MUR JIBONOR AKAXOTE | Bishnu Rabha Sangeet | Nekib | মোৰ জীৱনৰ আকাশতে

Поделиться
HTML-код

Комментарии •

  • @jireality.6377
    @jireality.6377 5 лет назад +189

    ভূল হ'ব পাৰে ।
    মানুহৰে ভূল হয় । কিন্তু ভূল স্বীকাৰ কৰাটোৱেই হৈছে মানুহৰ আচল গুন । আপোনাৰ এই মহান শিল্পী গুণৰ বাবে এদিন বহুত আগবাঢ়ি যাব ।

    • @deepaanchor1538
      @deepaanchor1538 5 лет назад +4

      Tumar bhul banan tuye bhul

    • @labakumardas7311
      @labakumardas7311 5 лет назад +4

      ভূল নহয় ভুল

    • @vihaanmuse
      @vihaanmuse 5 лет назад +2

      Heitue simanto shekhar dore j nulal nekib da
      Hosake monere dhonyobaad dbo lagibo aitu krne
      Apuni axomiya raijor monot ako jaga lobole kora sesta apunar hofol hol hosake

    • @JituAssam564
      @JituAssam564 5 лет назад +1

      Manuh matrei vul hy bro..xeitu dang ktha nhy

  • @ashisrabha7438
    @ashisrabha7438 5 лет назад +2

    ধন্যবাদ নেকিৱ দা ভূলকৈ গাই ক্ষমা বিছাৰি আৰু লগতে সুদ্ধ কৈ গাবলৈ যত্ন কৰাৰ বাবে আপুনাৰ কন্থত শুনিবলৈ পাই

  • @saddamhussain3680
    @saddamhussain3680 5 лет назад +7

    সুন্দৰ দাদা..আমা মৰম সদাই আপোনাৰ লগত

  • @nilotpalkalita8985
    @nilotpalkalita8985 5 лет назад +28

    নেকিব দা আপোনাৰ প্ৰতি মোৰ আগতকৈ শ্ৰদ্ধা আৰু বহুত বেছি বাঢ়িল। মানুহে ভূল কৰে সকলোৰে ভূল হয় সেইতো একো ডাঙৰ কথা নহয় কিন্তু ভূলটো শুদ্ধ কৰি তাক জীৱনৰ এক শিক্ষা বুলি ভাবি আগুৱাই যোৱাটো হে বহুত ডাঙৰ কথা যিটো আপুনি কৰি দেখুৱালে। হৃদয়ৰ পৰা কৈছো নেকিব দা আৰু বহুত আগুৱাই যাওক আমি আছো লগত।

  • @mrigankasaikia7707
    @mrigankasaikia7707 5 лет назад +4

    সুন্দৰ নেকিবদা নিজৰ ভূল স্বীকাৰ কৰি আপুনি যি মহানুভৱতা দেখুৱালে আজিৰ শিল্পী সকলৰ বাবে আদৰ্শ, সমাজ আৰু ৰাভা দেৱৰ প্ৰতি দেখুওৱা সন্মান দায়বদ্ধতাৰ কাৰণে আপোনাক ধন্যবাদ ।আগুৱাই যাৱক আৰু ভাল ভাল কাম কৰক ।

  • @MajulirDekaVlogs
    @MajulirDekaVlogs 5 лет назад +2

    আপুনি আপোনাৰ কথা ৰাখিলে ধন্যবাদ জনাইছো । । বৰ ভাল লাগিল এনেকৈয়ে আগবাঢ়ি যাওক তাৰেই কামনা কৰিলো ।। আপোনাৰ মনটো বহুত ভাল 🙏🏽🙏🏽👌👌👍👍

  • @nipudas8136
    @nipudas8136 5 лет назад +8

    মানুহৰ আচল,প্ৰকৃত, সচা গুণ এইটোৱেই।

  • @kamerkhan5612
    @kamerkhan5612 5 лет назад +27

    বৰহিয়া লাগিছে নেকিব দা এইবাৰ মায়াবিনী গানটো গোৱা আৰু ভাল লাগিব । নেকিব দা আপোনাৰ চুৰ গানটো ফেব্ৰুৱাৰী মাহৰ পাৰাই অপেক্ষ্যা কৰি আছো আশা কৰো অতি সোনকালে পাম

