবোৰ দিঠকত পৰিনত হওঁক । আগলৈকো এনেদৰে বনাব বুলি আশা ৰাখিলোঁ ।
কৃষ্ণ কৃষ্ণ
Krishna. Krishna. Krishna. Oum. santi. Oum. santi. Oum. santi. 🙏🙏🙏🙏
কৃষ্ণ প্ৰভু জনা আপোনাৰ শ্ৰী চৰণ কমল ভক্তি ভৰা সেৱা নিবেদিলে কৃষ্ণ 🙏🙏👏👏 কৃষ্ণ কৃষ্ণ
Krishna Krishna RAM Ram..🙏🙏🙏🙏🙏🙏
Krishana 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Krisna krisna
।।জয় কৃষ্ণ🙏🙏🙏।। অতি সুন্দৰ বাখ্যা। আপোনাৰ সুস্বাস্থ্য ও দীৰ্ঘ জীৱন কামনা কৰিলো।
শুনি ধন্য হল জীৱন
Krishna 🙏🙏🙏
Krishna bap bahut Val lagile
কৃষ্ণ কৃষ্ণ 🙏🏻 🙏🏻🙏🏻
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏
ভগৱান কৃপা আৰু কৃপা
🙏🙏🙏very nice ❤❤❤
Ram Krishna Hari Ram Krishna Hari Ram Krishna Hari
ভাল লাগিল 🙏
Lk
Krishana Sundar bakha
Krishna Krishna Namaskar
Sundar bap
Krishna bap 🙏🙏🙏joy guru songkor
নমস্কাৰ
Krishna Krishna 🙏 🙏
কৃষ্ণ🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ ।
Krishna Krishna 🙏🙏🙏 bap jona 🙏🙏 amar sewa lobo
Krishna krishna🙏🙏🙏🙏🙏🙏
মৰাকলৈ মৰা ই কান্দে তত্ব শৰণ নলৱে যাৱে ভকতি ৰকতি মুকুতি নুহে তাবে। জিজ্ঞাসা কৰাৰ প্ৰয়োজন হৈছে দৰ্শনৰ মূল উদ্দেশ্য সফলতা অৰ্জন ভাৱ প্ৰকাশ মনোমোহা ৰঙীন ফুলৰ ৰূপহী গুণৰ সমাহাৰ সমাস। ধন্যবাদ
Krishna krishana probhu apunak koti koti Pronam jonalu Jai shri Krishna
কৃষ্ণ, সহস্ৰ কোটি প্ৰণাম জনাইছো আপোনাক ! আপোনাৰ কথা বোৰে মোৰ অন্তৰ ছুই গৈছে !
Krishna krishn bap
Krishna, sir Sundar bakhya, ধন্য হলো ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ❤❤❤❤❤
Joy Krishnaguru----
কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻
Hundar,
Krishna Krishna bap hatakuti pranipat janalu 🙏🙏.
🙏🙏🙏
কৃষ্ণ 🙏🙏
🙏 কৃষ্ণ 👣🤲 কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
😊
কৃষ্ণ ৰাম কৃষ্ণ বাপ
@@HemoKacharipppppppppppppppppppp00paaaa all