ভনীয়েকৰ সহযোগত ছুপাৰি কিলাৰৰ জৰিয়তে পঞ্চায়ত সচিব স্বামীক হত্যা পত্নীৰ

Поделиться
HTML-код
  • Опубликовано: 30 сен 2024
  • বঙাইগাৱৰ পঞ্চায়ত সচিব হত্যাকাণ্ডৰ ৰহস্যভেদ। ছুপাৰি কিলাৰৰ জৰিয়তে স্বামীক হত্যা কৰাইছিল পত্নীয়ে। ভনীয়েক বিনীমা কছাৰীৰ সহযোগত পত্নীয়ে সমগ্ৰ পৰিকল্পনা কৰি ছুপাৰি কিলাৰৰ সৈতে চুক্তি কৰিছিল। ৩ লাখ টকাত ছুপাৰি কিলাৰ বন্দৱস্ত কৰি ২ লাখ টকাৰ আগধন দি স্বামী তথা পঞ্চায়ত সচিবক হত্যা কৰাইছিল পত্নী নীলিমা দাসে। স্বামীৰ একাধিক মহিলাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহতে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীৰ আগত মন্তব্য পত্নীৰ
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Комментарии • 16

  • @sohanmajhi7615
    @sohanmajhi7615 3 месяца назад +8

    যধে মধে বিয়া পতাটো চিন্তাৰ বিষয় হৈছে। অকলশৰীয়া থকাটোৱেই ভাল হ'ব নেকি?

  • @knowledgeinassamese3885
    @knowledgeinassamese3885 3 месяца назад +17

    বৰ্তমান পুৰুষৰ আটাইতকৈ ডাঙৰ শত্ৰু নিজৰ ঘৈনিয়েক

  • @ratanpatar5445
    @ratanpatar5445 3 месяца назад +4

    কোনো মাইকিক বিশ্বাস কৰিব নোৱাৰি দেই...যি জন নিজৰ স্বামী হয় যি জনে জীৱন সুৰক্ষিত কৰে গোটেই জীৱনৰ দায়িত্ব লয় আটাইতকৈ ডাঙৰ শত্ৰু মাইকীজনিয়ে

  • @aminrahul1977
    @aminrahul1977 3 месяца назад +3

    Thanks a lot ASSAM Police 💎🌄🙏

  • @rinkushivam8759
    @rinkushivam8759 3 месяца назад

    মাইকী জনীক ফাচী দিৱ লাগে

  • @Biblob__666
    @Biblob__666 3 месяца назад

    Taku guliyai marok ki kori aso

  • @ranjankrray8275
    @ranjankrray8275 3 месяца назад +3

    আমি এনে কৈ থাকো আমাৰ উত্তৰ-পূবৰ তথা অসমৰ মানুহ বিলাক বহুত সান্ত-সিচ্ছত চিধা-চদা
    মই 18 বছৰ উত্তৰ পূবৰ পৰা বাহিৰত আছো
    আমাৰ অসমতকৈ বাহিৰৰ ৰাজ্য বিষেক কে মধ্য ভাৰত আৰু উত্তৰ ভাৰত বহুত ভাল দেখিছোঁ
    বত্তমান মই এই ঠাইবিলাকত ঘূৰি ফুৰি আছোঁ

  • @rubisharma-yb8pr
    @rubisharma-yb8pr 3 месяца назад

    Ane ghatana ami sarute dekhisu sunisu pulish case how nasil esam akhat manuh thakei ami ghatana halehe gam pao jadi manuhjan r gat guli nalagile hoi taik kune gam pale hoi pikhasi buli

  • @JugalRabha-q1k
    @JugalRabha-q1k 3 месяца назад

    😂

  • @One-of-a-kind1_ADRE
    @One-of-a-kind1_ADRE 3 месяца назад

    Now a days Marriage is joke. Aru atiya jetia external affairs kore crime nohoi then marriage r value eku nai.

  • @NijaraRay-x6e
    @NijaraRay-x6e 3 месяца назад

    😅😅😅😅

  • @RajuSaikia-y9h
    @RajuSaikia-y9h 3 месяца назад

    😢😢😢😢😢❤❤❤❤❤❤❤