God bless her 🙏 her vision and her communication excellent, whoever taking care of her are so lucky and God bless the lady who is sitting next to her doing her hair and the gentleman who wear pink t-shirt given by her God bless both of u doing seva for this elderly grand maa .
বহুত মৰমৰ আইতা আৰু বহুত বছৰ জীয়াই থকা এনেকুৱা মৰমিয়াল আইতা কমেই আছে এদিন আপোনাৰ ভৰি খন চুব যাম আইতা আপোনাক চালে মোৰ আইটালৈ মনত পৰে 🙏🏼🙏🏼😭
আইতাক এবাৰ ওছৰত পাব মন আছে আইতা সচায বহুত ধুনীয়া আইতা আপোনাৰ লগতে সকলোৱে ভালে থাকক আৰু মযো ভালে থাকিবলৈ আশীৰ্বাদ কৰিব আইতা আপোনাক ময বুলবুলি শৰ্মা ই মঙলদৈ ৰ পৰা সেৱা আৰু মৰম জনাইছো আইতা❤❤❤
বৰ দুখ লাগিল 😭😭😭 কলিজা আইতাৰ মৰম লগা কথা কেইষাৰ শুনি থাকিলেও হেঁপাহ নপলাই কিন্তু নিয়তিয়ে আমাক তাৰ পৰা বঞ্চিত কৰিলে।আইতা আপোনি যতেই আছে শান্তি ত থাকক আৰু তাৰ পৰাই আমাক আশীৰ্বাদ কৰিব 🙏🙏🙏
ইমান মৰমৰ কলিজা আইতা গৰাকী সদায়ে মনত পৰি থাকে তেওঁ যতে থাকে ভালদৰে থাকক
বহুত বহুত ধন্যবাদ এই বয়সতো এনেকৈ আখৰ বিলাক পঢ়িবলৈ পাৰিছে ।
Hunile huni thakibole mon jai aaitajonir kotha... ❤️❤️❤️
আইতা তোমাৰ দৰে মোৰ আইতা জনীয়ও ধুনীয়া আছিল । তোমালৈ সেৱা জাচিলো ।
আইতা দেখিবলৈ মোৰ মাৰ নিচিনা।আইতাক দেখিলে মালৈ মনত পৰে।কলিজা সঁচাই কলিজা।ওচৰত পোৱা হলে এবাৰ ! এনেকৈয়ে সকলোকে আনন্দ দি বহুত দিন জীয়াই থাকক।
আইতা আপোনার কথাবোর সুনী বরভাল লাগীল কলিজা আইতা আপোনি আজীবন জিয়াই থাকক
আইতা আপোনালৈ বহুত মৰম যাছিঁলো
আইতা ক লগ পোৱাৰ বহুত ইচ্ছা আছে
আইতা গৰাকীৰ চৰণ দুখন চুবলৈ বহুত আশা আছে ,,কলিজা আইতা গৰাকী আৰু দিন জীয়াই থাকক তাৰেই ভগৱান ৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ 🙏🙏
আইতা চকু এতিয়া ওঁ সুন্দৰ হৈ আছে বহত বহত ধন্যবাদ নেদেখা জনক উটৰত
আইতা অ, তোমাৰ কথাবোৰ শুনি থাকিলে শুনি থাকিবৰ মন যায়।
আইতাৰ কথাবিলাক শলাগিবলগীয়ি , অশেষ সেৱা জনা লো আইতালৈ
আইটা গৰাকী মনৰ লগতেদেখাটো বৰ ধুনীয়া । কথাবোৰ শুনি থাকিব মন যায় ।🙏❤️
গোঁসানী কোনোবা এগৰাকে কথা কৈ যোৱা যেন নুশুনি নহয়নে , পৃথিৱীৰ যান্ত্ৰিক খিনিৰ পৰা আঁতৰি আহি একেথিৰে আইতালৈ ৰ লাগি বহুপৰলৈ মোহ যাব পাৰি
আইতাৰ কথাবোৰ বৰ মৰম লগা দেই।
আইতাৰ কথা শুনি দেখি ধন্য হ'লো। আমাৰ ভাগ্য ভাল।
আইতাৰ কথাবোৰ বহুত ভাল লাগে।আইতাক দূৰৰপৰাই সেৱা জনালোঁ।আইতাক ভগৱানে নিৰুগী কৰি ৰাখক এয়াই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা
আইতা তোমাক যে মোৰ ইমান মৰম লাগে তোমাক চাই থাকিলেও মোৰ হেপা নপলায়
কলিজা আখটাৰ তুলনা কাৰো লগত মিলাবৰ নোৱাৰে ইমানেই বাহিৰ ভিতৰত সুন্দৰ ধনিয়া বাৰে বাৰে প্ৰনাম কৰো।
আইতাজনী বহুত ধুনীয়া,মৰমলগা,লগ পাবলৈ বহুতো মন আছে,ডুলিয়াজান