  • @riturittz5683
    @riturittz5683 5 лет назад +13

    ধুনীয়া দাদা আপুনি অসমৰ শ্ৰেষ্ঠ গায়ক হোৱাটো কামনা কৰিলোঁ।।

  • @arjubhai878
    @arjubhai878 5 лет назад +2

    ভাল লাগিছে নেকিব দা। আগুৱাই যোৱা।

  • @DebajitBarman
    @DebajitBarman 5 лет назад +17

    Salute Nekib Da Love U❤

  • @babuahmed2952
    @babuahmed2952 5 лет назад +1

    Bahut dhuniya hoise nekib da mojaa

  • @youtubeprajen5940
    @youtubeprajen5940 5 лет назад +356

    আপোনাৰ কণ্ঠ আন কাৰোবাৰ দৰে নহব পাৰে, কিন্ত সেইদিনা আপুনি এই গীত তো ভুলকৈ গাইছিল বুলি আপুনি অসম বাসী ৰাইজৰ আগত দুখ প্ৰকাশ কৰি ক্ষমা খুজি যি আদৰ্শ শিল্পীৰ মহানুভৱতা দেখুৱাই গীত টি আপোনাৰ কণ্ঠত বাণীবদ্ধ কৰিলে আশা কৰোঁ প্ৰতিজন অসমীয়াই আপোনাক ধন্য মানিলে।

    • @mehbubalom5516
      @mehbubalom5516 5 лет назад +3

      Hoi val lagel apune kowa karone

    • @himrajdas6121
      @himrajdas6121 5 лет назад +4

      Bhul hokolure hoi jabo pare khoma khuja bht dangr ktha...

    • @eaglewing7103
      @eaglewing7103 5 лет назад +2

      💖💖💖

    • @mohonboro4399
      @mohonboro4399 5 лет назад

      C
      Sex hinddi

    • @wellcome2057
      @wellcome2057 5 лет назад +3

      আকৌ আপোনাক এবাৰ শ্ৰদ্ধা জনাইছো।

  • @apurbastatus6877
    @apurbastatus6877 5 лет назад +1

    Sosay nekib da.... Bohut val lagil...

  • @MonowarHussain-ni2ud
    @MonowarHussain-ni2ud 6 месяцев назад +5

    Nekib dar gan xuni val puwa xokoloye ata ata like kora please

  • @দেৱজিৎনাথ
    @দেৱজিৎনাথ 5 лет назад +2

    বহুত বহুত ধন্যবাদ। আপুনি মহান,আচলতে এজন শিল্পীৰ এই মহানুভৱতাকন থাকিব লাগে। আপুনাক অন্তৰৰ পৰা ক্ষমা কৰি দিছো আৰু অসমবাসী লোকেও নিশ্চয় আপুনাক ক্ষমা কৰিব। আপুনি আৰু আগুৱাই যাওক।

  • @rhwhatsappstatus1581
    @rhwhatsappstatus1581 5 лет назад +3

    Apuni bht mohan nekib da.....lv u song👌👌👍👍💖💖☺☺😍😍

  • @gautamzgrabha4054
    @gautamzgrabha4054 5 лет назад +1

    Val lagise .apuni try korisa .vul kori nije vul sikar kori Bishnu rabha geet gaisa. Love you Nakeeb da

  • @angshumanmazumdar9656
    @angshumanmazumdar9656 5 лет назад +21

    আপোনাক অশেষ ধন্নবাদ ।খমা খুজি আকৌ সুধৰাই গোৱা বাবে

  • @ranapawo7735
    @ranapawo7735 5 лет назад +1

    সুন্দৰ হৈছে নেকিব দা।

  • @nilutpal5029
    @nilutpal5029 5 лет назад +5

    সুন্দৰ হৈছে ।। ভাল লাগিল আপোনাৰ কন্ঠত গীতটো শুনি।

  • @bhitalichetia1166
    @bhitalichetia1166 5 лет назад +1

    Nice nekib daa . Bohut Val lagil huni .

