এজন শিক্ষক যদি LICৰ এজেন্ট হয় তেওঁক শিক্ষক বুলি ক'ব নে LICৰ এজেন্ট বুলি? তাৎপৰ্যপূৰ্ণ মন্তব্য CMৰ
HTML-код
- Опубликовано: 13 окт 2024
- ⭕️ 'শিক্ষকে ধৰ্ণা দিয়ক কিন্তু ৰবিবাৰে অথবা গৰম বন্ধত'
⭕️ 'এজন শিক্ষক যদি LICৰ এজেন্ট হয় তেওঁক শিক্ষক বুলি ক'ব নে LICৰ এজেন্ট বুলি?'
⭕️ ৰাজ্যৰ একাংশ বিদ্যালয়ত এগৰাকীও ছাত্ৰ-ছাত্ৰী মেট্ৰিকত উত্তীৰ্ণ নোহোৱাক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
মুখ্যমন্ত্ৰী মহোদয়ে একেবাৰে সঠিক কথা কৈছে ।
মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি ১০০শতাংশ সত্য কথা কৈছে। গতিকে আপোনাক হাজাৰ বাৰ 🌹🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
প্রায় চৰকাৰী স্কুল কলেজতে শিক্ষকে ভালদৰে নপঢ়াই, এইটো চিৰ সত্য কথা। ময়ো চৰকাৰী স্কুলত পঢ়ি গম পাইছো আৰু বৰ্তমান দেখিও আছোঁ ।
Right ......
মানে কি কম বহুত ভাল আৰু তাৎপৰ্য পূৰ্ণ কথা কৈছে ভাল লাগিল শুনি
ভাল দিছে দে মামাই 🙏
সঠিক সময়ত সঠিক প্ৰত্যুত্তৰ দিছে ।
এনেকুৱা শিক্ষক আছে যিয়ে স্কুললৈ নগৈ সাংবাদিকতা কৰে। এনে শিক্ষকলৈ ডাঙৰ ডাঙৰ অফিচাৰেও ভয় কৰে। কাৰণ, এই অফিচাৰসকলৰ দুৰ্নীতিৰ সকলো তথ্য এনে সাংবাদিক-শিক্ষকৰ হাতৰ মুঠিত থাকে।
ভাল কথা কৈছে ❤️❤️❤️
ঠিক কথা কৈছে। তেখেতে দূৰলৈ চিন্তা কৰে
Oi burbok soku meli saa…bahirt saa n amar okhomt saa…corona koi 2years to lora suwali khai dili nijor polticl phaida saai.kotha kobo ahise..okl mukhot teliya hahi mari gutei akhom’k andho bhakta bonabo dhandat ase
প্ৰায় মাস্তৰ বোৰ LIC এজেণ্ট নে মাস্তৰ, ধৰিবই নোৱাৰি 🥴🥴🥴
এই বিষয়ত নিতুমনি শয়কীয়া বেছি আছিল|
Very much right,,, respected Himanta Biswa Sharma sir,,,,,the government HS,,schools and colleges also require your attention,,sir
নিতুমণি শইকীয়া কেনে লাগিছে ।আপোনালোকৰ লৰা ছোৱালী টো ইংৰাজী মেডিযামত পঢ়ুয়াছে সাধাৰন ৰাইজৰ লৰা ছোৱালী যি হয় হওক।
M.L.A ru minister bilakor gov. schl t porhai nh
Val bisa vai
এনেকুৱা এটা প্ৰশ্ন নাই যিটো HBS ৰ লগত উত্তৰ নাই। প্ৰতিটো উত্তৰ 💥 এই কাৰণেই মানুহ্জক ভাল পাওঁ। শিকিবলগা বহুত আছে এখেতৰ পৰা।
Hosai dei
Respected CM Sir, you are 100% correct. Unfortunately some people do not understand this. Regards. L. R. Das.
Great
ভাল দিলে এইছাত
সুন্দৰ কথা কৈছে আপুনি
ভাল কথা কৈছে। ধন্যবাদ চাৰ
বাপেৰক প্ৰশ্ন কৰিব যাও পালি এতিয়া 😂😂😂
Bapekok ru 1ta question koribo dibosn covid r krne 2bsr j lora suwalibilakok khekh korile xeitur majot kun xumabo lagibo
@@sibanikalita5899 muk kio koiso news live'r he bapek . New live'k ko
@@sibanikalita5899 chinak hud ge jaa chinaai ha covid ulyaaise
@@sibanikalita5899 ki hekh korile ba??