Aitak log paboloi bahut mon goisa
Axomor manuhe tumak jaboloi nidiye aaita,amar morome tumak dhori rakhibo... Love you aaita
Moi aitak sai asu kothabilak huni asu bhut val lagise
গোঁসানী কোনোবা এগৰাকে কথা কৈ যোৱা যেন নুশুনি নহয়নে , পৃথিৱীৰ যান্ত্ৰিক খিনিৰ পৰা আঁতৰি আহি একেথিৰে আইতালৈ ৰ লাগি বহুপৰলৈ মোহ যাব পাৰি
Ilov yougr
Iloveyouita,
মৰমৰ আইতা জনী মৰি গলে মৰম বোৰ থাকি গল
আইতাই চচমা নোলোৱাকৈ পঢ়িব পাৰে ।আগৰ কথাবোৰ মনত পৰি থাকে ।বৰ মৰম লাগে 🙏🏿🙏🏿🙏🏿🙏🏿💝💝💝💝
Aaita ktha bilag mur Aaita Dore bor morom loga ,bhut Miss krisu mur aaitak
ইমান গুণীমাণি আইতাক ভগৱানে দীৰ্ঘ জীৱি কৰক 🙏🙏🙏🙏
মানুহে আজি ইটোৱে সিটোক গণিব মানিব সকাম নাইকীয়া , তাতোকৈ বিচুৰ্ত্তি কথাটো হল মনে নিমিলিলেও একেটিতে বসতি পতাটো , আইতাৰো ভাগ্য হবলা , ইমান মৰম সঁহাৰি মিলিছে ৰাইজৰ , কুশলে থাকক এয়াই কামনা
kolija aaita tumu bohut morom loga hoi tumi jen xodhai anekoia hahi thaka jen love you aaita
❤🎉❤🎉❤🎉❤🎉❤🎉
Miss you KollijaAaita MAA
Pranaam MAA
Aita tumak dekhilei montu bohut Val lage.
বহুত ভাল লাগে আইতাক লগতে সকলোৰে মৰমৰ উৎপলদাক।
আইতাজনী আৰু 100 বছৰ থাকে যেন
আইতাজনীক বৰ মৰম লাগিছে
মৰমৰ আইতাৰ সু স্বাস্থ্য কামনা কৰিছো ।
এনেদৰে আগলৈও হাহিঁ থাকা আইতা ❤️🙏
Aitar memory bahut val .Aaitar katabor xuni thakibor mon Jai .
Aita aji bahut val lagil apunar agar kothabor xuni anekoi koi thakibsn aita. God bless you aita🙏❤😘
আইতাৰ কথাবোৰ শুনি লে শুনি থাকিবৰ মন যায়। আইতালৈ সেৱা জনালোঁ দূৰৈৰ পৰাই।
আইতা
Aaita br dhuniya aita eman kotha janei xuni thakile xuni thakib mon jai
God bless you utpal.
আইতা জনী ইমান বয়সত তেখেতে পঢ়িবলৈ পাৰিছে ধন্যবাদ
আইতাসকলক সেৱা জনালো । নগাঁও
So Sweet. Aitagoraki aaru 100 bosor bhogobane bhale rakhok
Bhut val lagil aitar kothabor
Aaita. Vle thaka hodai bohut moromr Tumi Amer hokolure
মৰমৰ আইতা আপোনাৰ চকুৰ পাৱাৰটো মানিব লাগিব আইতা। কুশলে থাকক আইতা।
Bappa o soku val hoi ase .
etiyaw asorit.
axirbad korisu Aita dhuniya aru xustho hoi thakok ❤
আইতাক নমস্কাৰ জনালো। আইতাৰ কথাবোৰ শুনি বহুত ভাল লাগে।
আইতাক ইমান ভাল লাগে, মই সদায় চাও,প্ৰনাম আইতা
Hosakoi o bhut vl lag aitar kotha.dukhu lag bhut
আইতা প্ৰথমে আপোনাক সেৱা জনাইছো আপুনি ভালকৈ থাকক আইতা চকুজোৰি এতিয়াও ভাল হৈ আছে আইতা আপোনাক কুটি কুটি প্ৰণাম জনাইছো।
Love you grandma❤❤
Bor val lagil aiter khothabur xuni.aita bohut morom loga❤️
Krishna morom loga aru dhuniya o...moi taaik bohut val dekhu......