  • @Shibadev2024
    @Shibadev2024 5 лет назад +43

    Apuni a real asomr deka..hoiii..!!!
    G eya promn kri dakhaley..#Nekib daa

  • @saddamhussainkhono
    @saddamhussainkhono 5 лет назад +1

    সুন্দৰ নেকিব দা...👌👌👌

  • @স্মৃতিৰসঁফুৰা

    নেকিব দা ধন্যবাদ।আপুনি আমাৰ হাজো অঞ্চলৰ গৌৰৱ হৈ সদায় জিলিকি থাকক এয়াই শুভকামনা।
    সুকুমাৰ (পাকৰকোনা/আলিকাষ)

  • @bidishborah7492
    @bidishborah7492 5 лет назад

    Thank you nekhib da... Apuni je nijor vul 2 mane xuddho kori geet tu public k dise... Apuni bhut dangr val singer hobo

  • @bhaskarbarman2903
    @bhaskarbarman2903 5 лет назад +104

    শব্দ কিছুমান ভুল হৈছে। হ'ব পাৰে... কিন্তু যোগাত্মক উত্তৰ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো দাদা!অতি সুন্দৰ আৰু আগবাঢ়ি যাওক তাৰেই কামনাৰে.......

  • @MRKHAN-mj1zz
    @MRKHAN-mj1zz 5 лет назад +2

    mojja ligesa de nikib da

  • @abinashbordoloi155
    @abinashbordoloi155 5 лет назад +236

    নেকিব দা আপুনি নিজৰ ভুল স্বীকাৰ কৰি আৰু ৰাভা সংগীতটি পুনৰ শুদ্ধভাৱে গোৱা বাবে আমি নথৈ আনন্দিত

  • @brokenprakash5590
    @brokenprakash5590 5 лет назад +1

    Khub val hoise atiya ... 😍😍😍😍😍😍😍😍😍

  • @thepositivemind5782
    @thepositivemind5782 5 лет назад +24

    We must appreciate Nekib.he has apologised his mistake...not like other arrogant singer... definitely it will make him different! All the best nekib

  • @rajbiazam7379
    @rajbiazam7379 5 лет назад +1

    সুন্দৰ হৈছে। বহুত ভাল লাগিল।

  • @bishnubaruah9983
    @bishnubaruah9983 5 лет назад +9

    নেকিব দা ভাল হৈছে।
    প্ৰথমে শুনিবলে অলপ বেয়া হৈছিল শেষৰ ফালে ভাল হৈছে।
    ধন্যবাদ নেকিব দা।

  • @bonnychoudhury1835
    @bonnychoudhury1835 5 лет назад +1

    খুব ধুনীয়া হৈছে নেকিব দা

  • @neelbidyut.creation3200
    @neelbidyut.creation3200 5 лет назад +8

    সঁচাই আপোনাক আদৰণি জনাইছোঁ। ভুলবোৰ যে শুদ্ধ কৰি আকৌ নতুন ৰূপত প্ৰকাশ কৰিলে, বহুত ভাল লাগিল" আপোনাৰ দৰে এজন শিল্পী খুবেই প্ৰয়োজন।

  • @kajalkumarmedhi4602
    @kajalkumarmedhi4602 5 лет назад

    Bitarkoi manuh k supoth dekhuai,jadihe vul tu buji anusochona kari khyama khuje..ru Nekiba dai seitu kari mahan byaktir parichay dangi dharise..lagate sraddhar Bishnu Rabha dev r gan ti Nekib dai teur konthere amak upahar dse...bahut val lagil....

  • @mirazkhan3214
    @mirazkhan3214 5 лет назад +14

    Bht vl lagil nekib da apuni dexuai dila ji xkle apunak bitorko krisil❤️❤️❤️❤️❤️

  • @rajendrapatir4921
    @rajendrapatir4921 5 лет назад +1

    সুন্দৰ নেকিবদা ৷ এইবাৰ ভাল পাইছোঁ

  • @AsrafAli-se8qg
    @AsrafAli-se8qg 5 лет назад +4

    ধুনীয়া গায়ছা নেকিব দা

  • @sinkusymon
    @sinkusymon 5 лет назад +2

    অতি সুন্দৰ..বহুত ভাল লাগিল শুনি..👌👍

  • @dipanjaldharamtul8482
    @dipanjaldharamtul8482 5 лет назад +14

    পুৰণি গান আৰু শুনিবলৈ মন গৈছে আপোনাৰ কন্ঠত।
    ড•ভূপেন হাজৰিকা আৰু দিপেন বৰুৱা গান গাৱচোন ।
    এজন ভাল শিল্পী হবলৈ পুৰণি শিল্পী সকলক শ্ৰদ্ধা কৰিব লাগিব।