@@sibanikalita5899 covid tat toi nopahrali kiyo ghare ghare goi😂
Thnxx mama
গুড
গুড
মামা থিক কৈছে ।।...... মামা আপুনি জিন্দাবাদ
দৰমহা কৰ্তন কৰক সব থিক হৈ যাব
Moza
Right sir..media nisina faltu nai
ঠিক দিছে সাংঘাতিক কেইজনক !
হয় ভাল কথা কৈছে
বহুত ভাল কথা কৈছে দাদাই love you
Punishment transfer system should be introduced..every year like HSLC exam....
মুখ্য মন্ত্ৰী মহোদয়, আমাৰ ওচৰত LP School কেইখন মান আছে, ৰাতিপুৱা ১২মান বজাতে ছুটি দিয়ে। কেইখনমানৰ হেড মাষ্টাৰে খাই বৈ সোঁ ফালৰ পৰা বাওঁ হাতলৈ যায়। কিছুমান শিক্ষক-শিক্ষয়িত্ৰী আছে অসমীয়া ভাষাটো উচ্ছাৰণ কৰিব নোৱাৰে। তেনে স্থলত তেনে বিদ্যালয়ৰ পৰা অহা ল'ৰা ছোৱালীয়ে HSLCপৰীক্ষা কেনেকৈ পাছ কৰিব। মহোদয়ে এই বিদ্যালয় সমূহ একত্ৰি কৰন প্ৰচেষ্টা সচাঁকৈ প্ৰশংসনীয়।🙏🙏🙏
ঠিক কথা কৈছে ।
This is The Man !!! Hands down !! 🤘🤘🤘
হচা কথা কৈছে মহোদয়
ঠিকে
Thik kotha koise Sir e... I SUPPORT HIM
মুখ্যমন্ত্ৰী মহোদয়ে সঠিক কথা কৈছে 🙏🙏🙏
এতিয়া কেনে দিছে মিডিয়া ৰ মুতা বাহিৰ কৰি দিলে না 🤣🤣🤣🤣🤣🤣🤣🤣
Covid r karone j lora suwalir jibon borbad hol tat kune muta bahir koribo
😁😁
চৰকাৰী স্কুলৰ শিক্ষকৰ লৰা ছোৱালীক
চৰকাৰী স্কুলত নাম ভৰ্তি কৰাৰ নিয়ম বান্ধি দিব লাগে।।।
উচিত কথা কৈছে।
ভাল দিছা মামা ।
Right sir
সছা কথা এতিয়া মিউ চিয়েল বিছাৰি ধরনা্
দিব চাকৰি টো হল ন
ঠিকেই কৈছে, সংবাদ মাধ্যমৰ বাবে হৈছে
ঠিক কথা কৈছে ছাৰে।
তেনে বিদ্যালয়ৰ শিক্ষক ক ৫০%দৰমহা এবছৰ দিয়ক। পিছলৈ সকলোৱে পাছ কৰিব।
this man 🔥
Very good
Thank you sir
C M ,Sir, থিক কৈছে,আমাৰ ভাল কাৰণে কৈছে,C,m Sir, গোটেই অসম খন sabolage,এটা teacher কিমান কষ্ট কৰে,মাহত দৰ্মহাটো thikeai লই
Val kotha aa koise mamai....majote super man hobo ahe...
Dear sir really
100% right ...!
মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি এটা কাম কৰি দেখুৱাব পাৰিবনে? কামটো হ'ল অসমৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত ফেনৰ যোগান ধৰিব লাগে।
ধনী মানুহৰ গাত গৰম বেছি।
দূখীয়া মানুহৰ গৰম কম।
Fan khon dango nohoi result axomot je imn ba hoise khitu sabo lage. Fan dile ki sobe pas koribo nki.
Thika koisa sir.
ছাৰ ভালকৈ এসেকা দিয়ক, দৰমহা কাটি দিয়ক,
ঠিক দিছে তহতক । লাজ লাগিব লাগিছিল ।
100% right koise. Bhal lagil sir
Right mama
Excellent kotha kooise sir
Thank you MAMA👍👍👍
Well said CM sir,..
Proud of you and our Land India...
Joi ho Himanta Sir...