আইতাক দেখিলে মোৰ দেউতালৈহে মনত পৰে, ঠিক এনেকুৱাই আছিল।
চছমা নিপিন্ধা কৈ আখৰ বোৰ ইমান ধুনীয়া কে চিনি পাইছে ভাবিলে আচৰিত লাগে।মই চছমা নিপিন্ধিলে আখৰ চিনিয়ে নাপাও।আইতা যতে আছে শান্তিত থাকক
মই গোলাপী কলিতা। ৰঙিয়া ৰ।
আইতাক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু কেইবছৰ জীয়াই থাকক।
Aitar kotha bur huni bor Val lage
Aita tumi khodai khukhi thaka, aita mur buku khon bikhai jai ❣️
oaita tomar kothabor khub maram lage
love you aita sualkuchir para kaiso
Aitaloi bohut morom diso
আইতা বহূদিন জীয়াই থাকক,সেৱাহে জনাইছো
Kolija aita from jorhat
আইতা দীর্ঘাও হোৱা
Excellent dadi ma
Aei aita Joni bahut morom lagey
Esin log pabo jam
Oinam Brinda
Ghy
Upol da anekoi haitak morom koriba
God bless her 🙏 her vision and her communication excellent, whoever taking care of her are so lucky and God bless the lady who is sitting next to her doing her hair and the gentleman who wear pink t-shirt given by her God bless both of u doing seva for this elderly grand maa .
আইটাৰ কথাবোৰ শুনি বৰ ভাল লাগে
উৎপল তুমি বেয়া পালেও পাবা । তোমাতকৈও আইটা জনিৰ শুনি বেছি ভাল লাগে অ।
Dadi maa ko sat sat naman 🙏🙏🙏🌹🌹🌹🙏🙏🙏🌹🌹🌹🙏🙏🙏🌹🌹🌹🙏🙏🙏🌹🌹🌹🙏🙏🙏🌹🌹🌹🙏🙏🙏🌹🌹🌹
আইতা তোমালৈ প্ৰণামতথা অজস্ৰ মৰম যাচিছো । তোমাৰ কথাবোৰ বহুত ভাল লাগে।শুনি থাকিলে আমনি নালাগে ।লগতে তোমাৰ চকুৰ পাৱাৰো মানিছো আইতা
Aaitale mor bahut bahut pranam🙏🙏🙏🙏🙏🙏
আইতাক সেৱা জনাইছোঁ।
Love you aita❤️❤️❤️
Aaita ami apunak adin lok koriboloi jam de... Love you Aaita ❤️😘 from KOKRAJHAR.
Aita tumak iman morom lagay🙏dibrugarh
Aita very beautiful. ❤️❤️❤️🥰🥰🥰🙏🙏🙏
Aita Mur aoti moromar bohut Miss korisu
Morom loga kolija aaita
Aitak sai hepahei nopalai 🙏🙏🙏🙏
Kalija aita heva janalu 🙏
Aaita aapunak nomoshkar jonaisu logote hokolu aaitake aantorik huvesha aru shraddha jonaisu.Aaita Jodi Bhagwane niye moi nisshoi aapunalukok log korimgoi.
aeita tumak bohut val lege
আইতাক সেৱা্্জনালো
Aita k deki thakibr man jay iman beauty atikai sunar suvesha janalo.
Bar bhal lagise mantu bahut dhunia
আইতালৈ সেৱা জনালোঁ
Kushal kalita from chhaygaon
আইতালৈ প্ৰণাম জনালোঁ
I love you aita so much
🙏 🌹 🙏
Ebar majuli loi ahib aitak ❤️❤️❤️
আইতাৰ মোস বহোতে ভাল
Aita apuni khuuub morimiyal apunak mur khub bhal lagishe bhagawane apunak aru bahut basor jiyai rakkhok ayea mur kamona
Aitajoni. Sokujor. Eman je. Val. hoi. ase. Moi. Vogobanok Doina bad. diso
Aita kolija joni
Oaita tomar kothabor khub maram lage
Moi pathsala para sai asu ..aita joni bor morom lage😍🙏
আইতাঅ' আপুনি আমাক আশীর্বাদ কৰব🙏ভগৱানে আপোনাক কুশলে ৰাখক🙏🙏
God bless u 🙏
Aita, bohutdin jiyae thakok
Morom loga aitajinik lokhsmi pujar okheh suveccha jasilu
I love you aita
Koti koti pranam dadimaa
Mujhe bhi ashirwad karna 🙏
Aita vale dekhi val lagil hewa lobo