  • @timebytime2504
    @timebytime2504 2 года назад +1

    এই গীতটিক আপোনাৰ কণ্ঠই আৰু অধিক সুন্দৰ কৰি তুলিলে।

  • @nabajyotinn8602
    @nabajyotinn8602 5 лет назад +8

    মজা দাদা মোৰ মন তো ভাল লাগিছে

  • @zubeenismyemotion8782
    @zubeenismyemotion8782 5 лет назад

    ভুল মানুহৰ জীৱনত অনিবাৰ্য ; কিন্তু মানুহে ভুল কৰিলে আৰু সেই ভুল আন কোনোবাই দেখুৱাই দিলে তেওক বেয়া পাই নিজকে সৰবজান বুলি ভবাতকৈ, নিজৰ ভুলক মানি লৈ সেই ভুল শুধৰণি কৰিবলৈ চেষ্টা কৰা জনহে প্ৰকৃত মানৱ আৰু নেকিব দা ; আপুনিও সেইটোৱেই কৰিলে ; আপোনাৰ এই প্ৰচেষ্টাৰ বাবে অশেষ ধন্যবাদ জনালো । ভগৱান / আল্লাই আপোনাৰ মংগল কৰক ।।👍👍👍

  • @dhrubabarman8980
    @dhrubabarman8980 5 лет назад +4

    Mza nekib da♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️

  • @rocklachitvlog3153
    @rocklachitvlog3153 5 лет назад

    Nekib daa apunaak ki buli dhonyobaad dim besaari vaxa puaa nai.....apunak kin2 manixu.....hundor gaaise....👌👌👌vul ketiaaba manuhor hoi jaai kin2 apuni dhojyore promaan kori dekhuwale.....nekib da is great

  • @PD1800
    @PD1800 5 лет назад +4

    Well done 👏 we appreciate your work..

  • @pranabgogoi870
    @pranabgogoi870 5 лет назад

    Wow nekib ba gaanto bohut val koi gaisa honi thakibo moon jay pals pareli aru kiteya man opoha deba soon

  • @adityadas918
    @adityadas918 5 лет назад +15

    Nilikhi nuwrilu nikib da hosake hidoi soi gol 🎵🎵🎵🎵🎵🎵🎵
    👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍

  • @djcinju594
    @djcinju594 4 года назад +1

    Bhal lagil bohut bohut bhal lagil

  • @priyangshjyoti8458
    @priyangshjyoti8458 5 лет назад +6

    Your voice❤😘

  • @debanandabharali9490
    @debanandabharali9490 5 лет назад +2

    এবাৰ ভুলৰ মাফ ভগৱানে ও কৰে , আৰু যেন ভুল নকৰে নেকিব দা । ভাল গাইছে আগুৱাই যাওক জীৱনত

  • @iftarulhaque
    @iftarulhaque 5 лет назад +77

    আশা কৰো এই গানটোৰ comment যিমান
    আছে সোকলোকে Nekib da য়ে
    reply কৰিব.............👇👇👇👇👇

    • @prasantathakur8308
      @prasantathakur8308 5 лет назад +1

      হয় ৷ সকলো কমেণ্টতে তেওঁ নিজে Reply কৰিলে বেছি ভাল হয় ৷

  • @jogeshdeka8038
    @jogeshdeka8038 5 лет назад +1

    Nekib Da hundar hoise

  • @monjitsaikia458
    @monjitsaikia458 5 лет назад +16

    Apuni অসমৰ top singer হওক তাকে কামনা কৰিলো

  • @spondanassam
    @spondanassam 5 лет назад +2

    আপোনাৰ কন্ঠ ত গীতটি সচাকৈয়ে সুন্দৰ হৈছে।

  • @BKLBOYS54
    @BKLBOYS54 5 лет назад +31

    মোৰ জীৱনৰ আকাশতে
    ইন্দ্ৰধনু গঢ়িম
    সাত ৰঙেৰে মিনা কৰাই
    যঁতনেৰে তৰিম …

    • @nalbariyadekalora9134
      @nalbariyadekalora9134 5 лет назад +1

      Jatonere jagat nekib dai maromere torim logai dise .