ছাৰ ওচৰৰ কামকৰা শিক্ষক বোৰক দূৰলৈ বদলি কৰক। যেনেকৈ টেট কাম কৰা শিক্ষক বোৰে কৰি আছে।
আপোনাৰ মতে কৰক চাৰ।
Salute sir
Yes .
যোৱাটো ১৫ বছৰে কি কৰিলে এবাৰ উনুকীয় চাওক!!!! LIC ৰ এজেণ্ট হোৱা ( যদিহে বিচাৰি পায় 😋) শিক্ষকসকলক তৎকালীন ভাবে ব্যবস্থা লওক ,, ব্যবস্থা লোৱাত কোনো অসুবিধা নিশ্চয় নহ'ব কিন্তু ২ বছৰ সময় দিলে কিবা সুফল পোৱা যাব আশা ক্ষীণ 👎👎👎👎👎।
মুখ্যমন্ত্ৰী য়ে সচাঁ কথা কৈছে ।। এমখাই নিজৰ লৰা-ছোৱালীক Private School ত পঢ়াই চৰকাৰৰ দৰমহা খাই আছে ।।
হয় বহুতো শিক্ষক আছে এল আই চি এজেন্ট কৰি হে ঘুৰি ফুৰে
শিক্ষক ক শিক্ষক হৈ থাকিব দিয়ক। MPW হব নিদিব
Xundor kotha koise.... Ejonok dush dile nohobo
LIC এজেণ্ট কৰা শিক্ষকৰ কথা কলে কিন্ত মহাশয় ৰাজনীতি কৰি দিনে নিশাই মন্ত্ৰী বিধায়কৰ পিছে পিছে ঘুৰি ফুৰা সেইশিক্ষকবোৰক দেখিব কেতিয়া ৷
Moza bhal mantoiba dise
Right ktha koisa sir
Nice mama
বহু শিক্ষকক দৰমহা নিদিয়ে, তেওঁলোকৰো সংসাৰ আছে । কিবা নহয় কিবা কাম কৰিবই লাগিব।
একেবাৰে সঁচা কথা
Right sri
সঁচা কথা কৈছে চাৰ আচলতে দায়ী মেডিয়া বিলাক ।।।।
Sir kua kothatu 100% right.
You are right sir .
Moja dasa😄😄😄😄
ঠিকেই কৈছে মামায়।।।কেৱল নিউজ চেনেলকেইটায়ে অলপ বেছি কৰা যেন লাগে।।
Right.. 👏👏👏👏
right kotha
Ok right koi sa mama
Ekdom real kotha tu koise sir
মুখ্যমন্ত্রী ডাঙৰীয়াই সঁচা কথা কৈছে...
Cm এ সঠিক কথা কৈছে
Moja moja...sir..., very nice comment,
শিক্ষক নাম ধাৰি সাংবাদিক কেইজনক বিষয়ে আলোচনা কৰিব
Right kotha koise.
Majja ma
Really sir
Jodi khicshk jone Schoolt Class kore, satro satri pohruai eko apotti thakib nalage...kebol LIC Class aru schoolr vitorto korib nalage...
Karon bohut khicshoko aru Dr. Khokole nijor nijor School Aru Dr. Suti huar khext Nijakoi Dr.Chamber bohe, Tuitions kore...
Tenekoi Kheti kora manuhe kheti kore dukan diye...haal bai.
Kebol school khoti korib nalage.
ঠিক কথা কৈছে চাৰ
Tamam dise 🔥🔥
৭ - ৮ জন ছাত্ৰ থকা বিদ্যালয় খন provincelized কেনেকে হল ? যি সকল ছাৰ বাইদেউয়ে কৰ্মৰ ফল পাব লগীয়া আছিল তেওঁলোকে আজি পোৱা নাই , তেওঁলোকে আজি কেৰেলাত কাম কৰি নিজৰ পৰিয়াল চলাই আছে । অসমৰ শিক্ষানুষ্ঠানৰ ইয়াত কৈ বেয়া দিন আহিব কাৰণ ২০ -৩০ বছৰ ধৰি কৰ্ম কৰি অহা ছাৰ বাইদেউ সকলে tutor উপাধি লৈ বিনা দৰমহাৰে চাকৰিৰপৰা অৱসৰ লৱ লগীয়া হৈছে । আজি চৰকাৰে B.Ad , DL.Ad ৰ certificate ৰ ওপৰত বেছি গুৰুত্ব দিছে আজি ইয়াত experience ৰ কোনো দাম নাই । It's Shameful 👎
Moja উত্তৰ