    • @BKLBOYS54
      @BKLBOYS54 5 лет назад

      @@nalbariyadekalora9134 Umm. Hoi

    • @voicefromassam8142
      @voicefromassam8142 5 лет назад

      হুমূনিয়া
      ভাপ কনেৰে.....
      নিকিব দাই
      হুমায়ুনীয়াহৰ
      ভাপ কনেৰে
      গাইছে

    • @nalbariyadekalora9134
      @nalbariyadekalora9134 5 лет назад +1

      Nekib dar sage jatonere word to ussaron nhy so maromere gaise

    • @xion3800
      @xion3800 5 лет назад

      ruclips.net/video/7Eqg-sZOMDo/видео.html
      ভূপেন দাৰ গানটো শুনা

  • @crazyengine3076
    @crazyengine3076 5 лет назад

    Real singer Nekib da. Hundor koi gaan to poribekhon korar babe ami otikoi Aanondito.

  • @utpalahom
    @utpalahom 5 лет назад +4

    এয়ে নেকিব দা চেলুত

  • @rodaliaxom4627
    @rodaliaxom4627 5 лет назад +1

    নেকিব দা সুন্দৰ । আচলতে শিল্পীৰ এনেকুৱা গুন থাকিব লাগে ।

  • @pubghunter1026
    @pubghunter1026 5 лет назад +26

    Dhunia hoise nekib daa , perfect answer for roasters

  • @biswajitrabha2521
    @biswajitrabha2521 5 лет назад

    Baki ji ki nohouk ,apunrr kotha mote kam ...thanks nekib daa

  • @matiurrahman273
    @matiurrahman273 5 лет назад +5

    Dunnia lagil

  • @bikashkalita2808
    @bikashkalita2808 5 лет назад +2

    বহুত ধুনীয়া নেকিব দা।আপুনি সেইদিনা অসম বাসীৰ আগত ভুল স্বীকাৰ কৰি আপোনাৰ কণ্ঠত ৰাভা সংগীত এটা অসমৰ লোক সকলক উপহাৰ দিয়াৰ বাবে। আগুন্তুক দিন বোৰতো এনেকুৱা গীত শুনিব পাম বুলি আশা থাকিল।

  • @pompidebojit888
    @pompidebojit888 5 лет назад +5

    Val lagil nekib da aru aguai jua

  • @sahajitrabha180
    @sahajitrabha180 5 лет назад

    Nice nikib da.. tmar utjol vobissot kamona korilu..

  • @kamerkhan5612
    @kamerkhan5612 5 лет назад +6

    বৰহিয়া নেকিব দা Axomor Roster সকলে আপোনাক বৰকই জলাই আছিল । আজি তাৰে প্ৰমান দেখুৱালি । আপোনাৰ প্ৰত্যেক কেইটাই গান মোৰ প্ৰিয় So এনেদৰে আপুনি আগুৱাই জাই থাকা তাৰে কামনা থাকিল Love U Nekib Da

    • @kamerkhan5612
      @kamerkhan5612 5 лет назад

      Nekib Da eibar Mayabini Gaan2 Gabo Aru Val Lagibo

  • @bakhardeuri9827
    @bakhardeuri9827 5 лет назад

    বহুত সুন্দৰ হৈছে ।

  • @tanusaikia1243
    @tanusaikia1243 5 лет назад +4

    Nekib da apuni dekhun bohut 1st .moiu bat sai asilu apunar konthot rabha hongeet tu huniboloi Pam buli
    Val lagil huni. apuni aru agwai
    Jauk

  • @mehbubalom5516
    @mehbubalom5516 5 лет назад +2

    Supar nekib da mojo lagel bohot val hoise mojaaaaaaaaaaaaaa

  • @bhaktavlogs9129
    @bhaktavlogs9129 5 лет назад +9

    Great singer is always he knows his where mistakes. After they are successful example you're... So Best of luck Nekib

  • @pranabdas8178
    @pranabdas8178 5 лет назад

    Nice nice nice.. Anekoi Ammi amma asomia jatti2 jiwai rakhibr lagibr..

  • @deen-e-talk6777
    @deen-e-talk6777 5 лет назад +7

    Keep it up❣️

  • @susankarsarmah4918
    @susankarsarmah4918 5 лет назад

    Vul sobre hoi ketiaba nhoi ketiaba.. Kin2 hei vul Tu nijei dekhi hudhrai lua 2 asol kotha... Suprbbb comeback. Nekib da.

  • @moonali4433
    @moonali4433 5 лет назад +50

    নেকিব দা আপোনাক মানিছো দে

  • @pulakjyotirajbongshi1758
    @pulakjyotirajbongshi1758 5 лет назад

    সুন্দৰ, আগুৱাই যোৱা...

  • @chandankashyapmusicaoholic9001
    @chandankashyapmusicaoholic9001 5 лет назад +4

    dhuniya song nekib da..

  • @mintudancer4120
    @mintudancer4120 5 лет назад

    Nice nikib da.val lagil apunak.apuni ai gan2 guwr babei

  • @dharonitalukdar2376
    @dharonitalukdar2376 5 лет назад +12

    কথা দিলে ৰাখিব লাগে নেকিব দাদা দৰে বহু বহু ধন্যবাদ নেকিব থাকিল

  • @pranabdas161
    @pranabdas161 5 лет назад +1

    সুন্দৰ চেষ্টা উজ্জল ভৱিষ্যতৰ কামনা কৰিলো

  • @Mrlahonbhai
    @Mrlahonbhai 5 лет назад +8

    আনে কেনে পালে মই নাজানো।মই কিন্ত মজা পালো nekib da

  • @jintuediting9369
    @jintuediting9369 5 лет назад

    Hundor pradakehb dada apuni agbahi jayok aogoloi

  • @saidulahmed1523
    @saidulahmed1523 5 лет назад +11

    mojja Nekib da.
    Axomor rostere joluwa jui juikurat
    apuni sesa pani dhalile.
    Moiyo haijor deka hoi.

  • @dipankarnath7883
    @dipankarnath7883 5 лет назад

    সুন্দৰ । নিজৰ ভুল মানি চেষ্টা কৰাৰ বাবে আমি আনন্দিত

  • @nilotpalkumar7675
    @nilotpalkumar7675 5 лет назад +16

    দাদা আপোনাৰ "ঢ়" আৰু "ৰ" টো অস্পষ্ট
    হৈ আছে। বেয়া নাপাব জনাইহে দিছোঁ আপোনাক।

  • @surajbharali5429
    @surajbharali5429 5 лет назад

    G keitai unlike krise. Hai keita Bangladeshi sage..... Nekib da tumi aaag bahi jua jibnt

  • @nekibuljaman7130
    @nekibuljaman7130 5 лет назад +4

    Dhuniya lagise nekib dada

  • @FazailAhmed-ps1tf
    @FazailAhmed-ps1tf 5 месяцев назад +1

    জয় নেকিব দা ❤❤❤❤❤

  • @assamtelecast6658
    @assamtelecast6658 5 лет назад +10

    Practice makes a man perfect. Always mind it .good step.....go ahead like this. All the best

  • @purnimarai4234
    @purnimarai4234 5 лет назад

    Bhul bilak ank Hudhorabo lagae..... mojja lagil

  • @dipshikhadas8898
    @dipshikhadas8898 5 лет назад +15

    আপুনি এইবাৰ ভাল গাইছে নেকিব দা.....আপুনি যে নিজৰ ভুলটো শোধৰাই ললে ...ধন্যবাদ......

  • @AnupamAxom12
    @AnupamAxom12 5 лет назад

    নেকিব দা আপুনি আপোনাৰ কথা ৰাখিলে তাৰ বাবে আমি বহুত আনন্দিত,,,আপুনি আপোনাৰ ভুল বুজি পাই আকৌ এবাৰ নতুনকৈ গোৱাৰ বাবে ধন্যবাদ,,,,,

  • @babag.prasantapegumisingao8993
    @babag.prasantapegumisingao8993 5 лет назад +5

    Dhunia gaisa nekib daa

  • @MohanChetia
    @MohanChetia 5 лет назад

    Vl lagile dada.. nice.. good bless u

  • @চানিঅসম
    @চানিঅসম 5 лет назад +8

    ধন্যবাদ জনালোঁ নেকিব দা🙏🙏🙏

  • @sumankashyap4371
    @sumankashyap4371 5 лет назад

    বহুত ভাল লাগিচে দাদা

  • @vsight1935
    @vsight1935 5 лет назад +3

    Thanks for your attempt to sing this song...

  • @hkmixturevideo3197
    @hkmixturevideo3197 4 года назад +2

    Mojja nekib daa

  • @romantictv2718
    @romantictv2718 5 лет назад +11

    i love you so much Nekib sir

  • @babudutta7744
    @babudutta7744 5 лет назад

    khub hundor nakib da...